ডাঙৰ খবৰ।চাৰি বিয়াগোম নেতা ভয়ানক যুদ্ধ।প্ৰথমে মুখ্যমন্ত্ৰী হৈ দেখুওঁৱাক আপুনি।/vire news

Поделиться
HTML-код
  • Опубликовано: 23 ноя 2024

Комментарии • 338

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 23 дня назад +40

    বাপৰে প্ৰমোদ বড়োই বেয়া জাৰিছে এই আলগাবাদী নেতা জনক। ইয়াকে কয় শেৰ কা ওপৰ চৱা শেৰ। আমি সদায় সকলো জনগোষ্ঠীয়েই মিলি জুলি আছোঁ আগলৈও থাকিম। ✊জয় আই অসম ✊

  • @dilipbordoloi9172
    @dilipbordoloi9172 26 дней назад +12

    প্ৰমোদ বঢ়োক ধন্যবাদ

  • @umeshkardong6116
    @umeshkardong6116 Месяц назад +15

    ৰাইজৰ দল আৰু এ জে পি কেতিয়াও এক হব নোৱাৰে ।কাৰণ লুৰিণ আৰু অখিল দুয়োকে ক্ষমতা লাগে । কোনেও ক্ষমতা হেৰুৱাব নুখুজে ।

  • @joypadun7771
    @joypadun7771 29 дней назад +15

    প্ৰমোদ বড়োৰ চিন্তা-চৰ্চা বোৰ বেছি ভাল।

  • @dumahusoroniya6691
    @dumahusoroniya6691 Месяц назад +30

    লোৰিন আৰু অখিল আলী অসমীয়াৰ বাবে শত্ৰু

  • @pabitrobordolai2172
    @pabitrobordolai2172 22 дня назад +7

    নাঙল উদ্দীন তই বাংলাদেশত গৈ ভাষণ দিলে ভাল হ'ব।

  • @hargobindamahanta1062
    @hargobindamahanta1062 Месяц назад +26

    ৮৫৫ জন অসমীয়া যুৱকৰ তেজৰ ফাকুৱা খেলি অগপ দল গঠন কৰি নেতা সকলে পছন্দ কৰি থোৱা প্ৰেয়সীক বিয়া কৰালে, প্ৰেয়সী পত্নীক লৈ দেশ-বিদেশ ভ্ৰমণ কৰিলে। ১০ বছৰীয়া শাসন কালত ১০ জনো বিদেশী খেদিব নোৱাৰিলে, সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি গাড্ডীৰ লালসাত সকলো পাহৰি গ'ল । আঞ্চলিকতা, জাতীয়তাবাদৰ কথা কোৱা মুখা পিন্ধা নেতা কেইজনমানে দল ত্যাগ কৰিলে। ১০ বছৰীয়া শাসনত থকা অগপই নিজৰ স্থিতি বজাই ৰাখিবলৈ আজি পৰনিৰ্ভৰশীল হৈ পৰিল। চন্দ্ৰবাবু নাইডুৰ দৰে দলটো ধৰি ৰাখিব নোৱাৰিলে।

    • @DilipKalita-q2o
      @DilipKalita-q2o 23 дня назад

      Akhilor kono agenda nai BJP kotha koboloi bad di chandrababu naidew hoboloi sika.

  • @pgoswami5378
    @pgoswami5378 Месяц назад +23

    বিটিআৰৰ মুৰব্বী জনে অখিল গগৈ দেৱক সাম্প্ৰতিক পৰিস্হিতিৰ সপক্ষে ব্যৱস্হা গ্ৰহনৰ বিষয়ে ভালদৰে বুজাই দিছে।তেখেতক
    ধন্যৱাদ।

  • @rameshchoudhury713
    @rameshchoudhury713 Месяц назад +3

    Really version of P. Boro highly appreciated.

