LIVE | Meghalaya Text Controversy | টেক্সি বিতৰ্ক, মেঘালয়ৰ পৰ্যটন উদ্যোগত বিপদঘন্টা N18L

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • LIVE | Meghalaya Text Controversy | টেক্সি বিতৰ্ক, মেঘালয়ৰ পৰ্যটন উদ্যোগত বিপদঘন্টা N18L
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #meghalaya #meghalayatourism #taxi #Jayantamadhabgoswami #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 300

  • @user-oz5vu1gm3v
    @user-oz5vu1gm3v Месяц назад +63

    Tourist নগলে meghalaya খাবলৈ নাপাই মৰিব

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Месяц назад +116

    মেঘালয় লৈ অসমৰ ৰাইজে নগলে হব মেঘালয়ৰ কোনো গাড়ী অসমত সুমুৱাবলে দিব নালাগে খাদ্য সামগ্ৰী কোনো গাড়ী যাবলৈ দিব নালাগে

  • @mahimaranjan3420
    @mahimaranjan3420 Месяц назад +46

    সমগ্ৰ ভাৰতৰ পৰ্যটকক বন্ধ কৰক তেহে উপলব্ধি কৰিব তেওঁলোকে !

    • @bkp9774
      @bkp9774 Месяц назад +2

      মাইকীএ বিয়া কৰাই নিয়ে আৰু।

  • @dharmakantadaimary6085
    @dharmakantadaimary6085 Месяц назад +36

    অসমৰ মাজেৰে মেঘালয়ৰ সকলো খাদ্য সামগ্ৰী যায় কিহক লৈ ইমান বাহাদোৰি কৰে ।

  • @gobindadas8528
    @gobindadas8528 Месяц назад +36

    কৰোনাৰ সময়ত পৰ্যটক নাই বুলি হাহাকৰ কৰিছিল এতিয়া আকৌ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে ৷ নিজে খাবলৈ নাপাই মৰিব

  • @ngiphewmanhai7372
    @ngiphewmanhai7372 Месяц назад +30

    খাই পাত ফলা মেঘালয়ৰ দুস্কৃতি কাৰী সকলক ভাল শিক্ষা এটা দিবই লাগিব।

  • @ngiphewmanhai7372
    @ngiphewmanhai7372 Месяц назад +22

    Boycott মেঘালয় আৰু খেল খতম, না ৰাহেগা বাছ না বাজেগা বসুৰি

  • @user-rn6wd9jh6r
    @user-rn6wd9jh6r Месяц назад +20

    মেঘালয়ৰ দ'ল সংগঠন হিতকাৰী মানসিকতাৰ পৰিচয় দিছে।এইয়া গৰিহণাৰ যোগ্য। মেঘালয়ৰ কিছু লোকৰ মানৱতা বোধ নোহোৱাৰ পৰিচয় দিছে।

  • @ManikPhukan-ek7jg
    @ManikPhukan-ek7jg Месяц назад +12

    একাংশ বেয়া মানুহ মেঘালয়ত আছে অপ্ৰিয় হ'লেও সত্য। আমিও তাৰ ভুক্তভোগী গতিকে চৰকাৰে সেই সকল ব্যক্তিৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

  • @jgogoi6298
    @jgogoi6298 Месяц назад +34

    অসমৰ ছাত্ৰ সংগঠন কত গল,

    • @simantasaikia4369
      @simantasaikia4369 Месяц назад

      Hui ase election khalibo lagibo nohoi

    • @kochrider5844
      @kochrider5844 Месяц назад +1

      Gatot

    • @dipakbaruah8987
      @dipakbaruah8987 Месяц назад +1

      AASU এএএ আছে দিয়ক,এএএ হেৰী নহয় HBS ছা ছা ছা ৰে একো কোৱা নাই যে। আপোনা লোকে ASSU ক একো ভুল নুবুজে যেন, ওপৰৰ পৰা নিৰ্দেশনা নহ'লে কাম কৰাত অলপ অসুবিধা হয় ।

    • @sanusharma3353
      @sanusharma3353 Месяц назад +1

      Topani mari ase sake.....

