13June-22,পাঞ্চালীৰ পাঁচজন স্বামীৰ তত্ত্ব কি?, নৃপেন শ‌ইকীয়া।

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии •

  • @JanJanborah
    @JanJanborah Год назад +3

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @deepaborah3013
    @deepaborah3013 2 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু শতকৌটি প্ৰণাম।কৃপা কৰিব যাতে প্ৰভুৰ চৰণ একান্ত ভাবে ঢিন্তিব পাৰো

  • @daduldas1643
    @daduldas1643 2 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ দেৱ আপোনাৰ শ্ৰী মুখেৰে ভাগৱত শুনি ধন্য হৈছো।

  • @r.saikia4335
    @r.saikia4335 2 года назад +5

    কৃষ্ণ কৃষ্ণ হে গুৰুবাপ বহুত ভাল লাগিল |হে প্রভু আপোনাৰ শ্ৰী পদ্মে নিৰবিচিন্ন ভাৱে নিৰ্গুণ ঈশ্বৰৰ ৰহস্যময় ভক্তি তত্বৰ আধাৰত আগবঢ়োৱা ভাগৱতৰ বাস্তৱৰ লগত মিলাই যি আধ্যাত্মিক তাৎপৰ্যপূৰ্ণ বিশ্লেষণ শ্ৰৱণ কৰালে তাৰ নিমিত্তে আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি সেৱা নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ |হে প্রভু দুৰ্যোধনৰ তত্বকে ধৰি আগতে নজনা বহু তত্বৰ ৰ্ইমান সুন্দৰ মনোমোহা ৰসময় পৰমাৰ্থিক তাত্বিক পৰ্যালোচনা শ্ৰৱণ কৰি জীৱন ধন্য হৈছে প্রভু |হে প্রভু এনেদৰে সহায় আপোনাৰ কৃপা পাও যেন |কৃষ্ণই আপোনাক দীৰ্ঘায়ু কৰি মঙ্গল কৰে যেন কৃষ্ণ |জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ ৰাম হৰি |

  • @DigantaDutta-hk5ic
    @DigantaDutta-hk5ic Год назад +1

    কৃষ্ণ প্ৰভু নাৰায়ণ। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। প্ৰভু প্ৰণাম জনালোঁ আপোনাক চৰণত ভক্তিভাৱেৰে। ধন্যবাদ।

  • @prafullabora5386
    @prafullabora5386 2 года назад +5

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন আমাৰ আন্তৰিক সেৱা আৰু শত সহস্ৰ প্রণিপাত গ্রহন কৰিব

  • @PabitrakrDas-qo6ok
    @PabitrakrDas-qo6ok 2 года назад +2

    কৃষ্ণ !আপোনাৰ বাখ্যা সঁচাকৈ অতুলনীয় ।

  • @rekhajyotipachani7797
    @rekhajyotipachani7797 2 года назад +3

    Krishna 🙏 Krishna 🙏
    Bapjon ,apunar video sai apluto holu 🙏🙏🙏
    Xeuyahey obhajonor grohon koribo🙏

  • @nitulborah6372
    @nitulborah6372 2 года назад +4

    Krishna Krishna Krishna Ram Ram Ram

  • @Digantabhuyan-y5h
    @Digantabhuyan-y5h 27 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +6

    জন্ম জন্মান্তৰৰ শ্ৰদ্ধাৰ প্ৰভু সমষ্ত কৃষ্ণ কৃষ্ণ প্ৰণাম।সেৱা জনাইছো।জয় জগত গুৰু শ্ৰী মন্ত শংকৰ।

  • @r.saikia4335
    @r.saikia4335 2 года назад +5

    কৃষ্ণ কৃষ্ণ হে প্রভু, হে গুৰুবাপ ভকত ভগৱন্তৰ শ্ৰী চৰণত সহস্ৰ কৌটি ভক্তিভৰা সশ্ৰদ্ধ অঞ্জলি অৰ্পণ কৰিছোঁ কৃষ্ণ |জয় গুৰু শংকৰ মাধৱ কৃষ্ণ ৰাম হৰি |

  • @prafullabora5386
    @prafullabora5386 2 года назад +5

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন, হে বাপ বান্ধৱ; নিকিঞ্চনে ব্যক্ত কৰাৰ পূৰ্বেই ভক্তি মাৰ্গৰ তত্ব সমূহ আমাৰ শংসয় ছেদন কৰি দি পৰম কৃতাৰ্থ কৰিছে । সমস্তৰে প্রতি পুণঃ সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । জয় জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ জয় । জয় জয় আৰু জয়

  • @sarajonisardar429
    @sarajonisardar429 2 года назад +4

    Krishna Krishna Krishna 🙏🙏🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 года назад +1

    Krishna Krishna 🙏 প্ৰভু ,সেৱা জনালোঁ জয় গুৰু শংকৰ ভগৱন্তই আপোনাক কৃপা কৰক 🙏সেৱা

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম।

  • @reetabordoloi5258
    @reetabordoloi5258 2 года назад +4

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ শতকৌটি প্রণাম জনাইছো | 🙏🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 2 года назад +3

    OM namah bhagawate vasudevaya.

