1)140 জনক জেৰা কৰক ২) জনতাৰ বিস্বাস শেষ হৈ গ'ল। ৩) নতুন পুলিচ সকল যাতে শীৰ্ষ বিষয়াৰ বলি নহয় বিশেষকৈ ছোৱালী সকল আমাৰ বাই ভনী সকল নতুন কৈ ভৰ্তি হৈছে। ৪)পুলিচেই যদি পুলিচক হত্যা কৰে কি হ'ব। ৫)সাক্ষী ৰ অৱস্থা দেখি যথেষ্ঠ বেয়া লাগিছে ভৱিষ্যতে কোনো হয়তো নুলাব
অসমৰ এই জোনমনী ৰাভাৰ লগত যি কান্ধ কৰিলে যি সকল এই ঘটনা লগত জড়িত পুলিছ চাকৰি বাদ দি কলা বেপাৰত লাগি গলেই হল কাৰণ চাকৰি কৰি কি লাভ যিহে নিজৰ সতীৰ্থক নিসংস ভাবে হত্যা কৰিবলৈ পাৰে বা কৰিবলৈ ভাবিব পাৰিলে।আগলৈ আৰু কিযে নহব এই অসমত অসম পুলিচৰ ভিতৰত থিক নাই।
মই এজন কনিষ্টবল এই দুৰ্নীতি ভ্ৰষ্টাচাৰ সহ্য কৰিব নোৱাৰি অপৰাধীক ধৰি
ফাঁচি দিয়ক
থুই অসম আৰক্ষী থুই | এনেকৈয়ে তোমালোকে অসমত শান্তি ৰক্ষা কৰিবা ? কাললৈ খিয়াতি ৰাখিলা | গংগাত গোটেই জীৱন ডুব মাৰি থাকিলেও তোমালোকৰ পাপ খণ্ডন নহ'ব |
আৰক্ষীয়ে যে ভাল কাম কৰে মই কেতিয়িও মানি নলও।দুনীতিত লিপ্ত আৰক্ষীক বদলি কৰিলেই কৰ্তব্য শেষ হব নেকি?
Police khodai bodmasi kaam kore. Taare vitorot val khub kom hongkhiyok police thake jane IPS Amanda Mishra, SI Junmoni Rabha asil ..
চাকৰি নিলম্বিত কৰি life time কাৰাদণ্ড without জামিন দিব লাগে..
কোনে কৰিব লাখ লাখ টকা আছে দি দিব আদালতত উকিলক এজেঞ্চী সমূহক সকলো উলত পালত কৰি দিব
You are right
t
দোষীক বদলিকৰণ কৰিলেই নহব , শাস্তি ও পাব লাগিব।। সকলোৱে শাস্তি পাব লাগে।।।
Right
Right
মই আগতেই কৈছোঁ,অসম আৰক্ষীত মানুহ নামৰ জীৱ নাই। নহ'লে দেশত ইমান বেয়া কাম নহলহেতেন।
1)140 জনক জেৰা কৰক
২) জনতাৰ বিস্বাস শেষ হৈ গ'ল।
৩) নতুন পুলিচ সকল যাতে শীৰ্ষ বিষয়াৰ বলি নহয় বিশেষকৈ ছোৱালী সকল আমাৰ বাই ভনী সকল নতুন কৈ ভৰ্তি হৈছে।
৪)পুলিচেই যদি পুলিচক হত্যা কৰে কি হ'ব।
৫)সাক্ষী ৰ অৱস্থা দেখি যথেষ্ঠ বেয়া লাগিছে ভৱিষ্যতে কোনো হয়তো নুলাব
your Good
।।এই সম্পৰ্কৰ লগত অসমৰ মুখ্যমন্ত্ৰী সম্পূৰ্ণ ভাৱে যোগা যোগ থকা যেন লাগে।।
অপৰাধি সকলক সাৰিযাবলৈনিদিবা সকলো খবৰমিদীয়ামাধ্যমে প্ৰকাশ কৰি তেওলোকৰ মোষা খোলিবা । কাৰণ তোমালোক গণত্ৰত্মৰ ছতোৰ্থ স্তম্ভ । ৰাজনীতীয়ে গনত্ৰত্নক সত্যা কৰিছে । তোমালোকে সোৰক্ষাদিয়া । তোমালোকৰ মানুহো লেটেয়া ৰাজনীতীৰ বলিহৈছিল পূৰ্বত ।
