ভাগৱত পাঠ ও ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | তৃতীয় খণ্ড | Bhagwat Bakhya | Pranjit Gogoi | বালিগাওঁ

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | তৃতীয় খণ্ড | Bhagwat Bakhya | Pranjit Gogoi | বালিগাওঁ
    ব্যাখ্যাকাৰ-
    * প্ৰাণজিৎ গগৈ (শিৱসাগৰ)
    * আমাৰ ধৰ্মটো গুৰুজনাই গাহৰি, কুকুৰাৰ মাজত ভৰাই থৈ গৈছে নিকি...?
    স্হান- বালিগাওঁ প্ৰাথমিক নামঘৰ (গাভৰু টুনিজান), লখিমপুৰ, অসম
    #ভাগৱতপাঠ #pranjit_gogoi #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

Комментарии • 105

  • @majanikalita6025
    @majanikalita6025 4 месяца назад +3

    Krishna probhu.🙏🙏🙏

  • @anupomgogoi5374
    @anupomgogoi5374 2 месяца назад +3

    Krishna krishna krishna bap

    • @kalindeebhomora6395
      @kalindeebhomora6395  2 месяца назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pallabikagohain5720
    @pallabikagohain5720 5 месяцев назад +3

    Ak Dau ak Hau Ak Bina Nie Kayo 🙏 Krishna ra Nama Loilu Horon 🙏 Krishna Krishna Krishna 🙏

  • @user-ff3gd2ln4k
    @user-ff3gd2ln4k 5 месяцев назад +3

    সুন্দৰ বিশ্লেষণ 🙏

  • @ranudas4561
    @ranudas4561 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @buddhaboruah3008
    @buddhaboruah3008 2 месяца назад +1

    Krishna ❤❤❤🙏🙏🙏

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 3 месяца назад +1

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏

  • @bitulphukan6914
    @bitulphukan6914 4 месяца назад +2

    শাস্ত পঢি সৰহ সংখ্যক জ্ঞান মাৰ্গতহে গৈছে ভকতি কৰা লোকৰ সংখ্যা নাই বুলি কলেও ভুল কৰা নহব | ভকতি নাই কাৰণে সকলোৰে চিন্তা ধাৰা একেবাৰে ঠেক কি শংকৰি সংঘ কি বাণুণিয়া সকলোৰে একেই অৱস্তা | ভকতি শব্দৰ অৰ্থটো মুখস্ত কৰি থৈছে তত্ব বুজি পোৱা মানুহ বিৰল | সকলোৱে শাস্তৰ কথা কয় কিন্তু নিজৰ ঘৰখনকে ঠিক কৰিব পৰা নাই | সমাজত নিৰামিষ ঘৰত আকৌ লৰা ছোৱালীবোৰে মাচ মাংস নহলে নহয় | সকলোৱে একেই অৱস্তা কি সংঘ কি অনাসংঘ | ভাগৱত পঢি পঢি সৰহ সংখ্যক হৈছে অহংকাৰিহে হৈছে কৰ পৰা ভকতি হব | ভকত হৈছে কিন্তু চৰিএৰ সলনি হোৱা নাই | অন্তৰখনকেই শুদ্ধ হোৱা নাই ভকতি কৰাটো বহু দুৰৰ কথা |

  • @user-iy4dy8ke9j
    @user-iy4dy8ke9j 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ।

  • @parishmita1000
    @parishmita1000 3 месяца назад +1

    Krishna Krishna Krishna Krishna Krishna Krishna BAAP Namaskar

    • @kalindeebhomora6395
      @kalindeebhomora6395  3 месяца назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️♥️🙏

  • @KomolBaishya-dd7mn
    @KomolBaishya-dd7mn 4 месяца назад +1

    🙏🙏🙏

  • @PramudPatar-cv1cw
    @PramudPatar-cv1cw 4 месяца назад +1

    Krishna Krishna Krishna

  • @anudas9296
    @anudas9296 4 месяца назад +1

    🙏🙏🙏🙏🌺🌹🌷🌺

  • @poragboruah4156
    @poragboruah4156 4 месяца назад +2

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @dilipsutradhar4684
    @dilipsutradhar4684 4 месяца назад +1

    কৃষ্ণ, কৃষ্ণ,সমস্ত জনাৰ শ্ৰী চৰণ পংকজত শত সহস্ৰ প্ৰনিপাত জনালোঁ, কৃষ্ণ, জয় গুৰু শঙ্কৰ

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 5 месяцев назад +2

    Krishna Krishna Krishna baap aie saklulo shweay gonalu krishna
    Joy guru Shankar krishna

