আমাৰ মিচিং সকলে সচাকৈ SIXTH SCHEDULE পাৱনে ।??

Поделиться
HTML-код
  • Опубликовано: 9 ноя 2024

Комментарии • 257

  • @NorenKardong
    @NorenKardong Месяц назад +2

    ধন্যবাদ তুতুল কুটুম ডাঙৰীয়া, ইমান সুন্দৰ ভাৱে বিশ্লেষণ কৰিছে।নিশ্চয় আমাৰ মিচিং সকলে বুজি পাওক ।Sixht Schedule পাবৰ কাৰণে কোনো অপশ্বণ নাই।

    • @LondDoley
      @LondDoley Месяц назад

      @@NorenKardong zodi option nai TMPK PAGOL HOL NE KI. MAKKOR KI'DINGA asol murko nolu.
      Tultul ku tum de' mokkel taniye' bi' onikoli ye'

  • @SonadharpeguPeguSonadhar
    @SonadharpeguPeguSonadhar Месяц назад +11

    সচা হ'লে খুবেই ভাল । আজি কিমান বছৰ হ'ল sixth schedule পাব বুলি কোৱা । কিন্তু ইলেক্চন ওচৰ চাপিলে sixth schedule পাব বুলি এচাম উদ্দীয়মান যুৱ / যুৱতীক দৌৰাই দৌৰাই কাম নাইকীয়া কৰি ধ্বংস কৰিছে । sixth schedule পোৱাৰ কোনো Option নাই । প্ৰিয় যুৱক/যুৱতী সকল ।

    • @MePeguKo3642
      @MePeguKo3642 Месяц назад

      Chup chaap bahi thakile 6th shedule paineki 6th shedule bisari rastat ulaba lagiba aji dekha palu pratyegjan mising manuh svarthapar.

  • @padmanathdoley3510
    @padmanathdoley3510 Месяц назад +9

    অতি স্পষ্টভাবে বিশ্লেষণ কৰাৰ বাবে বহু বহু ধন্যবাদ। এতিয়া সকলোৱে বুজি উঠা উচিত। বেপৰীয়ে বেপাৰৰ কাম কৰিবই সেইবুলি জাতিটোক ইমান তললৈ আৰু যাব দিব নোৱাৰি। চৰকাৰ চৰকাৰেই, কংগ্ৰেছ হওঁক বা BJP য়েই হওঁক আমাৰ তাত মাত মাতিবলৈ দৰকাৰ নাই। লাগে আমাক ভাল এটা আঞ্চলিক দল। আমাৰ একমাত্ৰ আশা আৰু ভৰসাৰ সন্মিলিত গণশক্তি এতিয়া কালৰ গ্ৰাহত। আমাক লাগে এতিয়া বিকল্প শক্তি। গতিকে বিবেক বান ৰাইজে নিজেই লওক অনাগত দিনৰ সিদ্ধান্ত কি হোৱা উচিত।

    • @MissongAo-i5p
      @MissongAo-i5p Месяц назад

      Coment পঢ়িলো। মই,সমৰ্থক ❤

  • @BiswajitMedok.
    @BiswajitMedok. Месяц назад +5

    সকলো শেষ মিচিং ৰাইজ, চৰকাৰে এতিয়া লাহে লাহে সকলো পদকে সিহঁতৰ নাম কৰিলেগে, বিধান সভা কাঢ়ি ল'লে, এমেচি, পঞ্চায়ত পৰ্যন্ত লৈকে। মাত্ৰ শৰীৰটো মিচিং কিন্তু ভিতৰৰ হাওঁফাওঁটো বিজেপিৰ হয়নে নহয় বাৰু?