👍👍👍👍👍👍👍👍👍👍
দুনীতি পৰায়ন আৰক্ষী বিষয়া সকলক ৰদ বদল আৰু ৰিজাপ ক্লজ কৰিলেই সাস্তি হল নেকি ? এই দগাবাজ পুলিচ বিষয়া সকলক চাকৰিৰ পৰা বখাস্ত কৰক ।
হায় অসম আৰক্ষী ! অসম আৰক্ষীত এতিয়া নিজৰেই এগৰাকী মহিলা বিষয়াৰ জীৱনৰ নিৰাপত্তা নাই । এতিয়া সাধাৰণ ৰাইজে নিৰাপত্তা পোৱা কথাটো ভাৱিবই নোৱাৰি
একো নহয় । বিশ্বাস নহয় ন্যায় বিচাৰ হব ।
হিমন্ত চৰকাৰে ৰাভণ ভক্ত আৰক্ষী বিষয়া সকলক বদলি কৰিলেই আমি ৰাইজে মানি নলয়ও, নাওবৈছা আৰক্ষী বিষয়া লখিমপুৰ আৰক্ষী বিষয়া সকলক অতি সোনকালে CBI য়ে এৰেচ কৰিব লাগে CBI য়ে জিমাত লৈ মাৰাথন জেৰা চলাৱ লাগে 😮😮
অসম আৰক্ষীৰ অতি লজ্জ্বাজনক অধ্যায় ,আচল দেশদ্ৰোহী ,বদলিকৰন নহয ,ওচিত শাস্তি প্ৰদান কৰক ।
Good
জুনমনিৰ যদি দুৰ্ঘটনা হৈছে তেনেহলে তেওঁৰ লগত থকা তেওঁৰ সহপাঠী সকল এবাৰ বুঢ়ী মাক জেনীৰ কাষত গৈ মাক এবাৰ সান্ত্বনা দিব পাৰিলেহেতেন। আচলতে তাতে কিন্তু লৈ আছে।cbi ৰ তদন্ত কৰিলে গোতেই কথা ওলাই পৰিব।
Needs strong decision against all crimes
পুঠি খলিহনাক ধৰি শাস্তি নহয় ৰৌ বৰালি কো শাস্তি বিহাৰ ব্যবস্থা লব লাগে not only transfer
সঠিক তদন্ত কৰাৰ পাছত পোহৰলৈ অহা খাকী পোছাক ধাৰী মুষ্টিমেয় আৰক্ষী অফিচাৰ বা অন্য আৰক্ষী কেইজনক ৰাইজক সমজাই দিয়ক l ইহঁতক ৰাইজে দিয়ক এসেকা
হিমন্ত চৰকাৰ ওপৰত ৰাইজৰ আস্থা নাই, হিমন্ত চৰকাৰৰ খমতাত থকা কালত এজন সত্যবাদী ASI জোনমনি ৰাভা ৰহস্য জনঘভাবে ভলী হব লগিয়া হল কিয়, ইয়াৰ কাৰন এটাই হিমন্ত চৰকাৰৰ হৈঁতে আসাম আৰক্ষী বিষয়া সকলৰ সম্পৰ্ক হৈছে মামা ভাগিন
জোনালীক সাধাৰন মানুহে হইতা কৰাৰ বাবে সহজে ধৰা পৰিল। কিন্ত জোনমনিক পুলিচে হইতা কৰাৰ বাবে আজিলৈকে ধৰিব পৰা নাই। ধৰা পৰিবনে নাই সনদে হৈছে।
এইচবৰ চাকৰিটো চৰকাৰে ৰাখিব নালাগে তেতিয়াহে জানিম মে চৰকাৰে এইবোৰৰ বিৰুদ্ধে কিবা এটা কৰিছে।
পুলিচ বুলিলে ৯৯%জনেই ঘোচখোৱাত পাকৈত।কোনখন থানাত ঘোচৰ লেনদেন নচলে? কোনোবাই ক'ব পাৰিব নে?
সৰু মামাৰ সন্মান ৰক্ষা, ২৫ তাৰিখে অসমলৈঅমিত শ্বাহৰ আগমন আৰু নিযুক্তিপত্ৰ বিতৰণ সমাৰোহৰ প্ৰতি লক্ষ্য ৰাখি জোণমণিক সংবাদ মাধ্যমৰ পৰা আঁতৰাবলৈ HSLC,HS ৰ Results ত ২৪ মে' লৈকে আমাক আৰু সংবাদ মাধ্যমক ব্যস্ত ৰাখিব!!
