স্নান ঘাট মন্দিৰ/Snan ghat temple
HTML-код
- Опубликовано: 5 ноя 2024
- স্নান ঘাট মন্দিৰ/snan ghat temple #dhubri স্নান ঘাট মন্দিৰ টো ধুবুৰী জিলাত অৱস্থিত এই মন্দিৰটো দশম শতিকাৰ শেষৰ ফালে স্থাপিত হৈছিল আৰু পুনৰ নিৰ্মাণ কৰে ইং ১৯৯৩ চনত কৰে মহামায়া মন্দিৰৰ ওচৰত আছে আৰু মা মহামায়া দেৱী য়ে এই স্নান ঘাটত স্নান কৰিছিল আৰু ইয়াতেই স্নান ঘাট মন্দিৰ গঢ়ি তুলিছিল আৰু দিপ খূড়াৰ ব্লগত চেনেলটোত এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু দিপ খূড়াৰ ব্লগ চেনেলটো চাবছক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ
Dip khurar vlog
dip khurar vlog
Dip khurar vlog
dip khurar vlog
Thank you everyone
Nice vlog
Moja lagil videotu sai...
ধন্যবাদ জনাইছো আপোনাক