Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আমাক এনেকুৱা বিচাৰক হে দৰকাৰ 🙏❤ইমান সহজ সৰল আৰু সত্যবাদী 🙏🙏
হয় দিয়ক🙏🙏🙏🙏
@@SabitaDeka-w9ca
তেখেতৰ ধৈৰ্য আৰু সহনশীলতাৰ শলাগ লৈছোঁ। ❤ ইমান ধুনীয়াকৈ বুজাইছে
বিচাৰকে হৃদয় জয় কৰা ঘটনা এয়াই প্ৰথম চাগে।
সুন্দৰ মন্তব্য। এনেধৰণৰ বিচাৰকে মন জয় কৰে। ইমান সুন্দৰ সহজ সৰল ভাৱে বুজাই দিলে। স্পষ্টবাদী বিচাৰক। ভবিষ্যতলৈ আপোনাৰ পৰা গঠন মূলক দিহা পৰামৰ্শ আশাৰে,,।
মনিকাঞ্চন বা য়ে বৰ ধুনীয়াকৈ বুজায় দিলে❤, বিচাৰক হলে এনেকুৱা হব লাগে।
😊
বিচাৰক বাইদেউক ধন্যবাদ।।।ভাল লাগিছে।।।বিচাৰকে ভূল ধৰিছে এইকাৰণে যে ভূল হোৱা বাবে।।।❤❤❤
কিন্তু আপোনাৰ 'ভূল'টো ভুল হৈছে।
মনিকাঞ্চনে সুন্দৰ কথা কৈছে, বিচাৰ সুন্দৰ
পুৰস্কাৰ আচল নহয়,শিক্ষা প্ৰধান।মণিকাঞ্চন বা ধন্যবাদ আপোনাক।পাছৰ পৰা চিঞৰা জনক কি কম,বুজাই বুজিছে।নাচনীজনীক ইমান ভাল কথা এটা কৈছে তেখেতে আকৌ....... ল'ৰা আৰু ছোৱালীজনী গোৱা স্কেলৰ মিল নাই প্ৰথমৰ পৰা....
বহুত ভাল কথা কৈছে মনিকাঞ্চনে❤👌👍
বিচাৰকে বৰ সুন্দৰ কথা কৈছে , আমিও দেখিছোঁ তেখেতে আঙুলিয়াই দিয়া ভুল সমূহ ❤
Mur mote anekuwa bisarok a hbo lge emn vl ktha koise mam joniye I am proud of you 💫✨
Hosa
স্পষ্টৱাদী বিচাৰক । ♥️♥️♥️♥️
মণিকাঞ্চন বা এ বহুত ধুনীয়াকৈ বুজাই দিছে ❤
যিকোনো কথা অলপ মাৰ্জিতভাৱে কব লাগে ,পিছৰ পৰা চিঞৰি অভদ্ৰামিৰ কথা কোৱাটোৱাই আপোনাৰ পৰিচয়। মনিকাঞ্চন বা , এনেই judge হোৱা নাই, এবাৰ চাই লব তেওঁৰ অভিজ্ঞতা। তথাপিও তাইৰ অলপ অহংকাৰ নাই।
Mojaa nasise. Aru. Bisarkeu dhuniya koi koise
Moni baa tmi bhul kua nai...tmi ji dekhisa heitu hudhorai disa...Aru Moni ba moi horure pra bihu nasisu kintu jetiar pra tmk Lg pai hikisilu tetiapa he hudho k nasibo janisu ☺️thank you so much baa ... Love from Dergaon
Bhut dhuniya baideo hoise hekai desa ajkaly hekai nedaiye badio..
