অম্বিকাগিৰী ৰায়চৌধুৰী গীত(Songs of Ambikagiri Raichoudhury):আজি বন্দোকি :Aaji Bondoki Chandera

Поделиться
HTML-код
  • Опубликовано: 2 ноя 2024

Комментарии • 64

  • @kaushikdeka8597
    @kaushikdeka8597 4 года назад +46

    খুব দুখ লাগে।নেকিব ভৃগু হঁতৰ গানবোৰত 5million,10million views থাকে।কিন্তু এইবোৰ গান শুনিবলৈ অসমীয়াৰ সময় নাই।

    • @assamsing3797
      @assamsing3797 4 года назад +5

      Hoi...thik koise aapuni

    • @bhesojbaruah6265
      @bhesojbaruah6265 3 года назад +5

      কিন্তু এই গীতসমূহ বুজি পাবলৈ গভীৰ জীৱনবোধ অবিহনে অসমৰ্থ....... সেয়েহে views নাই!! ঘাইশিপাদাল নেথাকে যদি দাল-পাত ফুল-ফল কেনেকৈ আহিব ...... !!

    • @simantadas3676
      @simantadas3676 3 года назад +3

      হয়

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 3 года назад +3

      @@bhesojbaruah6265 absolutely right

    • @realfactsassam8400
      @realfactsassam8400 3 года назад +3

      Monor kotha2 kole mur

  • @ramdhenu1663
    @ramdhenu1663 4 года назад +13

    সপ্তমমান ত থাকোঁতেই অসমীয়া কিতাপ ত পঢ়িছিলোঁ। আজি গীত টি পাই বহুত ভাল লাগিছে 🥰🥰🤗🤗 বহুত বহুতধন্যবাদ 🙏🙏

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley Месяц назад

    অতি সুন্দৰ গীত!🙏🙏

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +2

    অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই চিৰসেউজ গীতটো শুনি অতিশয় আনন্দিত হলোঁ।সৰু থাকোঁতেই দেখিছিলোঁ,এই সমবেত সংগীতটিৰে সাংস্কৃতিক অনুষ্ঠান সমূহ শুভাৰম্ভ কৰিছিল।এইবোৰ গীত অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ।এনে গীতবোৰ আপোনালোকৰ জৰিয়তে সংগ্ৰহ আৰু সংৰক্ষণ হৈছে, অতিকৈ সুখৰ কথা।

  • @novagamings9499
    @novagamings9499 Год назад +2

    সঁচাই এটি চিৰযুগমীয়া গীত। শুনি আপ্লুত হলো।

  • @realfactsassam8400
    @realfactsassam8400 2 месяца назад +1

    Huniei thaku ai2 git

  • @brahmkshatriyakayastha1829
    @brahmkshatriyakayastha1829 3 года назад +5

    Asom kesori loi mor sato kauti pranam..... 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @RupjyotiDutta-hz9qt
    @RupjyotiDutta-hz9qt 3 месяца назад +2

    সুন্দৰ ❤👍👏🙏🙏

  • @lakhijan2366
    @lakhijan2366 5 месяцев назад +2

    Great
    Beautiful ❤

  • @kasimuddinahmed8961
    @kasimuddinahmed8961 11 месяцев назад +3

    অসাধাৰণ সংগীত

  • @kanikabarman4406
    @kanikabarman4406 2 года назад +1

    bohut bohut vl lgil xuni🙏🙏🙏

  • @balendas4259
    @balendas4259 10 месяцев назад +1

    প্ৰকৃত অসমীয়া হৃদয় কপোৱা গীত

  • @ALLINONE-qx1cw
    @ALLINONE-qx1cw 3 месяца назад

    Aah ki xundor❤

  • @ৰুণুগোস্বামী
    @ৰুণুগোস্বামী 3 месяца назад +1

    🙏🙏

  • @sonalimahanta1447
    @sonalimahanta1447 2 года назад +1

    Gantu bohut val lagise

  • @janmonibhuyan9723
    @janmonibhuyan9723 3 года назад +1

    Bohut val lagil

  • @swarajdeepkonwarputulkonwa4007
    @swarajdeepkonwarputulkonwa4007 3 месяца назад +1

