হৰিশ্চন্দ্ৰ উপাখ্যান ( 2) / ভাগৱত পাঠ ছবি / নৱম স্কন্ধ/bhagwat path/assamese culture1 /dipak saikia

Поделиться
HTML-код
  • Опубликовано: 10 дек 2024

Комментарии • 18

  • @moligogoi2267
    @moligogoi2267 23 дня назад +1

    জয় শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো 🙏🙏🙏🙏🙏

  • @HemantaDutta-y1v
    @HemantaDutta-y1v Месяц назад +1

    কৃষ্ণ বহুত ভাল লাগিল আৰু দিব

  • @DimbeswarKochari
    @DimbeswarKochari Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @bijurajkhowa7114
    @bijurajkhowa7114 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ নমস্কাৰ।

  • @RintuBora-lx4ri
    @RintuBora-lx4ri 5 дней назад +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @Ranjitgogoi5720
    @Ranjitgogoi5720 2 месяца назад +2

    লিখনি দি পাঠ কৰা কাৰণে অশেষ ধন্যবাদ দিলো এনেকৈ আৰু আগ বাঢ়ি যোৱাৰ

    • @assameseculture1
      @assameseculture1  2 месяца назад

      জনোৱাৰ বাবে ধন্যবাদ।।।চেষ্টা কৰিম।।।কৃষ্ণ ৰাম

    • @Ranjitgogoi5720
      @Ranjitgogoi5720 2 месяца назад +1

      @@assameseculture1 , এনেকৈ পাঠ কৰিলে মোৰ দৰে নতুন কৈ পাঠ কৰা সকলৰ কাৰণে ভাল হয়। কি ভাগৱত ঘৰত পাঠ কৰিবৰ বা ৰাখিবৰ নাপায় বুলি জানিব পাৰিছো‌ । পাৰিলে জনাবৰ‌ প্ৰভু

    • @assameseculture1
      @assameseculture1  Месяц назад

      @Ranjitgogoi5720
      নাপায় নাপায় কৈ অসমীয়া যুৱক যুৱতীক ঈশ্বৰ পূজাৰ পৰা বঞ্চিত কৰি কৰি শেষ কৰিছে কিছুমান মানুহে।।।।

  • @dilipdas8112
    @dilipdas8112 2 месяца назад +2

    ভাল লাগিল কৃষ্ণ কৃষ্ণ আগুৱাই যাওক আমাৰ দৰে সাধাৰণ লোকৰ বাবেই বহুত ভাল লাগিল এই দৰে লাইন টৌ দেখুৱাই আৰু বনাব কৃষ্ণ কৃষ্ণ

    • @assameseculture1
      @assameseculture1  2 месяца назад

      কৃষ্ণ কৃষ্ণ
      ধন্যবাদ নিশ্চয় চেষ্টা কৰিম

  • @NishantaRdx
    @NishantaRdx День назад +1

    কৃষ্ণ কৃষ্ণ অহৰি অৰাম

  • @ZintiGogoi
    @ZintiGogoi 2 месяца назад +1

    🙏🙏🙏

  • @BinodHazarika-i9v
    @BinodHazarika-i9v Месяц назад +1

    কৃষ্ণ

  • @montuborah6113
    @montuborah6113 2 месяца назад +1

    প্ৰথম স্কন্ধৰ পৰা ভিডিঅ' দিবছোন মোৰ বৰ শিকিব মন আছে

    • @assameseculture1
      @assameseculture1  2 месяца назад

      আৰম্ভ কেনেকৈ কৰে ওচৰৰ কোনোবা জনা শুনা মানুহৰ ওচৰত শিকি লব।।। বাকী পদ/দুলড়ী/ছবি/লেছাৰী/ঝুনা/ঝুমুৰী// মোৰ channelত উপলব্ধ আছে ।