Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অসমৰ শ্ৰেষ্ঠ অভিনেতা বিতুপন দও। ৷ তেখেত নাৰদৰ অভিনয়ত আগ বাঢি যোৱাৰ কামনাৰে ৷
হাঁহিতোয়েই মুহিলে আৰু..... অনন্য প্ৰতিভাৰ অধিকাৰী বিতুপন তোমালৈ আন্তৰিক শুভকামনা। লগতে Assam Flash সমূহ কৰ্ম্মকত্তা লৈ বিশেষ ভাৱে ৰিয়া লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওঁক।
অসমৰ শ্ৰেষ্ঠ নাৰদ বিতুপন দত্ত দাদাক গহপুৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ❤❤❤
অসমৰ শ্ৰেষ্ঠ নাৰদ বিতুপন দত্ত দাদাক মৰিগাঁৱৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো 🌺🌹🌼। তেখেতক এবাৰ লগ পোৱাৰ আশা.......... ☺🌼🌹🌺
Bitupan dak Val pua hokole ata like kori jua
দাদাৰ অভিনয় গোলাঘাট যাওঁতে চাইছিলো বহুত ধুনীয়া হয়ছে ,,👍দৰং মঙ্গলদৈ😍মৰম থাকিল
বিটুপন দত্ত দাৰ অভিনয় ইমানে নিখুঁত ইমান সুন্দৰ গীত গাই মন প্ৰাণ হৰি নিয়ে❤️❤️❤️অভিনয়ৰ আঁৰৰ মানুহজনক চিনাকি কৰাই দিয়া বাবে ধন্যবাদ জনালোঁ🙏🙏🙏
বিতুপন দাৰ হাঁহি টো ৱে মন বিমোগ্ধ কৰি তুলে... সকলোৰে।😘😘বহুত ভাল লাগে।❤️❤️
সুন্দৰ কণ্ঠ। ভাল লাগিল ধন্যবাদ জনাইছো।
Best narod...bhut Val lage mur...haday narod rupot dekhiso...ajihe real manuh jon dekhilo..vl lagil
বিতুপন দত্ত আগুৱাই যাওক ।ভগৱান আপোনাৰ সহায় হওক !
Apunar vau dekhile manuhe Thor hoi sai bohut val lagil borongabari t saisilu bohut vl lagil
অভিনেতা বিতোপন দত্তক আন্তৰিক অভিনন্দন জনালোঁ আৰু ভৱিষ্যত উজ্বল কামনা কৰিলো
হাঁহিটো বৰ মনোমুগ্ধকৰ মন ভৰি যায়
অসম এজন বিখ্যাত অভিনেতা বিতুপন দা। অসমীয়া সংস্কৃতিৰ প্ৰতি আপোনাৰ যি একাগ্ৰ ধাউতি তাৰ বাবে অসমবাসী গৌৰবাম্বিত। আপুনি আমাৰ প্ৰেৰণা।।লখিমপুৰৰ পৰা এগালমান মৰম আৰু শুভেচ্ছা আপোনালৈ।।
Outstanding bitupan da outstanding
Ru aguwai juwa bitu 👍👍vogobane 2mak kuhole rakhok 🙏🙏🙏
Bohut vl vau kore ,,amar gawot tu ahisil bohut vl lagisil
আগবাঢ়ি যোৱা ভগৱানৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ লগত।
Bitupan Tumi. Aru Ag bahi Jua sasai Tumi perfect Narad
Apunar voice 2 bor vhal lage bitupon da❣️❣️❣️❣️❣️
হৃদয়ৰ পৰা অশেষ সুভাষা😍 বিতু
Lots of love bitupan da🔥
বিটোপন দা আপুনি আৰু আগবাহি যাওক ❤
ভগৱানে মঙ্গল ৰাখক আৰু আগুৱাই গৈ থাকক , তাৰে কামনাৰে ।🙏🙏🙏
ভগবান তোমাৰ সহায় হওঁক আৰু আগুৱাই যোৱা তুমি অসমীয়া জাতিৰ গৌৰৱ তোমাৰ উজ্বল ভৱিষ্যতৰ কামনাৰে
Val lage...Gohpurot ahisil...amar gaon.
