Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ন্যায়াধীশ হলেও তেওঁলোকৰ মন মগজু ধুৰন্ধৰ মানুহৰহে ,মানু্হৰ সমান ধুৰন্ধৰ পৃথিৱীত অন্য জীৱ আছেজানো ।
সাধাৰণ জনতাৰ বাবে Anti Corruption, High Court Vigilance, CM Vigilance আদিৰ ফোন নম্বৰ ৰাজহুৱা কৰিব লাগে। বহুতেই নাজানে অভিযোগ দিবলৈ ক'ত যোগাযোগ কৰিব লাগে। যোগাযোগ নম্বৰ জ্ঞাত হ'লে আৰু বহুতো দগাবাজ যে জেললৈ যাব ই ধুৰূপ।
ছুপ্ৰিম কৰ্টত বিচাৰ হব লাগে অকল অৱসৰ দিলেই সকলো ঠিক হৈ নাযায়। ৰাইজৰ আস্থাট আঘাত হনা হৈছে।
আমাৰ পঞ্চায়তত Trade license ৰ বাবে 1000 টকা কৈ বিচাৰিছে
ৰক্ষকেই ভক্ষক হলে দেশৰ অৱস্হা কি হ'ব, গণতন্ত্ৰৰ সুৰক্ষা কি হ'ব?এনে লোকৰ সম্পত্তি বাজেয়াপ্ত আৰু সশ্ৰম কাৰাদণ্ড হ'ব লাগে, দাবী জনাইছো।
আৰু থাকিল কি ? বিশ্বাস কাক কৰিব ।
সত্য প্ৰমাণ পোৱা পিছত জেলত ভৰাই ৰাখিব লাগে
তেনেকোৱা বহুত উদাহৰণ আছে । দুটাহে নিউজ কৰিছে ।
আমাৰ লগতো এনেকুৱা হৈ আছে অতি সোনকালেই আমিও আইনৰ যোগেদি gauhati High court ক জনাম অতি সোনকালেই 🎉🎉🎉🎉
গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী দুজন CJM কাৰ্যালয়ৰ কৰ্মচাৰী নাছিল। জিলা আৰু সত্ৰ ন্যায়াধীশ কাৰ্যালয়ৰ কৰ্মচাৰী হে আছিল।
Hoi Sir akdam thik bhal kotha koise sir. Niyai pab hole Nije Law Janib lagib. Thank you sir.
ন্যাই palika k ki biswas koribo ?
স্তম্ভিত হৈছোঁ। ন্যায় (?) এতিয়া কিনিব পাৰি। "সবছে বৰা ৰূপয়া" হৈছে। কি হ'ব ভৱিষ্যৎ? ন্যায়ৰ মন্দিৰবোৰলৈ এটি প্ৰশ্নৰ আঙুলি উঠিছে সৰ্বত্ৰে। লাহে লাহে বিশ্বাস হেৰাইছে সাধাৰণ জনতাৰ। সকলো একে নহয়, তথাপি ঘূণে ধৰিছে ন্যায় প্ৰক্ৰিয়াত।
আমাৰ case court চলি আছে? defendant তে curte ত vakalatnama ত আৰু counter c.m dobiligat sin কৰি চলাই আছে
ৰৌ ভৰালী পুঠি খলিহনা কোনো সাৰি জাব নোৱাৰিব
ইহত ইহত এন্ধাৰ কোঠালীত থকা বাবেই পোহৰত নপৰেমহা ধুৰন্ধৰচুপ্ৰীম কোৰ্ট, হাইকোৰ্ট, জিলা কোৰ্টদেখাই দেখি আছেকৃষ্ণ ও হৰি
উপায় নাই,চৰকাৰী টকাৰ বিনিময়ত কাম কৰিলে শাসকৰ লগত মিলি কাম কৰিবই লাগিব।নহ'ল পদবীৰ লগতে জীৱনৰ ১২টা বাজিবৰ চিন্তা থাকে। আৰু কাম কৰিলে টকা লাভ কৰাৰ উপৰিও বিধায়ক, সাংসদৰ পদ পাবলৈ সক্ষম হয়।
ন্যায়াধীশ দুজন যাতে বাছি যাব নোৱাৰে।শাস্তি হব লাগে।
ভূতেহে সৰিয়হ চিতিয়াইছে কি হ'ব?
বাধ্যতামূলক অৱসৰেই শাস্তি হ'ব নোৱাৰে।ফৌজদাৰী গোচৰ ৰুজু হ'ব লাগে যদি প্ৰাথমিক তদন্ত ত দোষ থাকে বুলি তথ্য পোৱা যায়।
What a shame
Jai Hind sir
Corruptionization of Judiciary is not good for human society.
Jail keo diya nai......just suspension!!!!
Alop fast hole bhal lgibo
Remaining fourth grade Employees of all judges need to be Checked.Surely Some BRURUS are there in Judiciary...
Sundor podokhep,durniti nash hobo lage aidore
Kisuman ulai ,,,kisuman hamadhan hoi jai taatei..
