মমতাৰ চিঠি | Momotar Sithi | Poem Recitation | Assamese Poem | Hem Borua

Поделиться
HTML-код
  • Опубликовано: 8 дек 2024

Комментарии • 107

  • @rakeshgogoi2731
    @rakeshgogoi2731 14 дней назад +1

    সুন্দৰ আবৃতি

  • @PRASANNAKRBORDOLOI-j4p
    @PRASANNAKRBORDOLOI-j4p 2 месяца назад +1

    A master piece from Hem Barua. The poem is a jewel in Assamese modern poetry.

  • @debenborah2905
    @debenborah2905 2 месяца назад +1

    উহ কি অনুপম সৃষ্টি, প্ৰাণভৰি পান কৰিলোঁ কবিতাৰ সুধা ❤🙏

  • @অনন্যপৃথিৱী
    @অনন্যপৃথিৱী 3 года назад +6

    এক হৃদয়স্পৰ্শি কবিতা।সুন্দৰ,ভাল লাগিল।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +1

    অতিশয় সুন্দৰ, হৃদয়স্পৰ্শী হৈছে।মেঘালী দেৱীৰ সুন্দৰ কন্ঠস্বৰ আৰু কবিতাৰ কথাৰ লগত মিলাই কৰা ভি.ডি.অ.ব্যৱস্হাপনাই চিৰসেউজ কবিতাটিক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। কবিতাটিৰ লগত জড়িত আটাইকেইজন ব্যক্তি লৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।

    • @lokoientertainment
      @lokoientertainment  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @bijaykaman2138
    @bijaykaman2138 Год назад +2

    এক হৃদয় স্পৰ্শক কবিতা! অ .........

  • @jashasyanandini2098
    @jashasyanandini2098 2 месяца назад +1

    বৰ ভাল লাগিল৷

  • @hemantaborah3953
    @hemantaborah3953 10 месяцев назад

    সৰ্ব কালৰ সৰ্বশ্ৰেষ্ঠ এক কৰুণ হৃদয়স্পৰ্শী কবিতা । মহান স্ৰষ্টা কবি গৰাকীলৈ শত কৌটি প্ৰনাম জনালোঁ জনমে জনমে !!! কবিতাৰ মঞ্চত অভিনয় কৰা অভিনেতাআৰু অভিনেত্ৰী গৰাকীলৈ অলেশ অজস্ৰ ধন্যবাদ জনালোঁ লগতে আবৃতিকাৰ মেঘালী দেৱী বাইদেউলৈ মোৰ তৰফৰ পৰা এক বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ । কবিতাৰ সাৰৰ্মম অনুধাৱন কৰিলে মোৰ কঠিন পুৰুষ অন্তৰ খনে নিৰৱে উচুপি উঠে সংগোপনে !! মই পুৰুষ !!!।মই কান্দিব জানিলেও মই সেইয়া কৰিব নোৱাৰু !!!কেৱল নিৰবে-নিতালে চকুলোৰে জগতক জনাইচো বৰ অসহায় আমাৰ জীৱন পৰিক্ৰমা বোৰ । লকৈ এণ্টাৰ প্ৰাইজলৈ বিশেষ ধন্যবাদ এই ধুনীয়া কবিতাটো জগতত বিয়পাই দিয়াৰ বাবে । Thank you Lokoi এণ্টাৰপ্ৰাইজ 🙏🙏🙏🙏

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934 Год назад +1

    Indeed a Heart touching recitation. ❤️❤️❤️❤️

  • @manashjnath2519
    @manashjnath2519 10 месяцев назад +1

    অশ্ৰু নিগৰি আহিল ।

  • @jaishofficial180
    @jaishofficial180 2 года назад +1

    বহুত ধুনীয়াকৈ আবৃত্তি কৰিছে। মন চুই গ'ল।

  • @manabendradeka2267
    @manabendradeka2267 3 года назад +1

    So heart Touching, খুব ভাল লাগিল ।

  • @mamoniborah6293
    @mamoniborah6293 Год назад +1

    সুন্দৰ ।😢😮

  • @lakhimainath3035
    @lakhimainath3035 2 года назад +1

    😭😭😭ভাল লাগীচে

  • @dipubora3600
    @dipubora3600 3 года назад +1

    Bor dhuniya hoisa😊

  • @bubuldoley72
    @bubuldoley72 Год назад +1

    Bohut val lagil so very nice

  • @rekhadas7514
    @rekhadas7514 3 года назад +1

    বহুত ধুনীয়া হৈছে

  • @gautamphukon9626
    @gautamphukon9626 3 года назад +1

    সচাঁকৈ বহুত বেছি ভাল লাগিল।

  • @amazingvideo1507
    @amazingvideo1507 2 года назад +1

    Waoooo dhunia hoise ❤️

  • @trishnabora1
    @trishnabora1 Год назад +1

    সুন্দৰ উপস্থাপন..❤

  • @jubinbania5019
    @jubinbania5019 4 года назад +1

    সুন্দৰকৈ উপস্থাপন কৰিছে (দাদা ধন্যবাদ থাকিল আপোনালৈ)