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j Месяц назад +55

    , অতি সুন্দৰ , অখিল আৰু লুইন জ্যোতি সুন্দৰ মন্তব্য উপস্থাপন কৰিছে।

  • @samudrarabha9044
    @samudrarabha9044 22 дня назад +4

    প্ৰমোদ বড়ো আচল কথা কৈছে। প্ৰকৃত ব্যক্তি সকলে প্ৰথমে নিজক তাৰ পিছত ঘৰখন, সমাজখন, নিজৰ নিজৰ জাতি, এনে ধৰণে 1 পৰা সমগ্ৰ অঞ্চল, বিশ্বৰ মানৱ জাতিৰ হকে ভাবে। আমি সকলোৱে এনে ধৰণৰ চিন্তাৰে আগ বাঢ়িব লাগিব। ধৰ্ময়ো কয়।

    • @AbdulAwal-u1m
      @AbdulAwal-u1m 15 дней назад

      +kkhetre wax h&rddtsa, noyyrasolqft2wqtu😮iif0

  • @Ratan123Das
    @Ratan123Das Месяц назад +4

    হায় অখিল গগৈ! আপোনালৈ চাই বেয়া লাগিল।

  • @KulenGogoi
    @KulenGogoi Месяц назад +11

    অখিল, লুৰিণৰ মগজুত গোবৰ সোমাই আছে

  • @nirupampatar574
    @nirupampatar574 Месяц назад +7

    Dilip Saikia ànd Pramod Boro is the best

  • @lalitbora1837
    @lalitbora1837 Месяц назад +26

    প্ৰমোদ বৰু ডাঙৰীয়া আপুনি বহুত আগবাহি যাব।অখিল ৰসাতলে যাব।কাৰণ আপুনি আপুনি নিজৰ কাৰণে জীয়াই আছে কিন্তু প্ৰমোদ ডাঙৰীয়া ৰাইজৰ কাৰণে আছে।

  • @nabahazarika7364
    @nabahazarika7364 24 дня назад +6

    বড়ো দাঙৰীয়াক ধন্যবাদ।

  • @BabaMoni-g8w
    @BabaMoni-g8w 29 дней назад +4

    অখিল Gogoi জানিব লগীয়া জনক over smart হৈ লাভ নাই। সাংবাদিক জনৰো কথা বোৰ বেছ লাগিল

  • @AmiyakumarNath-eh5ql
    @AmiyakumarNath-eh5ql 5 дней назад

    Thanks promod boro . . . Joy ho

  • @ramenramchiary5060
    @ramenramchiary5060 3 дня назад

    Very good interview 👏

  • @ghanashyamdas4039
    @ghanashyamdas4039 Месяц назад +13

    প্ৰমোদ বড়োৰ বক্তব্য বাকী সকলোবোৰতকৈ সুন্দৰ আৰু যুক্তিপূৰ্ণ।

  • @VasundharaVasundhara-d3q
    @VasundharaVasundhara-d3q 6 дней назад +1

    প্ৰমোদ বড়ো ছাৰৰ যুক্তি অকাট্য ।

  • @AmarNath-wd9rm
    @AmarNath-wd9rm 17 дней назад +4

    প্ৰমোদ বড়োই ভাল চিন্তা কৰে, তেখেতক ধন্যবাদ।

  • @ajitsarma8237
    @ajitsarma8237 Месяц назад +5

    আজি কালি দেশৰ কাম কৰিম বুলি ৰাজনীতি নকৰে । মাত্ৰ নিজৰ নিজৰ ঘৰৰ কাম কৰিবলৈ হে ৰাজনীতি কৰে যেন লাগে । বৰ দুখৰ কথা ।

  • @AbdulAlim-t7s
    @AbdulAlim-t7s 29 дней назад +3

    প্ৰতিজন ৰাজনৈতিক দলৰ নেতাই নিজৰ স্বাৰ্থ পৰিত্যাগ কৰি দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিলে দেশে আগবাঢ়ি যাব।

