LIVE : Darrang ছাত্ৰ হত্যাকাণ্ডৰ Big Update | ১২ শিক্ষক কৰ্মচাৰীক শাস্তি শিক্ষা বিভাগৰ।

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • LIVE : Darrang ছাত্ৰ হত্যাকাণ্ডৰ Big Update | ১২ শিক্ষক কৰ্মচাৰীক শাস্তি শিক্ষা বিভাগৰ।
    #darrang #live #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 537

  • @rajkumardas4975
    @rajkumardas4975 8 дней назад +71

    প্ৰধান শিক্ষয়ীত্ৰী গৰাকিক উচিত শাস্তী প্ৰদান কৰক

  • @manjulahazarika2216
    @manjulahazarika2216 8 дней назад +85

    অভিযুক্ত লৰা কেইজনক সমাজত মুখ দেখুওৱাৰ লগতে মাক দেউতাককো সমাজত চিনাকি কৰাই দিব লাগে তেওঁলোকে লৰাকেইজনক কি শিক্ষা দিছিল

  • @kalpanadasdutta8339
    @kalpanadasdutta8339 8 дней назад +26

    চৰকাৰে ১২জন শিক্ষকক সুৰক্ষা হে দিছে। শাস্তি দিয়া নাই। আমাৰ মানুহৰ চকুত ধুলি মাৰি লে। আমি ইমান বুৰবকো নহয় দেই

  • @bhargoveofecial
    @bhargoveofecial 8 дней назад +24

    শিক্ষক কেইজনক বদলি কৰাতকৈ volunteer repair দিব লাগিছিল। তেতিয়া হে জ্ঞান হ'ব।

  • @JaganathLalung-tx6xe
    @JaganathLalung-tx6xe 8 дней назад +34

    প্ৰধান শিক্ষক গৰাকী সেই সময়ত দ্ৰাগছ খায় আছিল চাগে

  • @JintenSonowal
    @JintenSonowal 7 дней назад +5

    তেওঁলোকক চাকৰি পৰা বঞ্চিত কৰিব লাগিছিল 😢😢😢😢

  • @ChandanGohain
    @ChandanGohain 8 дней назад +26

    ইহঁত ল'ৰা ছোৱালী ৰখীয়া নহয় গৰখীয়া হে আছিল সেই কাৰনে ল'ৰা টো মাৰিবলৈ পালে‌

  • @mainbaburao
    @mainbaburao 8 дней назад +106

    চৰকাৰে আইন বনাব লাগিছিল যে-সকলো চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিব। তেতিয়াহে education quality, students safety ভাল হ'ব। দৰমহা লাভ কৰে চৰকাৰৰ পৰা, নিজৰ সন্তানক পঢ়াই private school ত।

    • @FatikDeka-dw3tf
      @FatikDeka-dw3tf 8 дней назад +5

      অতিব সুন্দৰ পদক্ষেপ ধন্যবাদ জনালো

    • @mridusmitasaikia3347
      @mridusmitasaikia3347 8 дней назад

      right

    • @UshaDevi-x6o
      @UshaDevi-x6o 8 дней назад +3

      Yes. Sir.

    • @AjayDas-v2i
      @AjayDas-v2i 8 дней назад +2

      Right mak deutake tet master nijor lora suwalik porhai private school ot ajikli sarkari school ot students nathake

    • @DipankarBaruah-o3y
      @DipankarBaruah-o3y 8 дней назад +2

      ৰাইত কথা

  • @mahendradeka9365
    @mahendradeka9365 8 дней назад +25

    ল'ৰা কেইজন :ৰ পৰিয়ালৰ সাক্ষাৎ কাৰ লোৱাতো বিচাৰো

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 8 дней назад +35

    চৰকাৰে অতি সুন্দৰ সিদ্ধান্ত ললে ধন্যবাদ।

  • @surujali7365
    @surujali7365 8 дней назад +28

    প্ৰধান শিক্ষয়িত্ৰী আৰু এজন শিক্ষকে ঘটনা টো অন্য দিশে নিব খুজিছিল। তেওঁ লোকৰ শাষ্টি আৰু বেছি হ'ব লাগিছিল।

