কেন্দ্ৰীয় বাজেটে কঠিন প্ৰত্যাহ্বানৰ সন্মুখলৈ ঠেলি দিছে আপৰ লগতে মুৰব্বী অৰবিন্দ কেজৰিৱালক

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • কেন্দ্ৰীয় বাজেটত মধ্যবিত্তক সকাহ দিয়াৰ উদ্দেশ্যে ঘোষণা কৰা বৃহৎ কৰ ৰেহাইৰ প্ৰভাৱ পৰিব দিল্লী বিধানসভা নিৰ্বাচনত। কেন্দ্ৰীয় বাজেটে কঠিন প্ৰত্যাহ্বানৰ সন্মুখলৈ ঠেলি দিছে আপৰ লগতে মুৰব্বী অৰবিন্দ কেজৰিৱালক। কেন্দ্ৰীয় বাজেট ঘোষণাৰ পিছতেই বিজেপিয়েও কৰ ৰেহাই প্ৰসংগৰে প্ৰচাৰ চলাইছে দিল্লীত।
    #pratidintime #arvindkejriwal #bjp #narendramodi #nirmalasitharaman

Комментарии • 4

  • @movieclips9771
    @movieclips9771 6 дней назад +2

    BJP Zindabad ❤

  • @movieclips9771
    @movieclips9771 6 дней назад +2

    Delhi t aibar BJP Government hbo❤

  • @rawandreal99
    @rawandreal99 6 дней назад

    AAP will clean sweep by winning 69 out of 70 seats

  • @HariPrasadSwargari
    @HariPrasadSwargari 6 дней назад

    Bajete kunu probhab pelabo nuware,keyonu purbansoli voter Bihar,Up aadi pora aaha aae hokol bujon hankhok Aap dikhot...