  • @guninchutia8294
    @guninchutia8294 26 дней назад +3

    Promod boro is real leader but akhil gogoi is fakatia leader

  • @CdevNath-gn4yp
    @CdevNath-gn4yp 19 дней назад

    💯% Right...P Boro mantabya. Thankyou Bro 🙏🙏🙏

  • @ANJANKRNATH
    @ANJANKRNATH 27 дней назад +5

    নিতু মনিয়ে অখিলক বচাই প্ৰমোদ বড়োক ৰখাই দিলে।

  • @ranjitgoyary5101
    @ranjitgoyary5101 Месяц назад +9

    প্ৰমোদ বড়োৱে অখিল গগৈক ভাল ধুলে।

  • @diptisaikia9469
    @diptisaikia9469 Месяц назад +7

    Pramud da ZINDABAD

  • @RamaniMedhi-o5y
    @RamaniMedhi-o5y Месяц назад +16

    দুই ধুৰন্ধৰ গগৈ ক্ষমতাৰ লোভত বলীয়ান

  • @jibanbarman4631
    @jibanbarman4631 Месяц назад +4

    🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম জয় শ্ৰী ৰাম জী জয় জয় শ্ৰী পমোদ বৰু জী জয়

  • @hiteshdeka9183
    @hiteshdeka9183 24 дня назад +1

    Promod Boro is a leader with clear concept❤

  • @AMARJYOTI-n1r
    @AMARJYOTI-n1r 17 дней назад

    Promoud da best speech

  • @hridayanandasaikia4698
    @hridayanandasaikia4698 22 дня назад +2

    ইউক্ৰেইন ৰাচিয়াত দুখন দেশৰ মাজত যুদ্ধ লাগিছে। আমাৰ প্ৰধান মন্ত্ৰীয়ে দুখন দেশৰ প্ৰধান মন্ত্ৰী , ৰাষ্ট্ৰপতি স্তৰত আলোচনা কৰিছে।
    কিন্তু মণিপুৰত আমাৰ প্ৰধান মন্ত্ৰী গৈ কি উগ্ৰপন্থীৰ লগত কথা পাতিব ? কিবা অদ্ভুত চিন্তাৰ প্ৰশ্ন !!!
    প্ৰধান মন্ত্ৰী ক'ত যাব নাযাব সেইটো অলাগতিয়াল Talk show ত নিৰুপম হব ???
    অলাগতিয়াল এই কাৰণেই কৈছো:- Talk show এ অসমৰ এটাও সমস্যা সমাধান হোৱা দেখা নাই।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 5 дней назад

    সৰ্বসাধাৰণ তোকক এনেবোৰ ট্ৰকচ্ৰৰে আভুৱা ভৰাৰ দিন উকলিল ৷ বৰ্তমান জ্ঞান বিজ্ঞানৰ যুগ ৷

  • @BanajitDas-o5r
    @BanajitDas-o5r 14 дней назад

    Rite encer good song

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se Месяц назад +3

    P Boru and D Saikia Zindabad

  • @NomalDeka-z2h
    @NomalDeka-z2h Месяц назад +2

    Pramud.baru.the.best.

  • @SontolaOwary
    @SontolaOwary 16 дней назад

    Right Akil gogoy. Pramod Bora BJP logot Compromise kori BTR Sukti korise NDFB dada bhai hokolok haigh jeak kori BTC CEM Hoise......