  • @bijitkakati2614
    @bijitkakati2614 8 дней назад +18

    ভাল পদক্ষেপ, নিলম্বন কৰিব লাগে শিক্ষক ,কৰ্মচাৰীক আৰু দোষীক উপযুক্ত শাস্তি বিহিব লাগে

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 8 дней назад +15

    দোষ চাই শাস্তি কম হৈছে। 😮😮

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 7 дней назад +8

    শিলচৰ ধুবুৰী তিনিচুকীয়া কাৰ্বি আঙলং আদি জিলালৈ বদলি কৰিব লাগে । গৃহ জিলাত কোনো কৰ্মচাৰী কে ৰাখিব নালাগে ।

  • @digantadeka7201
    @digantadeka7201 8 дней назад +13

    জ্ঞান এ নাই প্ৰধান শিক্ষয়ত্ৰীৰ। বনৰী টো চালা

  • @Khanindra124
    @Khanindra124 7 дней назад +5

    এই ঘটনাৰ বাবে শিক্ষকৰ দোষ নাই। দোষ আছে ঘৰৰ পৰিয়ালৰ।

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql 8 дней назад +7

    অসমৰ সকলো লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিব বুলি এখন আইন প্ৰণয়ন কৰিব লাগে । কাৰণ চৰকাৰী বিদ্যালয় বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কমি গৈছে ।

  • @NagendraBaruah
    @NagendraBaruah 8 дней назад +17

    অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে

  • @tinumaisaikia1694
    @tinumaisaikia1694 8 дней назад +2

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। কিন্তু সেই নৰ পিশাচ অপৰাধী কেইটাৰ লগতে মাক দেউতাক সকলক য়েন অতি সোনকালে মুখকেইখন সমাজৰ আগত চিনাকী কৰি দিয়ে তাৰ কাৰণে বহু আশাৰে বাট চাই থাকিলো🙏🙏

  • @WARRIORWONDER
    @WARRIORWONDER 8 дней назад +9

    প্ৰধান শিক্ষক গৰাকীয়ে টোপনি মাৰি আছিল 👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿👿

  • @ManiRamDeka-fl5tp
    @ManiRamDeka-fl5tp 8 дней назад +1

    😢 বদলি কৰাই জানো শান্তি সকলো মিছা স্বভাৱৰ জানো সলনি হব ।

  • @HimanitaRay
    @HimanitaRay 7 дней назад

    ধন্যবাদ । বহুত ভাল সিদ্ধান্ত লৈছে ।

  • @kalpanadevi9257
    @kalpanadevi9257 8 дней назад +22

    বিজেপি চৰকাৰে ভাল কাম কৰিলে বহুত বহুত ভাল । তেওঁ আত্মাই শান্তি পাৱক ।

  • @ghanashyammahanta6627
    @ghanashyammahanta6627 8 дней назад +4

    বদলি কৰা স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ৰাইজ সকলো ৰাইজ সজাগ প্ৰহৰি দায়িত্ব পালন কৰিবলৈ আহ্বান জনালোঁ।

  • @BarnaliDeka-dw3eb
    @BarnaliDeka-dw3eb 8 дней назад +7

    প্ৰধান শিক্ষকক volunteer retair দিব লাগে

  • @DebendraChowhan-c6b
    @DebendraChowhan-c6b 8 дней назад +7

    সুন্দৰ পদক্ষেপ। অসমৰ সকলো বিদ্যাল়সমূহত মাজে মাজে মেডিয়া যাব লাগে আৰু সকলো তথ্য ৰাইজক দেখুৱাব লাগে।

  • @sabitrisvlog721
    @sabitrisvlog721 8 дней назад +16

    আজি কালি প্ৰায় চৰকাৰী স্কুলৰ শিক্ষক/শিক্ষয়িত্ৰীয়ে চৰকাৰী স্কুলত চাকৰি কৰে কিন্তু নিজৰ ল'ৰা / বা নিজৰ ছোৱালীৰ জনীক কিয় চৰকাৰী বিদ্যালয়ৰ নপঢ়ায়? প্ৰায়ভেড বিদ্যালয় বঢ়ায় কিয়?তেনে শিক্ষক/ শিক্ষয়িত্ৰীক চৰকাৰী স্কুলত চাকৰি কৰিব দিব নালাগে