    • @ArunBoruah413
      @ArunBoruah413 Месяц назад +2

      শুই আছে

  • @dwipenkumarsaikia.2645
    @dwipenkumarsaikia.2645 Месяц назад +6

    চিঞৰ বাসৰ কৰি কোনো লাভ নাই পাৰিলে মেঘালয়ৰ সকলো গাড়ী অসমত প্ৰৱেশ নিষিদ্ধ কৰক।

  • @hemalatachetia3765
    @hemalatachetia3765 Месяц назад +11

    মেঘালয়ত নগ'লে জীয়াই থাকিব নোৱাৰিব নেকি ??কোনেও যাব নালাগে ,,আমাৰ অসমৰ লৈও মেঘালয়ৰ গাড়ী আহিলেই বাধা দিব লাগে ।।

    • @hritamkashyap
      @hritamkashyap Месяц назад +3

      কাৰ্বি আংলঙ যাব পাৰে ৷ অসমত পাচখনমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে সেইবোৰ চাব পাৰে ৷ অসমত ঠাইৰ অভাৱ নাই ৷

    • @parthrob
      @parthrob Месяц назад

      Bhal kotha koise.. Amar axomot bhromon korok... Bohut sabo logiya ase...Dorkar hole Arunachal, Nagaland jaok...

  • @MohendraBoruah-bk6ju
    @MohendraBoruah-bk6ju Месяц назад +8

    মজা,তেওঁলোকৰ এনেও অহংকাৰ ।

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m Месяц назад +14

    শ্বিলঙক উত্তৰ পূবত থকা পশ্চিমৰ স্কটলেণ্ড বুলি গৌৰৱ কৰিলেই নহব । মেঘালয়ৰ জনসাধাৰণ স্কটিছ সকলৰ দৰে ভদ্ৰ হব লাগিব।
    অসমৰ ভুক্তভোগী সকলে অতি শীঘ্ৰে মেঘালয়ৰ বিৰুদ্ধে সম পয্যায়ৰ ব্যৱস্থা কৰিব লাগে।
    মনত ৰাখিব চুবুৰীয়া ৰাজ্য সমুহৰ এই অভদ্ৰ আচৰণ সময়ে সময়ে আমি লক্ষ্য কৰি থকা হয়। আমি সদায় মূৰ নত কৰি সমস্যা সমাধান কৰাৰ চৰিত্ৰ সলনি কৰিব লাগে।

  • @nirudpalb
    @nirudpalb Месяц назад +2

    Amar Assam ot Inner Line Permit (ILP) logai dibo laage specially Meghalaya r karone.

  • @rajkumardihingia2331
    @rajkumardihingia2331 Месяц назад +6

    মেঘালয় লৈ যোৱা ৰাস্তাটো অসমৰ সীমাত দ কৈ খান্দি দিব লাগে,আমি ও নেযাও সিহতিও আহিব নেলাগে....

  • @bitubora3534
    @bitubora3534 Месяц назад +10

    আমাৰো বন্ধ কৰিব লাগে😊😊😊

  • @pranabkhakhalary539
    @pranabkhakhalary539 Месяц назад +2

    আমেৰিকাৰ সুন্দৰ পদক্ষেপ, যদিও মেঘালয়ৰ জনসাধাৰণে বুজি পোৱা উচিত। বৰ্তমান সভ্যতাৰ যুগ আৰু এই যুগত কোনেও অকলশৰীয়া হৈ থাকিব নোৱাৰে।