Joy Sri krisna Krisna Krisna Krisna Krisna ram🙏🙏🙏🙏🙏
তুমাকএনে এতা অনুষ্ঠান পুৱাতু বিচাৰি আছিলো পাইগলো ভাল লাগিল আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
বহুত ভাল লাগে দাদাৰ ভাওনা চাই
সাফল্যৰ শিখৰত আৰু আশীৰ্বাদ থাকিল।
Moi bitupon Dak hidoi or pora bohut bohut val pau
Bitupon da tumi agbahi jua
Bitupon dak hosai bohut val lage
Bahut,bahut,Val,lagil
Bitupan dar haahi 😍😍😍😍 konthooo
God bless uFrom sarupathar 🙏
Bitupon Da very Nice 👍👍👍 Juiiiiiii
Dada uapuna vauna sai bahut val pau
Bitupan da , apuni Jibon batot aro aguai jauk ❤️
Bitupon da Monday t amr gawt vawona korisil bohut dhuniya korise
Hundor aru hundor
খুব ভাল লাগে মই তেওঁৰ ভাও চাইছোঁ
Bitupon daa tumi jui❤️
বিতুপন দা আপোনাৰ ভাওনা বৰ ভাল লাগে
বিতুপনৰ অভিনয় সচাকৈ ভাল লাগে
My favorite bitupon da ❤️
God bless you 🙏
Bitupan da mja manuh❤
Apunar ovinoy hsaii opurbo..priyo...❤️
Bitupon tumar ovinoy saisu sosakoi bor xundor ovinoy
মই বিতোপন দাক দেখি আবেগিক হৈ পৰিলো কেতিয়াবা যদি কথা পাতিব পাৰিলোহেতেন ধন্য হলোহেতেন 😢😢
Aguwai juwa tar kamona
Xasa bhout val Lage
Moromr Narod vaite jn..
Love from lakhimpur
Love from sivasagar
Dadak moi bohut bhal pau😘🙏🙏
Great 👌
Aru bhal hbo bitupon da
bor val lagil . agbahi jauk
Well done Keep it up
I love bitupan da
GOD BLESS YOU BITUPON
Mojja
মহেশ দা , প্ৰজ্ঞান দা, আৰু দ্বিপেন দত্ত ডাঙৰীয়াৰ সাক্ষাৎকাৰ দিব পাৰিলে
বিটোপন দা নম্বৰ টো পাম নি আমাৰ ঘৰত পৰ্ল্লাদ চৰিত নাট খন দৰকাৰ আছিল কাৰন আমাৰ লৰা জন্ম হোৱাৰ আগতে আগ বহুৱা আছিল
Mojaa
Bitupan Da hodai best ♥️
Bitupon da🔥🔥🔥
Biptupon Da mein
বদী থকা নাৰদ 🔥🔥🔥
Bitupon da❤
😍😍😍
Best of luck
💓bitupon da
❤️❤️❤️ Bitupan da
Moja
One of my fvrit narod
Majja
Apunaluke pls Pranjit Bharali namor bhaoriya jonor interview louksun RUclips t brokelend boy buli search korilei gom pabo teur protibhar bixoye🙏🙏
বিতোপন দা আপুনি🔥
Hu
Nice
Bitupan❤️❤️
Vl ❤️❤️❤️❤️❤️
❤️❤️
Bitupon sundor
Val lge huni kintu eman val nalage ru
NICE
🤗🤗❤❤❤❤❤🤗🤗
🙏🙏🙏🙏
Apunar jorhat ot nki Kun jega
প্ৰিয়
আপোনাৰ ভাও চাই ভাল লাগিল,
Bitupon da moi sivsagar pora koisu apuni bohut dhuniya narod gai i love bitupon da
🙏🙏🙏
সুন্দৰ লাগিছে ভিডিটো ভাওনা খনি। আজি পৰা নতুন বন্ধু হলো আৰু মোৰ চেনেলটো চাবা নতুন বন্ধু হবা বুলি আশা ৰাখিলোঁ।
🥰🥰🥰🥰🥰🥰😍😍😍😍💚💚💚
Bitupon da
👍👍👍👍🙏🙏🙏🥰🥰🥰🥰
🙏🙏🙏🙏🙏🙏👍👍
Zubeen dar lgt ako tulna nhoi dada
অতি সুন্দৰ কণ্ঠ।কিন্তু যাৰ নাম নাৰদে প্ৰতি ক্ষণতে লৈ থাকে সেইজন পৰমপুৰুষ নাৰায়ণ অথবা কৃষ্ণৰ ওচৰত অতি উপলুঙাৰ ভাৱত অভিনয় কৰাৰ কাৰণটোহে বুজি নাপাওঁ।সালিনতা ৰখা উচিত।
কি বা কলে?
