How many people understands law? Without any evidence we should not be judgemental towards anything. This matter is absolutely judicial. Let us wait till the judgement comes from the honourable court.
Assam t kisuman criminal r logot encounter, fake encounter, torture etc etc khuni thakibole pao keteba, vale crime korak punish koribo lage, then sumi ru tarkik k eman vip treatment kio di ase? Beleg jodi fake encounter koribo pare then ehatok without vip treatment kio rokhibo pora nai? That's means somewhere some part of Assam system is involved in it. That's why they treat them as there guest.
Sir apuni hosa kotha koisa. Kesu mana koisa sum tarkekor kotha newsya keman koi thaka . Kintu hae toka kor pora kkhoros korela apunaluka gom puwae nie nake.
Bhishal hol sumi r 1st husband 2nd tarkik, so bhishal ru sumi e scam kora sumir poisa sumi k di dise, tair biyar namot etc etc, ru june june invest korise kunu ulai nahe krone jane ahile ehatiu police r haatot jabo so poisa goleu nijor respect Tu bosai rakhibole try kori ase... Bhishal e okoke eman kora nai, kora hole sumir namot eman ketiau khoros nokore... 3rd degree use korile sob ulai jabo... Bt system involve ase 3rd degree kene k use hobo... System e in future crime hobole chance di thake dukhik punish nokori...
Hosakoi ayiburtkoi besi hai noro fikash burok hasti diyar bibosta krok hkoluloi anurudh thakil..baki jodi poisabur ase tnte dukhiyak Dan krok g bure dubela dumuthi nukhuwakoi ase
যদি বিশাল,চুমি, তাৰ্কিক সাৰি যায়, তেতিয়া হ'লে ভৱিষ্যতে অসমত প্ৰৱনচনা আৰু দুৰ্নীতি ৰূধিব পৰা কোনো উপাই নাথাকিব। অসমৰ বাবে অশণি সঙ্কেত।
টকাৰ মহিমা।টকা নথকা লোক হোৱা হ'লে আৰক্ষীৰ বেতৰ কোবত ইমান সময়ে হস্পিটেলৰ বিল কিমান লাখ হ'লহেতেন ভাবিব নোৱাৰি
সচা কিছুমানৰ জীৱন গ'ল হয়
Right
বৰ বেছি ৩ মাহ থাকিব, যিহেতু যথেষ্ট টকা আছে, টকাৰে বাছি যাব
এইবোৰ শুনি আমনি লাগিছে
সঁচা কথা বহুত আমনি পাইছোঁ । আৰু জানো অসমৰ সমস্যা নাই। সেই বোৰ বাতৰি পৰিৱেশন কৰক
আইনৰ সুৰুঙাৰে সৰকি আহিব পাৰিলে কি লাভ হব, অসমত আগৰ দৰে তাই নাচি বাগি থাকিব পাৰিবনে? ৰাইজে সকলো পাহৰি আদৰি লব নে? সেইজনীক আগৰ দৰে কেতিয়াও পাত্তা দিব নালাগে আৰু। অহংকাৰ বহুত বেছি সেইজনীৰ।
চৰকাৰে প্ৰশাষনে কিয় নিজাববীয়াকৈ কেচ কৰা নাই ৷ এজাহাৰ কিয় দিয়া নাই ?