  • @manosibaruah2352
    @manosibaruah2352 2 года назад +1

    সুন্দৰ আবৃত্তি হৃদয় চুই গ'ল।

  • @debakumarthakuria9485
    @debakumarthakuria9485 3 года назад +1

    ধুনীয়া হৈছে

  • @purnimaadhikary1226
    @purnimaadhikary1226 3 года назад +1

    কিবা বুকুখন কপি উঠিল❤❤😭

  • @ParanNath-rs5st
    @ParanNath-rs5st Год назад +1

    Bohut besi bhal palu agoloi aru anekuwa video bonabo jate ami porhi thoka lora suwali buror jate ei tur dore sohay hoy

  • @KeyaDiary
    @KeyaDiary 3 года назад +1

    অসাধারণ আবৃত্তি,
    খুব ভালো লাগলো ❤️❤️

  • @KNK-22
    @KNK-22 2 года назад +1

    বৰ সুন্দৰ।

  • @riyachoudhury9677
    @riyachoudhury9677 3 года назад +1

    গাৰ নোম শিৱৰি উঠিছে🌹💞

    • @lokoientertainment
      @lokoientertainment  3 года назад

      ধন্যবাদ জ্ঞাপন কৰিলো

  • @ankursaikia6733
    @ankursaikia6733 4 года назад +2

    সুন্দৰ

  • @barpathersundar9788
    @barpathersundar9788 4 года назад +1

    অতি সুন্দৰ

  • @priyadutta8443
    @priyadutta8443 4 года назад +1

    কবিতাটো বহুত ভাল লাগিল দেই ....😢😰

  • @kukidevi8189
    @kukidevi8189 4 года назад +1

    সুন্দৰ।

  • @moon...632
    @moon...632 4 года назад +1

    অতি সুন্দৰ।কবিতা মোৰ বহুত প্ৰিয় হ'য়।

  • @dipankarnathaxom799
    @dipankarnathaxom799 4 года назад +1

    Dhuniya lagise

  • @dilipdutta8539
    @dilipdutta8539 3 года назад +3

    Fine from Rajgarh Dibrugarh

  • @tridipmech6558
    @tridipmech6558 4 года назад +1

    Val lgl lokoi daa

  • @pranudeeptaupdated195
    @pranudeeptaupdated195 4 года назад +1

    সুন্দৰ উপস্হাপন .....

  • @susmitadeka9123
    @susmitadeka9123 Год назад +1

    ❤❤❤

  • @dipakbora4878
    @dipakbora4878 4 года назад +1

    Val lagil...

  • @rikumonidas7274
    @rikumonidas7274 4 года назад +1

    সুন্দৰ মোৰ প্ৰিয় কবিতা

  • @learningpointsvlogs7652
    @learningpointsvlogs7652 4 года назад +1

    লকৈদা💕

  • @gyanjyoti3498
    @gyanjyoti3498 2 года назад +1

    Moi ata kobita dibo bisaru kanakoi dim aponar voice bohut modhur .

  • @promudtsky2214
    @promudtsky2214 4 года назад +1

    Val hoise

  • @KhagenKrGayan
    @KhagenKrGayan 4 года назад +1

    First view...

