I had the privilege to work under sonowal sir for some years. During the Assam Tea Corporation days when ATC was defunct this wizard of a gentleman took over ATC and managed to bring it back on track his hardwork saved and upgraded lives of many poor garden workers who were ignored. Today if ATC is still in picture of Assam it is only because of sir. He has planted more than 700 hectares of tea plants that is equivalent to 3 small tea gardens. I salute this man for his unconditional work towards Assam Tea Plantations
এখন ঠাই ৰ , এখন সমাজ , ৰাজ্যৰ , দেশৰ বিশেষ মানৱ সম্পদ - এই সকল ব্যক্তি । যাৰ পদাংক আজিৰ নতুন প্ৰজন্মই অনুকৰণ কৰাতো অতি গুৰুত্বপূৰ্ণ । ইমানেই সুখী আৰু গৌৰৱ বোধ হল যে মনত , এনেকুৱা অতি সহজ সৰল ব্যক্তিত্বৰ মাজত দেশ সমাজৰ পৰিচালনা যন্ত্ৰৰ দায়িত্ব সুচাৰুভাৱে পালন কৰি আজি অৱসৰ হৈ সুখী সহজ সৰল জীৱনতে বাট বোলাত । প্ৰথম জন অসমীয়া I A S বিষয়া হিচাবে জানিব পাৰি সুখী হলো । ছাৰৰ সুস্বাস্থ্য , দীৰ্ঘায়ু কামনা কৰিলোঁ ❤❤❤❤
The people from our parents' Era who cleared these APSC IPS UPSC were genuinely Sharp in studies unlike today's UPSC APSC IAS IPS people who buy questions papers and cheat the exam
অসমীয়াত এনেকুৱা কেৰিয়াৰ সম্বন্ধীয় চৰ্চা খুব কমেইহে পোৱা যায়।
ধন্যবাদ @ career class।
What a simple gentleman! There isn’t slightest hint of arrogance in his personality despite the talent he possesses. May God give him a long life
আপোনাৰ কথাবোৰে আপোনাৰ পৰিচয় ডাঙি ধৰিছে চাৰ।আপোনাৰ দৰে ইমান সহজ সৰল মানুহ প্ৰথম দেখিছো।ধন্যবাদ চাৰ আপোনাৰ কথা বোৰৰ পৰা motivate হৈছো।ধন্যবাদ
ছাৰ আমাৰ ঘৰৰ ওচৰৰ, খুবেই সহজ সৰল পৰিয়ালৰ পৰা UPSC ৰ দৰে কঠিন পৰিক্ষাত সুক্ষ্যাতি লাভৰ বিষয়ে সৰুকালৰ পৰাই মা-দেউতাৰ মুখত শুনি আহিছোঁ, আজি তেওঁৰ মুখৰ দ্বাৰা ইমান সাৱলীল ভাৱে পুনৰ শুনিব পাই ভাল লাগিল, সহজ সৰল তেওঁৰ মাক-দেউতাকৰ উচ্চাকাঙ্ক্ষী মন আৰু কষ্ট বৰ আঁদৰণিয় আৰু আদৰ্শৰ, ছাৰৰ সুদীৰ্ঘ আৰু সুন্দৰ সুসাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ❤😊
বহুতো নজনা কথা শিকিলোঁ। ধন্যবাদ বাইদেউ।🙏 আপোনাৰ এই অনুষ্ঠানৰ পৰা আমাক অনুপ্ৰানিত কৰিছে। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।
অতি সুন্দৰ, অতি সুন্দৰ।
বহুত বেছি ভাল লাগিল চাৰৰ সাক্ষাৎকাৰটি চাই। বৰ অনুপ্ৰাণিত হলো, বৰ ভাল লাগিল।
প্ৰাক্তন আই এ এছ বিষয়া শ্ৰীযুত হৰিষ সোনোৱালদেৱৰ লগত হোৱা এই সাক্ষাৎকাৰটি বৰ ভাল লাগিল। এজন অতি সহজ সৰল নিৰহঙ্কাৰী ব্যক্তি তেওঁ, তেওঁৰ কথা-বতৰাবোৰে তাকেই প্ৰমাণ কৰিলে। এটি সাধাৰণ পৰিয়ালৰ ব্যক্তি হৈয়ো তেওঁ আই এ এছৰ নিচিনা পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ, জাতিৰ সেৱা কৰিলে তাৰ বাবে তেখেত সঁচাকৈ ধন্যবাদৰ পাত্ৰ।
Thank you.