  • @kingkaushik1777
    @kingkaushik1777 28 дней назад +10

    Jai. Pramod. Da. Jai. Assamis. Ami. Atawo. Asso

  • @dadulali2185
    @dadulali2185 Месяц назад +15

    ৰাইজৰ দল আৰু জাতীয় পৰিষদ এক হলেই ২০২৬ত অসমত বিজেপি তচনচ হৈ পৰিব। মোৰ অনুৰোধ দুয়োটা দল অতি সোনকালেই একত্ৰি কৰণ হব লাগে।

    • @BimanBoruah-v5e
      @BimanBoruah-v5e Месяц назад

      Logout thakibo paribo janu

    • @dumahusoroniya6691
      @dumahusoroniya6691 Месяц назад

      বৰ্তমান আঞ্চলিক দলৰ কোনো কাম নাই এক মাত্ৰ বিজেপি দ'ল লাগিব ❤❤

  • @umeshkardong6116
    @umeshkardong6116 Месяц назад +4

    লুৰিণে ৰাইজৰ দল আৰু এ জে পিৰ একত্ৰিত ৰ কথাবোৰৰ পৰা ফালৰি কাটি কথাবোৰ কৈছে । লুৰিণ কংগ্ৰেছত কৈও কংগ্ৰেছৰ দৰে কথাবোৰ কৈছে ।

  • @dhritirekhadas2757
    @dhritirekhadas2757 16 дней назад +1

    পিতৃয়ে সকলো সন্তানক গকগোট কৰি ৰাখি বাহিৰা শত্ৰুৰ পৰা বচাব বিচাৰে ৷ বিজেপি তেনেকুৱা ৷ সন্তানবোৰে ভাৱে আমি গাইগুটীয়াকৈ থাকি নিজা নিজাকৈ বেচি সুখত থাকিম ৷

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 Месяц назад +9

    অখিল ৰ কাম নাই, হাহাকাৰ কৰিব জনা,একো নজনা বিধায়ক,

  • @CdevNath-gn4yp
    @CdevNath-gn4yp 19 дней назад

    God bless you to mr.pramud boro dangoria
    🙏

  • @NayemHasan-uz7db
    @NayemHasan-uz7db Месяц назад +7

    দিলীপ ৰ অভিযোগ গ্ৰহণ যোগ্য নহয় আৰু লুৰিণৰ উত্তৰ টো ধুনীয়া হৈছে

    • @DilipKalita-eo7cb
      @DilipKalita-eo7cb Месяц назад

      উত্তৰ ধুনীয়া হ'লেই নহ'ব ৰাইজৰ স্বাৰ্থত একলগ হৈ নিৰ্বাচনত নামিবৰ লাগিব । মই যোগাত্মক চিন্তা কৰিহে কৈছোঁ ।

  • @KhirudGogoi-h4z
    @KhirudGogoi-h4z 20 дней назад +1

    কংগ্ৰেছৰ নেগুত ধৰিলে কোনে আস্থাত লব ।

  • @LilaDeka-s1k
    @LilaDeka-s1k Месяц назад +7

    অখিল আৰু লুৰিণ ৰ কাম নাই

  • @AsaUpn-dx9wf
    @AsaUpn-dx9wf 18 дней назад

    Bhal u lagise beyau lagise jukti torko huni .

  • @PradeepBorah-o8q
    @PradeepBorah-o8q 16 дней назад

    Ni hu
    Promood boroa lurinjuti aru akhil gogoik bhal jarise.thnkyou.

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b Месяц назад

    Very good discussion going on.Thanks to All.

  • @BanajitDas-o5r
    @BanajitDas-o5r 14 дней назад

    Gaad bate vride good thanks

  • @NayanmoniNarah-z4z
    @NayanmoniNarah-z4z 10 дней назад

    Promut boro duniya dise🎉❤

  • @RaniTerangpi-x5v
    @RaniTerangpi-x5v Месяц назад +14

    Akhil Gogoi sir zindabad 🙏 Lurinjyuti Gogoi sir zindabad 🙏👍 great speech 👍 Right Satyameva Jayate 🙏 👍🌹🙏

  • @DharmeswarBaruah-b3h
    @DharmeswarBaruah-b3h 22 дня назад

    প্ৰমোদ বড়োলৈ বহু বহু ধন্যবাদ.

  • @kukheswargogoi9117
    @kukheswargogoi9117 Месяц назад

    Right political debate & discussion !

