Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ কোঁহে কোঁহে সোমাই আছে তেখেতৰ অবিনাশী সত্বা,তেওঁৰ অবিহনে অসমৰ স্বকীয় পৰিচয় যেন আধৰুৱা,লুইতৰ দৰে প্ৰাণৱন্ত হৈ যুগ যুগ ধৰি অসমীয়াৰ হৃদয়ত চিৰপ্ৰৱাহিত হৈ থাকিব তেখেতৰ অপূৰ্ব সৃষ্টিৰাজী,তেখেতেই আমাৰ প্ৰাণৰো প্ৰাণৰ হিয়াৰ আমঠু সংগীতসূৰ্য সুধাকণ্ঠ ড• ভূপেন হাজৰিকা,মহাবাহু ব্ৰহ্মপুত্ৰ, গংগা, পদ্মাৰ পৰা নীল নদীৰ পাৰলৈকে জিলমিলিয়া ঢৌ তুলি চিৰযুগমীয়া পদ আঁকি অগ্নিযুগৰ ফিৰিঙতিৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰতি ধ্বনিত হৈ আছে শান্তি সম্প্ৰীতি, বিশ্ব-ভাতৃত্ববোধৰ বিশাল দৃষ্টিভংগী... বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো গঢ়া সুধাকণ্ঠৰ বিশাল সৃষ্টিৰাজিয়ে অসম আৰু অসমীয়াক বিশ্ববাসীৰ সন্মুখত সদায় গৰ্বিত কৰি তুলিব ....🙏🏻
ভাল লাগিল ককা
বিৰল সংগ্ৰহ।ভূপেন দাৰ অগতানুগতিক সুৰীয়া কথাখিনিয়ে মন ভৰাই তুলিলে।।
অতি সুন্দৰ ।
He was Bhupen the music maestro
সুন্দৰ সংগ্ৰহ
❤❤❤❤❤❤
❤❤❤ ধন্যবাদ ধ্ৰুৱ দা...সদায়েই পাই থাকিম বুলি আশা থাকিল
প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ কোঁহে কোঁহে সোমাই আছে তেখেতৰ অবিনাশী সত্বা,তেওঁৰ অবিহনে অসমৰ স্বকীয় পৰিচয় যেন আধৰুৱা
,লুইতৰ দৰে প্ৰাণৱন্ত হৈ যুগ যুগ ধৰি অসমীয়াৰ হৃদয়ত চিৰপ্ৰৱাহিত হৈ থাকিব তেখেতৰ অপূৰ্ব সৃষ্টিৰাজী,তেখেতেই আমাৰ প্ৰাণৰো প্ৰাণৰ হিয়াৰ আমঠু সংগীতসূৰ্য সুধাকণ্ঠ ড• ভূপেন হাজৰিকা,মহাবাহু ব্ৰহ্মপুত্ৰ, গংগা, পদ্মাৰ পৰা নীল নদীৰ পাৰলৈকে জিলমিলিয়া ঢৌ তুলি চিৰযুগমীয়া পদ আঁকি অগ্নিযুগৰ ফিৰিঙতিৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰতি ধ্বনিত হৈ আছে শান্তি সম্প্ৰীতি, বিশ্ব-ভাতৃত্ববোধৰ বিশাল দৃষ্টিভংগী...
বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো গঢ়া সুধাকণ্ঠৰ বিশাল সৃষ্টিৰাজিয়ে অসম আৰু অসমীয়াক বিশ্ববাসীৰ সন্মুখত সদায় গৰ্বিত কৰি তুলিব ....🙏🏻
ভাল লাগিল ককা
বিৰল সংগ্ৰহ।ভূপেন দাৰ অগতানুগতিক সুৰীয়া কথাখিনিয়ে মন ভৰাই তুলিলে।।
অতি সুন্দৰ ।
He was Bhupen the music maestro
সুন্দৰ সংগ্ৰহ
❤❤❤❤❤❤
❤❤❤ ধন্যবাদ ধ্ৰুৱ দা...সদায়েই পাই থাকিম বুলি আশা থাকিল