Bota k horu kalor kotha aru Hudibo dibo lagi sila bohut moja moja kahini asila hahi mat bikhai gol hola
বহুত বহুত ভাল লাগিল অতি সুন্দৰ আপোনাৰ আদৰ্শ লৈ আৰু দহ জন ওলাই আহক,ককাই ভাই সকলো ঘৰৰ শিক্ষিত কটনীয়া হয় পুনৰ নমস্কাৰ জনালোঁ 🙏
তেখেতৰ সৰলতাই আমাক দুগ্ধ কৰিলে । ইমান সফল ব্যক্তি হোৱাৰ পিছতো অহংকাৰৰ ভাব কথা-বতৰাৰ মাজেদি দেখা নাপালোঁ । Civil servants বা চৰকাৰী বিষয়াৰ চাৰিত্ৰিক বৈশিষ্ট এনেকুৱাই হ'ব লাগে । অনুষ্ঠানটি চাই থাকোঁতে এখন উপন্যাস পঢ়ি থকাৰ নিচিনা লাগিল । শেষত ছাৰৰ সু-স্বাস্থ্যৰ কামনা কৰিলোঁ ।
মুগ্ধ কৰিলে
দুগ্ধ মানে গাখীৰ।মুগ্ধ মানে আনৰ প্ৰতি আকৃষ্ট হোৱা।বোধ কৰোঁ, অনিশ্চাকৃত ভুল। ধন্যবাদ।
বৰ ভাল লাগিল অনুষ্ঠানটি চায় । ধন্যবাদ যাচিলো প্ৰযোজক সকলক । তেনেকুৱা অনুষ্ঠান ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰিলে নবপ্ৰজন্মই অনুপ্ৰাণিত হব , তাত সন্দেহ নাই । আচলতে স্থানীয় অসমীয়া TV চেনেল বিলাকেও তেনেকুৱা অনুষ্ঠান মাজে মাজে প্ৰচাৰ কৰিব পাৰে । সোণোৱাল চাৰৰ
দীৰ্ঘায়ু কামনা কৰিলোঁ ।
Impressive interview. মানুহজনৰ নামটো শুনি আছিলো, অতি সহজ সৰল মনৰ মানুহ ৷
I had the privilege to work under sonowal sir for some years. During the Assam Tea Corporation days when ATC was defunct this wizard of a gentleman took over ATC and managed to bring it back on track his hardwork saved and upgraded lives of many poor garden workers who were ignored. Today if ATC is still in picture of Assam it is only because of sir. He has planted more than 700 hectares of tea plants that is equivalent to 3 small tea gardens. I salute this man for his unconditional work towards Assam Tea Plantations
Its time to unite people. The people of Assam needs to unite.
We are already United.
@@jibakantaboruah9140 tf we are not
Crack 2 time UPSC, Hats off sir.
Thank u Taye Madam,
Best wishes to u for your remarkable step, Madam. I'm sure of your success.
God bless u, Ma'am.
C.Sonowal
PGT ( Eng), retired
GWH
Such a simple nd pure person❤
Moi jimanok log paisu dekhisu Sonowal kokai , Bai hokol jiman a dngr manuh nhok teuluk hohoj horol ,down to earth people hoi thkibo ❤️
শ্ৰীযুত হৰিষ সনোৱাল দেৱ অসম গৌৰৱ। তেখেতৰ কথাখিনি শুনি বৰ ভাল লাগিল ।
সোনোৱাল চাৰৰ অধিনত কাম কৰাৰ
সৌভাগ্য হোৱাত গব্ব’ অনুভৱ কৰোঁ ৷
চাৰ এগৰাকী অতি নিষ্ঠাবান বিষয়া
আছিল ৷তেখেতৰ সুস্বাস্থ্য কামনা
কৰিলোঁ ৷
গবব নে গৰ্ব ?