অসমৰ শ্ৰেষ্ঠ অভিনেতা বিতুপন দও। ৷ তেখেত নাৰদৰ অভিনয়ত আগ বাঢি যোৱাৰ কামনাৰে ৷
হাঁহিতোয়েই মুহিলে আৰু..... অনন্য প্ৰতিভাৰ অধিকাৰী বিতুপন তোমালৈ আন্তৰিক শুভকামনা। লগতে Assam Flash সমূহ কৰ্ম্মকত্তা লৈ বিশেষ ভাৱে ৰিয়া লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওঁক।
অসমৰ শ্ৰেষ্ঠ নাৰদ বিতুপন দত্ত দাদাক গহপুৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ❤❤❤
অসমৰ শ্ৰেষ্ঠ নাৰদ বিতুপন দত্ত দাদাক মৰিগাঁৱৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো 🌺🌹🌼। তেখেতক এবাৰ লগ পোৱাৰ আশা.......... ☺🌼🌹🌺
Bitupan dak Val pua hokole ata like kori jua
দাদাৰ অভিনয় গোলাঘাট যাওঁতে চাইছিলো বহুত ধুনীয়া হয়ছে ,,👍দৰং মঙ্গলদৈ😍মৰম থাকিল
বিটুপন দত্ত দাৰ অভিনয় ইমানে নিখুঁত ইমান সুন্দৰ গীত গাই মন প্ৰাণ হৰি নিয়ে❤️❤️❤️অভিনয়ৰ আঁৰৰ মানুহজনক চিনাকি কৰাই দিয়া বাবে ধন্যবাদ জনালোঁ🙏🙏🙏
বিতুপন দাৰ হাঁহি টো ৱে মন বিমোগ্ধ কৰি তুলে... সকলোৰে।😘😘
বহুত ভাল লাগে।❤️❤️
সুন্দৰ কণ্ঠ। ভাল লাগিল ধন্যবাদ জনাইছো।
Best narod...bhut Val lage mur...haday narod rupot dekhiso...ajihe real manuh jon dekhilo..vl lagil
বিতুপন দত্ত আগুৱাই যাওক ।ভগৱান আপোনাৰ সহায় হওক !
Apunar vau dekhile manuhe Thor hoi sai bohut val lagil borongabari t saisilu bohut vl lagil
অভিনেতা বিতোপন দত্তক আন্তৰিক অভিনন্দন জনালোঁ আৰু ভৱিষ্যত উজ্বল কামনা কৰিলো
হাঁহিটো বৰ মনোমুগ্ধকৰ মন ভৰি যায়
অসম এজন বিখ্যাত অভিনেতা বিতুপন দা। অসমীয়া সংস্কৃতিৰ প্ৰতি আপোনাৰ যি একাগ্ৰ ধাউতি তাৰ বাবে অসমবাসী গৌৰবাম্বিত। আপুনি আমাৰ প্ৰেৰণা।।লখিমপুৰৰ পৰা এগালমান মৰম আৰু শুভেচ্ছা আপোনালৈ।।
Outstanding bitupan da outstanding
Ru aguwai juwa bitu 👍👍vogobane 2mak kuhole rakhok 🙏🙏🙏
Bohut vl vau kore ,,amar gawot tu ahisil bohut vl lagisil
আগবাঢ়ি যোৱা ভগৱানৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ লগত।
Bitupan Tumi. Aru Ag bahi Jua sasai Tumi perfect Narad
Apunar voice 2 bor vhal lage bitupon da❣️❣️❣️❣️❣️
হৃদয়ৰ পৰা অশেষ সুভাষা😍 বিতু
Lots of love bitupan da🔥
বিটোপন দা আপুনি আৰু আগবাহি যাওক ❤
ভগৱানে মঙ্গল ৰাখক আৰু আগুৱাই গৈ থাকক , তাৰে কামনাৰে ।🙏🙏🙏
ভগবান তোমাৰ সহায় হওঁক আৰু আগুৱাই যোৱা তুমি অসমীয়া জাতিৰ গৌৰৱ তোমাৰ উজ্বল ভৱিষ্যতৰ কামনাৰে
Val lage...Gohpurot ahisil...amar gaon.