  • @rajkishursaikia2057
    @rajkishursaikia2057 Месяц назад +5

    Kunu jabo nalge...tetia sob thik hoi jabo

  • @user-hu5yk7yq9f
    @user-hu5yk7yq9f Месяц назад +3

    Ji hoise bhal hoise

  • @babaschannel6099
    @babaschannel6099 Месяц назад +2

    মেঘালয় ভাবিছে অসমৰ গাৰিবোৰে সিহঁতৰ ভাত মাৰিছে। কিন্তু সিহঁতে বুজা নাই অসমে Tourist বোৰ নি নিদিলে সিহঁতৰ উপাৰ্জন যে নহই সেইটো পাহৰি গৈছে। কেইদিনমান বন্ধ হৈ যাওক তেতিয়া অসমৰ অনুদান সিহঁতে বুজি পাব।

  • @mukutbaruah2354
    @mukutbaruah2354 Месяц назад +4

    Meghalaya t Amar Axomiya r ako darkar nie. Bahira gari axomor rastare Meghalayaoli jb nidilei hol. Amar Axom zindabad.

  • @bitukonwar2116
    @bitukonwar2116 Месяц назад +9

    নগাৰ চাঙ তলেহে বাট, মেঘালয়ৰ গাড়ী অসমত সোমাব নিদিলে খাচীয়াই টিকা চোঁচৰাই পাহাৰৰ পৰা নামি আহিব।

  • @jitenkonwar3784
    @jitenkonwar3784 Месяц назад +1

    🎉অসম চৰকাৰে নোৱাৰী আনাৰাষ্ট্ৰীয় লৈ থেলি দিছে অসম চৰকাৰে

  • @merinaenghipi7391
    @merinaenghipi7391 Месяц назад +1

    Well done the driver association of Assam for raising voice against the meghalaya govt.

  • @user-id2lh7cq1r
    @user-id2lh7cq1r Месяц назад +1

    Very very good. Babu

  • @solomonislary9708
    @solomonislary9708 Месяц назад +1

    This kind of rules are implemented in most hill states, taxi from WB when they take tourist to Sikkim they can only drop there and come back, and vice-versa.

  • @indianvloggerrahul
    @indianvloggerrahul Месяц назад +8

    😂meghalaya bepari hokol aji kali অসমত আহি বেপাৰ কৰি চলি আছে সেইটো কথাও মনত ৰখা উচিত

  • @One-of-a-kind1_ADRE
    @One-of-a-kind1_ADRE Месяц назад +3

    meghaly should be blacklist

  • @user-yh1xh9lp2r
    @user-yh1xh9lp2r Месяц назад +1

    All assam organizations please break your silence in this context and The Assam Govt please take necessary action in this case

  • @bipulborah2193
    @bipulborah2193 Месяц назад

    মেঘালয়ৰ লগত অসমে যোগদান বন্ধ কৰিব লাগে।আমি অসমবাসীয়ে ভালদৰে চলিব পাৰিম। সিহঁতক আহিব দিব নালাগে অসমলৈ। সিহঁতে জানি বুজি এইবিলাক কৰে।

  • @guwahatiassam6604
    @guwahatiassam6604 Месяц назад +2

    Fight against k s u

  • @BidishaKalitarollno.4
    @BidishaKalitarollno.4 Месяц назад +1

    Both the govt. should immediately discuss & take necessary action so that we can get peace.

  • @ranjandas6520
    @ranjandas6520 Месяц назад +3

    Economic blocked may be done to Meghalaya

  • @krishnakantachakraborty3232
    @krishnakantachakraborty3232 Месяц назад

    Govt.of assam should take necessary action

  • @rajibuddinahmed6223
    @rajibuddinahmed6223 Месяц назад

    Assam Govt should take serious action and for time being stop Meghalaya tourism texi and khasi people to enter Assam

  • @ganeshdas-rj6si
    @ganeshdas-rj6si Месяц назад +4

    Kiyo jaabo lage meaghalaya najabo dorker hole Arunachal aahok bohut bhal please good people

    • @BikyBoi
      @BikyBoi Месяц назад

      Sob ekei. ILP gusale AP jabo pari.