  • @bhabendoley6151
    @bhabendoley6151 Месяц назад +12

    Dr ৰনুজ pegu,ভূৱন pegu,এই দুজনৰ বাহিৰে মিছিঙত উপযুক্ত ,বিধায়ক প্ৰাথি নাই নেকি? অকল ধনীকে ধনী হৈ থাকিব দিব নোৱাৰে।ছিক্স ছাইদুল নেপাই নালাগে মিছা এইবোৰ ।এই ৮/১০ বছৰ চালোঁ।সদনত ভূৱন কাম নাই।পিলিষ্টিন আৰু ইজৰাইল বিষয়ে বুকিব পাৰে ভূৱন পেগুৱে।এইবোৰ মিছিং বেপাৰী।আমি হল ছাগলী,কুকুৰা, সেঙেলি মাছ।

  • @RijuraniMili
    @RijuraniMili Месяц назад +4

    ভূৱন,ৰণোজ হাবিৰ আৰত লুকাই ।মাজে মাজে আৰৰ মাজৰ পৰা ওলাই আহি" মই ইয়াত আছোঁ " জাতীয় চিঞৰ‌ এটা মাৰি আকৌ হাবিলৈ সোমায় যায় ।

  • @RamenDoley-t7k
    @RamenDoley-t7k Месяц назад +1

    Sixth schedule napai no. Aji janibo parilu. Puatu Misa. Thanks bro.

  • @chittaranjanpegu1015
    @chittaranjanpegu1015 Месяц назад +5

    সেই মহা পণ্ডিতজন মাজে২ সংগঠনৰ বিপক্ষত মাত মাতি থাকে।সেইবিলাকেই জাতিটোৰ হেঙাৰ স্বৰূপ।জাতিটোৰ কাৰণে 'ক' শব্দ এটা কৈ নোপোৱা মানুহবিলাকৰ বৰ২ কথা।

    • @MrinalPegu-e9i
      @MrinalPegu-e9i Месяц назад +1

      🎉সছা কথা কোৱাৰ কাৰণে এখেত হেঙাৰ নহয় আচলতে তোমালোকৰ নিচিনা দুটকীয়া নেতাবোৰহে আচল ইয়াৰ হেঙাৰ। এখেতৰ মন্তব্যত সাংবিধানিক বিষয় বস্তূৰ ওপৰত পৰ্যালোচনা কৰিছে। তোমালোক নাজানে কাৰণে আকৌ no sixth schedule চিঞৰি আছে। আচলতে লাজ পাব লাগে। ধেৎতেৰি।

  • @benipegu2302
    @benipegu2302 Месяц назад +3

    যেনে ,আগত ললিত দলে, বৰ্তমান
    ভোবন পেগু ৰনোজ পেগু, তিলক দলে। আপোনাক ধন্যবাদ।

  • @assamexampreparation2656
    @assamexampreparation2656 Месяц назад +4

    BTR চুক্তি যেনেকৈ হৈছিলে ঠিক তেনেকৈ আমাৰ মিচিঙৰ জিলা দুখন নিৰ্ধাৰিত কৰিছে গোগামুখ আৰু ব্ৰহ্মপুত্ৰ জিলা বুলি নামাকৰণ কৰা হৈছে। আপুনি জ্ঞাত নহয় সেই বিষয়ত।

  • @rajkumarpatir2204
    @rajkumarpatir2204 Месяц назад +10

    Ranuj tokha Mane sixshedule napay.

  • @bikashmili9317
    @bikashmili9317 Месяц назад +10

    100% true Amak burbog bonai toise buhbone

  • @AbhijitPatiri
    @AbhijitPatiri Месяц назад +1

    বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ ঢৰকাৰ সময়ত তাৰ চতুৰালী মন্ত্ৰীৰ দায়িত্ব থাকি মিছিং জনগোষ্ঠীৰ জাতিয় সংগঠনৰ মাজত কংগ্ৰেছৰ নেতৃত্বত M A DC গঠন কৰি নিজৰ নিজৰ মাজত মিছিং জনগোষ্ঠীৰ মাজত তেজ ৰাঙলী হৈছিল। আকৌ এদিন হিমন্ত বিশ্ব শৰ্মা মিছিং সমাজৰ মাজত ৰনকৌশল ৰঢি তেজ বহুৱাই মিছিং সম্যস্বা আমকটাব বিছাৰি আছে।

  • @lakhikrchintey5693
    @lakhikrchintey5693 Месяц назад +11

    ৰণুজ পেগু এই বেপাৰীতোৰ কথা বিজেপিৰ পোহনিয়া কুকুৰবোৰে সুনিব আমি নুহোনে

  • @RajkumarDoley-zu7vz
    @RajkumarDoley-zu7vz Месяц назад +1

    Very good kutum 😮

  • @DipakDoley-z3v
    @DipakDoley-z3v Месяц назад +11

    ৰনোজ পেগু মিছলীয়া গোগামুকত কয়ছিল য়ে চিশ চিদোল মানে আৰ্থ নেজানু বুলিকোৱা হৈছিল?মানে নিৰ্বাচনীক সুচী 😅?