সুন্দৰ বিচাৰক বাইদেউ ❤❤🙏
পিছফালৰ পৰা যিজনে চিঞৰি কৈছে সেইজন বৰ অভদ্মামি কৰিছে,,,,,বাইদেউ গৰাকীয়ে শুধৰাই দিছে ভাল হে পাব লাগে,,,
ধুনীয়াকৈ বিচাৰক হিচাপে কৰিছে তেখেতে, দেখুৱাই দিব কৈছে দেখাই দিছে good step 👍👍👍
এনেকুৱা বিচাৰকৰ বিচাৰক শ্ৰদ্ধা কৰোঁ 🙏🙏
Judge is absolutely correct. If judges will correct than our new generation will teach the right mooves.
very good,উপযুক্ত বিচাৰক
সুন্দৰ উপস্থাপন
সুন্দৰ বাদেও। আপুনি প্ৰকৃত তথা ওপযুক্ট বিচাৰক 🙏🙏
আমাক এনেকোৱা বিছাৰক লাগে বিছাৰক জনিয়ে বহুত ভালকে বুজাই দিছে ❤❤
কিমান সুন্দৰকৈ বুজায় দিলে।লগতে ব্যৱহাৰ সুন্দৰ বাইদেউ গৰাকীৰ
এনে বিচাৰক ৰ হে প্ৰয়োজন ... সুন্দৰ..
Right...... Bihu nanasu kintu dekhi thako,kone kene koi nase...........ati sundar khotha bujai koise,.......
Moni baa your judgement are always best ♥️ Aru June June judger bhul buli koi ase nasoni joni nas tu Sai louk nije gom pabo
সুন্দৰ লাগিল বিচাৰকৰ মন্ত্যৱ শুনি ।❤❤
মনিকাঞ্চন বাইদেই👍👍👍
বিচাৰক এ যি কলে মই একমত। দেখিয়ে কব পাৰি যে নাচনীৰ উদ্যম টো লাহে লাহে কমি গৈছে লগতে ককাল একেবাৰে থৰ
বিচাৰ সুন্দৰ হৈছে
Xundar bisarak... ❤❤❤
সুন্দৰ মন্ত ব্য শুনি ভাল লাগিল বা কথাবোৰ তেওঁ কৈছে যে নাচনী ভুল বোৰ ধৰিব বহুত কঠিন যদিও তেওঁলোকে ভুল বোৰ বাচি উলিয়ায় ডাঙি ধৰিছে আমি ভুল কৰোঁ বহুতে কাৰণ আমাৰ বিহুৰ নাচনী জনি ধুনীয়া হলে হাহিলে যে লৰি ঢাপৰ কৰি নাচি লে তেওঁ পাৰফেক্ত নহয় বুজিলে
ইমান ধুনীয়া কৈ বুজাই দিছে 🥰🥰
সুন্দৰ মন্তব্য বিচাৰকৰ
একদম সচাঁ কথা।
I just love it ❤❤❤.... Nic explanation 😊😊😊
বিচাৰকে শুধৰাই দিলে তাক শিকিবলৈ চেষ্টা কৰিব লাগে বাকী কোনে কি কয় প্ৰয়োজন নাই আৰু বিচাৰকৰ আসনত তেওঁ যোগ্যতা থকাৰ বাবেই বহিছে সেইবাবে পাছফালৰ পৰা চিঞঁৰি কৈ অভদ্ৰামি কৰাতকৈ আগলৈ আহি কি ভুল হৈছে দেখুৱাবলৈ কোৱা হলে তেওঁ নিশ্চয় দেখাই দিলে হয়
বিচাৰক গৰাকী মন্তব্য বৰ সহজ আৰু সৰল।।।বিচাৰক এনেকোৱা সত্যবাদী হব লাগে।।।।
Monsat bisarakak opaman kora jen lagil, bisarake giyan aruhan kora pasat he xei axan khan pai,karan teo adin mansat asil xei babe bujai diyat tew axubidha huwa nai,bisarak mohudaiya xalagar xarai jasilu🎉🎉🎉🎉🎉,,,retd Army
Hundor ❤
Moniba you are right 👍👍👍👍
বহুত ভাল বিচাৰক
Mjaaa kotha kola baidw 🙏
Val lagil,bicharok enekua hobo lage
সুন্দৰ কথা কৈছে আপুনি বা
Bisharok jonik val lagile 👌👌👌👌👌
Great judge....huge respect to you ❤
বিচাৰক সদায় এনেকুৱা হব লাগে ।
বিচাৰকৰ উপৰত কথা কয় বাপৰে কোন পন্দিত এইজন 🥰🥰🤓🤓🌻🌻🌻
Bisarok hundor hoise ❤❤❤❤❤
সুন্দৰ বিচাৰক এনেকুৱা বিচাৰক হে আমাক দৰকাৰ ।
Ami জৰ্জ নহয় thothapio কৈছোঁ নাচনী জনি আৰু pactic pyoijon
Baideo 🙏😍
Dhunia kotha koise baideo
যুক্তি ত ধৰিছে
বিচাৰক গৰাকী বৰ সুন্দৰ দেই
Vl lagil kotha bur huni❤
স্পষ্টবাদী অতি সুন্দৰ।
Bisark hole anekuwa hb lage ❤
পিছফালৰ পৰা চিঞৰা তোক কানত ধৰি মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো
😜😂
100% right judgement
Great madam.👍
aneka he bisarok lge val lagise
বৰ ভাল লাগে বিচাৰক বাইদেউ কথাখিনি।
সুন্দৰ।
Kathabor bor mrm lagise ba❤❤
Bisaroke bor dhuniya bisar korise
Dhunia nasise dy..😊😊
Moni baaa ✨🙌
Jana loke katha kalei game pai moni ba aapuni eman confidence t eman dundarkoi koise katha xinir para utsah pai
Hundr bisark vl lgill
Valke koise
Very nice.. Judgement...