    • @mainbaburao
      @mainbaburao 8 дней назад

      @@sabitrisvlog721 নেতাসকলে আমাক ধৰ্মৰ নামত বেলেগৰ প্ৰতি ঘৃণা, মাৰপিট কৰিবলৈ কয় আৰু নিজৰ সন্তানক বিদেশত ভাল ভাল private school college ত পঢ়াই ,যাতে নেতাসকলৰ সন্তানৰ ভবিষ্যত উজ্জ্বল থাকে

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we 8 дней назад +15

    লৰা কেইতাক ফাচি দিয়ক

  • @MahnurAli-lw9pm
    @MahnurAli-lw9pm 6 дней назад +3

    শিক্ষক কৰ্ম চাৰৰীক থকা চতেও কৈনেকৈmutto হল ছাত্ৰ জনৰ

  • @miradevi7840
    @miradevi7840 8 дней назад +4

    তেতিয়ালৈকে শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলক শাসন কৰাৰ পূৰ্ণ স্বাধীনতা দিয়া নহ'ব তেতিয়ালৈকে এনে ধৰণৰ ঘটনা ঘটিয়েই থাকিব।

  • @jutikabora288
    @jutikabora288 7 дней назад

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @usharanisaikia6912
    @usharanisaikia6912 8 дней назад +6

    ১২ জন শিক্ষক থকাৰ পিছতো এই অৱস্থা, হাঁয়।

    • @DulumoniChetia-q3z
      @DulumoniChetia-q3z 7 дней назад

      তেওঁ লোকে নিশ্চয় ম'বাইল টিপি টিপি চাহৰ জুতি লৈ আছিল চাগে।সিহঁতক এল পি স্কুলত বিষয় শিক্ষক হিচাবে বদলি কৰি শাস্তি বিহিব লাগিছিল।

  • @TitujupiDogsvlogs
    @TitujupiDogsvlogs 2 дня назад

    সুন্দৰ প্ৰদেক্ষেপ লৈছে ।

  • @SurenPegu-w8s
    @SurenPegu-w8s 7 дней назад

    সুন্দৰ পদক্ষেপ গ্ৰহণ

  • @satyasarmah2553
    @satyasarmah2553 8 дней назад +4

    CR C জনৰ ওপৰত কিয় একো ব্যৱস্তা লোৱা নাই। তেওঁ তাত উপস্তিত আছিল ।

  • @runuhazarika8290
    @runuhazarika8290 8 дней назад +8

    লরা কেইটার ফটো কি দেখুৱা নাই

  • @binudas8708
    @binudas8708 7 дней назад

    সুন্দৰ পদক্ষেপ। প্ৰধান শিক্ষয়ত্ৰীৰ বক্তব্য. কোনো কাৰনে সয্য কৰিব নোৱাৰিলে।

  • @bhairabsaikia3854
    @bhairabsaikia3854 7 дней назад +1

    শাস্তি বুলি নকব আৰু বদলি কৰি সুৰক্ষিত কৰিছে ৰাইজৰ পৰা।

  • @DipuHazarika-yk4rz
    @DipuHazarika-yk4rz 7 дней назад +1

    Very good news ❤❤❤

  • @dipikabora9235
    @dipikabora9235 7 дней назад +1

    সুন্দৰ পদক্ষেপ লৈছে ছাৰ। আমাৰ জ্ঞানৰ মন্দিৰত ইমান ডাঙৰ অপৰাধ কৰিলে। আমাৰ ভয় হৈছে।

