অপেক্ষা/Opekhya
HTML-код
- Опубликовано: 3 авг 2024
- app.adjust.net.in/19bqwhtn
maneger by
contact@mediahead.in
_________________________________________
'Opekhya'
concept : Mousum Dutta
script : Sourabh Sagar Bora
direction : Sourabh Sagar Bora & Team
camera : Bichitra Borah & Kongkan Saikia
edit & music : Sourabh Sagar Bora
casting : Sourabh Sagar Bora, Akangkhya Mahanta & Simanta Bora
Copyright Disclaimer : Under Section 107 Of The Copyright Act 1976,
Re-Upload Or Re-Making Any Of The Scenes Without Permission will be punishable.
#new_assamese_short_film
#new_assamese_love_story
#new_assamese_video Развлечения
প্ৰতীক্ষাৰ অন্তত আপোনালোকলৈ আগবঢ়াই দিলো আমাৰ নতুন চুটি ছবি "অপেক্ষা"।। প্ৰেম-ভালপোৱা , হাঁহি - কান্দোনেৰে সমৃদ্ধ আমাৰ " অপেক্ষা " খনক অলপমান মৰম বিলাই দিব ।
app.adjust.net.in/19bqwhtn
Nice join holu aru আপুনিও join hoba boli AXA থাকিল❤❤❤❤ big fraind moi
Mojja dhunia lgisa ❤
Mojja ❤❤
Sagar da aru olp long long video bonaba sun jene 30 mnt man huwa psl
Fgb dish is ek us suffocate idk qui612ë
❤হৃদয় চুই যোৱা সকলৰ Like ata kora😊
❤❤❤❤❤
Ma Kasam 😢😢💯💯💯
RUclips per ki ki koriya se tumhara naam ki koi naya song RUclips per
❤❤❤❤❤❤❤❤
Kune kune Sai Val puwa like ata kori diya ❤😊
Moi val pawa
Bohut val pau❤
Emotional hoi golu😢.....! Suwali jni bhut vl acting krise🥰👏
Bahut dhuniya lagil opekhya sort film khon sy agoloy jate anekoy agbohy jua sagardada and akangkhya ba❤❤❤❤❤
🎉 কাৰ কাৰ হৃদয় চুই যোৱা এইটো Assamese First film like কৰা ❤❤❤
অভিনয়ৰ যোগেদি এখন সঁচা কাহিনীৰ নাটক 🥺🥺
সঁচাকৈ চকু ৰ পৰা ......চকুৰ পানী ওলায় গল💓💓
😢❤
Xosake oo 😢😢
Right ❤
😢😢😢😢
❤❤😢
বৰ সুন্দৰ অভিনয়,তোমালোক আৰু আগবাঢ়ি যোৱা।❤❤
Hosakoe bohut val lagell❤❤😢😢
Bohut dukh lgil sokure soku pani ulai gol so beautiful and sad 😭😭 story dada and baa eman সুন্দৰ কাহিনী সঁচাই সাই ভাল lgil 😭😭😭আৰু এনেকুৱা ফিল্ম চাবলৈ পাম বুলি আশা কৰিলোঁ edit mojja ❤❤❤ film khonor nam mojjaaaaaaaaaaaa bohut dukh hota hai mojjjjjjjjjjaaaaaaaa
বহুত বেছি ভাল লাগিল ভিদিওটো চাই সঁচাকৈ হৃদয় চুই গল❤❤❤
❤❤❤ val lagil tumalokor videotu sai
Bohut vl lgil❤❤
এনেকুৱা video চালে হৃদয় চুই যায় ।বহুত ভাল লাগিল ।
Dil sa salut
🥺 বহুত ভাল লাগিল।🥺 চকুপানী ৰে ভৰি পৰিছে দুচকু। তোমালোকৰ অভিনয় বহুত ভাল লাগিল ❤😢
Bohut val lagile ❤
হৃদয়ৰ প্ৰতিটো স্পন্দন চুই গৈছে love from charaideo🥺❣️🥺
Thank you ☺️
অতি সুন্দৰ ঘৰৰসকলো চাব পৰাকৈ অভিনয় কৰিছা ।আমাৰ গাঁও মানুহে কৈ ছে আৰু ভাল কৰি যাবলৈ তোমালোক ।দুইবাৰ লিখিলো সাগৰ।মঙলদৈ পৰা।
সঁচা ভালপোৱা অনুভূতিবোৰ সচাই বহুত বেলেগ,,,যিয়ে সঁচা ভালপায় তেওঁহে অনুভৱ কৰে ❤❤❤
Right 👍🥺
Right
Xosa kotha 😔🥺
💘❣️💔👍😓
💕 lovely 😍😊
Dhoniya lagise dei❤❤❤
"অপেক্ষা"বোৰ চিৰদিন প্ৰিয়জনৰ বাবে । কেতিয়াও উভতি নাহে বুলি জানিও ।
মৰমবোৰ, ভালপোৱাবোৰ চিৰদিনৰ কাৰনে । এইবাৰ ও আগুৱাই যাম কিন্তু আধৰোৱা সপোনবোৰক লৈ । " oi suwali"
Thank you so much for this heart touching kahani tur Karone 💗
Special one 19:36
Hosa k 😢
Hosa ka 😢😢🥹💔💔💯😭
Hxka 😂
বহুত কান্দিলো বহুত ভাল লাগিল 😢
অভিনয় সচাকৈ সুন্দৰ ❤
Sagar da moja lagasa video si
কাহিনী তোৱে হৃদয় চুই গল🥺❤
বহুত ধুনীয়া অভিনয় কৰিছা 😊___মঙলদৈৰ পৰা বহুত বহুত মৰম❤
😢😢
এক বুজাব নোৱাৰা অনুভৱ,ফিল্ম খন চাই থাকোতেই চকুলো বোৰ কেনেকৈ নিগৰি আহিছে সঁচাই বুজাব নোৱাৰি...