    ❤❤❤

  • @gitiphukan8166
    @gitiphukan8166 Год назад +2

    Wow

  • @deepshikabose5059
    @deepshikabose5059 4 года назад +8

    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    পঙ্কিল পৰাধীন কুঞ্চিত চিত মন
    নাই ফুল চন্দন ধূপ ..←২
    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    নৰনাৰায়ণ ৰূপ
    দূৰ দাপৰত শুনিছোঁ পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী ←২
    যজ্ঞ ৰাজসূয় কৰিলে সমাপন সম্ৰাট হৈ একছত্ৰী
    দেশ দেশ জুৰি লাখ লাখ ভূপতি
    গালে আহি মূৰ্ত গায়ত্ৰী
    আজি দাসত্ব বন্ধন ৰোধিত কন্ঠত
    নুফূটে ৰাগিনী অনুৰূপ ←২
    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    নৰনাৰায়ণ ৰূপ
    কুৰি শতিকাত নাই যজ্ঞ ৰাজসূয়
    নাই ৰজা নৰপতি বৰ্গ
    কলুষিত কলি বুলি
    পাঞ্চজন্যধাৰী
    নাহে লব ভকতিৰ অৰ্ঘ
    সেই নাৰায়ন আজি জাগে নৰৰূপে
    মোহাৰি বাধা উপসৰ্গ
    আজি প্ৰজাসূয়েৰে হ'ব যজ্ঞ উদযাপন
    আলোডি, নিখিল ভূৱ
    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    নৰনাৰায়ণ ৰূপ ||

  • @jinumonigohain6454
    @jinumonigohain6454 3 года назад +2

    বহুত ভাল লাগিলে.....

  • @khushi_borah_
    @khushi_borah_ 4 года назад +3

    সুন্দৰ

  • @bhesojbaruah6265
    @bhesojbaruah6265 3 года назад +9

    অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এই গীতটি প্ৰায়েই শুনি থাকো !!তেখেতৰ গীতসমূহৰ এলবাম এখন ওলাইছে, মোৰ, সংগ্ৰহত সেই এলবাম আছে !! এই গীতটি পোনপ্ৰথমবাৰ গোৱা হৈছিল১৯২৬ চনত ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ পাণ্ডু অধিৱেশনত উদ্বোধনী গীত ( Opening Song ) কৰি ......!! এই গীতটি ড° বাণীকান্ত কাকতিদেৱে ইংৰাজী লৈ ভাঙনি কৰিছিল আৰু গোটেই ভাৰততে প্ৰচাৰিত হৈ উচ্চ প্ৰসংশা পাইছিল - Songs of the Cell নামৰ পুথিত পোৱা যায় !!
    ★ আমি সদায় ছপামাধ্যমৰ লগতেই থাকো মানে কিতাপ এখন পঢ়ি ভালপোৱা ...... সেয়েহে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই কিতাপ পঢ়িবলৈ সবিনয় অনুৰোধ জনালো ।
    " পথাৰ আমাৰ বজাৰ আমাৰ "
    -অম্বিকাগিৰি ৰায়চৌধুৰী

    • @nilachaleducationalwelfare8730
      @nilachaleducationalwelfare8730  3 года назад +2

      আপোনাৰ মন্তব্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷গীতটিৰ আঁৰৰ কথাংশ উল্লেখ কৰা বাবে ধন্যবাদ৷

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 3 года назад +2

      Ekabara kitapai amar bondhu.... Good thinking

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 3 года назад +1

      Amar Assam kesari Ambikagiri Roychoudhury xokolot Koi mahan... Aji teur xonman gotai Bharat bhorshotai.... Teur jixokilai songsporkho paisil tar Dr. Banikanta kakati bhagyavan... Bharatar rastrapoti, PM, vice president xokoloa teuk naman krise.... Xosai amr Assam kesari mahan