১০ দিনৰ ভিতৰত তাই সকলোকে কোনোবা প্ৰকাৰে তাইৰ কবলত ৰাখিলে
দাঙৰ কথা দাঙৰ চুৰ যে বাছি জাই একো নহয় এইবোৰ
কিমান দিন ৰাখে ৰাখক। কিন্তু অনাগত দিনত এইক যাতে অভিনয় জগতত দেখা নাপাওঁ। এই ৰ শাস্তি এইটোৱে হব লাগে।এই ৰ শাস্তি আইনে নিদিলে ও ৰাইজে দিব। এনেকুৱা ভাণ্ডকী শিল্পী আমাক নালাগে। এই ৰ নিচিনা মাইকী শিল্পী সমাজত থাকিলে আকৌ এজনী চুমি জন্ম হবলে বেছি দিন নালাগিব। গতিকে এই ক শিল্পী সমাজৰ পৰা এঘৰীয়া কৰিব লাগে ।
যদি চুমী দোষী নহয় তেতিয়া হলে তাই কিয় (লুকাই) পলাই আছিল।।সেইটোহে আমাক লাগে ,আৰু তাইৰ নাচৰ কাৰণে সজা ঘৰটোত ইমান টকা কেনেকৈ খৰছ কৰিছে ।।তাই টো এজনী নাচনী হে।।আৰু আমি জানো অসমীয়া ছবি কৰিলে আমাৰ অসমীয়া শিল্পীয়ে কিমান টকা পাই মই নিজে জানো।।।তেতিয়া হলে তাই ইমান সম্পত্তি কেনেকৈ কৰিলে।।।
টকা দিয়া বিলাকক ধৰিব দিয়ক তাৰপিছত চুমিৰ মুখেৰে ওলাই যাব আৰু বিশালে পাতিলোৱা বায়েকক ইমান টকা দিয়াৰ কাৰন কি থাকিব পাৰে
অপৰাধীক বচাবলৈ হয়তো বহুতে যত্ম কৰি আছেকিন্তু সন্মুখত আহিব"পৰা নাই।অতি আনন্দৰ বিষয় যে দালালে আত্মস্যাত কৰা টকাবোৰ আমাৰ দৰে দৰিদ্ৰৰ নহয় বুলি অনুমান হয়।হোৱা হলেসাধাৰণ লোক আগবাঢ়ি আহিল হেতেন!এই সময়লৈ নহাক চাই খাটিখোৱা লোকৰ নহয় বুলি অনুমান হৈছে।এইবোৰ কলা টকা আছিল বাবে মাহৰ"মাৰ তিলে টেপেচা মাৰিছে।
সচাঁই শুনি শুনি আমনি লাগিছে
য়ি জন পুলিচে চুমি বৰাক সহায় কৰি নিন্মবিত্ত হ'ল তেওঁ এতিয়া চুমিৰ ভৰি ধূই পানী খাই থাকক।
বিশালক ধৰাৰ লগে লগে কিয়তাই পলালে তাই এতিয়া আবুল তাবোল বকিব ই.
এতিয়ালৈকে টো কোনো লোকে মুখ খোলা নাই, ম ই ইমান টকা দিছো বুলি
। ইমান টকা হাতত আছে যেতিয়া টকা খুৱাই। বাছি যাব দোষী ।
শিৱসাগৰ খিলঞ্জীয়া অসমীয়াক পুনৰ পিতিলে নিউজ কি হ'ল।
ধিং কাণ্ড কি হ'ল।
মাজুলী মুখ্যমন্ত্ৰী পত্নীয়ে মাটি কিনা ।
স্মাৰ্ট মিটাৰ।
এই সমূহ নিউজ এনেকৈ বজাই থাকিল হয় ভাল পালোঁ হয়। নে কিবা অংক হৈছে তাত।
অসম বাসী ৰাইজৰ মতে যাবত যিৱন
তাৰ পিছতো আপুনি কৈ আছে মই শুনি আছোঁ 😂
বেইমানি সকলোৰ বাতৰি শুনি থাকিবলৈ আমনি লাগিলে। 👎👎👎
টকা বোৰ ঘুৰাই দিয় আৰু কিমান থগিবা
media trial should be punishable in case comes in favor of her
যদি অভিযোগ নাই দিয়া কিয় ইমান সমালোচনা কৰি আছে ।
How many people understands law? Without any evidence we should not be judgemental towards anything. This matter is absolutely judicial. Let us wait till the judgement comes from the honourable court.
media trial should be stopped
Bishal ক কোনে ইমান টকা Cash & Online দিছিলে বা কত পালে ইমান টকা?