  • @Kasturisourav77
    @Kasturisourav77 3 года назад +1

    বহুত ভাল লাগিল বাইদেও,মোৰ আবৃত্তি ও শুনিবচোন।

  • @priyakhibaruah4879
    @priyakhibaruah4879 4 года назад +1

    My favourite 1💗

  • @ABEEDASOFFICIAL
    @ABEEDASOFFICIAL 3 года назад +1

    👌👌👌

  • @dharitrisarmah9387
    @dharitrisarmah9387 4 года назад +2

    Nice 👌

  • @pankajborthakur3370
    @pankajborthakur3370 Месяц назад

    If you are coming down through the
    narrow of the river Kiang
    Please let me know beforehand,
    And I will come out to meet you
    As far as Cho-fu-sa
    -----Ezra Pound
    মৰমৰ,
    এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুদিনৰ
    মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে
    মমডাল আহি কোবাইছেহি।… চাওঁ খিৰিকীখন জপাই দিওঁ।…
    সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত
    আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি
    মেলিছিলোঁ।… মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে
    লাগিছিল।
    সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা।
    পদুলিত তল সৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া, মই তোমালোকৰ ঘৰলৈ ন-কৈ আহিবৰ দিনা, আকাশৰ
    মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে
    ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ।…
    মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ
    কিয় একেথৰে চাইছিলা?
    মোৰ কেনে লাগিছিল, জানা? তুমি যেন কোনোবা দূৰ
    বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই? মই
    যেন তলসৰা এপাহ শেৱালি।
    সেইদিনা মন-সাগৰত মোৰ এৰি অহা আৰু
    আহি পোৱা অলেখ ঢউৰ কঁপনি জাগিছিল। তোমাৰ
    জানো এইবোৰ কথা মনত নাই?
    আমাৰ দেউতাই যে চিঠিত লিখিছিল: "আই, তই নতুন
    ঘৰত হাঁহি-মাতি থাকিবি।"
    এইবোৰ সাত বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ
    পুৰাণৰ সাধু যেন লাগে।… জেঠমহীয়া দেউতাৰ
    বছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো
    হৈছে।
    তাৰ ওপৰপাৰিত এধানমানি ডালিম-গুটি
    যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে
    নিদিয়ে। (কেতিয়াবা মোৰ যে ইমান খং উঠে--
    তুমি নাই নহয়, সেই কাৰণে!)
    সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি
    চাই থাকে কিয়? তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
    চিনাকি,-- সেইকাৰণে-- নহয়? বাবুল এতিয়া বৰটো
    হৈছে, বুজিছা? (আৰু ডাঙৰ হ'লে স্কুলত তাক
    নাম লগাই দিম। স্কুলত সি আতঁৰি থকা সময়খিনি মোৰ যে
    বুকুখন উদং হৈ থাকিব, ভাই।)
    আৰু কি লিখিম। বিশেষ একো নাই। মোৰে শপত,
    তুমি যিদিনা উলটি আহিবা, মোক আগতীয়াকৈ জনাবাঁ
    দেই। মই ভোগদৈয়েদি ভটিয়াই গৈ
    বুঢ়া লুইতৰ
    বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,-- তুমি যিদিনা
    উলটি আহিবা, মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা
    দেই। মৰম ল'বা। ইতি।
    তোমাৰ
    মমতা
    পুনঃ : এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল।… আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি জগিছে। এটা শুধ বগা। আৰু আনটো পখৰা.

  • @dhyanamunu5334
    @dhyanamunu5334 11 месяцев назад +1

    চকুপানী ওলাই গল

  • @girimalikadoloi1578
    @girimalikadoloi1578 4 года назад +1

    Nice...

  • @raagmonujcreation
    @raagmonujcreation 4 года назад +1

    Bohut val lagil. Share koribo parine?

  • @madhurjyagogoichangmai9882
    @madhurjyagogoichangmai9882 4 года назад +1

    Bor hundar upasthapon. Hakalu dikh oti hundar .

  • @gobinboruah1209
    @gobinboruah1209 4 года назад +1

    Nice

  • @Kasturisourav77
    @Kasturisourav77 3 года назад +1

    ruclips.net/video/edYRRt93THo/видео.html
    অনুগ্ৰহ কৰি মোৰ আবৃত্তি টিও শুনিবচোন। কবিতা আৰু আবৃত্তি ভালপোৱা সকলে এবাৰ শুনক আৰু ভাসল লাগিলে মোৰ চ্যেনেল টো চাব্‌ক্ৰাইব কৰি দিবচোন।

  • @sajidjaman2013
    @sajidjaman2013 4 года назад +1

    ❤️

  • @bhanupriyank173
    @bhanupriyank173 2 года назад +1

    Atulonio

    • @lokoientertainment
      @lokoientertainment  2 года назад

      ধন্যবাদ জ্ঞাপন কৰিলো

  • @subhashdas118
    @subhashdas118 3 года назад +1

    অতি উত্তম ' শব্দ নাই কবলৈ ।

  • @nirupoma80
    @nirupoma80 Год назад +1

    বহুত সুন্দৰ

  • @nitu5925
    @nitu5925 3 года назад +1

    ❤️

  • @mylife2.045
    @mylife2.045 4 года назад +1

    Nice

  • @assamsupport122
    @assamsupport122 3 года назад +1

    Nice

  • @priyamkalita467
    @priyamkalita467 3 года назад +1

    Nice

  • @mamanikalita2550
    @mamanikalita2550 3 года назад +1

    Nice