দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী হ’ব নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা।
HTML-код
- Опубликовано: 7 окт 2024
- জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন সুখকৰ নহ’ল বিজেপিৰ বাবে। সুদীৰ্ঘ ১০ বছৰৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত নেচনেল কনফাৰেন্স আৰু কংগ্রেছে মাৰিলে শেষ হাঁহি। জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্রেছ দলৰ মিত্ৰজোঁট চৰকাৰ গঠন হোৱাটো নিশ্চিত হ’ল। দ্বিতীয়বাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী হ’ব নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা।
#pratidintime #JAMMU&KASHMIR #ELECTION
All assam people are request to vote for BJP otherwise assam can become 2nd Jammu Kashmir
Stop botherhood, secular policy with miya Muslim
🙏🙏🙏 Request all hindu of assam
Jai i axom❤❤
Jai hind ❤❤
Who are u ??? Are u a famous politician ??? What is about ur education .??? 😂😂😂
মুছলিমে আকৌ বিজেপিক কত ভোট দিব ?!? তথাপিও দ্বিতীয় স্থান পাইছে যে। পাকিস্তানী কেইটাই বৰ ভাল পাইছে চাগে
Brother we all Hindu have to vote BJP otherwise Assam can become second Jammu Kashmir
Pratidin time ar manuh bur nasi asa o.... Pratidine mithai khuwaba lagiba kintu
Thanks