সংগীতা দত্ত, লীনা দলেৰ দৰে নাৰী সকলৰ সৈতে সু-সম্পৰ্ক আছিল সৰু মামাৰ !!ভায়েকৰ হৈ এইকণো কৰিব নোৱাৰিব নে ??আমি চকুচৰহা কেইটা জ্বলিলে নহ'ব!!
মাননীয় DGP মহোদয়, যদি আপুনি এইবোৰ দুষ্ট চক্ৰৰ লগত সম্পৰ্ক থকা প্ৰশাসনিক বিষয়াক নাকি লগাবলৈ অক্ষম তেন্তে আমাৰ অসমৰ পৰা বিৰতি লওক , আপোনাৰ দৰে এজন অক্ষম ব্যক্তিক জনসাধাৰণে কেতিয়াও বিশ্বাস নকৰে আৰু তাৰ প্ৰমাণ আপুনি নিজেই দিলে। মোক ক্ষমা কৰি দিব কিন্তু এইটোৱে সত্য। অসমবাসীক শান্তিত থাকিব দিয়ক। 🙏
মানুহ মাৰাৰ পাছটো চাকৰিৰ পৰা বৰ্খাস্ত নহয় নেকি??? যাৱদজীৱন কাৰাদণ্ড দিয়ক, নহ'লে শাস্তি বিলাক ইমান পাতল হ'লে দোষী য়ে দোষবিলাক কৰাত আৰু উৎসাহ পাব
ষ্মাট পুলিচৰ আচল নমুনা এয়া ।
এনকাউন্টাৰ কৰি বাহ বাহ লোৱা আৰক্ষী, নিৰ্দোষী লোকক গুলীয়াই বাহ বাহ লয় প্ৰম'শ্বনৰ বাবে .. ধিক অসম আৰক্ষী
Yse
বদলি নহয় suspend krib lage...য'ত যাব তাতেও একে কামকে কৰি থাকিব...
মুখ্যমন্টী ৰ সাহস আছে যদি অপৰাধীক এনকাউনতা কৰক এওলোকহেএনকাউনটাৰ কৰিব লাগে ।
DGP ডাঙৰীয়া আপোনি এতিয়া কিয় বদলি কৰন কামবিলাক কৰিব লগা হল ।ইয়াত নিশ্ছয় ৰাইজৰ খুট ৰৈগৈছে লগতে আগতে আন্দ্ৰৰ মিশ্ৰ ডাঙৰীয়াক কিয় বদলি কৰিছিল । কিয় ৰিজাব ক্লজ কৰিব লগা হল এই কিজনক বদলি কৰি ।
সছাকৈ আৰক্ষীৰ ওপৰত বিস্বাস নোহোৱা হব জনসাধাৰণৰ লাজ পাইছো
হেই বিলাক নাটক আছিল একচাম জ্হৰা পুলিচৰ।
ৰাইজে বিচৰা ৰিজাল্ট দিয়ক। নহলে জনসাধাৰণে পুলিচ প্ৰশাষণ আৰু চি বি আই ক মূল্য নিদিয়ে।
এতিয়া গম পালোঁ অসম আৰক্ষীত গৰু চোৰ বোৰ হে আছে !
অৱশ্যে বহু নিষ্ঠাবান আৰক্ষীও আছে দেই!
সকলোকে কোৱা নাই !
Xei karone Anand misra sir k nogaor pora bodoli karisil political pressure t
Correct
@@dhrubasaikia8565 um
CBI plz niyai diyok junmonik
Ai ghotonar khetrat #newschannel bilakok celut 💪💪💪
Thanks....Assam police xosa koi bhohut baya .... bhohut anakuwa kam kora daxila gol Kati Ani Taj khai dibo mon jai ...
এই হাৰামী আৰক্ষী বিষয়া বোৰক ৰাইজৰ উপস্থিতিত নচছা শূলত দি মাৰি পেলাব লাগে ।
চিঃচিঃ লিনা ৰাখসী,বঙহৰ মঙহ খোৱা আভা ৰাংকুকুৰটো তহতি মানুহ নহৱ ।
ঘোচ খোৱা নৰ পিশাচ বোৰক চাকৰিৰ পৰা বৰখাস্ত লগতে জেলত ভৰাব লাগে
এইটো গোকাট মিথ্যাচাৰ CBI Report টো আছিল.এইবাৰো সেয়ে হ'ব নেকি সন্দেহ।
# অপৰাধীক ৰক্ষণাবেক্ষণ দি নিজৰে মানুহক ষৰযন্ৰ কৰি শেষ কৰি দিলে। 😡😡
এওঁলোকক এতিয়া কোনে এনকাউন্টাৰ কৰিব. পুলিচ হলেই সাৰি জাব নেকি?
