Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাল লাগিছে, সহজ-সৰল গৃহিনী,ভদ্ৰ, কম কথা কোৱা দৃষ্টিপ্ৰিয়া হাজৰিকা।কৃষ্ণমণি দা আৰু দৃষ্টিপ্ৰিয়াৰ যুক্ম জীৱন শান্তি আৰু সফলতা লাভ কৰক তাৰে কামনা কৰিলো।ভাল লাগিছে।
Amr ghrr usrr drishtipriya ba tmk Krishna Moni dar lgt bht vl lgise♥️
আপুনি বহুত ভাগ্যবান কৃষ্ণ দা। ইমান সহজ সৰল ৱৌ এজনি পাইছে।
সচাঁকৈ পাভযোৰা দেই কৃষ্ণদা আৰু দৃষ্টিবা আপোনাৰ 💑। কৃষ্ণদা আৰু দৃষ্টিবা আপোনালোকৰ জীৱনত সুখ আৰু শান্তি সদায়ে পাই থাকে যেন। এয়াই ভগৱানৰ ওচৰত সৰল মিনতি।
পাভ-জোৰা একদম।ইমান মৰম লগা বৌজনী, ইমান সহজ-সৰল,মৰমিয়াল ছোৱালী।ধন্যবাদ চক্ৰপানী দাদা ইমান ধুনীয়া সাক্ষাৎকাৰ এটা লোৱা বাবে😘😍
ভাল লাগিল। মৰম লগা বৌজনী।
ভাল লাগিছে কিষ্ণ দা আপোনাৰ বৌ জনি।সহজ সৰল আৰু কম কথা কয়। I like kishno Da and bou
অতি সুন্দৰ প্ৰেমৰ কাহিনী। ভৱিষ্যত জীৱন সুখৰ হোৱাৰ কামনা কৰিলোঁ ।
বহুত ভাল লাগিল।দৃষ্টিপ্ৰয়া বৌ সঁচাকৈয়ে বহুত সহজ সৰল। ভগৱানে যোৰা ওপৰৰপৰাই বনাই পঠিয়াই।কৃষ্ণমণি দা আমাৰ সম্পৰ্কীয়।
, 🌸🌸🌸দাদাৰ বৌ জনী বৰ ধুনীয়া দেই🥀🌻বিয়া শুভেচ্ছা থাকিল 🌻🌻
খুব ভাল লগা প্ৰেম কাহিনী দেই.. কৃষ্ণমণি দাৰ... 😍😍
My favorite journalist chakrapani parashar ❤️anusthan tu sai khubei bhal lagil.. Jugmo jiwan xukhi houk apunalukr...
Bow jni bohut dhuniya hoi ,log pislu adin..krisna daa bohut lucky dei😄
what a Black and white combination waoowwww !!!!!!Awsome.
লৈছে আপুনি 🤣🤣
@@roktimraag1129 buji nepalu ki kola
বৌ জনী ভয় ভয়কে আছে ,খুবেই সাধাৰন ভাল লাগিছে ।যুগ্ম জীৱন সুখৰ হওঁক আপোনালোকৰ ।
Ki bissak ase manhubur aji Kali,poisa karone jikunu koribo paribo aji Kali lora suwali bilake,
@@পিতমচেতিযা .kio kole buji napalu
@@bhabanahazarika1748 oo hei suwali joni luviya karone2 buratur logot biya hoise
I have a Huge Crush on Chakrapani daa 😁 But I really loved the love story of Chakrapani daa and bou (once I saw them in a interview). God bless you both chakra daa and bou 👫 .And Chakrapani daa you have a cutest child ♥ 😘
Moja val lagil chokroo da krishno da biyar lifeor Katha huni.
