বাৰ্তালাপৰ ছাত্ৰী আজি শ্ৰেণীকোঠাৰ অতিথি হ'ল...

Поделиться
HTML-код
  • Опубликовано: 4 июн 2023
  • এমাহ বিহু নাচি তাই উপাৰ্জন কৰিলে ৬ লাখ টকা...
    বাৰ্তালাপৰ ছাত্ৰী আজি শ্ৰেণীকোঠাৰ অতিথি হ'ল...
    মুনুকনৰ কন্ঠক আপুনিও প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে...
    উজনিৰ পৰা নামনিলৈ বুটলিলে বিহুৰ বহুকেইটা খিতাপ...
    দুবাৰকৈ "DY বিহুৰাণী" ৰ finalist হোৱা মুনুকনৰ সপোন "বিহু সম্ৰাজ্ঞী" হোৱাৰ...
    #baartalaap #chakrapaniparashar #assam #bihu2023 #bihudance
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

Комментарии • 88

  • @krishnadeka7498
    @krishnadeka7498 Год назад +20

    Skrapani sirei ajile toi boli bebhar kri intarvew ty powa nai sage

  • @tinashree2418

    Bihuwati ajonik toi kole xuniboloi bhot beya lage jiman apun nhok kinto teu potibare tumi buli koi ase aku apuni toi toi kori ase

  • @ramulyaghatwal6663
    @ramulyaghatwal6663 Год назад +4

    tumr khota khini suni mur soku pani ulai goese.mur 5yr swaile ase tai u aibr nasise tai k loe u mur sopun tumr dore.

  • @shikhasgallery2716
    @shikhasgallery2716 Год назад +2

    Jimanei frnds nhowk,jimanei apun sinaki nhowk kio social interview t anchor ejone toi buli hombodhon korile huniboloi val nalage.. toi buli nokoleo duigorakire kothat apunotto tu futi uthile heten..

  • @mridulaboruah6200
    @mridulaboruah6200 21 час назад

    Munukon tumar bihu sai khub val pau.. Tumi hodai agbahi jua

  • @anarikagohainvlogs7463

    Munukon tumr bai bihuwati buware nasise sage no mak dekhiselu,

  • @bhaskarjyotisonowal.
    @bhaskarjyotisonowal. Год назад +3

    Namratapriyam ba tmr kotha bur emn val lage dei❤

  • @user-br7kd9tg3v

    Moja hoise ❤

  • @joyshreegogoiofficial7097
    @joyshreegogoiofficial7097 Год назад +3

    Bohut val lagise aji tuk aitu anusthanot dekhi❤🎉

  • @tapanbaruah1006
    @tapanbaruah1006 Год назад +2

    Khub val lagil. Aguai jua

  • @munukongogoiofficial7640
    @munukongogoiofficial7640 Год назад +95

    জীৱনৰ সপোনৰ দেউনাবোৰ আজি যেন মোৰ নিচেই কাষত ।এটা সপোন আছিল প্ৰথমে বাৰ্তালাপ শ্ৰেণী কোঠাৰ এগৰাকী ছাত্ৰী হোৱা কিন্তু শ্ৰেণীৰ কোঠাত বহি থাকোঁতে মনে মনে অনুভৱ হৈছিল অতিথী হোৱাৰ !সকলোৰে আগত মোৰ জীৱনৰ যাত্ৰাৰ কাহিনীবোৰ বিৱৰি কোৱাৰ আৰু সেই সপোনবোৰ আজি বাস্তুৱৰ দিশে !এই ক্ষেত্ৰত চক্ৰপাণী ছাৰৰ অৰিহণা কেতিয়াওঁ নুই কৰিব নোৱাৰো !কাৰণ ছাৰে নভৱা হলে আজি মোৰ বাবে সম্ভৱ নহল হয় । বাৰ্তালাপৰ পৰিয়ালক মই ধন্যবাদেৰে মোৰ দায়িত্ব শেষ কৰিব নোৱাৰোঁ , সকলোৰে ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম

  • @jmbassamesepoemandculture6858
    @jmbassamesepoemandculture6858 Год назад +10

    বহুত ভাল লাগিল ❤️ এইবাবেই বাৰ্তালাপ প্ৰিয়। আৰু আগুৱাই যাওঁক। ধেমাজিৰ পৰা গৌৰৱ অনুভৱ কৰি অভিনন্দন জনালোঁ মুনুকন।

  • @utpalentertainm...6808
    @utpalentertainm...6808 Год назад +5

    বাৰ্তালাপক ধন্যবাদ,আমাৰ ধেমাজিৰ গৌৰৱ,ধেমাজিৰ নাচনী বাজনীৰ মনৰ কথাবোৰ কোৱাৰ সুবিধা দিয়াৰ বাবে।

  • @Nscreation233
    @Nscreation233 Год назад +14

    interviewত যিমানে লগৰ হওঁক বা ঘৰৰ পৰিয়ালৰে নহওঁক তই বুলি কলে শুনিবলে অলপ বেয়া লাগে। যিমান পাৰা তুমি বুলি কবলৈ চেষ্টা কৰিবা কাৰণ শুনিবলে শুৱনি হয়।মুনুকনক বহুত ভাল লাগে এজনী ভাল নাচনী আগুৱাই যোৱা

  • @tinkumonidutta7751
    @tinkumonidutta7751 Год назад +11

    Interview, সাক্ষাৎকাৰত তই সম্বোধন নকৰিলে আনে শুনি ভাল পায়, কিয়নো যোগ্য জনক যোগ্য সন্মান দিয়া উৎসিত, ( ব্যক্তিগত ভাৱে কি সম্বোধন কৰে সেয়া নিজৰ) কিন্তু সাক্ষাৎকাৰ সামাজিক গতিকে লক্ষ্য ৰাখিলে পৰৱৰ্তী সময়ত ভাল লাগিব ।

  • @pallaviborah1012
    @pallaviborah1012 Год назад +2

    বহুতো শুভকামনা মুনুকণ অনাগত দিনত আৰু আগুৱাই যোৱা।

  • @nabanitavlogs5277
    @nabanitavlogs5277 Год назад +5

    মুনুকন বা এজনী বহুত ভাল নাচনী হয় এজনী।❤️

  • @rekhaphukan5617
    @rekhaphukan5617 Год назад +4

    বৰ ভাল লাগিল ভিডিঅ টো চাই ।ধন্যবাদ মুনুকন গগৈলৈ।পুৰণি বিহু গীত বোৰ সংৰক্ষণ কৰিব বুলি আশা কৰিলোঁ

  • @jyanadamahanta6639
    @jyanadamahanta6639 Год назад +2

    Awesome melodious voice... Proud of you.

  • @dimpalbharalistudio9662
    @dimpalbharalistudio9662 Год назад +6

    Dhemaji Bordoloni Gourab ❤