  • @Pulakeswar_medhi
    @Pulakeswar_medhi 6 дней назад

    উচিত শিক্ষা হৈছে ধন্যবাদ

  • @GaneshChetry-eh9ci
    @GaneshChetry-eh9ci 8 дней назад +1

    Thik korile Ranush pegu sire Tq sir

  • @pulinphukan1629
    @pulinphukan1629 7 дней назад

    বৰ সুন্দৰ পদক্ষেপ ।

  • @RANI-fy4wf
    @RANI-fy4wf 7 дней назад

    অভিভাৱক সকলৰ দায়িত্ব আছে।নিজৰ সন্তানৰ চৰিত্ৰ সৰু ৰ পৰা মাক দেউতাকে গঢ় দিয়ে। বিদ্যাল়সমূহত শিক্ষকে শাসনৰ নামত কেতিয়াবা কঠোৰ হলে অভিভাৱকৰ আপত্তি আহে। ছাত্ৰ জনৰ মৃত্যু ত বহুত দুঃখ পাইছোঁ। কতো এনে ঘটনা পুনৰাবৃত্তি নহওঁক তাৰে কামনা কৰিছোঁ।অকল শিক্ষক সকলক দুঃখ দি লাভ নাই।কোনো শিক্ষকে নিবিচাৰে বিদ্যাল়সমূহত এনে ঘটনা হোৱাটো ।

  • @highlighteditin
    @highlighteditin 7 дней назад +1

    আইনত বদলি কৰণ অঞ্চিত নহল মোৰ মতে নিলম্বিত কৰাহে অঞ্চিত শাস্তি আছিল

  • @bibidha7414
    @bibidha7414 8 дней назад

    চৰকাৰক বহুত বহুত ধন্যবাদ জনালোঁ । এই দুৰ্ভগীয়া পৰিয়ালটোক শিক্ষক সকলে ক্ষতিপূৰণ দিব লাগে ।

  • @bhargavbora4933
    @bhargavbora4933 8 дней назад +1

    চাৰ বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে।

  • @DhajenChRay-rk7lr
    @DhajenChRay-rk7lr 8 дней назад

    ভাল পদক্ষেপ লৈছে।

  • @farukchoudhry2265
    @farukchoudhry2265 8 дней назад

    ধন্যবাদ

  • @prodipbora2752
    @prodipbora2752 8 дней назад

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা বিভাগে।

  • @MahnurAli-lw9pm
    @MahnurAli-lw9pm 6 дней назад +2

    বিদ্যালয় খনত শিক্ষক কৰ্মচাৰি নাছিল নেকি কেনোৱেও দেখা নাছিল নেকি কিয় ঘতিবলৈ পালে এনে ঘতনা

  • @DipakBhuyan-lj5en
    @DipakBhuyan-lj5en 7 дней назад +1

    শাস্তি দিয়া নাই পৰিবেশ শান্ত কৰিছে

  • @nipenbaishya6902
    @nipenbaishya6902 8 дней назад

    Thanks.

  • @gunitalaskar3079
    @gunitalaskar3079 8 дней назад

    Thank. You. Sir

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj 7 дней назад

    ভবেশ তুমি য'তেই আছা শান্তিত থাকা ওম শান্তি ওম শান্তি ।

  • @Pulakeswar_medhi
    @Pulakeswar_medhi 6 дней назад

    উচিত শিক্ষা দিছে ধন্যবাদ

  • @vedashyasworld7076
    @vedashyasworld7076 8 дней назад +2

    পুলিচ দেখিলে বাইদেউৰহে মিৰ্গি উঠে চাগে ???

  • @AsrafAhmed-z5w
    @AsrafAhmed-z5w 6 дней назад +2

    ইহঁতক চিৰিং, ওদালগুৰিত transfar কৰিব লাগিছিল ?

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc 6 дней назад +1

    ৰাইজ বুলি কৈছে,ভুল স্বীকাৰ কৰিছে কিন্তু হাতযোৰ কৰি মুৰ দোঁওৱা দেখা নগ'ল কেনে নিষ্ঠুৰ!

  • @satishsarmah2928
    @satishsarmah2928 8 дней назад +3

    বাইদেউৰ লৰা ছোৱালী কেইটা ইঙৰাজী সকুলত পঢ়ে কিজানি আনৰবোৰৰ কথা কি ভাবিব।

  • @dilipkumarbaishya5677
    @dilipkumarbaishya5677 8 дней назад +2

    শিক্ষা বিভাগৰ দায়িত্ব মুখয় মনতৰীয়ে লব লাগে । বয়কতিগত স্কুলৰ শিক্ষকৰ দৰমহা ইমান কম সত্তেও ফলাফল ১০০ শতাংসয় পাছ কৰে আৰু চৰকাৰী স্কুলৰ শিক্ষকৰ দৰমহা বেছি হোৱা সত্বেও ফলাফল ০ লৈ গতি কৰে । চৰকাৰী স্কুল খিনি ভালকৈ পৰযাবেকখন কৰিব লাগে ।

  • @AsrafAhmed-z5w
    @AsrafAhmed-z5w 8 дней назад +1

    Good step

  • @ratannath4207
    @ratannath4207 8 дней назад +2

    Transfer is not a punishment.