আড়ম্বৰহীন কিন্তু ভব্য, সাৱলীল, শ্ৰুতিমধুৰ আৰু নানা তথ্য- উপদেশসমৃদ্ধ এটা সৰ্বাংসুন্দৰ সাক্ষাৎকাৰ।
Thank you
Bht duniya podcast ❤ Thank you.
Val lagil,I pray to God for healthy life of Sonowal Sir.
বহুত বহুত ভাল লাগিল🙏🙏🙏
Bohut bhal lagil , GOD BLESS SIR 🙏
Great man, High thinking, simple living and excellent program. Thanks.
Glad you enjoyed it!
Khub xundor, bohut bhal lagise
সাক্ষাৎকাৰ টো শুনিবলৈ পায় বহুত ভাল লাগিল। আপোনাৰ জৰিয়তে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ
Dhanyavad.
এখন ঠাই ৰ , এখন সমাজ , ৰাজ্যৰ , দেশৰ বিশেষ মানৱ সম্পদ - এই সকল ব্যক্তি । যাৰ পদাংক আজিৰ নতুন প্ৰজন্মই অনুকৰণ কৰাতো অতি গুৰুত্বপূৰ্ণ । ইমানেই সুখী আৰু গৌৰৱ বোধ হল যে মনত , এনেকুৱা অতি সহজ সৰল ব্যক্তিত্বৰ মাজত দেশ সমাজৰ পৰিচালনা যন্ত্ৰৰ দায়িত্ব সুচাৰুভাৱে পালন কৰি আজি অৱসৰ হৈ সুখী সহজ সৰল জীৱনতে বাট বোলাত । প্ৰথম জন অসমীয়া I A S বিষয়া হিচাবে জানিব পাৰি সুখী হলো । ছাৰৰ সুস্বাস্থ্য , দীৰ্ঘায়ু কামনা কৰিলোঁ ❤❤❤❤
Dhanyavad thakil.
bor dhuniya Podcast thank you career class ❤
Really he is a very simple and genuine down trodden true Asomiya officer.
খুউব সুন্দৰ আৰু সময়োপযোগী বাৰ্তা ❤❤❤
Thank you.
You most welcome Ma'am 🙏🙏
Living Legend❤
What a personality ❤
Iman val lagil sai interview tu....a true gentleman and a very simple personality ❤️
নজনা কথাৰ শিকাৰ লগতে বহুত উৎসাহ পাইছোঁ । যাৰ দ্বাৰা আগৱাঢ়িবলৈ সুবিধা হ’ব
Thank you.
বহুত ভাল লাগিল। বৰ সৰল মানুহ
এগৰাকী চহা মানুহ তেখেত।
বৰ ভাললাগিল আলোচনাটি।
Dhanyavad.
ভাল লাগিল ❤❤
The people from our parents' Era who cleared these APSC IPS UPSC were genuinely Sharp in studies unlike today's UPSC APSC IAS IPS people who buy questions papers and cheat the exam
Enka dhoronor podcast sabole pai montu bhal lage.
Long live Tribal people🎉🎉🎉🎉
God bless IAS Sonowal sir.
An important program Ma'am ❤❤❤❤
Very good discussion, Thank You Medam 🙏🙏🙏
Congratulations...❤❤❤
What a session 🙌❤
What a simple IAS officer.
সুন্দৰ অনুষ্ঠান।। উপকৃত হ'ব পাৰিম নিশ্চয়।।
Video tu sai bhut val lgila.manuh jon br hohoj horol hasai,❤❤ankua video sabole pale val lge.....
আপোনালোকৰ পৰা বহুত খিনি উপকৃত হৈছোঁ, যদিওঁ মই বৰ্ত্তমান একাদশ মান শ্ৰেণীৰ ছাত্ৰী তথাপিও এতিয়াৰ পৰাই প্ৰস্তুতি চলায় আছোঁ আৰু নজনা কথা বোৰ শিকিছোঁ এই চেনেল টোৰ যোগেদি ।
অশেষ ধন্যবাদ,
আমাৰ দৰে ছাত্ৰ - ছাত্ৰী সকলৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে এয়াই বহুত ।
শিকি আছোঁ আগলৈও এনেকৈয়ে শিকি যাম ।
Thank you and best of luck for your future.