  • @prabinkumarbasumatary49
    @prabinkumarbasumatary49 20 дней назад

    ডিভাইদ অসম ফিপ্টি ফিপ্টি । জয় বড'লেণ্ড জয় । জয় বড়ো জাতিৰ জয় ।

  • @nabajotyvlogs2385
    @nabajotyvlogs2385 21 день назад +1

    BJP jindabad🙏🙏🙏 himant mama thoka loi kono Bangladeshir sportar jitibo noware 🙏🙏🙏hemant sar jindabad🙏🙏🙏

  • @ArshedAli-gz8jv
    @ArshedAli-gz8jv 4 дня назад

    কোনেও অসমৰ সাৰ্থৰ কাৰণে নহয় আপোনালোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ দল খুলিছ

  • @MintuDeka-sb2hg
    @MintuDeka-sb2hg 23 дня назад +1

    Promud da poltics val lage❤.

  • @PinkuHukai-e1w
    @PinkuHukai-e1w 20 дней назад

    Lurin right aei jn hoityakari

  • @mithudas5218
    @mithudas5218 20 дней назад

    Pramod Boro jindabad

  • @prabinsutradhar5692
    @prabinsutradhar5692 Месяц назад +4

    অখিল গগৈ আৰু লুৰি ণ জ্যোতি গগৈ ডাঙৰীয়া দেবে একে লগ হৈ আগুৱাই যাওক, ধন্যবাদ থাকিল,

    • @KulenGogoi
      @KulenGogoi Месяц назад +1

      মোৰ কণিগুটীটো

    • @JorhatJorhat-j5j
      @JorhatJorhat-j5j 24 дня назад

      Baperor setdal koribo goi sudurvai..

  • @rupjyotibordoloi5392
    @rupjyotibordoloi5392 26 дней назад

    আমাৰ মন্ত্ৰী সকলে যদিহে এনেদৰেই সঠিক সময়ত তথা সঠিক স্থানত নিজৰ মুখ খোলাৰ সত সাহস কন আৰ্জিব পাৰিলে হয় তেন্তে উন্নতিৰ পথ সীমাহিন হৈ পৰিলহেঁতেন
    বৰ্তমান দুখলগা পৰিস্থিতি কেৱল এজনে কব আন সকলোৱে শুনিব নহলে বিপদ আহিব
    কোনে কাৰ ক'ত কি চাবি পাক দিয়ে আমি বুজিব নোৱাৰিলেও চাবিজে পাক খালে সেই কথা কিন্তু সকলোৱেই বুজিপাঁও...

  • @xtnqueen1784
    @xtnqueen1784 Месяц назад +4

    Nitumoni Akhil...duitai jatidruhi manuh...

  • @ArunDas-k1c
    @ArunDas-k1c 21 день назад

    1 টকা যদি ভাগ কৰা যিমান ভাগ হব সিমানেই সৰু হৈ গৈ থাকিব

  • @SurenBhuyan-cx1ts
    @SurenBhuyan-cx1ts 25 дней назад +1

    কি কথা কৈছ সেবুলি অসমখন বিকিদিছ

  • @BrajamohanBorah.-gd3hz
    @BrajamohanBorah.-gd3hz 15 дней назад

    Praman. Ei dujon.

  • @DebojitGogoi-k9w
    @DebojitGogoi-k9w 26 дней назад +1

    (BJP aru Congress aru Delh) kothat Assam solabo nalage amar Assamor local party gitai mili Assam solaok bhal hobo. Oil, gas, koila basibo aru Bangladeshi Miya Bangladesh jabo.

