সৰস্বতী পূজাৰ দিনা বিদ্যালয়ত তলা লগাই অজিত ছাৰ আছে শুই
HTML-код
- Опубликовано: 8 фев 2025
- ⭕ সৰস্বতী পূজাৰ দিনা ছাৰ ফিটিং
⭕ সৰস্বতী পূজাৰ দিনা বিদ্যালয়ত তলা লগাই অজিত ছাৰ আছে শুই
⭕ নিউজ লাইভৰ সাংবাদিকে মাত লগোৱাতহে টোপনি ভাগিল ছাৰৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
পঢ়াশুণা লৰা ছোৱালী বহুত আছে ।মদাহিক উলিয়াই ভাল শিক্ষীত নিবনুৱা লৰা ছুৱালীক চাকৰি দিয়ক। জয় আই অসম ।
@@bcborah4088 আৱেগিক হৈ কথা কোৱাতকৈ মনে মনে থকাই শ্ৰেয় ।
এনেকুৱা শিক্ষকক কানতেলীয়া চৰ শোধাব লাগে।
শিক্ষা বিভাগৰ উন্নতিৰ পৰিচয়।
এইটোক অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিব লাগে। একেবাৰে জাবৰ
বাহিৰ কৰক ভাগৰি পৰিছে তেওঁ শিক্ষাদান কৰি বহুত ভাল লৰা আছে আমাৰ অসমত ।
Good teacher 😅
এনে মানুহে চাকৰি কেনেকৈ পায় বাৰু
ছাৰ আপোনাৰ গল দেই
পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিব লাগে এইজনক। মূখ্য মন্ত্ৰী মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ।।
মদ বিক্ৰী কৰিবলৈ চৰকাৰে সহজ কৰি দিছে সেয়া লাগিলে গাওঁ অঞ্চল হওক বা চহৰ। সেই বাবে খাবলৈ বেছি সুবিধা পাইছে ।
শিক্ষক হ'লে ভাল হ'ব লাগে এনেকৈ সৰু সৰু ল'ৰা ছোৱালীৰ জীৱন শেষ কৰিব নালাগে ।
শেষত চৰকাৰক এটা অনুৰোধ কৰিলোঁ গাওঁ অঞ্চলত মদ বিক্ৰী বন্ধ কৰি দিয়ে যেন আৰু চৰকাৰী শিক্ষা ব্যৱস্থা কটকটীয়া কৰে যেন।😢
Tex tu je besi pai modor pora 😂😂
Manuh Bhal hobo Lagibo eisob Modahi e Dukan napale local gela khai nolat pori thakibo...Responsible hoi mod khale kobo laga eku nai but eisob k Kamor r pora parmantly bohiskar koribo lage..
এনে শিক্ষকৰ চৰিত্ৰই শিক্ষক সমাজক কুলসিত কৰিছে। এনে শিক্ষকক শিক্ষা বিভাগে কঠোৰৰ পৰা কঠোৰতম শাস্তী বিহিব লাগে।
1. স্কুল ত গৈ মদ খোৱা নাই। গতিকে ব্যক্তিগত জীৱনত যি মন যায় কৰিব পাৰে।
2. সেই দিনটোৰ CL এটা লৈ ললেই হল।
চৰকাৰী সুবিধা বহুত আছে।
কলম গচকে খাই তেওঁৰ কথা। নিজৰ পইচাৰে কিনা কলম। পকেত ত sikhar ase তেওঁৰ কথা। সাংবাদিকৰ পকেত খুচৰা অধিকাৰ নাই
দৰমহা লোবা শিক্ষক ❤
সাংবাদিক সোপাই ছাৰতকৈ বেছিকৈহে খায় । নাপায় দেই ফু ফু টো কোনোবা চেনেলে দিলে বুলিয়েই আনৰ কাণত এনেকৈ ফুৱাই দিব নালাগে । হে সাংবাদিক মহোদয় আপোনালোকো ধোৱা তুলসিৰ পাত নহয় দেই . .।
Teacher jon dekhat nelage teacher teacher...............😂
চকিদাৰ আৰু মাষ্টৰ দুইটা চাকৰি কৰে নেকি ? 😅
এইজনাক আৰু চাকৰিত ৰাখিব নালাগে,কি লাজ লগা অৱস্থা!
এনে এজন মহান শিক্ষক অসমৰ চৰকাৰী বিদ্যালয়ত থকাতো বৰ প্ৰয়োজন !
এইটোক কানতলীয়া চৰ দি আজিয়েই চাকৰিৰ পৰা অব্যাহতি দিব লাগে । কাৰণ চাকৰি টো তেওঁৰ কাৰণে নহয় , কণ কণ ছাত্ৰ ছাত্ৰীৰ কাৰণেহে । পঢ়োৱাৰ বিনিময়ত তেওঁক চলিবৰ বাবেহে দৰমহাটো দিয়া হয় । ছাত্ৰ ছাত্ৰী প্ৰথম ।
Sunor axom❤❤
😅
এইটোক কাণৰ লটি ফাটি যোৱাকৈ চৰ দিবলৈ কোনো নাছিল নেকি ?