    • @niharmili
      @niharmili Месяц назад

      অসমীয়া ভাল কে লিখি লোৱাচোন তাৰ পাছত সমালোচোনা কৰক

  • @PegukoDibya
    @PegukoDibya Месяц назад +1

    Olod right LDCM Long live

  • @monjitmedak3807
    @monjitmedak3807 Месяц назад +3

    অ কিন্তু ময়ো শুনিছিলো যোৱা বছৰ অক্টোবৰত কৈছিল , বিধানসভাতে কৈছিল মাননীয় শিক্ষা মন্ত্ৰীয়ে কৈছিল ,কিয় মানে মিচিঙৰ হেনো নিদিষ্ট এৰিয়া নাই আৰু বনাবলৈ অসুবিধা আছে বুলি , তেখেত কিন্তু ৰাভাসকল পোৱাৰ যোগ্য আছে বুলি কৈছিল, বিধানসভা সমষ্টিৰ ধোদনৈ কথা কৈছিল। কিন্তু নৱেম্বৰ মাহৰ পৰা কি হল ভাইৰেল হয় গল জিলা দুখনৰ পৰা আৰম্ভ গোগামুখ আৰু বৰ্ম পুত্ৰ 2024 জানুৱাৰীৰ পৰা মিচিং 6 নকওঁ আৰু ,আকৌ এতিয়া 😅😅😅😅😂😮😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @HarenPanging-f8w
    @HarenPanging-f8w Месяц назад +1

    গাদী ৰক্ষাৰ কাৰণে মিচিং মন্ত্ৰী এম এল এ সকলে ভ্ৰম বকিছে ৷ বি জে পিৰ পিছে পিছে দৌৰিবলৈ হ’লে পাকৈত মিচিং নেতা সকল লংকাত গৈ য়েই ৰাৱন হ’ল ৷

  • @hemkantasaroh2824
    @hemkantasaroh2824 Месяц назад +10

    এইবাৰ দুয়োজনকে কোনো কাৰনতে আমি MLA পদত নেদেখিব ৷এইবাৰ মিচিং ৰেঙামে মন বান্ধি লৈছে ৷

    • @ranozpegu5920
      @ranozpegu5920 Месяц назад +1

      Mising re'ngam mane 2mi'e na kiii....

  • @JayPegu321
    @JayPegu321 Месяц назад +5

    উঃ কি কোৱা হে একো নাপাই সেইবোৰ চপ মিছা, গতিকে ললিপপ খুৱাইছে আৰু একো নাই...😮😮😅

  • @HunmoniRisong
    @HunmoniRisong Месяц назад +3

    Kutum sir 200% right...!!!! Apunak 2026 T MLA stand koriboloi onurudh jonaisu...

  • @Rtproductionofficial569
    @Rtproductionofficial569 Месяц назад +1

    Missing rengam irroi 💪💪✊💪✊💪💪✊💪✊✊💪✊✊✊✊✊

  • @DigantaKumbang-by2di
    @DigantaKumbang-by2di Месяц назад +1

    তেখেতে এজন আৰক্ষী বিষয়া , তেওঁ সচা কথা কৈছে।

  • @ujjalpanging2290
    @ujjalpanging2290 Месяц назад +13

    Tultul kutum a right kotha koise

    • @tileswarpait436
      @tileswarpait436 Месяц назад +1

      tomi ketiar pora misingor pondit hol. ?

    • @themisings6443
      @themisings6443 Месяц назад

      Eku right kuwanai. Putul kutum ejon murkho pandit

    • @ujjalpanging2290
      @ujjalpanging2290 Месяц назад

      @@tileswarpait436 moi pondit buli kua nai. Kotha hol je. Mising taniye pamang. Tultul kutum ke agom dem arro agomem ludung. Aru ngo sin edming pe medag. Kapil paman odog agom dekko dung.