খুউব সাধাৰণ সহজ সৰল ছোৱালী এজনী বৌ হিচাপে পালো দেই ৷৷ সচাই বহুত বেছি সুখী হওক দুয়োজন ৷৷ আমাৰ শুভকামনা সদায় আপোনালোকৰ লগত থাকিব ৷৷
Ooo nice
Moja🤗🤗🤗
Moni dada r jugmjibon hohkere vori porok gd bless you
@Rashidul Hassan k
ⁿ
খুব ভাল লাগিল আপোনালোকৰ কথোপ কথন ।দম্পত্তি জীৱন সুখী হোৱাৰ কামনা কৰিলো।
ছোৱালীজনী খুৱ মৰমৰ. তেনে ছোৱালী পাবলৈ বহুত টান
*বুঢ়া গৰুযে এতিয়া ভাল হাল মাৰিব😊😊😊😊😊😊😊*
24 age bristi Priya
Simple girl ... Bhal lagise ... Always be simple like your looks
Boujoni dhuniya morom loga vale thakok ishore vale rakhok
Chakrapani Dada khub vl lage apunar interview.....apunar ontorkhonu khub dhuniyalove u Dada....God bless you....
ভাল লাগিল অনুষ্ঠানটো চাই...বিশেষভাৱে ভাল লাগিল বৌ সহজ-সৰল নম্ৰভাৱে কথা কোৱাৰ স্বভাৱটো...আশা ৰাখিছো জীৱনৰ অন্তিম উশাহ থকালৈকে বৌয়ে এই স্বভাৱটো সলনি হ'ব নিদি জীয়াই ৰাখিব .... । আপোনালোকৰ যুগ্ম জীৱন সুখি হোৱাৰ অযুত অসীম কামনা কৰিলো ॥ এইখিনিতে কৃষ্ণ দা লৈ এটি সৰু নিবেদন....বহু ক্ষেত্ৰত আজিৰ চামে নিজক বেছি গুৰুত্ব দিওঁতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাক পাহৰি যোৱাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি ভাষাক পাহৰি যোৱাৰ উপৰিও নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বও যেন পাহৰি পেলাইছে এনে লাগে । নিজৰ লগতে প্ৰতিজনৰে সমাজৰ প্ৰতিও যে কৰণিয় আছে তাকে ভবাই তুলিবলৈ পুনৰ অসমৰ স্বাৰ্থত,কেচা মাটিৰ গুন্ধ ল'বলৈ শিকা ,দেশক ভাল পাবলৈ শিকা সমাজক ভাল পাবলৈ শিকা বৈপ্লৱিক ন ন গান উপহাৰ দিবলৈ অনুৰোধ জনালোঁ.....🙏🙏🙏পৰিশেষত আপোনালোকৰ সংসাৰ সুখৰ হোৱাৰ আশাৰে নেদেখাজনক প্ৰৰ্থনা জনাই সামৰিছোঁ ॥ ধন্যবাদেৰে দ্বিপন জ্যোতি নেওগ(কাকপথাৰ)
কৃষ্ণ দা আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওঁক
বৌ সচাঁকৈয়ে বৰ ভাল দেই,,আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওঁক
Nice couple..🙏🙏🙏God bless both of you🙏🙏🙏
Bou joni bht cute ru sokujurit nomro,vodro, sorolota2 futi uthise...😍😍
Kohob Vall lagi kisumoni dada Aro nobo or peram kani,god balss you.
চক্ৰ তুমি কিছুমান কথা খুব নিৰপেক্ষ ভাৱে কোৱা.. সেই কাৰণে ভাল লাগে,,, তুমি আগুৱাই যোৱা..
O kishna Da apuni bohut laki bow Joni eman dhunia aru moromloga
Hosai deii bhut val lgil 2 tar lovestry huni...love u 2 take
Bhut vl lgil Krishno Daa..Hukhi hoi thakok hodai
Krishnamoni da kintu bohut jomoni dei 😅😅😍
বহুত ভাল লাগিল অনুস্হানটো
Hodai happy hoi thka...love u dada n bow
আপোনাৰ অনুস্থানটো পাই মই বহুত সুখি অনুভৱ কৰিছো ধন্যবাদ থাকিল আপোনালৈ আৰু লগতে দাদা বৌ লৈ
Dhuneya love story 😊koina joni dhuneya lagese bohut cute ase😊😊happy married life 😊
Manash portim canal
Krishna da boue jni hosae bhut dhunia aru hohoj horol .
Such a cute couple and his wife is very simple
Val lagile Krishna da Drishti bow aaru chakrapani da
Chakra da acident2r pst apunk dekhi vl lgil.Stay blasd....moi apunr bigst fannn..Bdw Belatd Hpy Married Life Krishna da nd bou
Lovely......
Mza de krisna da ....Dhuniya de bau gani .....Doyo khuki haok .....