    • @Policewallah4311
      @Policewallah4311 Месяц назад

      Really Arunachal Pradesh bht dhunia bht vl
      Moi recently jai ahilo

  • @Xapon1054
    @Xapon1054 Месяц назад +1

    মেঘালয়ে চৰকাৰে অসমৰ taxi চালকসকলক tax বোৰ ঘূৰাই দিয়ক নহলে অসমত খাছী secend time খাছী কৰা হব ।।

    • @rajkumardihingia2331
      @rajkumardihingia2331 Месяц назад +1

      এই tax ঘূৰাই পাবলৈ উচ্চতম ন্যালয়ত কেচ কৰিবলৈ চৰকাৰে সহায় কৰক...

    • @Xapon1054
      @Xapon1054 Месяц назад

      @@rajkumardihingia2331 আজি দুজন খাছীক গৰু পিটন দিলোঁ ।। সাছী ছাত্ৰ সন্থাৰ বোলে আঞ্চলিক সভাপতি GMCHৰ পাৰ্কিংত কাণতলীয়া দিছোঁ ।।

  • @B.Sarmah1
    @B.Sarmah1 Месяц назад

    Meghalaya ,Nagalend ,Arunachal Pradesh এই ৰাজ্যকেই খনৰ মাজে মাজে এনেধৰনৰ হৈয়ে থাকে বৰ আচৰিত ।

  • @kochrider5844
    @kochrider5844 Месяц назад +1

    Meghalaya gari manuh aha bndho kribo lage

  • @shershahullah9449
    @shershahullah9449 Месяц назад +1

    সিহঁতক যোৰাবাতৰ পৰা আহিব দিব নালাগে

  • @ImranShah-sy5sj
    @ImranShah-sy5sj Месяц назад +1

    Vere good

  • @hiranyabaruah3085
    @hiranyabaruah3085 Месяц назад

    এই বিষয়ে সকলো দেশলৈকে জনাই দিয়ক যে প্ৰায় ২/৩ বছৰ পৃথিৱীৰ কোনো লোক তালৈ নাযায়। তেতিয়াহে গম পাব

  • @dhireswarkachari7715
    @dhireswarkachari7715 Месяц назад +8

    আমাৰ অসমত গাৰো খাজিয়া নাই নেকি???

  • @dulumonigogoi3311
    @dulumonigogoi3311 Месяц назад +1

    Good news

  • @northeastindia279
    @northeastindia279 Месяц назад

    অসমৰ পৰা যোৱা সকলো ড্ৰাইভাৰে মেঘালয়ত গ'লে অকণমান/সামান্য হ'লেও ভয়/সংকোচত থাকিব লগা হয়, ইয়াৰ কাৰণ হ'ল মেঘালয়ৰ একাংশ মানুহ বৰ অভং একো নুবুজে।।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Месяц назад +1

    তেওলোকে যাতে বুজি উঠক যে সকলোৱে বুজাবুজি মাজেৰে আগবাঢ়ক।।।।

  • @budhadebrabha8767
    @budhadebrabha8767 Месяц назад

    Very Good job

  • @amulyaroy1600
    @amulyaroy1600 Месяц назад

    Very good. Meghalaya taxr utvandli ajir noho babu basar agor pora otyasar Korina ahise.

  • @b.hchannel_bm2729
    @b.hchannel_bm2729 Месяц назад

    সকলো বস্তু অসম পৰা যায়। ইঁহতক চিন্তা কৰিব লাগিছিল

  • @kamalkalita338
    @kamalkalita338 Месяц назад

    অসত মেঘালয়ৰ গাড়ীৰ চলাচল বন্ধ কৰি দিব লাগে নহলে অসমৰ গাড়ী মেঘালয়ত চলব দিয়ক

  • @pbaruah8148
    @pbaruah8148 Месяц назад +1

    Don't go to Meghalaya
    Worst place to go
    Local people are communal
    Tourist not welcome in Meghalaya

  • @JayantaDas-gr6fn
    @JayantaDas-gr6fn Месяц назад +1

    NO PLAY NO CONSIDER FROM ASSAM

  • @manoharchoudhury716
    @manoharchoudhury716 Месяц назад

    Instead of sensationalising the issue by media is only adding fuel to the fire.They should play a more proactive role in covering the actions taken by stakeholders, govt.sppesls etc
    The crux here is unemployment,we should not be in the illusion that by banning Meghalaya as a rouge state from tourism perspective shall solve the problem.These sort of incidents shall happen in all tourists routes of NE soon .