যিসকলে ইমান টকা দিছিলে ইমান মহান মানুহ নে? অসমৰ জনসাধাৰণে জানিব নোৱাৰোঁ?
#sumiborah #AssamNews #assampolitics #AssamPolice
#NewsLive #cmassan #hemantabiswasarma
#IndiaNews #bishalphukan
Thik koisa
চুমি আৰু জোনমনি ৰ বিচাৰ একে হব 😅😅😅
চুমি নামৰ মানুহ গৰাকীক কোনে এজাহাৰ দিব বিপদত পৰিবলৈ বাতৰি বোৰতহে শুনিছো অমোকে তোমোকে হলি গলি টকাই টকা এতিয়া প্ৰমান নাই,,
Very good
চুমি বৰা বিজেপিৰ সদস্য গতিকে বিজেপি চৰকাৰে নিজৰ দালালক জেলত বেছি দিন থাকিব নিদিয়ে এইটো সত্য কথা মুখ্যমন্ত্ৰী মামাই এদিন সাংবাদিক আগত কৈছিল চুৰক ধৰিবলৈ অলপ সময় লাগে সাধাৰণ চুৰক ধৰিবলৈ সময় নালাগে একেদিনাই পাৰে আমাৰ ইস্মা পুলিচে চুমি বৰাক গ্ৰপ্তাৰ কৰিবলৈ কিয় সময় লাগিব বুলি ক'লে কিয় মুখ্যমন্ত্ৰী মামাই ৰাজহুৱা সম্পত্তি হিচাপ দিব নোৱাৰি পলাই থাকে চুমি বৰাই লুকাই হে আছিল
Mukhar couler change goi gol son 😂😂😂😂
Adre aru Assam police babe kiba question answer sau buli ahile এই suruni জনিক হে দেখি পোৱা যায়
Xosai amoni lagise blg news lage
Sumi a hagise kot. Heitu u.khabar diba ha.....
সচা এনেবোৰৰ অভিনয় নিপাত যাওক
এই নিওজ শুনি শুনি একেবাৰে আমনি লাগিল।
প্ৰথমেই কব পাৰিবনে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰোদ্ধে ৰাজ্যত বা দেশত গোচৰ তৰিব বা এজাহাৰ দিয়া কোনো ব্যক্তি আছেনে ? তেখেতে ইমান সহজে ফচিব পৰাকৈ/দোষী সাব্যস্ত হোৱাকৈ কোনো কাম কৰি থবনে ?
পুলিচৰ লগত চুমীয়ে ফুল কপাৰেচন কৰিম বুলি কৈছে। বিশালে টকা ক'ত পাইছিল তাৰ কু-কীৰ্তী ফাদিল কৰিম বুলি কৈছে !
বিষয়টো ঘণ ৰহস্য ভেদ কৰিবলৈ পুলিছে চেষ্টা কৰা নাই।
তাই আৰু বিশালৰ আয় অনুপাতে সম্পত্তিৰ হিচাপ কৰা নাই। চুমীৰ সপোনবোৰ পুৰাবলৈ মূখ্যমন্ত্রী থকাৰ দৰে অভিজাত্যৰে ৰাখিবলৈ মূখ্যমন্ত্রীয়ে নিজে নোৱাৰি হয়টো আওপকিয়াকৈ বিশালকেই ব্যৱহাৰ কৰিছিল পাছত কথা বিষম দেখি কান্ধূলি মাছৰ দৰে লুটি বাগৰ দি ফুৰিছে। পুলিচেও ভালুকৰ দৰে ওলোটা খোজ দিছে।
প্ৰশাসনে চুমীক দোষ বিচাৰ কৰিব নোৱাৰি ফচাব বিচাৰা ল'ৰাটো দোষী সাব্যস্ত কৰি এজাহাৰ তাৰ ওপৰতে যাপিছে। মই অৱশ্যে তাৰ পক্ষ লোৱা নাই। আইনে দোষীক বিচাৰি নাপায়। অসমৰ সন্মানীয় মূখ্যমন্ত্রী জগৰীয়া হয়। কিন্তু আমি কেনেকৈ তথ্য ভিত্তিক প্ৰমাণ দাখিল কৰিম । জেলত আমি গলেহে হব। বুদ্ধিত বৃহস্পতি ----ধূৰ্ত আইন আদালত টকা সা-সম্পত্তি পাৱাৰ এই সবোর্চ্চ ৰ গৰাকী মানুহক কোনে নিজৰ দোষ আঙুলিয়াব পৰাকে কৰ্ম কৰিব তাকো এনে ধৰণৰ। আৰু আছে অসমত এনেধৰণৰ মহিলা, ছোৱালী-বোৱাৰী ।