    • @kalindeebhomora6395
      @kalindeebhomora6395  5 месяцев назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️♥️

  • @nomitagohain3546
    @nomitagohain3546 4 месяца назад +1

    Krishna bap krishna 4:46

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 4 месяца назад +2

    Krishna krishna jai jagat guru sri manta sakar deb form doigrong

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপজনা।

  • @RilumoniDas-ob2in
    @RilumoniDas-ob2in 4 месяца назад +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @saratmedhi3923
    @saratmedhi3923 4 месяца назад +2

    কৃষ্ণ 🙏

  • @barnalidas7784
    @barnalidas7784 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ

  • @jintidas6948
    @jintidas6948 5 месяцев назад +2

    কৃষ্ণ।

  • @bashantadas1542
    @bashantadas1542 4 месяца назад +1

    Krishna krishna gogoi baap jai jai shree krishna bhagaban tomar saranat coti coti pranam

  • @uddhabhazarika2077
    @uddhabhazarika2077 4 месяца назад +1

    বৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে।

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 5 месяцев назад +2

    Krishna Krishna bap from rangia

  • @user-mb3nj2fs7o
    @user-mb3nj2fs7o 4 месяца назад +1

    🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔🍊🍊🍊🍊🍊🍊🪔🪔 কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালো ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔🪔🪔🪔🪔

  • @mukulkakati8613
    @mukulkakati8613 4 месяца назад +1

    ব্যাখাভাগে মন চুই গল। সচা কথা পন্থা ভিন্ন হলেও একেখন ভাগৱত পঢ়া সকলো ভকতৰ মাজত মনৰ পাৰ্থক্য কমাব লাগে। ভাগৱত পাঠত উপস্থিত সকলো ভকতে তাত প্ৰস্তুত অন্নপ্ৰসাদ ঈশ্বৰপ্ৰসাদ বুলি গ্লহন কৰিব লাগে। নহলে ভকতৰ সমন্বয় কেনেকৈ হব? ভুল হলে ক্ষমা কৰিব🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 месяца назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️♥️♥️

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @rikugogoi3759
    @rikugogoi3759 4 месяца назад +2

    Sumitra Gogoi
    Krishna Krishna Krishna ❤

  • @HomorNog-bh8hk
    @HomorNog-bh8hk 4 месяца назад +1

    Krishna krishna 🙏🙏🙏

  • @Rasamit6360
    @Rasamit6360 4 месяца назад +1

    ৰাম ৰাম বাপ....কৃষ্ণ🙏

  • @kumudgayan1664
    @kumudgayan1664 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। শাস্ত্ৰ -গুৰুৱে দিয়া উপদেশ আজি শুদ্ধ -সত্য ৰূপত বুজি বাজি হৃদয়ঙ্গম কৰিব লাগিব আৰু তাকে সত্য মানি চলাটো প্ৰয়োজনীয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @ansumanbatmas9500
    @ansumanbatmas9500 4 месяца назад +1

    জয়গুৰুশংকৰ, জয়ভগৱানেইজয়,

  • @jungogoiyoutubechannel892
    @jungogoiyoutubechannel892 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ

  • @pallabikagohain5720
    @pallabikagohain5720 5 месяцев назад +1

    Sattai na Sanatan Eswar Parbhu Krishna ro Sarana Pronam Jonisu 🙏 Krishna Krishna Krishna 🙏

  • @user-hd5ez7go5x
    @user-hd5ez7go5x 4 месяца назад +1

    ❤ 🙏❤

  • @user-en6he6bt8m
    @user-en6he6bt8m 4 месяца назад +1

    Aacharjya ilaram bap Sankar dev sanghat thakute sanghai jat pat bichar karichil babai aacharjya ilaram bap olai aaji ek saranot bhagwati samaj khuliboloi baidhya hoichil krishna

  • @PabitraRoy-do1sr
    @PabitraRoy-do1sr 4 месяца назад +1

    Joy Radha-Krishna.

  • @binadatamuli2323
    @binadatamuli2323 4 месяца назад +1

    Krishna Krishna

  • @Narendrasaikia556
    @Narendrasaikia556 2 месяца назад +1

    Ramkrisnaramkrisnagovind

  • @user-nj1xq3hb8n
    @user-nj1xq3hb8n 4 месяца назад +1

    গছৰ মূঢ়াৰ ডাল-পাত নাথাকে গছৰ গুৰিৰ বুলিলে গছৰ ডাল-পাত নাথাকে নেকি ? ফল-মূল গছৰ মূঢ়াত লাগিব নে গছৰ ডালত লাগিব ? গুৰুজনাই তৰুমূল শ্লোকৰ যোগেদি গছৰ মূঢ়াত নে গছৰ গুৰিত পানী দিবলৈ কৈছিল ? আন দেৱ-দেৱী মানে পৰ-পুৰুষ বা পৰ-স্ত্ৰী নহয় নেকি ? নাজানোদেই....

