Dada apunar acting moi aji first saisu . But mur kam tur babe ajon perfect actor moi bisari pua nasilu finnally i choose u,I hope apuni rply kribo..🙏plz
""""" প্ৰকাশ কৰিবলৈ আৰু শব্দ নাই বুজাবলৈ ভাষা নাই চকুৰে নিগৰিছে মাথো পানীৰ টোপাল😢 কিন্তু মচিবলৈ মানুহ নাই। বুজাইছে এটি হাহি মুখেৰে সকলোকে, যেন মনটো সুখত আছে কিন্তু বুজা মানুহ যে কোনো নাই । বুজিছে আনে, ভুলটো কিন্তু আজি কিন্তু শুধৰাবলৈ কোনো নাই । জীৱনৰ কাহিনী ৰৈ যায় এক অন্ধকাৰ কোঠালিত , কিন্তু দুৱাৰ খুলি চাবলৈ পোহৰ নাই । জীৱন যেন এনেকুৱা গড়িৰ কটাৰ দৰে চলি যায়, আজি আছোঁ কালি নাই ।"""" ( এক গভীৰ হৃদয় বিদাৰক কাহিনী ) এয়াই আৰু একো বুজাব নোৱাৰোঁ।
এই জগতত জন্ম লৈছোঁ যদি মৰণো অনিবাৰ্য নিজৰ সকলো সপোন যদি নিজে পুৰাব পৰা হয় সেয়াও বনিল হয় এক সাঁথৰ ... এক সুন্দৰ কাহিনী ...কাহিনী যদিও কিছু পলে পলে দিথক যেন লাগিল ... সুন্দৰ অভিনয় সুন্দৰ কণ্ঠ ❤
Bohut bohut dhanayabad anakua ankhon short film agborhai diar babe , aikhon akhon short film nohoi , ajon lora aru ajoni swalir major xomporkotu kanakua hobolaga tak bujua hoisa , ajon lorai ajoni swalik bapekor dora morom disa ❤❤❤❤❤ 🙏🙏🙏🙏
এনেকুৱা Film যদি আমাৰ পৰা চাব বিছাৰে তেন্তে CARE FOR YOU খন যিমান পাৰে Share কৰক । তেতিয়া আমি আগলৈ বনাবলৈ সাহস পাম, প্ৰেৰনা পাম । ❤️
Dada apunar acting moi aji first saisu . But mur kam tur babe ajon perfect actor moi bisari pua nasilu finnally i choose u,I hope apuni rply kribo..🙏plz
Nakandi thakibo nuarilu
@@Jharna-p3ysure ..contact me on Instagram
@@BikashDasOfficial tqs a lot
2nd part lgee😢❤
""""" প্ৰকাশ কৰিবলৈ আৰু শব্দ নাই
বুজাবলৈ ভাষা নাই
চকুৰে নিগৰিছে মাথো পানীৰ টোপাল😢
কিন্তু মচিবলৈ মানুহ নাই।
বুজাইছে এটি হাহি মুখেৰে সকলোকে,
যেন মনটো সুখত আছে
কিন্তু বুজা মানুহ যে কোনো নাই ।
বুজিছে আনে, ভুলটো কিন্তু
আজি কিন্তু শুধৰাবলৈ কোনো নাই ।
জীৱনৰ কাহিনী ৰৈ যায় এক অন্ধকাৰ কোঠালিত ,
কিন্তু দুৱাৰ খুলি চাবলৈ পোহৰ নাই ।
জীৱন যেন এনেকুৱা গড়িৰ কটাৰ দৰে চলি যায়, আজি আছোঁ কালি নাই ।""""
( এক গভীৰ হৃদয় বিদাৰক কাহিনী ) এয়াই আৰু একো বুজাব নোৱাৰোঁ।
Bor dhuniya kobita😢😢
@@MridulDoley-l4r bah bos bah kya kabita banya he apñe😍
🥹❤Sai bohut val lgil lgt a bohut dukh o lgil😭
Bahut dhunya hoise ❤
সুন্দৰ উপস্থাপন 💞
কেতিয়াবা যে কথাবোৰ কবলৈ শব্দৰ অভাৱ হৈ চকুলো নিগৰি আহে আজি তেনেকুৱা হল নজনাকে বাগৰি আহিছে।অভিনয় সুন্দৰ❤
Bohut vhal lagil
অভিনয় হব পাৰে কিন্তু ভগৱান ইমান নিস্তোৰ হ'ব নালাগে।ভাল লাগিল চাই ❤😢
Bohut bohut val lagel video to sai akha koru aru val ka aguai jua 😊😊❤
লক্ষ্য দা আপোনাৰ প্ৰতিটো কামতে এক সুকীয়া সোৱাদ পোৱা যায়, সঁচাকৈয়ে আপোনাক আমাৰ ওচৰত পাই গৌৰৱান্বিত আগুৱাই যোৱা আগলৈ আৰু নতুন সোৱাদ পাম বুলি আশা থাকিল
এক হৃদয়স্পৰ্শী কাহিনী😢
অন্তৰ চুই গ'ল🥹🥹
শেষত কান্দি দিলো😭😭😭
দুখৰ মাজতেই চাই দিলো🥺🥺
এই জগতত জন্ম লৈছোঁ যদি মৰণো অনিবাৰ্য
নিজৰ সকলো সপোন যদি নিজে পুৰাব পৰা হয় সেয়াও বনিল হয় এক সাঁথৰ ...