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 7 дней назад +1

    এই বোৰ শিক্ষক নহয় ধদুৱা জিৰণি কোঠাত কি কৰে জোৰা পাতি বহি থাকে পঢ়াবলৈ শেণীত কোঠাত প্ৰৱেশ নকৰে উজনীলৈ বদলি কৰিব লাগিছিল এতিয়া ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিব

  • @TANKESWARDeka-tg2hp
    @TANKESWARDeka-tg2hp 8 дней назад +2

    ভাল হৈছে। এনে পদক্ষেপ ললেহে যদি অলপ সতৰ্ক হয় বাকীসকলো ।

  • @binaynath1248
    @binaynath1248 7 дней назад +1

    অসমৰ বিভিন্ন ঠাইত বদলি কৰিব লাগিছিল
    কোনো এজনৰ চাকৰি নগল

  • @ShubhanGogoi
    @ShubhanGogoi 8 дней назад +1

    চাকৰি ৰদবদল কৰিব নালাগে, তাতে থাকিবলৈ দি বিদ্যালয়খন উন্নতিৰ দিসত কি অৱদান আছে তাৰ প্ৰমাণ কৰক। চৰকাৰে কিক্ষকক বদলি কৰি দায়িত্ত সামৰিলে নহব। কথাতো সাংবাদিক বন্ধুসকলে প্ৰচাৰ কৰক।

  • @champawatydas5086
    @champawatydas5086 8 дней назад +1

    Dukhi বোৰে ভৱিষ্যতলৈ কতো সুবিধা যেন নাপায় তাৰে কামনাৰে

  • @bijulidas6789
    @bijulidas6789 8 дней назад

    শিক্ষাক সকলক শাস্তি দিয়া বাবে ভাল লাগিছে।

  • @debeswarpegu764
    @debeswarpegu764 7 дней назад

    উপযুক্ত পদক্ষেপ।

  • @beautysaikiaborchetia4289
    @beautysaikiaborchetia4289 7 дней назад +1

    বৰ্খাস্ত কৰিব লাগে ।তেতিয়াহে এনেবোৰ ঘটনাৰ অন্ত পৰিব।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 8 дней назад +4

    অসমত আৰু কি অপৰাধ হ'বলৈ বাকী আছে সেইটোহে চাবলৈ জীয়াই থাকিম !

    • @monsingmaslai
      @monsingmaslai 8 дней назад

      Hoi ki saba amar axmot,hikhok jonk mari diyak saba ne satr a satrk marak saba

  • @UmeshBaruah-t5p
    @UmeshBaruah-t5p 8 дней назад

    ভাল পদক্ষেপ

  • @manjuladihingia2409
    @manjuladihingia2409 7 дней назад

    এনেকোৱা ঠাইত বদলি কৰিব লাগে
    যাতে শাস্তি পায়

  • @madhusmitadevi2434
    @madhusmitadevi2434 8 дней назад

    সমাজ জগৰীয়া ছাত্ৰছাত্ৰী অধঃপতনে যোৱাত

  • @AnkurDeka15
    @AnkurDeka15 8 дней назад +2

    Very nice step 👍

  • @kalpanasaikia7523
    @kalpanasaikia7523 8 дней назад

    Bhal. lagil. .

  • @Baro390
    @Baro390 8 дней назад +5

    Hokolo xikhokeke nilobon korib lage

  • @KanchanHazarika
    @KanchanHazarika 7 дней назад

    উচিত শিক্ষা দিয়া হৈছে।

  • @babitalahkar.9829
    @babitalahkar.9829 8 дней назад

    অতি সুন্দৰ পদক্ষেপ 👍

  • @RupaBora-qz8wq
    @RupaBora-qz8wq 8 дней назад +1

    অতি ভাল পদক্ষেপ

  • @soniasarkar1431
    @soniasarkar1431 6 дней назад

    Bohut bhal korise sorkare hiya ujari dhonyobad

  • @ranakumargogoi7388
    @ranakumargogoi7388 8 дней назад

    Thanks for departmental action. Good initiative.