এই অনুস্হানটো সচাকৈয়ে কিবা এটা ভাল লাগিল, চক্ৰপাণি দাদা।
Bow jni khub dhuniya...... Bhut santo suwali jni 😊😊😊
বৌ জনীৰ হাহিতো বৰ ধুনীয়া ।।অলপ লাজকুৰীয়া ও কিন্তু ।।।😊
মমমমমমমমম
Bohut val lagil sai 👌👌👌👌
ha ha tamam krishna Da.....u r really free mind person....love U
Vl lagil bhut....mur mae krishnamoni dak bhut vl paiiii
Amar bow joni eman morom loga😘xoru puali nisina lgise😇
Bohut val lagil chakra daa
Chokra daa apuni kinto bht suwalir crush Dy😂😂😂
😋😋😋
❤❤
Sexy joni
@@gitarthadutta3978 😵😵😵
Moi bhut vlpu deii
Bohut val lagil Sai 👌👌
Bhut dhuniya ow 😍😍
Hsake bow bhut morom lga kotha buru ❤️❤️❤️ hdai hukhi hoi thako
চক্ৰপানী দা দৃষ্টপ্ৰিয়া আৰু মই একে লগে পঢ়া। আৰু তাই মোৰ ঘৰৰ ওচৰৰ একে লগে একে স্কুল অত পঢ়া।ভাল লাগিলে তাইক বহুত দিনৰ মূৰত দেখিলো।।
Hits of Alka Yamno
Moja pavo jura
বৌ জনী কিন্তু বহুত মৰমলগা দেই😘😘
Tumio bohut morom loga kintu dei😘😘
Bor val lagil ... Krishna da khub happy teur kotha aru hahite gom pai. Bow goraki khub dhunia..
Chakra your Interview is always amazing
Khub vl lagil sai....kishna moni da ktha huni bht vl lagil...bowjni mrmlga...
The most clever artist of Assam
Moja Krishna moni da apunar kaina beautiful
Happy couple ❤️Chakra da my crush 😍😍
Bhut val lagil show tu sai....Bow jni bhut morom lga
ip
অতি সুন্দৰ ,নম্ৰ, ভদ্ৰ ছোৱালী এজনী |
ভাল লাগিল দাদা আপোনাৰ অনুষ্ঠান তো চাই, কৃষ্ণ ডাৰ সকলোৰবোৰ অনুষ্ঠান মই চাও
Khub val lagil video tu sai... 💕💕💞💞
কৃষ্ণমনি দাদা বৌজনী সচাই ধুনীয়া দেই।।
Chakrapani daa programme to sai bht vl lagil
Aami namrupt thakim. Dei....bor bhal lage. Japisajia bahut dur. Bindass. Good life sir
Khundoor dada😍😍😍
Wow black and white... Nice
Manash Chetia haha
সচাকৈয়ে ভাল লাগিলে অনুষ্ঠানটো চাই.... কৃষ্ণ দা সচাকৈয়ে মোৰো বহুত পিয় শিল্পী সুন্দৰ জীৱন সংগী
Bou joni dekhiboloi alp singer chayanika baa r nisina baa r vonti nisina he lagise bht dhunia dei.
কৃষ্ণ দা সচাকৈ আপোনাৰ কথাবোৰ শুনি বহুত কথা জানিব ।। পৰা যায় ইমান ভাল ভাল কথা কয় সমাজৰ হৈ । । ভৱিষ্যতে আৰু ভাল হওক
বৌ জনী বহুত ধুনীয়া।দেই
hosakoi eman morom loga suali dristypriya, duire jivon hundor howok..
So Very Nice Video Wonderful
amr jorhotia swali lajkuriya okn ase ..bow jni mrm lga 😍
Susmita Gogoi hoi nki
Hoi nki
Wah bahut val lagil.akhantek sai. Very nice.
দাদাৰ গানবোৰ শুনি মই বহুত ভাল পাওঁ বৌ জনি একে বাৰে সহজ সৰল !! সচাঁই ভাল লাগিল!!
Biku Gogoi n#8
Biku Gogoi ,utgdryy5rdg JK0*//'$)("":(
Biku Gogoi≥﹏≤(╯_╰)(╯_╰)(╯_╰)
Biku Gogoi f CNN hijjky to
Krisno khura khurik Bor vl lagil...choklet kahini2 bohut vl lagil.