আজিকালি প্ৰায়ে বাহু ভঙা দেখা পাও ।কিন্তু বাহু নহয় ককালহে ভাঙিব লাগে মনিকাঞ্চনে ভালকৈ বুজাই দিলে।
বিচাৰক এনেকুৱা হে হব লাগে। ❤
Mojaa.
সুন্দৰ❤
100% right
Nasonir gaat vul hoii ...bisarok gorakia right kotha koise ❤👍🏿
good 👍 bisarock ❤
মণিকাঞ্চনে সুন্দৰকৈ বুজাই দিলে
Emn spostobadi nasoni. Khub bhal lagise ba❤❤❤❤
সুন্দৰ
নাচনীৰ সচাকৈয়ে ককাল ভাঙা নাই৷ বিচাৰকে ঠিক কথা কৈছে৷ লক্ষ্য কৰিছো নাচনীৰ নাচ৷
ইমান ধুনীয়াকৈ বুজাই দিছে। পাছৰ জনে কিয় চিঞৰি আছে😂ভূল বোৰ শুধৰাই দিলে কিয় বেয়া পায়। ককালটো ঠৰঙা হৈ বাহু ভঙাটো মইও ধৰিব পাৰিছো।
Xosa katha koise bisarak baideugaraki .val lagil khudhorai diyar kathaxini buji xuni.
মজা
Ajir pora keitaman dinr pora dekhi ahisu je bihur judger lgt kajia lagi cool jen feel kore but its not good for society...
Thik kotha🎉
বৰ ধুনীয়া কৈ নাচি আমাৰ বেটিজনীয়ে
Good advice
Moni baa your gudgement is correct.
ভাল বিচাৰক যেন লাগিছে
বিচাৰক গৰাকীয়ে ঠিকে কৈছে। পিছে পিছফালৰ পৰা চিঞৰি থকা জনৰ থিয় হ'বলৈ সাহস নহ'ল দেখোন।
Moni ba 😍😘
বিহুত এনেকৈ নাচিব এনেকৈ নহয়, এই যে নিয়ম বিলাক কত কোনে কেনেকৈ কেতিয়া লিখি থৈ গৈছে নাজানো, এই বিলাক টু মহা পণ্ডিতসকলে বনাই লোৱা কিছুমান ফালটু নিয়ম ।বিহু হেন সংস্কৃতি ক নীতি নিয়মেৰে বান্ধি শেষ কৰাৰ উঠি পৰি লাগিছে কিছুমান মহা পণ্ডিত।বিহু মঞ্চ লৈ যোৱাটোৱেই দুখ আছিল এতিয়া নিয়ম বান্ধি আৰু শেষ কৰিব।বিহুক শুদ্ধ ৰূপত জীয়াই থাকিবলৈ দিয়ক
Ty kun

Moni baa your judgement are always best ♥️
Aru June June judger bhul buli koi ase nasoni joni nas tu Sai louk nije gom pabo