  • @MEENUBORDOLOI-qk7dh
    @MEENUBORDOLOI-qk7dh Месяц назад

    Good job

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад

    মেঘালয় লৈ নগলেও আমাৰ একো নহয় | ভিক্ষাৰী বুলি কলো মেঘালয়ৰ গাড়ী চালক বোৰক | অসমলৈ নাহিলে সিহঁতৰ দিনতে ৰাতি হব |

  • @cinematictravel4522
    @cinematictravel4522 Месяц назад +1

    Very good

  • @NiranjanBordoloi-ri1ge
    @NiranjanBordoloi-ri1ge Месяц назад +1

    Shillong will become Maldives, very bed activities.

  • @tgyakul8428
    @tgyakul8428 Месяц назад

    Veri good

  • @narayansarmah4951
    @narayansarmah4951 Месяц назад

    মেঘালয়ৰ এই কাৰ্যৰ প্ৰতিবাদ বহুত দিন আগতেই কৰিব লাগিছিল।

  • @himangshusarma7482
    @himangshusarma7482 Месяц назад +1

    Horrible video coming from Meghalaya 😢😢

  • @user-ys2ob3gf7d
    @user-ys2ob3gf7d Месяц назад

    Good nd nice

  • @dipakgohain3032
    @dipakgohain3032 Месяц назад

    দুখ চাই দণ্ড অপৰাধ চাই শাস্তি দিব লাগে ৷

  • @patrickjyrwajyrwa633
    @patrickjyrwajyrwa633 Месяц назад +2

    Assam should be at their best behavior

  • @user-kl1ej1dw1e
    @user-kl1ej1dw1e Месяц назад

    Very.good

  • @user-mk7wy3rh4o
    @user-mk7wy3rh4o Месяц назад

    সীমা চেৰাই গলে সকলো ক্ষেত্ৰতেই এই দশা হবই I

  • @user-qw1hp8fe7d
    @user-qw1hp8fe7d Месяц назад

    অসমত সোমাব দিব নেলাগে মেঘালৈ মানুহক

  • @paragbordoloi4696
    @paragbordoloi4696 Месяц назад

    Ami oo nilaz, meghalay nagole hapa nopolai,xikha xika bo lage bhadra bhabe

  • @kdtravelingvlog2426
    @kdtravelingvlog2426 Месяц назад +2

    Meghalay car assamt aha ban koribo lage...

  • @user-gt3ck3dw2l
    @user-gt3ck3dw2l Месяц назад

    Axomot sabo loga thai bohut aa se! So nalage jabo shillong! Bondho kori diyok tetiya he level fati jabo khasia Xokolor

  • @satyampayeng9101
    @satyampayeng9101 Месяц назад

    Asaamor manu 7 sister notice buli koi thaku hihotor manu bur ketiyayu tenekuwa nababei....

  • @brototidas615
    @brototidas615 Месяц назад

    Khub bhal kotha

  • @Assamesegk711
    @Assamesegk711 Месяц назад

    Moja

  • @888-j8i
    @888-j8i Месяц назад

    মেঘালয় বহিষ্কাৰ কৰক। হাফলং যাওক।

  • @sitanath6503
    @sitanath6503 Месяц назад

    Good

  • @jslp9dj
    @jslp9dj Месяц назад

    Because of a few section the whole state is going to suffer. Meghalaya govt should take strict action against those taxi drivers.

  • @manjitdas9315
    @manjitdas9315 Месяц назад

    Vall Korise

  • @user-vv6yv1cp4x
    @user-vv6yv1cp4x Месяц назад

    Good,,nus

  • @mahendranathnath96
    @mahendranathnath96 Месяц назад

    Meghaloi jowa jaruri nki... Axomote ghurok... Axomot kiman tourist place ase..