Joy Sri krisna Krisna Krisna Krisna Krisna ram🙏🙏🙏🙏🙏
তুমাকএনে এতা অনুষ্ঠান পুৱাতু বিচাৰি আছিলো পাইগলো ভাল লাগিল আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
বহুত ভাল লাগে দাদাৰ ভাওনা চাই
সাফল্যৰ শিখৰত আৰু আশীৰ্বাদ থাকিল।
Moi bitupon Dak hidoi or pora bohut bohut val pau
Bitupon da tumi agbahi jua
Bitupon dak hosai bohut val lage
Bahut,bahut,Val,lagil
Bitupan dar haahi 😍😍😍😍 konthooo
God bless u
From sarupathar 🙏
Bitupon Da very Nice 👍👍👍 Juiiiiiii
Dada uapuna vauna sai bahut val pau
Bitupan da , apuni Jibon batot aro aguai jauk ❤️
Bitupon da Monday t amr gawt vawona korisil bohut dhuniya korise
Hundor aru hundor
খুব ভাল লাগে মই তেওঁৰ ভাও চাইছোঁ
Bitupon daa tumi jui❤️
বিতুপন দা আপোনাৰ ভাওনা বৰ ভাল লাগে
বিতুপনৰ অভিনয় সচাকৈ ভাল লাগে
My favorite bitupon da ❤️
God bless you 🙏
Bitupan da mja manuh❤
Apunar ovinoy hsaii opurbo..priyo...❤️
Bitupon tumar ovinoy saisu sosakoi bor xundor ovinoy
মই বিতোপন দাক দেখি আবেগিক হৈ পৰিলো কেতিয়াবা যদি কথা পাতিব পাৰিলোহেতেন ধন্য হলোহেতেন 😢😢
Aguwai juwa tar kamona
Xasa bhout val Lage
Moromr Narod vaite jn..
Love from lakhimpur
Love from sivasagar
Dadak moi bohut bhal pau😘🙏🙏
Great 👌
Aru bhal hbo bitupon da
bor val lagil . agbahi jauk
Well done
Keep it up
I love bitupan da
GOD BLESS YOU BITUPON
Mojja
মহেশ দা , প্ৰজ্ঞান দা, আৰু দ্বিপেন দত্ত ডাঙৰীয়াৰ সাক্ষাৎকাৰ দিব পাৰিলে
বিটোপন দা নম্বৰ টো পাম নি আমাৰ ঘৰত পৰ্ল্লাদ চৰিত নাট খন দৰকাৰ আছিল কাৰন আমাৰ লৰা জন্ম হোৱাৰ আগতে আগ বহুৱা আছিল
Mojaa
Bitupan Da hodai best ♥️
Bitupon da🔥🔥🔥
Biptupon Da mein
বদী থকা নাৰদ 🔥🔥🔥
Bitupon da❤
😍😍😍
Best of luck
💓bitupon da
❤️❤️❤️ Bitupan da
Moja
One of my fvrit narod
Majja
Apunaluke pls Pranjit Bharali namor bhaoriya jonor interview louksun RUclips t brokelend boy buli search korilei gom pabo teur protibhar bixoye🙏🙏
বিতোপন দা আপুনি🔥
Hu
Nice
Bitupan❤️❤️
Vl ❤️❤️❤️❤️❤️
❤️❤️
Bitupon sundor
Val lge huni kintu eman val nalage ru
NICE
🤗🤗❤❤❤❤❤🤗🤗
🙏🙏🙏🙏
Apunar jorhat ot nki
Kun jega