এক সুন্দৰ অনুষ্ঠান🙏
সমৃদ্ধ আৰু সুখী হলো ।
Bohut val session
Sri Sonowal Sir was the MD of ATCL for 2 terms I was an employee of ATCL under his custody. He was like a God for Assamese people.
Best interview,
সুন্দৰ সাক্ষাৎকাৰ।ভাল কাম কৰিছে।
Pranam sir,you are really great with your great personality
বহুত বেছি ভাল লাগিলে ।
সুন্দৰ অনুষ্ঠান বাইদেউ 👍
বহুত ভাল লাগিল----টেঙাখাতলৈ গৈছো---ছাৰে পঢ়া হাইস্কুলখন দেখিছোঁ ।
Congratulations sir
Worth watching ..thank you so much for the interview
Thank you. Keep watching.
Mozzza ❤❤❤ ajihe 1st salo aponar channel❤
Thank you.
Thank you for this message 🙏
Val lagil ❤
Beautiful and very much encouraging interview.
Thanks a lot Sir 🙏💐...U r really man of luxurious mind🎉...Am a Dream of UPSC 😊😊😊 Sir⭐... Plz bless me Sir 🙏 ....Thank You 😊
বহুত বেছি ভাল লাগিল!!
Thank you
বহুতো নজনা কথা শিকিলোঁ ❤❤ ধন্যবাদ মেম
Bht besi vaal lagil ❤❤❤
Thank you.
খুৱ সুন্দৰ জীপাল অনুষ্ঠান,,,উপকৃত হ'লো
Dhanyavad
বৰ ভাল লাগিল ❤
বহুত দিনৰ মুৰত আকৌ আপোনাক লগ পোৱাৰ নিচিনা লাগিল । আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলো ।
Thank you.
Such an inspiration❤
Hy neki ❤
অসমীয়া ভাষাত মেইনছ লিখা বহুতেই এতিয়াও হীনমন্যতাত ভুগে। এই ভিডিঅ'টোৱে সেইসকলৰ মনত বল দিব। ভাষাটো যে কেৱল জ্ঞান উপস্থাপনৰ মাধ্যমহে সেয়া হৰিশ সোণোৱাল ছাৰে প্ৰমাণ কৰি থৈছে। সাক্ষাতকাৰটো বৰ ভাল পালোঁ।
Kio??? Assamese medium t likhi clear karibo nuware nki???????
English r bade UPSC board member y Blg language k importance y nidiye 100 ta 1 hindi student select hoi.
@@bikashbaishya-bl5fr Ai prosnotu tumi nijk xudha ..Anok xudhibo nalage ..
@@GoingforwardBB nijok xudhile nohobo nohoi 😊........ Moi 2029 t hai dim......... First attempt
@@bikashbaishya-bl5fr exam tu tumi nije diba nhoi janu…. Gotike kuntu medium t comfort tumi nije decide kribo lagibo Atiyar pora..
🙏🙏🙏 Sir...
বহু খিনি নজনা কথা জানিব পাৰিলো । ভাল লাগিল ।
Video Editor please focus on audio synchronisation.and great interview ❤
Moi Rongchangira hoi ...val lagil tekhetok dekhi
Great.sonuwal sir
Rally a inspirational video.
কোনো ব্যক্তিৰ জীৱনৰ সফল পৰিঘটনাৰ নিজ মুখে কৰা বৰ্ণনা শুনি বৰ ভাল পাওঁ ৷ সাক্ষাৎকাৰ ভাল হৈছে ৷
Thank you.
সুন্দৰ অনুষ্ঠান ❤
Thank you.
Val lagil dai ❤
বৰ ভাল লাগিল
Great 👍🏻
👏👏
Although he was i a s very simple and noble
Mozaaaa lagil
Thank you.
Great 👍
Khub val lagil in
❤❤❤❤❤vl lgile ma'am
Very good interview
Nice video 👍
Thank you Sir and ma'am
Subject:Oxomiya:Prothom. OXOMIYA. yupoinyaxik.?
@@lalitabora912 P G Baruah (Bhanumati-1900)
HATS OFF SIR SALUTE TO YOU SIR
Val lagil
Good news sir
অতি সুন্দৰ
Thank you.
Very nice sir
প্ৰণাম দূৰণিৰ পৰা