  • @amitchakraborty3257
    @amitchakraborty3257 Месяц назад +1

    Eku nai duyu falor minister kisu e monthly nija tex palei...
    Problem solved

  • @RaktimPhukan-by2kw
    @RaktimPhukan-by2kw Месяц назад

    Vare good

  • @OsmanGoni-ql2yw
    @OsmanGoni-ql2yw Месяц назад

    Meghalaya k khoma kori bo na lage shikkha dibo lage.

  • @b.hchannel_bm2729
    @b.hchannel_bm2729 Месяц назад

    Action lobo lage

  • @user-vi6rf2wm4r
    @user-vi6rf2wm4r Месяц назад +3

    জৰাবাত ত বন্ধ কৰক তাৰ পাছত গম পাম কি হৈ যায়

  • @nixobdohjunaak3427
    @nixobdohjunaak3427 Месяц назад

    AMR axom kjlhonor uporotai ene atyachar hoi ase. Nagaland, meghalaya aru usorr suburiya rajyai . Ami ai xokolok bujai dibo Lage j amar pora atori goi nijoke dangor buli ghamand korar porinoti ki hbo pare... Bohu dukh lage...

  • @bipulkalita5824
    @bipulkalita5824 Месяц назад

    অসমৰ ৰাইজে নগলে হল ।

  • @BhabenM-jd1nn
    @BhabenM-jd1nn Месяц назад

    Moja😅

  • @tapatideb5515
    @tapatideb5515 Месяц назад

    Sob shantipurno vabe hobo lage. God bless.

  • @rajkumardihingia2331
    @rajkumardihingia2331 Месяц назад

    অসমৰ গাড়ীবোৰৰ পৰা লোৱা tax বোৰ মেঘালয়ৰ পৰাসুতসহ ঘূৰাই পাবলৈ অসমৰ taxi চালক সকলে উচ্চতম ন্যালয়ত কেচ দিয়ক আৰু অসম চৰকাৰেও ১০০শতাংশই সহায় কৰক,মেঘালয়ৰ private/commercial যিকোনোগাড়ী অসমত নিষিদ্ধ কৰক,তাকে যদি নোৱাৰে ৰাস্তাৰ ওপৰতে হায়ৈবিয়ৈ কৰক,খাচীৰ সকলো কথা মানি লওক বিনা প্ৰতিবাদে....

  • @ganeshghose276
    @ganeshghose276 Месяц назад

    Total NGO ban in meghalaya 😬😬😬😬😬

  • @AnathKumarKoch-s2u
    @AnathKumarKoch-s2u Месяц назад

    Both the state should manage it properly

  • @rajusarma9691
    @rajusarma9691 Месяц назад +1

    We want peaceful

    • @assamunlimited348
      @assamunlimited348 Месяц назад

      নহব। মূৰ্খ ই নুবুজে

  • @GajenRay-gf2bk
    @GajenRay-gf2bk Месяц назад

    Very Very good.

  • @nipensingh7074
    @nipensingh7074 Месяц назад

    Go on

  • @ranjitborah6917
    @ranjitborah6917 Месяц назад

    আমিউ বাধা দিম সিহঁতক , তেতিয়া কি কৰিব

  • @satyampayeng9101
    @satyampayeng9101 Месяц назад

    Guwahati aru kasar get bon korok.
    ML gari Assam loi ulai ahibo nidibo.

  • @harichandranath817
    @harichandranath817 Месяц назад

    Ek basar maan bandha thakile thil hoi jabo shiyal keita

  • @radhachura11
    @radhachura11 Месяц назад

    Eibur direct himasuror chaanakya niti manipur kori community coloney bonabor mon😊

  • @prasannabora7644
    @prasannabora7644 Месяц назад

    Meghalaya t ki ase baru sabologia ???

  • @chittagogoi2716
    @chittagogoi2716 Месяц назад

    ভালদৰে আলোচনা হোৱাটো বিচাৰো