Thanks
বদলী কৰা নাই , তেওঁ লোকক বছাইছে য়েন লাগে ।
এই সকল উচ্চ ভিক্ষাৰি। টকাৰ কাৰণে যি টি কৰিব পাৰে।
বদলি হে কৰিছে চাকৰিৰ পৰা টো নিলম্বিত কৰা নাই
Bhal kori
শুনিছো আৰক্ষীয়ে দুৰ্নীতি নিৰ্মূল কৰে, সিহঁতে নিজে দুৰ্নীতি কৰে বা বা ,হায় অসম জননী তুমাৰ কিহৰ বিননি, লাচিতৰ দৰে আছেনে দেশপ্ৰেমি বীৰ
ৰিজাৰ্ভ ক্লোচ কৰি লাভ নাই তেওঁলোকক একেবাৰে চাকৰীৰ জীৱনৰ পৰা আতৰাই দিব লাগে ।
এইবোৰ। অফিচার।অপৰাধী। নহয়নে। বারু।। এই। অপরাধীবোরক। পাৰিবনে। এনকাউনটার। কৰিব। সাধৰণ। ওপৰতহে। হিমন্ত র। দিনত। কিন্ত বহুত। হত্যা। হল
চাকৰিৰ...পৰা..একেবাৰে...খেদি
..পঠালে..আৰু..জেলত.. ভৰা লে হে. .প্ৰ কি ত...শাষ্টি..হব..বাকী..একো...কামৰ...শাষ্টি...নহয়... মোৰ...বোধেৰে...।
medialoi bohut dhanyabad
Justice for junmoni rabha
আচলতে ওপৰৰ পৰাই গেলিছে । আজিৰ নহয় ,আগৰ পৰাই । ভূক্তভগিয়ে জানি আহিছে ।
ধৰা পৰাৰ ভয়ত এজনে আনজনক মাৰিব সিহঁতে 😅😅😅
অসমীয়াত এষাৰ খথা আছে "গু খোৱা কুকুৱে গু খাবই" অৰ্থাৎ ঘোচ খোৱা পুলিচে বদলি কৰিলেও পুণৰ সেই নতুন ঠাইত দেৰিকৈ হলেও আৰম্ভ কৰিবই!
Right
চব টকাৰ খেল
কি হয়ছে পুলিচে পুলিচক তদনত কৰিব লগা হলে জনতাই কি ভৰসা কৰিব পাৰি পুলিচক
Leena Doley জোনমনিৰ মৃত্যুৰ কাৰন তদন্ত কৰাৰ পৰিবৰ্তে নিজক দোষমুক্ত বা নিজে ঘটনাৰ লগত জড়িত নাই বূলি প্ৰমান কৰিবলৈ background বনোৱাতহে ব্যস্ত থাকিল । নিলাজ এই বুঢ়ী বয়সত এজন SP Statuse maintain কৰিব নোৱাৰিলে।
ইহতক এতিয়া কি শাস্তি দিয়া হব কওঁকচোন
জীৱ জন্তু চৰিত্ৰ আহৰণ কৰিছিল। চেৰিয়াখনত চাকৰি কৰে নেকি বাৰু???
লীনা দলে , ৰুণা নেওগৰ ওপৰত বিচাৰ চলিবনে ? জোনমনিৰ মাকৰ এজাহাত নাম থকা লোক । ইহঁতৰ ওপৰত বিচাৰ হোৱা দৰকাৰ
বদলি কৰণ বা ৰিৰ্জাভ ক্ল'জ কৰিলেই নহব ইহঁতক নিলম্বন কৰিব লাগে
তেওঁ লোকক আচলতে হোমগাৰ্ডত নিযুক্তি দিব লাগে
আজি যি হৈছে ইয়াৰ মূল কাৰণ অসমৰ চৰকাখন দ্বায়ি নহয় নে? যদি চৰকাৰখনে ইয়াৰ ওপৰত আগৰেপৰাই গুৰুত্ব প্ৰদান কৰিলে হয় তেন্তে জোনমণি আমাৰ মাজত আজি থাকিল হয়।
যি সকল চৰকাৰী বিষয়া এই হত্যাকাণ্ডৰ লগত জড়িত সিহঁতক সোনকালে ফাঁচি দিয়ক, কেছটো CBI ক দিয়ক, CDI ক নহয় কাৰণ CID হৈছে পুলিচ। টকা লৈ CID য়ে সিহঁতৰ পক্ষ লব।
If the Police officers are doing ...........the higher officers should be suspended.