সদায় এনেদৰে আগবাঢ়ি যোৱা, আকাংক্ষা বা আৰু সাগৰ দাদা❤️
সঁচাই বৰ দুখ লাগিল🥺
তোমালোকৰ বাকী videos সমুহ চাইছো, বহুত সুন্দৰ অভিনয় ❤
Mojaa lagise video❤❤❤
হৃয়স্পৰ্শী যোৱা এক প্ৰেম কাহিনী ❤️🩹 সঁচাকৈ ফিল্ম খন চাই বহুত ভাল লাগিল 🥺❤️🩹
আজি শিৱৰাত্ৰি ৰ দিনা কোনো কোনো চাই আছা ...এটা হৃদয় চুই যোৱা কাহিনী.... like ata Kari diba😊❤
Moi
Kande golu😢
O moi😅😮😮
@@tarulatahira kush vi motlob🤠
Really Mind blowing 🥺❤
Mon_moina baa opekkhay mathu apunalukor agor din bhalkoi par hoi jai 👍👍👍👍👍👍👍🥳🥳🥳🥳🥳❤️❤️❤️❤️❤️❤️❤️
অপেক্ষা❤ভাল লাগিল story টি। দুখ লাগিল, তোমালোকৰ অভিনয়ে হৃদয় স্পর্শ কৰে❤আগুৱাই যোৱা সাগৰ দা আৰু আকাংক্ষা, লগতে তোমালোকৰ team😊
বুজাব নোৱাৰো এক অনুভূতি😢😢.... সুন্দৰ অভিনয়❤❤
Bohut vl lagilse video tu say kintu bohut dukh o lagise😢😭
bohut moja❤❤❤❤❤❤❤❤,
ছবিখনৰ সকলোবোৰেই বহুত ভাল হৈছে দাদাহঁত ❤😊 হৃদয় চুই যোৱা কাহিনী আৰু অভিনয় ❤🔥 কান্দি গলোগৈ 😢💗
বহুত ভাল লাগিল হৃদয় চুই গৈছে 🥺আৰু অভিনয় বহুত ভাল আপোনালোকৰ ☺️
😢😢😢😢
Hundor
Khosakoi tumalukor video bure amar hridoy sui jai....❤❤❤❤...aru besi aguai jua amar morom ❤❤❤ tuma lukoloi kodai ase aru khodai thakibo...God bless you ❤❤❤❤❤😊😊😊😊
সঁচাকৈ বোৰ ধুনীয়া অভিনয়
বুজাব নোৱাৰা এক অনুভূতি 😢 same story মোৰ লগত হৈ গৈছে। কবলৈ ভাষা নাই.... আজি ১টা বছৰ সম্পূৰ্ণ হ'ল...তাইৰ অবিহনে। ভাল পোৱা বোৰ যেন আৰু বেছি হে বাৰিব ধৰিছে তাইৰ প্ৰতি। তোমাৰ খং অভিমান বোৰ যেন এতিয়াও পাহৰিব পোৱা নাই ও...এই জন্মত টো এৰি গুচি গ'লা মোক আকৌ যদি পূনৰ জন্ম পাওঁ টো sure লোক পাম jiu..........❤❤❤❤❤❤
Tumar comments tuye konduwai dile😢😢
😢
Mr logot ghoti goise,, aitu kahini r nicna logai nai,,4bosor hol aji,,
@@priyankahazarika8453 ki kriba aru amr kopalot ah asil ai bur hai krne hoise...ane ka...😭
Bhuut dhunia hoise Ata hosa bhl pua ata hsa mrom ketia o hekh nhi☺️
বহুত ভাল হৈছে আৰু মোৰ জীৱনৰ ভাল পোৱাৰ লগতো বহুত কথাই মিল আছে ।সঁচাকৈ বহুত ভাল হৈছে আৰু আগলৈ যোৱা
Bhout dhuniya lagies Film khon ❤❤❤
তোমাৰ অভিনয় টো বহুত ভাল লাগিছে ❤❤😭😭