  • @manojtao9803
    @manojtao9803 Месяц назад +6

    ১৭০ বছৰৰ পাছতেই পাব

  • @NandaDoley-p5f
    @NandaDoley-p5f Месяц назад +6

    Six sidul পাবৰ কাৰণে মিচিং জাতীয় সংগঠনে দুই টা জিলা গঠন কৰি আৰু ইয়াৰ ভিতৰত কি কি থাকিব লাগে সকলোকে কৰা হৈছে। আপুনি সম্পূর্ণ কৈ নজনাকে ৰাইজক
    ভূল পথে পতিয়ন নিয়াব কিয় বিচাৰিচা ?

  • @SKRPstatus
    @SKRPstatus Месяц назад +1

    Impossible আমাৰ টি এম পিকে এমঃএম কে সংগঠন বোৰ দালাল ৰাজ্ হয় ইহঁতে আমাৰ মিচিং সমাজ খনক বিক্ৰী কৰি দিছে পইছাৰ লোভত। দূখীয়া নিছলা মানুহবোৰক ট্ৰিপাল এখন দিৱ নোৱাৰে। দি পঠালে বিক্ৰী কৰি দিয়ে লুকাই ।এই সৰু সুৰা দল সংগঠনবোৰ ৰাখি কি লাভ আমাৰ কাৰণে লজ্জাজনক কথা।

    • @SKRPstatus
      @SKRPstatus Месяц назад

      নিৰ্বাচনৰ সময়ত ক'ব তাৰ পিছত চাবি 🍆🍆 সুমুৱাই দিয়া নিছিনা হয়

  • @RanujkumarPayeng
    @RanujkumarPayeng Месяц назад +3

    Tumi bohut dhunia kotha koisa,bhutor ankot eibur Kori ase.mising rais bujibor hol.

  • @miriboy5552
    @miriboy5552 Месяц назад +1

    নাপাওক বুলি ময়ো ভাবোঁ কাৰণ যদি পায় তেনে হ'লে আমাৰ জাগুনত থকা মিচিংসকল বাদ পৰিব। সেই কথা পৰ্মানন্দ চায়েঙীয়িই মোক কৈছিল।

  • @MoneshLagasu
    @MoneshLagasu Месяц назад +3

    Misare mising vote puwar sal bjp logot mising lidar

  • @ElDoraco-x5h
    @ElDoraco-x5h Месяц назад +1

    One and only thing which can give us six schedule is our real Tani culture and a mass movement of thousands

  • @mithunmigomofficial.2.0.m90
    @mithunmigomofficial.2.0.m90 Месяц назад +1

    ঘৰত কুকুৰৰ দৰে বুকি থাকিলে কোনজন কুকুৰে আনি দিব ছিক্সচদল,,৯০শতাংক মিচিং ঘৰৰ মতা,পৰত মাইকী।কেইজন মিচিঙৰ পুৰুষ ওলাই আহি মাত মাতিছে। বেছিভাগেই লোকৰ নেগুৰ ধৰি চোচৰি ভাগৰি আছে।

  • @detchagwraswargiary3622
    @detchagwraswargiary3622 Месяц назад +1

    Agote udayachal demandot sohojog dile aji ai obostha nohole hoi bodoland demandoto sohojog nidile nohole sai somoyote problem solve hol hoi

  • @DMedok-t9r
    @DMedok-t9r Месяц назад +1

    💯 aro agome"

  • @mnarahnarah1426
    @mnarahnarah1426 Месяц назад +1

    Yes all right your speeking

  • @RajibDoley-rm5sp
    @RajibDoley-rm5sp Месяц назад +1

    কুটুম আপোনি কোনটো দলৰ দালাল হয় জনাবদেই

  • @mularammili3484
    @mularammili3484 Месяц назад +1

    সঁচা কথা Strong comments

  • @tulsirampanging6610
    @tulsirampanging6610 Месяц назад +1

    ভীমবৰ দেউৰীৰ বিষয়ে লিখা নায়ক নামৰ কিতাপ খনৰ পৃষ্ঠা নং ৩৬৯ আৰু ড':ৰত্নশ্বৰ দেউৰীয়ে লিখা জননেতা ভীমবৰ দেউৰী আৰুস্মৃতিগ্ৰন্থ জননেতা ভীমবৰ দেউৰী সম্পাদক ললিত কুমাৰ দেউৰী পুথি তিনিখন পঢ়ি চাব পাৰে।তদুপৰি আমাৰ মিচিং জনগোষ্ঠীৰে এগৰাকী জ্যেষ্ঠ উকিল জনৰ কথা পাতি চাব পাৰে ।ৰ