আন হোৱা হ'লে পুলিচে সন্দেহ জনক মানুহৰ বিপক্ষে এজাহাৰ এনেকে লিখক তেনেক লিখক বুলি আইনৰ ধাৰাত পেলাই ললেহেতেন। এতিয়া চুমীক সকলোৱে দোষী সাব্যস্ত কৰিলেও পুলিচে ধোৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰি দিব।
কালিলে হিমন্ত চৰকাৰৰ মন্ত্ৰী সভাত দেখিবলৈ পাব।
আৰু আমাৰ দৰে মানুহক ইয়াৰ বাবে পাগল নাইবা কিবা ফৰ্মূলা লগায় কিবাৰ পৰা কিবা কৰি দিবও পাৰে। কাৰণ এই খন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।
যদিতিনি,সিদ্ধসাৰি,সাৰিযায়, জগৰীয়া,কৰিব,চৰকাৰখনক,যদিবিশালে,চুমিৰবিষয়ে,ক্ইবিশালক,জেলৰপৰা, কোনে উলিয়াব,উত্তৰ,দিয়ক।
এই জনীয়ে যদি দো
Arrest hoi sumie nijei koi dile mur punishment nohaya buli kor pora keneke koba parile
Shudur vai kartik maiki tur na bisalar
Junmoni rabha case ki hol kowk ..
এই বাতৰিৰ বাদে আপোনালোকৰ দেশৰ অন্য বাতৰি পৰিবেশন কৰিবলৈ কাম নাই নেকি?
Baido nhoi kiba belg hoi bujai bujise
Kiman din thakibo lagibo ko, aru kot hagibo, sab Kobo ha
7000 cr scam tu ki khabar, DB stock broking, trading Fx, TFAL r eku khoborei nai, apunaluke trial baad diyok, asol kothabur raijok dekhuaok. Kalpana bilak mediai baad diyok, court e sabo.
Dirgadin bishar karib lagib.
🎉Same junmoni Sunil gogoi case
Good night
Assam t kisuman criminal r logot encounter, fake encounter, torture etc etc khuni thakibole pao keteba, vale crime korak punish koribo lage, then sumi ru tarkik k eman vip treatment kio di ase? Beleg jodi fake encounter koribo pare then ehatok without vip treatment kio rokhibo pora nai? That's means somewhere some part of Assam system is involved in it. That's why they treat them as there guest.
Kiman dinoloi nhoi xodai thoi দিলে hol ..tar pora a reels bonle hoi
Poisa mari thoi dise 10 dinot mobile kio risip kara narsil
Ae jone aru sabo mon ni
aponar kotha bur pora gom poa gol je ai basil aru.. bindas thakibo aru ai..
অসমৰ উন্নতি হকে আলোচনা হোৱা ভাল এই বোৰ আমনি লগা হল😊
তাকীকৰ কি হব
Apunalok o manage hol nki😡
Aketa news a baji ase amoni lagile aru 🙄
Sumi nohole kiyo polai asil...