  • @surenkalita3491
    @surenkalita3491 8 дней назад

    গোস্বামী চাৰ বৰ ধুনীয়া কৈ আপুনি ঘটনাটো বুজাই দিব পাৰিছে । আপোনাক ধন্যবাদ ।ঘটনাৰ লগত জড়িত সকলোৰে চৰম শান্তি হব লাগে ‌ ।

  • @BhabakantaBaishya-k5b
    @BhabakantaBaishya-k5b 8 дней назад +1

    Val lagil.

  • @pranabpranabdeka
    @pranabpranabdeka 4 дня назад +1

    Varey very good name labjyoti Deka

  • @NijuMoni-i1x
    @NijuMoni-i1x 8 дней назад +1

    Bhout val Kam koresa

  • @manjulaborah1351
    @manjulaborah1351 8 дней назад +2

    এশ গৰু মাৰিলে বাঘৰো মৃত্যু, ইমান দিনে সৰু সৰু কথা বোৰক গুৰুত্ব ই দিয়া নাছিল, এতিয়া এই ডাঙৰ ঘটনাটো হোৱাতহে চেতনা আহিল, আগতেই যদি সাৱধান কৰি দিলে হয়, আজি এই ল'ৰা জন মৰিবলগা নহ'ল হয়। সকলোৱে অন্ধৰ ভাও ধৰিলে।নৰপিশাচ

  • @JyotshnaTalukdar-x2d
    @JyotshnaTalukdar-x2d 6 дней назад

    বহুত আছে শিক্ষক সেই কেইজনক অবসৰ দিব লাগে

  • @NorenKardong
    @NorenKardong 7 дней назад +3

    উদণ্ড সন্তানৰ ভয়ংকৰ কাজিয়াৰ পৰিনতিত এই ঘটনা আছিল!তাৰ কাৰণে শিক্ষাগুৰু সকলক শাস্তি দিয়াটো অনুচিত।

  • @sunandaborah8177
    @sunandaborah8177 8 дней назад

    উৎচিত তদন্ত কৰি শাস্তি দিয়ক ।

  • @RebanNath-lu7me
    @RebanNath-lu7me 8 дней назад

    ঢৰকাৰৰ এই সিদ্ধান্ত ক ধন্যবাদ জ্ঞাপন জনালো ‌,।

  • @AjayNag-x1f
    @AjayNag-x1f 6 дней назад

    All. Right. Step. ❤❤❤❤❤❤

  • @surabhichetia5360
    @surabhichetia5360 8 дней назад

    সুন্দৰ পদক্ষেপ

  • @RekhaDas-k4f
    @RekhaDas-k4f 8 дней назад

    উত্তম পদক্ষেপ গ্ৰহণ কৰিছে ভাল লাগিছে

  • @pranitadutta3204
    @pranitadutta3204 7 дней назад

    সকলো শিক্ষকক বদলি কৰক।
    কিছুমান বিদ্যালয়ত শিক্ষক নাই কিছুমান বিদ্যালয়ত শিক্ষক বহিথাকে কমনৰোমনত।

  • @DipaliBharali-w7g
    @DipaliBharali-w7g 3 дня назад

    IThanks

  • @RupaliBorahRupaliBorah-tn5gy
    @RupaliBorahRupaliBorah-tn5gy 7 дней назад +1

    ১২ জন শিক্ষক শিক্ষয়িত্ৰী । থকা অৱস্থাত কিয় সহপাঠীয়ে সহপাঠীক এগৰাকীক মাৰি পেলাব পাৰি ? ইমান গুৰুত্ব নাাই তেওঁলোকৰ

  • @UshaDevi-x6o
    @UshaDevi-x6o 8 дней назад

    Thank. You. Cm. Sir.

  • @bijoyagogoi6248
    @bijoyagogoi6248 8 дней назад +3

    শিক্ষামন্ত্ৰীয়ে সঠিক সিদ্ধান্তই লৈছে ।