  • @kulaprasaddutta4635
    @kulaprasaddutta4635 Месяц назад

    অসমত অসমীয়াই TV চেনেল
    চিঞৰি কি প্ৰকাশ কৰিব বিচাৰিছে। লাহে লাহে কাছই খোজ দি নিদিষ্ট সময়ত স্থানত উপস্হিত হৈছিল। সেই সাধু কথা মনত নাই। চিঞৰিলে পিছৰ প্ৰজন্মই চিঞৰি য়েই বিলাই নাইকীয়া হব। গতিকে লাহে লাহে কথা হবলৈ অনুৰোধ জানালো।

  • @NatiyaKumar-b7c
    @NatiyaKumar-b7c 21 день назад

    Lurinjotyi good job

  • @BanajitDas-o5r
    @BanajitDas-o5r 14 дней назад

    Rite encar goot ❤

  • @RihiraniBoro-yj6xw
    @RihiraniBoro-yj6xw Месяц назад

    Bhal lagil,hoxa hilinjiagitar bag judda huni

  • @dikshitanath5562
    @dikshitanath5562 27 дней назад +1

    Pramod da apuni thik dhuise eai sarthapor keaitak

  • @IslamSoriful-s6j
    @IslamSoriful-s6j Месяц назад +2

    অখিল গগৈ জিন্দাবাদ

  • @GakulGogoi-hb5fc
    @GakulGogoi-hb5fc 24 дня назад +4

    কামেৰে পৰিচয় দিয়ক কথাৰে নহয়

  • @RajChintey-f8l
    @RajChintey-f8l 20 дней назад

    Akhil gogoi Assam bibhajan koribo bisarise

  • @ProbinPawe-sw1vh
    @ProbinPawe-sw1vh 20 дней назад

    Promud is the best.

  • @BrajamohanBorah.-gd3hz
    @BrajamohanBorah.-gd3hz 15 дней назад

    Promud boru zinda baad.

  • @BaikunthaDeka-yp2dx
    @BaikunthaDeka-yp2dx Месяц назад +3

    মনিপুৰৰ প্ৰতি অবহেলা নৰেন্দ্ৰ মোডীৰ এয়াই সত্য

  • @ranjitkumardas4470
    @ranjitkumardas4470 Месяц назад +4

    অখিলৰ কাম নাই এনেই চিঞৰ বাখৰৰ কৰে

  • @khairulislam-rd8hd
    @khairulislam-rd8hd Месяц назад

    I like to pramod speaked

  • @dayarammunda6791
    @dayarammunda6791 Месяц назад +1

    AKHI GOGOI KAM NAI MORA GOSH POLIT PANI DHOLA MANUH

  • @RamjanShekh-cp6fv
    @RamjanShekh-cp6fv 21 день назад

    Moi aye eman tok salu. Moi bhal puwa nai. Bohut hanti hoise. Best lurinjoythi gogoi. Akhil gogoi. Pormud boru. A+ pormud boru

  • @saikiajogesh6143
    @saikiajogesh6143 20 дней назад

    I feel Akhil is far superior than Pramod, time will tell everything, lets's wait....

  • @ManujBasumatary-n3z
    @ManujBasumatary-n3z 19 дней назад

    Assomor CM.Hitesor choykia .Profulla mohonta.Turon gogoi aru Mama .teuloke assamok solayse.gotike golty teulokor.