This is not new. This has been going on for a long time.
Btmas ase kisuman bisarok.. Dukhi khari jai nirdukhi fasi jai ehotbur pagol hoi...
Ai dujonei nohai aru hooyto bohut olabo
Aibur koi labh India atai role okhol gorib or karonay kunho bai thokisay poisa loi police station jawok tar pisoth court jar logoth poisa nai jodi case haribho poisa thakilay aibur kori bail pabho
Gorib manhuhor ses asroi court poisa jodi nai hi justice pabho nho
Besi lehemiyakoi news koise
Sei dujonok pension facility dibo nalage.
Judge is most corrupt. lower court from sc to.
Iman lekha podah kora manuha ai Kam.......................,
Kar murtu boki aso? Direct news1 de.
Aiburok farshi diyok gorib manhu 1000 fine dibho nuwarilay 9month jail hoi
ন্যায়াধীশ হলেও তেওঁলোকৰ মন মগজু ধুৰন্ধৰ মানুহৰহে ,মানু্হৰ সমান ধুৰন্ধৰ পৃথিৱীত অন্য জীৱ আছেজানো ।
সাধাৰণ জনতাৰ বাবে Anti Corruption, High Court Vigilance, CM Vigilance আদিৰ ফোন নম্বৰ ৰাজহুৱা কৰিব লাগে। বহুতেই নাজানে অভিযোগ দিবলৈ ক'ত যোগাযোগ কৰিব লাগে। যোগাযোগ নম্বৰ জ্ঞাত হ'লে আৰু বহুতো দগাবাজ যে জেললৈ যাব ই ধুৰূপ।
ছুপ্ৰিম কৰ্টত বিচাৰ হব লাগে অকল অৱসৰ দিলেই সকলো ঠিক হৈ নাযায়। ৰাইজৰ আস্থাট আঘাত হনা হৈছে।
আমাৰ পঞ্চায়তত Trade license ৰ বাবে 1000 টকা কৈ বিচাৰিছে
ৰক্ষকেই ভক্ষক হলে দেশৰ অৱস্হা কি হ'ব, গণতন্ত্ৰৰ সুৰক্ষা কি হ'ব?এনে লোকৰ সম্পত্তি বাজেয়াপ্ত আৰু সশ্ৰম কাৰাদণ্ড হ'ব লাগে, দাবী জনাইছো।
আৰু থাকিল কি ? বিশ্বাস কাক কৰিব ।
সত্য প্ৰমাণ পোৱা পিছত জেলত ভৰাই ৰাখিব লাগে
তেনেকোৱা বহুত উদাহৰণ আছে । দুটাহে নিউজ কৰিছে ।
আমাৰ লগতো এনেকুৱা হৈ আছে অতি সোনকালেই আমিও আইনৰ যোগেদি gauhati High court ক জনাম অতি সোনকালেই 🎉🎉🎉🎉
গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী দুজন CJM কাৰ্যালয়ৰ কৰ্মচাৰী নাছিল। জিলা আৰু সত্ৰ ন্যায়াধীশ কাৰ্যালয়ৰ কৰ্মচাৰী হে আছিল।
Hoi Sir akdam thik bhal kotha koise sir. Niyai pab hole Nije Law Janib lagib. Thank you sir.
ন্যাই palika k ki biswas koribo ?
স্তম্ভিত হৈছোঁ। ন্যায় (?) এতিয়া কিনিব পাৰি। "সবছে বৰা ৰূপয়া" হৈছে। কি হ'ব ভৱিষ্যৎ? ন্যায়ৰ মন্দিৰবোৰলৈ এটি প্ৰশ্নৰ আঙুলি উঠিছে সৰ্বত্ৰে। লাহে লাহে বিশ্বাস হেৰাইছে সাধাৰণ জনতাৰ। সকলো একে নহয়, তথাপি ঘূণে ধৰিছে ন্যায় প্ৰক্ৰিয়াত।
আমাৰ case court চলি আছে? defendant তে curte ত vakalatnama ত আৰু counter c.m dobiligat sin কৰি চলাই আছে
ৰৌ ভৰালী পুঠি খলিহনা কোনো সাৰি জাব নোৱাৰিব
ইহত
ইহত এন্ধাৰ কোঠালীত থকা বাবেই পোহৰত নপৰে
মহা ধুৰন্ধৰ
চুপ্ৰীম কোৰ্ট, হাইকোৰ্ট, জিলা কোৰ্ট
দেখাই দেখি আছে
কৃষ্ণ ও হৰি
উপায় নাই,
চৰকাৰী টকাৰ বিনিময়ত কাম কৰিলে শাসকৰ লগত মিলি কাম কৰিবই লাগিব।
নহ'ল পদবীৰ লগতে জীৱনৰ ১২টা বাজিবৰ চিন্তা থাকে। আৰু
কাম কৰিলে টকা লাভ কৰাৰ উপৰিও বিধায়ক, সাংসদৰ পদ পাবলৈ সক্ষম হয়।