Parachar da u r rock,,,,love u😜😜😜😜
Bhal lagil dei....krishna da
Lovely story ❤️....huvessa jonalu boibahik jibnloi...🤝 ...
saii vl lgil show tu.. kothaxini khuni bhut vl lgil.. 😍
Emn Dhunia love story xunile xunib mon goi thake ow.kthabur emn Dhunia Krishna da nd. Bow jdiu km ktha koi vl lgil?
Chokrapani parasor bikoy upasthapon bor bhal lage... Congratulations
Chakra daar uporot Kar Kar crush ase😋😍 😂 hit like 👍 ufff ki smile
Hi u up to pop pop pop pop no hi chi chi 🙄😶😶😪😫😫😒🤤😝😜😛😌😣😴😴😴😣😴😣😥😴😴😴😴😣😣😣😴😴😴😴😴😴😴😴😴😴😴😴😓😔😔😕🙃🤑😲☹️☹️😱😳😈👿👿👿👿👿👿 on u😰😡😠🤬😳🤪😳😱😈👿👿
বহুতেই ভাল লাগিল। 😍😍❤️👌
🔥 Mm 0
এই দৃষ্টিপ্ৰিয়া মোৰ ভন্টি'ৰ লগৰ দেই, এই অনুষ্ঠান টো চাইহে গম পালোঁ, ছোৱালী জনী যে তাই,মই গমেই নাপালোঁ দেই। বাৰু ভাল লাগিল👍👍👌
so sweet and humble lady
Best of luck krishna da
অনুষ্ঠানটো চাই বহুত ভাল লাগিল
Apunar hahi hahi hudha khothabur bohut bohut dhuniya Lage........show tu Sai val lagil
Bhut hundor sow.....👌👌👌👌
Chakrapani da Show to bhut val lagil..
Dhuniya lagise dristipriyak .kola boga juri
Very truthful.... Keep going with good smile and better works.... You two will be in the best path
কৃষ্ণ দাক সচাকৈ ভাল লাগে মোৰ সকলোতকৈ পিথক,,,
ভাল লাগিছে, সহজ-সৰল গৃহিনী,ভদ্ৰ, কম কথা কোৱা দৃষ্টিপ্ৰিয়া হাজৰিকা।কৃষ্ণমণি দা আৰু দৃষ্টিপ্ৰিয়াৰ যুক্ম জীৱন শান্তি আৰু সফলতা লাভ কৰক তাৰে কামনা কৰিলো।ভাল লাগিছে।
Amr ghrr usrr drishtipriya ba tmk Krishna Moni dar lgt bht vl lgise♥️
আপুনি বহুত ভাগ্যবান কৃষ্ণ দা। ইমান সহজ সৰল ৱৌ এজনি পাইছে।
সচাঁকৈ পাভযোৰা দেই কৃষ্ণদা আৰু দৃষ্টিবা আপোনাৰ 💑। কৃষ্ণদা আৰু দৃষ্টিবা আপোনালোকৰ জীৱনত সুখ আৰু শান্তি সদায়ে পাই থাকে যেন। এয়াই ভগৱানৰ ওচৰত সৰল মিনতি।
পাভ-জোৰা একদম।ইমান মৰম লগা বৌজনী, ইমান সহজ-সৰল,মৰমিয়াল ছোৱালী।ধন্যবাদ চক্ৰপানী দাদা ইমান ধুনীয়া সাক্ষাৎকাৰ এটা লোৱা বাবে😘😍
ভাল লাগিল। মৰম লগা বৌজনী।
ভাল লাগিছে কিষ্ণ দা আপোনাৰ বৌ জনি।সহজ সৰল আৰু কম কথা কয়। I like kishno Da and bou
অতি সুন্দৰ প্ৰেমৰ কাহিনী। ভৱিষ্যত জীৱন সুখৰ হোৱাৰ কামনা কৰিলোঁ ।
বহুত ভাল লাগিল।
দৃষ্টিপ্ৰয়া বৌ সঁচাকৈয়ে বহুত সহজ সৰল। ভগৱানে যোৰা ওপৰৰপৰাই বনাই পঠিয়াই।
কৃষ্ণমণি দা আমাৰ সম্পৰ্কীয়।
, 🌸🌸🌸দাদাৰ বৌ জনী বৰ ধুনীয়া দেই🥀🌻বিয়া শুভেচ্ছা থাকিল 🌻🌻
খুব ভাল লগা প্ৰেম কাহিনী দেই.. কৃষ্ণমণি দাৰ... 😍😍
My favorite journalist chakrapani parashar ❤️anusthan tu sai khubei bhal lagil.. Jugmo jiwan xukhi houk apunalukr...