এক সুন্দৰ কাহিনী ...কাহিনী যদিও কিছু পলে পলে দিথক যেন লাগিল ... সুন্দৰ অভিনয় সুন্দৰ কণ্ঠ ❤
ইমান ধুনীয়া অভিনয়---আগুৱাই যোৱাত ভগৱানও সহায় হক্তঁক।
অপেক্ষা ৰ অন্ত পৰিল ❤ বহুত বেছি ভাল লাগিল চাই❤ তুমি এনেকৈয় আগুৱাই যোৱা❤
Oh ho ki kahani oo 😭😭 rokhabo nuwarilu njok kondar pora.. he isor ankua karu logot nokoriba nhle bohut ksto hoi oo 😭😭🙏🙏
সুন্দৰ উপস্থাপন প্ৰতিটো চৰিত্ৰ সুন্দৰ ভাৱে স্বতস্ফুট হৈছে। আগন্তুক দিনত আৰু এনেকুৱা সুন্দৰ ভিডিঅ'ৰে আমোদ দিবা বুলি আশা থাকিল। ❤❤❤❤
এক হৃদয় বিদাৰক দৃশ্য😢সঁচাকৈ মানুহে এনে নকয় ভাল মানুহ বোৰক ভগৱানে লৈ যায় 🥺🥺🥺🥺। এই কাহিনীটোয়ে তাৰ এক উদাহৰণ🥺🥺🥺🥺🥺।
Umm
অতি সুন্দৰ❤🥺 জীৱন সঁচাই এনেকুৱা🥺
অন্তৰ চুই গৈছে তাৰ বাবে হয়টো চকুপানী ৰখাব নোৱাৰিলো 😢😢😢 বহুত ধুনীয়া ❤❤❤
Lakhya Da Tmr last seen to video tor vitorat a mon Sui goise. Khosakoi oti khabolil hoise acting bahu Katha futai Tulisa tmr acting mind blowing
ইমান কিয় দোষ দিলা কিয় দাদা কিয় বা জীৱনৰ পৰা আঁতৰি গলা.............. বহুত ভাল লাগিল অ কথা ৰে শব্দৰে বুজায় কব নোৱাৰোঁ অ বহুত ভাল লাগিল..... সঁচাকৈ মানুহৰ জীৱনলৈ ইমান এনেকুৱা দোষ আহিব লাগেনে বাৰু....যি দুখে মানুহক জীয়াই জীয়াই মাৰে😢😢😢😢😢😢😢
দ্বিতীয় জন কমল লোচন দা❤❤❤
অভিনয় মানিবলগীয়া।।
আগুৱাই যোৱা বন্ধু 👍👍👍👍👍
Bhut basi a Dhuniya hoise Acting bur 🥹🙏🏻 script writer bikash bhai best 👍🏻 Selut bhai ❤anekua hit Webseries lage 😢
Soku Pani ulai gol 😢❤ bhut dhuniya acting 🔥
সঁচাকৈ বৰ দুখলগা চুটিছবিখন।হৃদয়স্পৰ্শী।চকুপানী ওলাই গ'ল চাই।
Bhut Val hoise bikash,agui jua❤
Ufff buku khn bikhai gl o ending khiniye bht konduwale ksm se vaxahin obhinoy story🥺❤🔥
সুন্দৰ অভিনয় ❤❤ বিকাশ 🔥🔥 সকলোৰে অভিনয় বহু ধুনীয়া হৈছে ❤❤❤
Ufff gaan tu 😢nojonakoi bohut kotha koi gl aru thaki gl kebol sokupani 😢😢all team বহুত বহুত অভিনন্দন থাকিল আৰু বহুত মৰম❤❤😢😢
Dada voice tu bhut vl lgise 😮😌❤️
Uffs, heart touching eta story reeh😢 bhut vl acting sbore, bhut vl lgil sai❤, aru aguwai juwa tumaluk😊
Xundor 🥺❤️🩹