  • @PadmeswarTaid-e2c
    @PadmeswarTaid-e2c Месяц назад +1

    অঁকৰাটো সংবিধানত সনিবিষ্ট নকৰিলে কেনেকৈ স্বায়ত্ব শাসন পাব ? তোৰ নিচিনা সকলোৱে বুৰ্বক হলে জাতিটো শেষ হব পুল পুল কসুম গেদা

  • @RobisonPegu
    @RobisonPegu Месяц назад +2

    Right topik for mishing
    community, the mishing people are be careful from deceive. Our mishing father leader are selfish but they do not think for Mishing sixth schedule. Our mishing language has also been lost by them. Once upon time our language must be lost if we not care for own Mishing language.

  • @atulregon6841
    @atulregon6841 Месяц назад +1

    এনে বিৰ্তকীত মন্তব্য নিধিব।আমাক লাগিবই।ৰনোজে গা এৰা দিয়া বিভ্ৰান্তি মুলক কাপুৰষালী কথা কলে নহব।ৰাইজে নক্‌ জোকাৰিলে নৈ বৈ যায় বুলি কয়।সংবিধানা যুক্তিপুৰ্ণ ৰাজহুৱা স্বাৰ্থ জনিত কাৰণত সংশোধন নতুন কথা নহয়।চন্দ্ৰত অৱতৰণ সম্ভৱ হৈছে।Six schedule সৰু কথা।কালি লাগে জাতিক নেত্ৰীত্ব দিয়া মানুহ বিলাকে আনৰ তলতীয়া হৈ কাম নকৰি ৰা ইজক একত্ৰিত কৰি মাৰ বান্ধি থিয় দি আগবাঢ়ি যোৱা।

  • @ChitroKuli
    @ChitroKuli Месяц назад +1

    Bondu apping agomde aro sixchidul pamarubong Raija Appinge Congressem Butdem Tuplaboy

  • @ArchonaDoley-v6m
    @ArchonaDoley-v6m Месяц назад +2

    It to be realisticzable importance subject on today

  • @chanyt589
    @chanyt589 Месяц назад +1

    তুমি কিমান দিন মিছিং জাতিটোৰ কাৰনে সংগ্ৰাম কৰি পাইছা? তহঁতৰ নিচিনা মুুৰ্খ মানুহ থকাৰ কাৰনে ধেমাজিত অনা মিছিং সংগ্ৰাম পৰিষদে আন্দোলন আৰম্ভ কৰিছে। ৰাজনীতি কৰিলে সকলে কৰিবা জাতিটোক বিভ্ৰান্ত নকৰিবা

  • @monikakutum2498
    @monikakutum2498 Месяц назад +1

    ছিকঢিডুল পোৱা 100 শতাংশ মিছা কথা কাৰণ ভূবণ পেগূ ৰ যাহা তাহা গাৱত কবলৈ ণিদিব মহলে মিচিং জাতি শেখ হব

  • @RajDoley-wm1lt
    @RajDoley-wm1lt Месяц назад +1

    That's means We are Real missing Out Of The Indian Govment

  • @nandeswartaye805
    @nandeswartaye805 Месяц назад +1

    Sixth Scheduleৰ নামত মিচিং লিডাৰ সকলে পেট পুজা কৰি আছে

  • @RobinRobin-wp2qj
    @RobinRobin-wp2qj Месяц назад +1

    Right kota

  • @binandalachan2656
    @binandalachan2656 Месяц назад +7

    Aru kiman Thogibo nijor jatik.