  • @GakulGogoi-hb5fc
    @GakulGogoi-hb5fc 24 дня назад

    কথাৰে নহয় নামেৰে পৰিচয় দিয়ক

  • @nabajotyvlogs2385
    @nabajotyvlogs2385 21 день назад

    Joi shree ram🙏🙏🙏 namaste sada batsale matribhume 🙏🙏🙏BJP jindabad🙏🙏🙏

  • @সত্ৰীয়াকলাকাৰ

    বেয়া দিলে অখিল গগৈ ক।

  • @Tamannahaque719
    @Tamannahaque719 29 дней назад +1

    parmod boro zindabad

  • @jitusarmaht690
    @jitusarmaht690 7 дней назад

    নিতুমণি আটাইতকৈ ধুৰ্ত । ই বেটাই গগৈ গেম খেলি থাকে ।

  • @shaktidevibrahma476
    @shaktidevibrahma476 Месяц назад +2

    ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ
    নেতৃত্বত যি এজিপি চৰকাৰ গঠন
    হৈছিল, সেই চৰকাৰৰ এমএলএ,
    মন্ত্ৰী মন্ডল আৰু স্বয়ং মূখ্য মন্ত্ৰী
    প্ৰফুল্ল মহন্ত সবেই গঢ়িব, দুখীয়া
    পৰিয়ালৰ পৰা অহা ছাত্ৰ আছিল।
    প্ৰফুল্ল মহন্তৰ দেউতাক এজন স্কুল
    মাষ্টৰ আছিল আৰু কলেজ, ইউনিভাৰ্চিটিত নিজৰ ল'ৰাক পঢ়ুৱাবলৈ
    যথেষ্ট পইচা দিব পৰা নাছিল আৰু সেই
    কাৰণেই মাষ্টৰ ছাৰে ফটা ধুতি পিন্ধি
    ভঙা চাইকেলত পেদেল মাৰি মাৰি
    স্কুলত গৈছিল ।
    কিন্তু ছাত্ৰ নেতা প্ৰফুল্লই ৬ বছৰ আন্দোলন কৰি আৰু এজিপি
    চৰকাৰ চলাই এজনো বাংলাদেশীক
    বিতাৰণ নকৰি বৰঞ্চ বাংলাদেশীক
    বৰপিৰাহ বহুৱাই ১০ বছৰ চৰকাৰ
    চলাই চৰকাৰী ধনৰ লুন্ঠন কামত
    লিপ্ত থাকি প্ৰফুল্ল আৰু তেখেতৰ
    মন্ত্ৰী মন্ডলী আৰু গোতেই এমএলএ
    সকলে কৌটি কৌটি টকাৰ মালিক
    হৈছিল আৰু মন্ত্ৰী সকল শ শ কৌটি
    টকাৰ মালিক হৈছিল ।
    So প্ৰফুল্ল মহন্ত এজন মষ্টো কৰাপ্ট
    আৰু ট্ৰাইবেল বিৰোধী মুখ্য মন্ত্ৰী
    আছিল আটাইটকৈ অপদাৰ্থ
    মুখ্য মন্ত্ৰী আছিল আৰু সেই
    কাৰণেই আজি অসমৰ উন্নয়নত
    ১০০ বছৰ পিচুৱাই গৈছে আৰু
    সেই কাৰণেই প্ৰফুল্ল মহন্ত অসমৰ
    এক নম্বৰ ( ১) সত্ৰু হৈ জীয়াই আছে।

  • @rajumani1160
    @rajumani1160 22 дня назад +3

    Bjp is best 💗❤️💯💯

  • @ManujBasumatary-n3z
    @ManujBasumatary-n3z 19 дней назад

    Assamorpora ettialoy parliament housetot strong kebinet leader nay.ettor karone assamor pfoblem. solp nohobo. Anfale Arunachal pradeshot kunu non Tribalor problem nay

  • @PinkuHukai-e1w
    @PinkuHukai-e1w 20 дней назад

    Manipurot jaboloi pukorot dom thakiboo laboo pradhan mantri.

  • @ApurbaApurba352
    @ApurbaApurba352 Месяц назад

    Pramud Boro Good 👍...

  • @manomatideka
    @manomatideka 13 дней назад

    প্ৰমোদ বড়োৱে অখিল গগৈক ভাল দিছে

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 Месяц назад +6

    একো তুলা ধূনা দিয়া নাই নিতুমনীয়ে দিলিপ শইকীয়াক কি কৈছিল সেই টো কিয় মানিব নিবিচাৰে, অখিল গগৈক সময়ে নিদিলে কথা কবলৈ, কিহৰ তুলা ধূনা কথা কয়,

  • @RahimLaskar-tz4kq
    @RahimLaskar-tz4kq Месяц назад

    Dhuniya kotha ata koyse boruye ❤moy bhal khokolu manuh beya

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp Месяц назад +1

    We sapota lurin.