চকুপানী ৰখাব নোৱাৰিলোঁ 🥺🥺🥺..... বহুত দুখ লগা কাহিনী ❤️❤️❤️❤️..... বহুত বেছি ভাল লাগিল। মানুহৰ জীৱন বৰ কষ্টকৰ 😣😣😣😣😣
হৃদয় চুই গ'ল সুন্দৰ অভিনয় ভাল লাগিছে
O m g .... Kobo vakha naii .. jibonot p1 St kndisu ata kahini sai ...❤❤ Bohut bohut huvesa
সুন্দৰ হৈছে ❤🎉 আগুৱাই যোৱা ❤❤
Tmmm Emotional kore dell re... 😩😩Buhut val lagise dei❤❤❤
বহুত ভাল অভিনয় হৈছে ❤... নাকান্দি থাকিব নোৱাৰিলো 🥺
Uffffff শলাগ লবলৈ শব্দৰ অভাৱ হৈছে ❤😢🎉
Dada Sai bahut Val lagil agoia jua
Xundor hoise bhai
Next level film val lagise bohut kandisu moi 😢😢😢
Xundor ...heart touching story 😢❤
Ai short film khon sai khubei val lagil da bhut bikheh film khon da 🥰
বৈ যোৱা নদী খনক নিজেই চিনি পাব লাগিব-কাৰণ ঠিক তেনেদৰে কোনো এজন মানুহেও নাভাৱে , যিয়ে আজি কালি সকলো থাকিও বিপদৰ সময়ত পোৱা নাযায়। কিছুমানৰ কথা হে কৈছো.......
Xosakoi bhut dhuniya story and acting.😢 And the timing of song with scene soku Pani olai gol ..nice work congratulations to whole team ❤️
Bohut val lagil sai kinto sokur Pani ole gol sai 😢
Dada bohut besi a vl lgil sai😊❤..kandi golu dei😢🥺👍
Bikhash dada bahut val hoise tenekoi a aguai jua❤👍💞
ভগৱানে সদায় ভাল মানুহ বোৰক সোনকালে লৈ যায়😢🥺🥲
এক নম্বৰ দৈ
সুন্দৰ বহুত দুখ লাগিল sai 😢🥺❤
এনেকৈ প্ৰেম কৰি এৰি থৈ যুৱাতকৈ মাৰি থৈ জোঁৱাই ভাল , জীয়াই থকা জনক জীয়াই জীয়াই মাৰি গৈছে..😢😢
Right
Rokhabo nuarilu o soku pani 🥺
মানুহৰ জীৱন বৰ কষ্টকৰ ন😣😣
ভাল লাগিল চাই❤️😢
ভাল হৈছে ❤❤ বিকাশ দা তুমি এনেকৈ আগুৱাই যোৱা ❤❤❤🎉🎉🎉
Bhut dux lagil anekoi aruu আগলৈ চাব pmm বুলি আশা raxilu শেষত aponaloi axopamnn mormmmmmm🎉🎉❤❤
Ultimate broo ❤❤😭😭🙏
Moja lagisel
Buhut dhuniya lagil😢❤😢 aru vll video pam buli akha ৰাখিলোঁ❤❤❤❤❤
Hokolue val obhinoy korise logote Shutting Tu moja korise❤
😍
Hsakoi saii bhutt besi vl lgil ouu😢 hsakoi sai thakuteii nije nije sokulu bagori ahil 😢anekoi ahgbahi juwa broo.keep it' up 🎉 bhut besi vl plu saii 😢
Pragya dekhn 😆 eyate normal pat loisa dhuniya avinay😍🌻
Yes pragya ...