DB ɓisoe olop kowatu bisaro
Dukhi nanhai jodi polai asil keo
Manage hoi goise...etya sutralipi mote kotha koi ase ru hai karone eai news bur d lav nai...managa hoi goise
Aibor batori sunibo mn nai....beleg batori posar kora
ASSAM POLICE WILL ARRANGE VIP TREATMENT FOR THEM. BIG BOSS IS BEHIND THE SCENE. BAH ASSAM POLICE BAH. PLAYING THE DRAMA VERY WISELY...
Aibur batori kori kiba lav ase ne
Sumi borak case kora thakabur retanabule koribo lagae
Olai ahile tayk raije tayk ly ly sy sy dibo
50 years
Sir apuni hosa kotha koisa. Kesu mana koisa sum tarkekor kotha newsya keman koi thaka . Kintu hae toka kor pora kkhoros korela apunaluka gom puwae nie nake.
কুকুৰা কণীক কেনেকৈ কুকুৰা কৰিব লাগে এই চিন্তন
ahil judge , law pass korisa neki lol
Sumi bora r katha bad diyak .beleg news diya
Bhishal hol sumi r 1st husband 2nd tarkik, so bhishal ru sumi e scam kora sumir poisa sumi k di dise, tair biyar namot etc etc, ru june june invest korise kunu ulai nahe krone jane ahile ehatiu police r haatot jabo so poisa goleu nijor respect Tu bosai rakhibole try kori ase... Bhishal e okoke eman kora nai, kora hole sumir namot eman ketiau khoros nokore... 3rd degree use korile sob ulai jabo... Bt system involve ase 3rd degree kene k use hobo... System e in future crime hobole chance di thake dukhik punish nokori...
ইমান টকা গোটেই জিৱন কাম কৰিলেও ঘটিব নোৱাৰে কাৰণ সম্ভৱ নহয় ।আৰু বাইক নহয় sexy gral sudan maike
Right
Hosakoi ayiburtkoi besi hai noro fikash burok hasti diyar bibosta krok hkoluloi anurudh thakil..baki jodi poisabur ase tnte dukhiyak Dan krok g bure dubela dumuthi nukhuwakoi ase
Mane Sumik training hol, mane sumik fosale Aru konoba dosing neki baru?
Sumi bisalor toka bur dukhia manuhk vag kori di diai val hobo..
Sorkare Lua sumi hote Lua ekei kotha.
Riniki mamiu iman dhoni buli koi thake sobei..
Besi Nalage 2lakh man lagisil
Galu balu khulakoti taal,,,, so be sur mone mone thakiboi
Amar likhiya manuh huwa hole piton di di hosa kotha uliyabo aijoniku piton di di uliabo lage ko kiyo nai uluwa kla . . 😠😠😠😏🤔
Suni borak okhom police taik bosai ase
Bhishal, sumi ru tarkik k 3 rd degree di statement lok police then 100% sure 3 jonore statement beleg beleg hobo
Nohole kio polai asil
Hob poisa khal rose valley poisa ki hol bhatari korok
Basile aru
Payment pala nki police hokol😂
Bisalok fosay dila. Tay to aojadi korila
Bad da gotay jibon jalota voray thoy dilay hol.
C M Sorkar k ?500 kote di dewok Gall No Hobo
Heikhini dhani manuhar tok
Jodi sumi Bishal Tarkik ei khetot basi jai tene hole amar goru sur sagoli sur r aru utpat bahi jabo
Isse divert news prty sb BJPr . Raij alp valke
nalagakia
Thik aosa tay gat jodi dokh nay ki karona polay aosila
Police aru somi ling ase 😂😂😂😂
Aibur jani ki hb.faltu
নিউজ চেনেলৰ প্ৰচেষ্টাত হে এই নাটক খন পোহৰলৈ আহিল । অসম আৰক্ষীৰ গা লৰিল অকমান । নাটকখন এতিয়াও বহুত দীঘলীয়া হব নিউজ চেনেলৰ প্ৰভাৱতহে আৰু নতুন নতুন তথ্য আৱিষ্কাৰ হব ।
😂😂😂😂😂😂😂😂😂😂