Bow jni bohut dhuniya hoi ,log pislu adin..krisna daa bohut lucky dei😄
what a Black and white combination waoowwww !!!!!!Awsome.
লৈছে আপুনি 🤣🤣
@@roktimraag1129 buji nepalu ki kola
বৌ জনী ভয় ভয়কে আছে ,খুবেই সাধাৰন ভাল লাগিছে ।যুগ্ম জীৱন সুখৰ হওঁক আপোনালোকৰ ।
Ki bissak ase manhubur aji Kali,poisa karone jikunu koribo paribo aji Kali lora suwali bilake,
@@পিতমচেতিযা .kio kole buji napalu
@@bhabanahazarika1748 oo hei suwali joni luviya karone2 buratur logot biya hoise
I have a Huge Crush on Chakrapani daa 😁 But I really loved the love story of Chakrapani daa and bou (once I saw them in a interview). God bless you both chakra daa and bou 👫 .And Chakrapani daa you have a cutest child ♥ 😘
Moja val lagil chokroo da krishno da biyar lifeor Katha huni.
খুউব সাধাৰণ সহজ সৰল ছোৱালী এজনী বৌ হিচাপে পালো দেই ৷৷ সচাই বহুত বেছি সুখী হওক দুয়োজন ৷৷ আমাৰ শুভকামনা সদায় আপোনালোকৰ লগত থাকিব ৷৷
Ooo nice
Moja🤗🤗🤗
Moni dada r jugmjibon hohkere vori porok gd bless you
@Rashidul Hassan k
ⁿ
খুব ভাল লাগিল আপোনালোকৰ কথোপ কথন ।দম্পত্তি জীৱন সুখী হোৱাৰ কামনা কৰিলো।
ছোৱালীজনী খুৱ মৰমৰ. তেনে ছোৱালী পাবলৈ বহুত টান
*বুঢ়া গৰুযে এতিয়া ভাল হাল মাৰিব😊😊😊😊😊😊😊*
24 age bristi Priya
Simple girl ... Bhal lagise ... Always be simple like your looks
Boujoni dhuniya morom loga vale thakok ishore vale rakhok
Chakrapani Dada khub vl lage
apunar interview.....
apunar ontorkhonu khub dhuniya
love u Dada....
God bless you....
ভাল লাগিল অনুষ্ঠানটো চাই...বিশেষভাৱে ভাল লাগিল বৌ সহজ-সৰল নম্ৰভাৱে কথা কোৱাৰ স্বভাৱটো...আশা ৰাখিছো জীৱনৰ অন্তিম উশাহ থকালৈকে বৌয়ে এই স্বভাৱটো সলনি হ'ব নিদি জীয়াই ৰাখিব .... । আপোনালোকৰ যুগ্ম জীৱন সুখি হোৱাৰ অযুত অসীম কামনা কৰিলো ॥ এইখিনিতে কৃষ্ণ দা লৈ এটি সৰু নিবেদন....বহু ক্ষেত্ৰত আজিৰ চামে নিজক বেছি গুৰুত্ব দিওঁতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাক পাহৰি যোৱাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি ভাষাক পাহৰি যোৱাৰ উপৰিও নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বও যেন পাহৰি পেলাইছে এনে লাগে । নিজৰ লগতে প্ৰতিজনৰে সমাজৰ প্ৰতিও যে কৰণিয় আছে তাকে ভবাই তুলিবলৈ পুনৰ অসমৰ স্বাৰ্থত,কেচা মাটিৰ গুন্ধ ল'বলৈ শিকা ,দেশক ভাল পাবলৈ শিকা সমাজক ভাল পাবলৈ শিকা বৈপ্লৱিক ন ন গান উপহাৰ দিবলৈ অনুৰোধ জনালোঁ.....🙏🙏🙏
পৰিশেষত আপোনালোকৰ সংসাৰ সুখৰ হোৱাৰ আশাৰে নেদেখাজনক প্ৰৰ্থনা জনাই সামৰিছোঁ ॥
ধন্যবাদেৰে দ্বিপন জ্যোতি নেওগ(কাকপথাৰ)
কৃষ্ণ দা আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওঁক
বৌ সচাঁকৈয়ে বৰ ভাল দেই,,আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওঁক
Nice couple..🙏🙏🙏God bless both of you🙏🙏🙏
Bou joni bht cute ru sokujurit nomro,vodro, sorolota2 futi uthise...😍😍
Kohob Vall lagi kisumoni dada Aro nobo or peram kani,god balss you.