  • @MridulDas-jd4to
    @MridulDas-jd4to 27 дней назад

    Krishan bap axirbad dib mur gorvt thoka hontantuk

  • @HunkanBhuyan
    @HunkanBhuyan 4 месяца назад +1

    Ake bhagabat 3 khanda hunisu aphaledi riju pathakar byakhya beleg aru pranjit gogoiru beleg kiya baru bhul hale khaana kariba

  • @bipulkalita6608
    @bipulkalita6608 4 месяца назад +1

    নিজে নকৰানাই আনেকৰক তোমাৰ কি লোকচান হৈছে হয়।

  • @asomiaasom6008
    @asomiaasom6008 4 месяца назад +1

    সংস্কৃত ভাগৱতৰ লগত অসমীয়া ভাগৱতৰ মাজত বহু অমিল কিয় ?বেদ পুৰাণ গীতা ভাগৱততকৈ নামঘোষা শ্ৰেষ্ঠ নেকি ?কৃষ্ণৰ গীতা উপদেশতকৈ মাধৱদেৱৰ নামঘোষাৰ উপদেশ শ্ৰেষ্ঠনেকি ?মাধৱদেৱ ঈশ্বৰ নেকি ?কৃষ্ণতকৈ মাধৱদেৱ শ্ৰেষ্ঠ নেকি ?শংকৰ মাধৱ জন্মৰ আগতো ধৰ্ম আছিল এতিয়াও আছে পিছতো থাকিব ।ভাগৱত খন স্ববিৰোধী দুমুখীয়া ৰহস্যময় মায়াময় পদ আছে নে নাই ?তুমি বেদ গীতা ভাগৱত বিষ্ণু হৰি ৰাম কৃষ্ণক মানানে নাই ?তই সদায় শ্ৰীমন্ত শংকৰ সংঘ আৰু বামুণীয়া সংঘৰ কথা আনি বিভেদ সৃষ্টি কৰি আছা কিয় ?বামুণীয়া সকলে ঈশ্বৰক নভজে নেকি ?তহত শংকৰী সকলেহে কেৱল ঈশ্বৰ কৃষ্ণক ভজা নেকি ? দেৱ দেৱী সকল কোন জানানে মুৰ্খ ?তই দেৱ দেৱীৰ বিৰোধ কৰি আছা কিয় ?তই দেৱ দেৱী নভজা বেদকৰ্ম নকৰা কেৱল কৃষ্ণক ভজা তই মুক্তি পাই বৈকুণ্ঠত যাবিনে ?গৰু তই সদায় বামুণীয়া পন্থাৰ বিৰোধ কৰি থাকা কিয় ?বামুণীয়া পন্থাৰ বিৰোধ নকৰিলে তোৰ হৃদয় জুৰ নপৰে নেকি ?নিৰপেক্ষ আলোচনা নকৰা কিয় ?সদায় পৰচৰ্চা পৰনিন্দা কটুসমালোচনা কিয় ?ঈশ্বৰ ভক্তি ধৰ্ম কৰিছা নে পৰনিন্দা পৰচৰ্চা বামুনীয়া পন্থ নিন্দা কৰা ধৰ্ম কৰ্ম কৰিছা ?

    • @kalindeebhomora6395
      @kalindeebhomora6395  4 месяца назад

      Krishna 🙏🏻

    • @CharanKumar-sh9uq
      @CharanKumar-sh9uq 4 месяца назад

      Nj fi by e ni CT ZZ dng ni by k CT r nii CT mi po mm trg ZZ x eszzdrx bb ee w​@@kalindeebhomora6395ni ni,zzzfy ree बिनf रिट f🎉 huu t me OMG mkmh

  • @user-rf6dx3tm1q
    @user-rf6dx3tm1q 4 месяца назад +2

    Krishna krishna krishna.

  • @llnm4891
    @llnm4891 4 месяца назад +1

    Krishna krishna bap

  • @dhrubajyotiborah2543
    @dhrubajyotiborah2543 4 месяца назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @akhilgogoi1869
    @akhilgogoi1869 5 месяцев назад +2

    Krishna Krishna Krishna

  • @arotidas3291
    @arotidas3291 4 месяца назад +1

    কৃষ্ণ 🙏🙏🙏🙏🙏

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 4 месяца назад +1

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