আগৰ দিনত চাকৰি পোৱা শিক্ষক কিছুমান এনেকুৱা.. বাহিৰ কৰক এনেকুৱা শিক্ষক ||
Good ❤❤❤❤
Moja news
মদাহী এটা সিমা থাকে।মহাশয় আপুনি সেই সিমা চেৰাই দিলে।।এনেকোৱা শিক্ষকক চাকৰি পৰা ওলিয়াই দিব লাগে,এনে বিনামূলীয়াকৈ দৰমহা কিটা দি থাকিব নালাগে।।অসমত বহুত শিক্ষিত মানুহ আছে তেওঁলোকক চাকৰি দিয়ক।।🙏🙏
কৰ্মচাৰী সংস্থাক আৰু সুবিধা লাগে।
কৰ্মচাৰী সংস্থা ❌❌❌
শিক্ষক সংস্থা ✅✅✅
শিক্ষক সংগঠন ✅✅✅
News Live ৰ sir aru বাইদেউ সকল আপোনালোকে please double TRP kio loi thake হে ।।
এটা অকল এটা TRP লোক সেইটো হল direct মামাক কৈ দিয়ক কাম setep ।।
মজা আখ্যাৎ ৷
সকলো বস্ত সকলো ঠাই বা সকলো কামৰ বাবে নহয়। শিক্ষকতা প্ৰবৃত্তি এখেতৰ বাবে নহয় । এখেতৰ মূল প্ৰবৃত্তিটো হৈছে চিকাৰ কৰি চৰাই , কেৰ্কেটুৱা মাৰি আনি হাঁড়ীয়া পানীৰ লগত খোৱাহে । এখেতক শিক্ষক চাকৰি দিয়াটো চৰকাৰৰ ভূল।
Kenekoi sakori pai o bohut val val lora shuwali ase ooo
শিক্ষকতাৰ নামত এটা মষ্ট কলঙ্ক ।
এনেকুৱা শিক্ষক ক চাকৰিৰ চিৰ বিদায় দিব লাগে । স্কুলবোৰ ভালদৰে Verification কৰিলে । বহু দৃশ্য ওলাব ।
এনেকুৱা ছাৰক চাকৰিৰ পৰা বখা’স্ত কৰিব লাগে
Good.news.thanks.
কি শিক্ষক ৰাখিছে চৰকাৰে এই বিলাক শিক্ষক ৰাখি। লাভ হ'বনে ল'ৰা ছোৱালী
চৰকাৰৰ মেধাভিত্তিৰ শিক্ষক ৷মজা মজা ম জা ৷
অসমীয়া ভাষা শেষ কৰি দিলি তুহতে হুই নহয় শুই আৰু হৰস্বতী পূজা নহয় সৰস্বতী পূজা গৰু হত ভিদিও বনালে ভাষা বিলাক শুদ্ধ কৰিবি
চৰকাৰে ৰাইজক দেখুৱাই আদৰ্শ হিচাপে discharge কৰিব লাগে।
শিক্ষক নে কি এইটো,,,,এওৰ পৰা কি শিক্ষা পাব,,,, বুজি পাইছে ৰাইজে,,,,,জাৱৰবোৰ উলিয়াই ভাল শিক্ষিত লৰা ছোৱালীক শিক্ষকতা কৰিবলৈ দিয়ক,,,, নহ'লে অন্ধকাৰৰ মাজত সোমাই পৰিব,,,,
মূখ্যমন্ত্ৰী কৰ্মী কান্দ আৰু ৰিনিকী ভূয়া শৰ্মা বাইদেউ পোহনীয়া পুলিচ 😂😂😂😂😂 আৰু মাজত থাকি গল ৰনোজ পেগু 😂😂
ইয়াৰ ঠাইত মোক Areshement কৰি দিয়ক,Pegu sir.and mama.
😂😂😂bohut bohut dhanyawad media person jonoloi
4:42 Moi mod khoa nasilo pani he khaisilo 😂
চাৰ ফিটিং
Maluwa sir
Kune Sakori Dile Yak ?
কাজত নিমন্ত্ৰণ কৰিব কিন্তু ছাৰ ।
Oh my god
চাকৰি যাব
Tezpur ৰ Training centre ত থৈ দিব লাগে 20 বছৰ।
Aibur Mamar Mohan obodan. Axomr Amuilya sompod.
vlei korise
সাধু জেন মানুহজনে কোনোবাই বেছিকৈ খাব দিলে ঊস ৰাম ৰাম
Enedhoronor jabor bure dormoha loi ase aru suka lora suali bur ene bohi ase bor dukh lage vabile😢
Enekua manuhor karone amar hikhyok hokolor bodnam hoise. Sakorir pora dismiss korie dibo lage.
আজিৰ অসমীয়া ই ইয়াকে শিকিছে😢😢
Khub val paise reporter jone .. kintu mur usrt proff ase .. reporter jonu ekei .. heijonot koi Khali komkoi mod khai reporting koribo jai .. ru reporter jone over nisa t kuwa ktha kisumnru vdo ase .. eibur lukoke sabole val .. but June ktha khini hudhise korise teu u kunu gune euuu t koi kom nhoi !!! Proff available!!!