চক্ৰ তুমি কিছুমান কথা খুব নিৰপেক্ষ ভাৱে কোৱা.. সেই কাৰণে ভাল লাগে,,, তুমি আগুৱাই যোৱা..
O kishna Da apuni bohut laki bow Joni eman dhunia aru moromloga
Hosai deii bhut val lgil 2 tar lovestry huni...love u 2 take
Bhut vl lgil Krishno Daa..Hukhi hoi thakok hodai
Krishnamoni da kintu bohut jomoni dei 😅😅😍
বহুত ভাল লাগিল অনুস্হানটো
Hodai happy hoi thka...love u dada n bow
আপোনাৰ অনুস্থানটো পাই মই বহুত সুখি অনুভৱ কৰিছো ধন্যবাদ থাকিল আপোনালৈ আৰু লগতে দাদা বৌ লৈ
Dhuneya love story 😊koina joni dhuneya lagese bohut cute ase😊😊happy married life 😊
Manash portim canal
Krishna da boue jni hosae bhut dhunia aru hohoj horol .
Such a cute couple and his wife is very simple
Val lagile Krishna da Drishti bow aaru chakrapani da
Chakra da acident2r pst apunk dekhi vl lgil.Stay blasd....
moi apunr bigst fannn..
Bdw Belatd Hpy Married Life Krishna da nd bou
Lovely......
Mza de krisna da ....Dhuniya de bau gani .....Doyo khuki haok .....
এই অনুস্হানটো সচাকৈয়ে কিবা এটা ভাল লাগিল, চক্ৰপাণি দাদা।
Bow jni khub dhuniya...... Bhut santo suwali jni 😊😊😊
বৌ জনীৰ হাহিতো বৰ ধুনীয়া ।।অলপ লাজকুৰীয়া ও কিন্তু ।।।😊
মমমমমমমমম
Bohut val lagil sai 👌👌👌👌
ha ha tamam krishna Da.....u r really free mind person....love U
Vl lagil bhut....mur mae krishnamoni dak bhut vl paiiii
Amar bow joni eman morom loga😘xoru puali nisina lgise😇
Bohut val lagil chakra daa
Chokra daa apuni kinto bht suwalir crush Dy😂😂😂
😋😋😋
❤❤
Sexy joni
@@gitarthadutta3978 😵😵😵
Moi bhut vlpu deii
Bohut val lagil Sai 👌👌
Bhut dhuniya ow 😍😍
Hsake bow bhut morom lga kotha buru ❤️❤️❤️ hdai hukhi hoi thako
চক্ৰপানী দা দৃষ্টপ্ৰিয়া আৰু মই একে লগে পঢ়া। আৰু তাই মোৰ ঘৰৰ ওচৰৰ একে লগে একে স্কুল অত পঢ়া।ভাল লাগিলে তাইক বহুত দিনৰ মূৰত দেখিলো।।
Hits of Alka Yamno
Moja pavo jura
বৌ জনী কিন্তু বহুত মৰমলগা দেই😘😘
Tumio bohut morom loga kintu dei😘😘
Bor val lagil ... Krishna da khub happy teur kotha aru hahite gom pai. Bow goraki khub dhunia..
Chakra your Interview is always amazing
Khub vl lagil sai....kishna moni da ktha huni bht vl lagil...bowjni mrmlga...
The most clever artist of Assam
Moja Krishna moni da apunar kaina beautiful
Happy couple ❤️
Chakra da my crush 😍😍