এইবোৰক জীয়াই ৰাখিবলৈ দৰকাৰ nai.. Close.. Kori dibo lage tatiya অসম খন val hobo.. Sir🙏🙏
Dear CM sir tahatok immediately sakori r pora uliai diok...eneu assam t nibinua bahise. Bht bhal bhal lora suali ase sakorir krne
কুকুৰৰ নেজ কেতিয়াও পুণ নহয়।
বদলি কিয়, চাকৰিৰ পৰ আতৰাই দিব লাগ্
অসম আৰক্ষীয়ে মূল অপৰাধী ।
বদলি কোনোপধ্যে শাস্তি হ'ব নোৱাৰে, আৰ্মিক হতুৱাই খুব পিটন দিয়ক ।
যিমান বোৰ অপৰাধমূলক ঘটনা ঘটি আছে সকলোবোৰ পুলিচৰ মাজতেই হয় অথচ পুলিচে হেনু দেশ ৰক্ষা কৰে
Transfer korib nalage sakorir pora bohisakar korok...
Assam police ajir pora bishak nokoru
assam go back
assam police rokta khuwa 🙏
ঢুৰক বিমান কৰিব পাৰি পুলিচক বিছাশ কৰিব নোৱাৰি
সাক্ষী জনৰ কি হব কেনেকৈ সুৰক্ষা পাব তাকেহে লাগে
ৰুনা নেওগৰ কথা DGP য়ে কিয় জনা নাছিল ৷
এইমোখাক চৰকাৰে লাখ লাখ টকা দৰমহা দি চোৰ পুহি আছিল ৷
মুছলিম পালে ইনকাউন্টাৰ কৰি বাহ বাহ লৈছে।
ঘীণ লাগিছে | ছি..ছি অসম আৰ ক্ষ
অসমৰ এই জোনমনী ৰাভাৰ লগত যি কান্ধ কৰিলে যি সকল এই ঘটনা লগত জড়িত পুলিছ চাকৰি বাদ দি কলা বেপাৰত লাগি গলেই হল কাৰণ চাকৰি কৰি কি লাভ যিহে নিজৰ সতীৰ্থক নিসংস ভাবে হত্যা কৰিবলৈ পাৰে বা কৰিবলৈ ভাবিব পাৰিলে।আগলৈ আৰু কিযে নহব এই অসমত অসম পুলিচৰ ভিতৰত থিক নাই।
এতিয়া আৰক্ষী ৰ বিৰুদ্ধে একাউণ্ট আৰ হ'ব নে
Bad news.for.assam.
যি সকল আৰক্ষী বিষয়া জুন মণিৰ মিত্যুৰ লগত পৰোক্ষ বা পতক্ষ্য ভাবে জঢ়িত আছে তেওঁ লোকৰ কাৰণে কি বিবস্থা লব, নে বদলি কৰণ কৰি সামৰণি মাৰিব ।
ৰাতি লীনা দলে কিমান টকা জোনমনিৰ কোৱাটাৰৰ পৰা নিছিলে ৰাজহুৱা কিয় নকৰিলে,কৰিব লাগে
আনন্দ মিশ্ৰ দায়িত্ব দিব লাগে
নিলাজ অসম আৰক্ষী চি, চি, চি,
টকা লোৱা কাৰণটো দৰমহা নাপায় নেকি ?
Ehotk fasi dibo lga
Moi nijokei biswas nokoru apunak kune biswas koribo.
Suspended kori Dibo lagy aibor police k.
Encounter
এনকাউনটাৰ কৰিব লাগে .....
ইহতে সৰুতে বহুত হিন্দী চিনেমা চাইছিল ছাগৈ , ইহতকো চিনেমাৰ শেষত যি কৰে তাকে কৰিব লাগে , জিপ গাড়ীৰ পিছফালে অলপ দীঘল ৰছিৰে বান্ধি জিপখন চলাই নি পাহাৰ ৰ ওপৰ ৰ পৰা গাড়ীখন এৰি দিব লাগে