  • @prabindoley675
    @prabindoley675 Месяц назад +1

    তুমাৰ কথা বিশ্বাস কৰিবলৈ কোনো তথ্য নাই ।অকল ধুমকেতুৰ নিচিনাকৈ মাজে মাজে ওলাই সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাটো বেয়া হৈছে

  • @leninmilileninmili8923
    @leninmilileninmili8923 Месяц назад +2

    Your right 👍👍👍👍 I appreciate you...

  • @nipadoley1526
    @nipadoley1526 Месяц назад +2

    Ranuj me missing lokke'm mi"npak polai

  • @RatulDoley-vq3wm
    @RatulDoley-vq3wm Месяц назад +2

    Nice bai video

  • @manojtao9803
    @manojtao9803 Месяц назад +3

    সচাঁ

  • @PadmakumarBori
    @PadmakumarBori Месяц назад +2

    কুটুম ডাঙৰীয়া, ৰোনুজ পেগো অকল মিছিং মন্ত্ৰী নহয় সমগ্ৰ অসমৰ ভৈয়াম জনজাতি মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী, Boro গোষ্ঠীয়ে স্বায়ত্ব শাসিত পাব পাৰিলে আমাৰো পোৱাৰ যোগ্য আছে । যদিহে deaclarison হয় তেতিয়া আপুনি চাকৰি এৰি যাবনে

    • @BiswajitMedok.
      @BiswajitMedok. Месяц назад

      এইটো তেখেতৰ কথা কোৱা নহয়,স্বয়ং ৰনোজ পেগু ছাৰৰ কথা।

  • @nabajyotidoley9833
    @nabajyotidoley9833 Месяц назад +1

    কুটুমদা 100'/, সচাঁ কৈছা আপুনি,,,,,,👍

  • @Enus65
    @Enus65 Месяц назад +2

    Mising rengam sem ahdai tobo leader kidise

  • @KuTum-ex4xh
    @KuTum-ex4xh Месяц назад +1

    Kutum sir....u r geniune and talents.... we want brave man..not fox 😅😅😅

  • @navajyotipegu1117
    @navajyotipegu1117 Месяц назад +1

    I ne agome

  • @abutanimiliao
    @abutanimiliao Месяц назад +4

    Missa Tamul kuwa manuhor kam nai😂😂

  • @kamalpatir9255
    @kamalpatir9255 Месяц назад +2

    I think Really right.

  • @madhudoley1491
    @madhudoley1491 Месяц назад +1

    Akdom hlsa

  • @dhaneshpegu1776
    @dhaneshpegu1776 Месяц назад +2

    Right speech.

  • @guninmili6714
    @guninmili6714 Месяц назад +4

    YADKAKNAM MISINGE" ... PA:MANG.

  • @tilokpegu5453
    @tilokpegu5453 Месяц назад +3

    Napai, napai.puwa bibosta Diya bibosta nai.tableot placing korai nai.

  • @madhudoley1491
    @madhudoley1491 Месяц назад +1

    সচাঁ কতা কইছে?❤❤ Sixsidle napai ketiyau sop rajnitik kell😂

  • @nitulbori5564
    @nitulbori5564 Месяц назад

    তুমি নিশ্চয় কংগ্ৰেছ দলৰ চামচা কৰি পুৰা মানুহ চাগে

  • @LondDoley
    @LondDoley Месяц назад

    Six schedule napai zodi tumaluk kio mata marisa. Prosar korisa. Sup sap tak. Six schedule pale kintu tumaluk amar six schedule pora kedim.
    TMPK SIX SCHEDULE KARONE JUGI JABO.
    TUMALUK KAM NAI POKOR JOLUWa kamot lagi tak.

  • @mitudoley1348
    @mitudoley1348 Месяц назад +2

    You are right

  • @RipanPegu
    @RipanPegu Месяц назад +2

    Right

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 Месяц назад +2

    Mising regam irrio ❤❤

  • @JasminChintey
    @JasminChintey Месяц назад +1

    Missing kidem misAm eletio legape zix biye Ela ludung ed doyide. Missing rgme tayuk

    • @NewServer-s5s
      @NewServer-s5s Месяц назад

      Nokke missing emnam Dem nglu tatlima nglu missing Mang only mising

  • @Risongmising
    @Risongmising Месяц назад

    apunar kotha ami kio bissah korim.apuniutu kunuba partyr manuh .ei negative kothabur kuar khetrot apunarutu sartho ase.amak okora buli nabhabibo.