    • @uttamkumarroy2583
      @uttamkumarroy2583 2 года назад

      আপোনাৰ বক্তব্যৰ পৰা নজনা কথাখিনি জানিব পাৰি অতিশয় উপকৃত হলোঁ বৰুৱা ডাঙৰীয়া।

  • @ranjanagogoi4569
    @ranjanagogoi4569 3 месяца назад

    Very. Nice

  • @simantadas3676
    @simantadas3676 3 года назад +2

    গাৰ কপনি উঠি যায়।

  • @runimaborah3453
    @runimaborah3453 3 года назад +1

    বহুত সুন্দৰ ।

  • @mahimaranjan3420
    @mahimaranjan3420 3 месяца назад

    সংগীত বৰ দূৰ্বল !

    • @Parag.Baruah
      @Parag.Baruah 3 месяца назад

      আপুনি সংগীত বিশেষজ্ঞ নেকি

  • @mastermrinal3012
    @mastermrinal3012 2 года назад +1

    Love from DIET, TSK

  • @cbhag
    @cbhag Год назад +1

    A very nice performance

  • @gitashreehazarika6705
    @gitashreehazarika6705 2 месяца назад

    ❤❤❤❤❤❤❤❤❤❤❤

  • @nilutpalgogoi4353
    @nilutpalgogoi4353 Месяц назад

    🙏🙏🙏🙏

  • @niyor_1108
    @niyor_1108 3 года назад +1

    খুব সুন্দৰ গীত

  • @sauravsarma9796
    @sauravsarma9796 4 года назад +2

    খুব ভাল লগা গীত

  • @MoshmiBarman-g9z
    @MoshmiBarman-g9z 16 дней назад

    অকল শিল্পী নহয়। এটা যুগ একমাত্ৰ সুৰ একমাত্ৰ স্মৃতি হীৰা তকৈও কাৰো লগত তুলনা নোহোৱা এক উজ্বল নক্ষত্ৰ ।

  • @kabitasaikia3029
    @kabitasaikia3029 3 года назад +1

    Bohout Vall lagise

  • @upenholdar4406
    @upenholdar4406 4 месяца назад +1

    ❤❤❤❤❤❤

  • @mridulbarman4781
    @mridulbarman4781 3 года назад +1

    Val lagil

  • @ajoyendranathtrivedi5875
    @ajoyendranathtrivedi5875 5 месяцев назад +1

    असम केसरी की कलम धन्य है

  • @juotishman6230
    @juotishman6230 Год назад +1

    🎉🎉

  • @rupjyotidashazarika6456
    @rupjyotidashazarika6456 2 года назад +1

    Nice

  • @kabinsahariah6149
    @kabinsahariah6149 2 года назад +1

    চিৰ সেউজীয়া গীত। 🙏

    • @nilachaleducationalwelfare8730
      @nilachaleducationalwelfare8730  2 года назад

      ধন্যবাদ জনালোঁ

    • @ashokdas7041
      @ashokdas7041 2 года назад

      অপূর্ব গীত টো শোনাৰ সুযোগ কৰি দিয়াৰ বাবে ধন্যবাদ জনালো।

  • @dhanmanihazarika4177
    @dhanmanihazarika4177 Месяц назад

    আমি এইবোৰ গীত Caller Tune কৰিব পাৰো। তাৰ বাবে চেষ্টা কৰক‌। তেতিয়াহে আমিবোৰে এই সমবেত সংগীতবোৰ জীয়াই ৰাখিব পাৰিম।

  • @jitiranideka6294
    @jitiranideka6294 3 года назад +1

    Gantu sunile gaboloi mon jai aru moi gan gai vhal pao

  • @AminulHoque-l8u
    @AminulHoque-l8u Год назад +1

    200 var honilo gitti

  • @RRS-rd7bd
    @RRS-rd7bd 4 года назад +1

    সুন্দৰ

  • @pranjalkishoresharmah4942
    @pranjalkishoresharmah4942 4 года назад +1

    সুন্দৰ