  • @rumigogoi8881
    @rumigogoi8881 2 года назад +6

    কৃষ্ণ কৃষ্ণ হে বাপ জনা আপোনাসবৰ আধ্যাত্মিক বাখ্যা শ্রৱণ কৰিবলৈ পাই বহু নজনা কথা জানিবলৈ পাই ধন্য হৈছো কৃষ্ণ।

  • @utpalkalita7418
    @utpalkalita7418 2 года назад +4

    নমস্কাৰ নমস্কাৰ বহুত শুভেচ্ছা থাকিল উতপল কলিতা মঙলদৈ

  • @gayatritamuly2780
    @gayatritamuly2780 2 года назад +1

    Krisna Krishna prabhu sotokuti pranam jonalu

  • @mintudas4829
    @mintudas4829 2 года назад +1

    আপোনাৰ ব্যাখ্যা শুনি আনন্দ পালো। জগন্নাথে কৃপা কৰক। 🍇

  • @ramennath4229
    @ramennath4229 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ অতি অমৃত বানি বাখ্যা 🙏🙏🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 года назад +4

    🙏 কৃষ্ণ 👣👈🙌

  • @anjalibaruah7669
    @anjalibaruah7669 2 года назад +4

    শতকোটি প্ৰণাম বাপ, আপোনাৰ অমৃত সম ব্যাখ্যাই মনত সাঁচ বহি গৈছে
    জয় গুৰু শংকৰ মাধৱ🙏🙏🙏🙏

  • @gitikakalita5413
    @gitikakalita5413 2 года назад +4

    Ram. Ram. 🌹🌹🙏🙏🙏🌹🌹

  • @mintudas4829
    @mintudas4829 2 года назад +2

    আপোনাৰ সংযোগ নম্বৰ দিয়ক কৃষ্ণ ।

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ। 9706722241

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 2 года назад +3

    জয় শ্ৰীকৃষ্ণ🙏

  • @debakantadas9216
    @debakantadas9216 2 года назад

    বৰ সুন্দৰ ব্যাখ্যা বাপ ৷ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷

  • @nijaradas4894
    @nijaradas4894 2 года назад +5

    🙏🏼🙏🏼🙏🏼🙏🏼জয গুৰু শংকৰ মাধব । কৃষ্ণ প্ৰভু আপোনাক শতকৌটি প্ৰণাম জনালোঁ । কৃষ্ণ হৰি ৰাম কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼

  • @nagendrasonowal7907
    @nagendrasonowal7907 2 года назад +3

    Krishna Krishna

  • @prasannadaimary7872
    @prasannadaimary7872 2 года назад +4

    🙏🙏🙏

  • @sukhamtamuli5759
    @sukhamtamuli5759 2 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ।ৰাম ৰাম ৰাম।। প্ৰণাম।

  • @prafullaborah7714
    @prafullaborah7714 Год назад +1

    Krishna Krishna Krishna

  • @sabitriboruah4411
    @sabitriboruah4411 2 года назад +1

    🙏

  • @ritulboruah704
    @ritulboruah704 2 года назад +1

    🙏🙏🙏🙏🙏🙏🙏 🙏

  • @amiyabora-tg8ld
    @amiyabora-tg8ld 2 месяца назад +1

    Krishna t. Krishna

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 2 года назад +1

    Kisnor

  • @liladas1146
    @liladas1146 2 года назад +2

    ক’বলৈ সহজ কিন্তু কৰিবলৈ কঠিন ৷বুজাবলৈও সহজ কিন্তু বুজিও নিজে পালন নকৰাটো কিমান দোষনীয় ?

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      কৃষ্ণ কৃষ্ণ প্ৰণাম।

  • @bipulsaikia7387
    @bipulsaikia7387 2 года назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অমৃত

  • @sakuntalamazi1601
    @sakuntalamazi1601 2 года назад +4

    Krishna krishna krishna 🙏🙏🙏🙏🙏🙏🙏

  • @nitulborah6372
    @nitulborah6372 2 года назад +3

    Krishna Krishna Krishna Ram Ram Ram