  • @adityapanging4242
    @adityapanging4242 Месяц назад

    সঁচা কথা

  • @digiincome
    @digiincome Месяц назад +2

    Dream

  • @RajibKaman-m3z
    @RajibKaman-m3z Месяц назад +1

    100% right

  • @asingomuk4916
    @asingomuk4916 Месяц назад

    সত্য কথা। আমি দুজনক MAL নৱনাম ।

  • @PranjalDoley-pm2qe
    @PranjalDoley-pm2qe Месяц назад +3

    তোমাৰ কথাত ময়ো একমত ধন্যবাদ।

  • @aneswarkumbanganeswarkumba7141
    @aneswarkumbanganeswarkumba7141 Месяц назад

    Ronuj pg bubon pg mla hoi centeralot sixecdular bikoiye kobaloi adikar nine mising regam.

  • @tankeswarpanging4803
    @tankeswarpanging4803 Месяц назад

    ' দেখিলে লেকিম বুলি কোৱা akar kota আছে,' moi take manisu

  • @trinayanmili391
    @trinayanmili391 Месяц назад +3

    TMPK jindabad❤

  • @RijuVg
    @RijuVg Месяц назад

    Mamai. Miya. Bideshir. Karone Missingc. 4. Sima. Dibo. Zatejen miyai. Missingr. Matid. Dokol. Kribo. Nuware. Ronuj. Pegua. Dabi. Kori. Diyanai

  • @janakdoley8307
    @janakdoley8307 22 дня назад +1

    tumar khatatu nuhonu 10:32

  • @BhriguPegu-ng3vz
    @BhriguPegu-ng3vz Месяц назад +2

    its our right

  • @rajeshpegu445
    @rajeshpegu445 Месяц назад

    এজন উটীবাৰ জনে চিকচিদোল দিব পাৰিব -এইজন মানুহে MACত নিমখ কাবলৈ নাপালে নেকি

  • @Essaygameplay
    @Essaygameplay Месяц назад

    50 percentage at population hobo laga kio napam ami six schedule amar ata district t 50 percentage hola ami pabo paru amar aitu right hoi ....Dima hasao okol 2 lakhs hola u Pisa ...anekuwa mahor karona ami six schedule Napau ai but mentally loi

  • @anilpreme2992
    @anilpreme2992 Месяц назад

    Misa koise

  • @RajibYein-k1q
    @RajibYein-k1q Месяц назад +1

    😂😢😂😢😂😢😂😢😂😢😂😢😂😢😂😢😂😢

  • @SleepyCoconut-tb4to
    @SleepyCoconut-tb4to Месяц назад

    Mising jatir gugoy takilei pabo jodi monistare koise jodi aru ki Buji bo lage

  • @Ghanajnr
    @Ghanajnr Месяц назад +2

    Osa kota koyse gatiya lidar keyitar kota uni nijor nijor manuor
    microbiology diyato burbok

  • @TarunKaman-f3m
    @TarunKaman-f3m Месяц назад

    Sixth shedule maane hangbidhanik morjoda both same not different,,

  • @AmirkhanPegu
    @AmirkhanPegu Месяц назад

    Nice

  • @FunnyCornflowers-jj7fs
    @FunnyCornflowers-jj7fs Месяц назад

    Moja kota

  • @rajkumarkuli6202
    @rajkumarkuli6202 Месяц назад

    100/ pabolagibo,

  • @nipadoley1526
    @nipadoley1526 Месяц назад

    Ranuj aru Bhuban pegu .hei dujone neki. ongluk missing taniki"lide man tani tek kamme"pe tekpaye

  • @Bennyddoley
    @Bennyddoley Месяц назад

    Hosaneki dada

  • @ManojLagasu-rj4dl
    @ManojLagasu-rj4dl Месяц назад

    Hoi buli kolu😂

  • @ranajitpegu2845
    @ranajitpegu2845 Месяц назад

    It's really

  • @actorpegumusic691
    @actorpegumusic691 Месяц назад

    Six sidul namot boring
    Hoi gol please video no koribo?