দল এৰি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ যুধিষ্ঠিৰ গগৈৰ....

Поделиться
HTML-код
  • Опубликовано: 12 июл 2024
  • 'নিষ্ঠাবান কৰ্মী উপেক্ষিত হৈছে ভাৰতীয় জনতা পাৰ্টিত।' দল এৰি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ যুধিষ্ঠিৰ গগৈৰ। বিজেপিৰ নেতৃত্বক সংশোধন ঘটোৱাৰ আহ্বান যুধিষ্ঠিৰ গগৈৰ।
    #PratidinTime #assam #BJP

Комментарии • 17

  • @probingogoi9774
    @probingogoi9774 Месяц назад +11

    শুদ্ধ সিদ্ধান্ত। ন-বিজেপিৰ উৎপাতত জেষ্ঠ সকলে দ'ল ত্যাগ কৰি আতৰি যোৱাৰ বহুত পলম হৈছে। বহু আগতেই আতৰিব লাগিছিল। ধন্যবাদ....

  • @RupkantaPathori-sk3ru
    @RupkantaPathori-sk3ru Месяц назад +17

    সঁচা কথা কংগ্ৰেছৰ পৰা অহা কেইজন এতিয়া উঠি ৰজা বহি ৰজা ।মূল বিজেপি সকল কৰবাত পৰি ৰল

  • @pmn20071
    @pmn20071 Месяц назад +3

    এনেকুৱা ব্যক্তি আতৰি গলে সঁচাকৈ ক্ষতি হব যিকোনো দলৰ।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j Месяц назад +6

    কংগ্ৰেছৰ পৰা দূৰ্নীতিৰ সদাগৰ জনে লগত জাবৰ -যোথৰ এসোপামান লৈ বিজেপিৰ বৰঘৰত প্ৰবেশ কৰা দিনাই বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী প্ৰদ্যুত বৰাই কৈছিল অসমৰ ৰাজনীতিৰ আটাইতকৈ ভয়ংকৰ ভস্মাসুৰটো বিজেপিলৈ আহিল ৷গতিকে এতিয়া ভাবি লাভ নাই ৷এফালৰ পৰা দ’ল জহিখহি যাবই ৷

  • @RubulBora-t7o
    @RubulBora-t7o Месяц назад +1

    Very vary good reply.

  • @j.d.enterprices4785
    @j.d.enterprices4785 Месяц назад +1

    Hosa kotha.apuna logat asu.

  • @SanjayKumar-td9um
    @SanjayKumar-td9um Месяц назад +2

    These are real bjp

  • @hemendeka279
    @hemendeka279 Месяц назад +1

    Pabi ja congresat mla ticket

  • @samudranathdeka4879
    @samudranathdeka4879 Месяц назад

    বেলেগ দলত গলেও জেষ্ঠ নহয় নতুনেই হব সেইটো বুজি লোৱাটো ভাল ।

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc Месяц назад +2

    6th Community r MLA hoak ba Voter hoak BJP baad diok BJP Sarkar e 6th Community r Raij k potorona r oprt potorona kri ahise thogai ahise amr Mul dabi Mul issue ST Status r oport Kam kra nai okl 40% 30% 80% aibr fotua ktha koi amk nihekh kribo bisarise