থিক কথা কৈছে ৷
চাকৰি কেনেকৈ পালে
Amii TET Pass Kori Ajiloike Teacher Hobor Mon Thakiu Teacher hobo nuarilu Mon Bhagi Goise Aru Aifhale Teacher Job Pai U Anekua Korise Tea Garden School Bhurot Val TGL r TET pass Kora Candidate Bhurok Nijukti Dibo Lage.
সম্পাদক জন লগতে আছে নে?
শিক্ষা বিভাগ কত আছে
হাই প্ৰেছাৰ হৈছে।
😮
CM. Sirok. Tex. di. Help. Korise
Hoi
BL
Don't underestimate the 💪power of
Masti..... The government sulai.....
Garebo ka wine 🍷(M A S T I)
Khai fiting
Ami dekhun prhi huni ksto kori pgol hoii golu tothapio sakori napaw Bed o korilu MA o korilu etya private school t 5000 tokat kaam kori asu taku time t ndye
হায় হায় ।
কি ভাগ্য পাইচিল চাকৰি
হিমন্ত মামা এনেকুৱা শিক্ষকৰ পৰা কি শিক্ষা গ্ৰহণ কৰিব
মদাৰু মাষ্টৰ জনক একেবাৰে বহিস্কাৰ কৰিব লাগে।
Let him sleep, don't disturb.
হি নিজে খুৱা নাই, কোনোবাই জোৰ কৰি খুৱাই দিছে চাগে😂
আৰু কৈ আছে মই মদ খুৱা নাই, চোৰবোত খাইছে😂😅
Teacher or Master.
Sikhar
ছাৰে ঘৰতে পূজা মানি আহিল😀 সৰস্বতী পূজাৰ দিনাই লক্ষ্মী আইয়ে লগ এৰিব হবলা ছাৰৰ🤔আৰু কিমান বিদ্যালয়ত এনে শিক্ষকেৰে চলি আছে ঠিক নাই 😡
Hi oi
Ulai diya please cm sir
He prabhu koboloi ako nai
শিক্ষক নে মদাহী চাকৰি কেনকৈপালে মদাহী চবে।
চৰকাৰ টুপনি গ'ল নেকি
Eibore sakori kenekoi paise
কিজি হ'ব কি শিক্ষা দিব এইবিলাক গৰু চুৰ শিক্ষকে সেইকাৰণে আজি কালি ল'ৰা ছোৱালী মদ চিখৰ খাই কানৰ তলত চৰ দি
শিক্ষক হল বুলি মদ চিখৰ খাব নালাগে নেকি ?সকলো লোককে খাবলৈ মদ চিখৰ খাবলৈ চৰকাৰে মদ চিখৰ কোম্পানীক অনুমতি দিছে বিকিব দিছে যেতিয়া খাবই ।বিদ্যালয় খোলক বা নুখোলক ছাত্ৰ ছাত্ৰীক পঢ়াুৱাও বা নপঢ়াওক মদ চিখৰ খাবই ।এনেই ৪০ ৫০ হাজাৰ টকা দিছেনে ?নিবনুৱা কৰ্মসংস্থাপনহীন উপাৰ্জনহীন সকলেই মদ চিখৰ খায় যেতিয়া ৪০ ৫০ হাজাৰ টকা দৰমহা পোৱা সকলে নাখাব কিয় ? খাবই ।
Keneke sakori pale baru
Salary pai ne ni ,, salary pai jodi dismiss,,napay jodi tncnt a khaise
TET exam pass kori teacher hoise.
পুকৰত পেট্রোল ধালি জুই লগাই দিব লাগে ।
ৰাম ৰাম এনে শিক্ষক আছে নে যি টোৱেএকো গমেই নাপায় ৷ কেনেকৈ নিযুক্তি পায় এই বিলাকে ? চৰকাৰৰ টকা খায় বেটাৰ তেল ফাতিছে ৷ পুৰস্কাৰ কি দিব কব দেই পাচত হিঃ হিঃ 😅😅
আৰু ইহঁতবোৰেই আন্দোলনৰ গুৰি ধৰোতা🤣🤣
Managing Committee nai neki ????
Hai Hai Mor Ahom ki je hobo
শিক্ষক নে মদাহী চাকৰি কেনকৈপালে মদাহী চবে। 😂
হা হা। কি কৌম?
এই গৰাকীয়ে কি শিক্ষা দিয়েনো।
Aijone kanaka sakori pale aru bhogobane ha jane upojukto xikhyakor obhab karonai xakalu private schoolmukhi hoise
payment Kom hoise alopecia bohai diya
Aituk moi dekhia thaku amr ghr pora 1.5 km hoi school khnole school khno le bhut dre dre ka teacher ahe . Kiba ata korok apunaluke Dor kar hole kbo koi vl video ata bonai didim kne kwa school khnr poribakh tu
😀😀😀😀😀
Dada jot md bese tata apuni jauk....bitel oboloi
Sakori kenekoi paise o