বহুত ভাল লাগিছে film খন❤❤
Sagarika dhuniya accting😘😘
Vakha nai koboloi😢❤❤ agnahi juwa 🙌
Bor xundor upostapon '
Hosai bht besy axon dukh loga bht dhunia Film bonaisa 😢
Bikash dar voice to eman dhunia
Bohut bohut dhanayabad anakua ankhon short film agborhai diar babe , aikhon akhon short film nohoi , ajon lora aru ajoni swalir major xomporkotu kanakua hobolaga tak bujua hoisa , ajon lorai ajoni swalik bapekor dora morom disa ❤❤❤❤❤ 🙏🙏🙏🙏
ভগৱান ... ভালে ৰাখিবা মোৰ সাহসৰ সাৰধিজনক।❤️
কাহিনী সুন্দৰ... চকুলো বৈ আহিল 😢 আৰু লগালগ ক'ল কৰিছো। বাস্তৱত কাৰোৰে লগত যাতে এনে নহয়।
Bohut bohut bohut bohut bohut bohut besi vl lgil
First like @sanjoy Suraj kumar
অতি সুন্দৰ হৈছে ।দূখ লাগি গল চাই 😢😢
লক্ষ্য দাৰ কম সময়ৰ অভিনয়ত বহু খিনি ৰস দৰ্শক ৰাইজে লাভ কৰিলে। অভিনয় জগতৰ বিশ্লেষক নহয় যদিও সাম্যক জ্ঞানৰ পৰা কও সকলোৰে অভিনয় সুন্দৰ হৈছে কিন্ত লক্ষ্য দাই ভিডিঅ টোত সোণত সুৱগা চৰালে । এগৰাকী দক্ষ অভিনেতা হিচাপে পুনৰ প্ৰমাণ কৰিলে।
কব নোৱাৰাকৈয়ে চকুপানী ওলাই গ'ল 😥😥 সচাকৈয়ে মানুহৰ যে জীৱন আৰু দেই 🙂🙂😐😐😔😔 অভিনয় মানিবলগীয়া 🔥🔥 বিকাশ দা আগুৱাই যোৱা সদায় 🙏
গানটো কিন্তু মিলিছে পৰিস্থিতিৰ লগত
Moja😊😊😊😊😊
Xundor 🥺❤️
অতিথি শিল্পী হিচাপে লক্ষ্য দা অভিনয় খুৱেই সুন্দৰ হৈছে
This video deserves 1 million views
Nice❤🎉sad stry kune kune vl pisa stry to like here
উফ্ চকুলো বাগৰিল দুগালে দুধাৰি😢😢😢😢😢
সুন্দৰ অভিনয়………❤❤❤
Finally 😊
Bohot val lagil sai dada mon soi gol
Nakandi nuarilo🥺
Kandura (kanduri )😅😂
😢😭
Kanduri api😅😅
The story conception and acting is really good...Keep going with your good work 👍
Xosakoi nakandi thakibo nuwarilu😢😢 bohut val lagil❤❤😢😢😢
I love your face structure and your voice. Bikash da❤
Bohut vll lagile sai ❤next part pam buli aakha rahkilu baa and dada😊
হৃদয় চুই গ'ল!😢 হৃয়স্পৰ্শী কাহিনী❤️🥺
Bahut vall abhinay hoise..bahut bahut vall lagil xai.xundor heart touching story❤❤❤️❤️😭😭😭😭
Oh🥺bohut dhuniya kahinii🥺❤️hosaii bht vl lgel
Mind blowing short film❤❤emn dhuniya avinoi krisa xokoloye bht vl lgil.... Njke rokhabo nuwarilu soku r pra pani ulai goise ❤❤🥲mind blowing... Aguai juwa ❤❤❤👍.... Bht vl lgil xosai❤❤
What a sort film outstanding ❤
Sokur Pani nigari ahi thakil nije nije...ki acting, ki kahini....❤❤❤
Dukhor time r background music.. ufffffffffff.......❤️
bahut bahut bahut vl lagil sai ❤😊
Vll lgl ❤😢 mrm vl pua anekua hb lge 😢❤
Really the story was amazing ❤
Kandi golu reee no words to say ufff abhinash tmr acting salute ❤❤❤
বহুত ভাল লাগিল shoot filmখন চাই। আগলৈকে এনেকুৱা ই
আগুৱাই যোৱাৰ আশা থাকিল ❤❤
Gantu bohut val gaise ru bohut val hoise acting
Sai val lagil bohut❤
Koboloi ako bhakha bisari puwa nai . Excellent..saku r Pani ulai gol😢
কি মজা video bonai চা দাদা আৰু লাগে এনেকুৱা video 🤲💐🥰🥰🥰🥰🥰🥺🥲❣️❣️❣️❣️❣️❣️❣️❣️🌎🌎🌎
সুন্দৰ অভিনয় 💗