Tumlukor jore Tu hosai duniya.... Ketiyau ator naja ba.... Dai mur suwali tumalukor videos bohut val pai 5yer ase he.... God bless you
Hsai bhut val lagil , Kandi ye pelalu 😢😭😭 চকু পানী আৰু ৰখাব নোৱাৰিলোঁ 😭❤
প্রেম ভালপোৱা চিনেমাত হে ভাল লাগে। ই বাস্তৱত বহুত কঠিন 😢
Yes bro 💔🥺
Hosa de ..monr katha khar kola
Hasa kla
Hosa😢😢😢
Xasa 💔🥺
Buku bixai goise2 sai bht Val lagil thanks atit bur pahori bortoman k loi vobishot r kotha vabibole ata xokaxh palu thanks again ❤
Bohut val lagile lave story tu 😢😢😢
ক"বলৈ ভাষাই বিচাৰি পোৱা নাই ❤এটা কথাই কৈছোং বহু ত বহু ত ভাল লাগিছে❤
প্ৰেম হল মানুহৰ এটা আকাংক্ষা যি সঁচা হৃদৰে কৰে তেওঁ সঁচা প্ৰেম আৰু জীৱন লগৰী পাবৈ তোমালোকৰ এই চুটি ছবি খনে প্ৰেম যে এটা সঁচা অনুভূতিৰ এক বন্তি হৈ কথা লগতে সঁচা প্ৰেমত যে কাজিয়া ,খং , অভিমান , ঠেহ আদি থাকে তাৰ দৃশ্যও ইয়াত অংকিত হৈছে , ধন্যবাদ আৰু তোমালোকৰ এক সোণালী জীৱন আশা কৰিলোঁ।।
সঁচাকৈ অভিনয় মানুহক সহুৱাই আৰু কন্দোয়াই
ইফালে পৰীক্ষা বেয়াৰ কান্দোন আৰু এইটো ফিল্ম চাই কান্দোন 😢💔
😀😀😀😀😀😀
Val lagil ❤❤❤
😂😅😅😅
Woww❤
bohut dhuniya lagil ❤❤🎉🎉
Vii ol tha best. Ag bare jowa🎉❤
Buku bixai goise video2 sai bht val lagil thanks atit bur pahori bortoman k loi vobishot r kotha vabibole ata xokaxh palu thanks again ❤
Bhut dhuniya hoise obhinoi ❤❤
Bohuuutttt bohuuutttt bohuuutttt val lagile ❤❤❤❤❤❤❤❤❤❤❤❤❤🎉😢🥰
ভাষাৰে বুজাব নোৱাৰো , সঁচাকৈ বহুত ভাল লাগিল আৰু দুখ লগিল 🥺💗
ইমান সুন্দৰ অভিনয় আৰু আগুৱাই যোৱা। কাহিনীটো কিন্তু বহুত দুখৰ
Aru alge bro❤
Ai oii tamamm val lagsi ha 😜
বহুত ধুনীয়া অভিনয় কৰিছা❤❤😊👍👍
আগুৱাই যোৱা সদায় ❤ শোভ কামনা থাকিল👍🙏
বহুতেই ভাল লাগিল চাই 🥹💞
Love from Lakhimpur💫❤️
বহুত ভাল লাগিল ❤❤কান্দি গলো😭😭কিন্তু তিনি বছৰত হালধীয়া ইস্পন যোৰ বদলি নহল😆😆😆।
Tumi ane kua aru mon sui jua video dibaa buli axa thki leh love you brother ❤️
বহুত ভাল লাগিল আপোনালোকৰ story
😭😭😭😭😭
চুটি চবি খন চাই বিৰাতেই ভাল লাগিল । তোমালোকলৈ বহুত বহুত মৰম আৰু আৰ্শীবাদ যাচিলো তোমালোকে আৰু আগুৱাই যোৱা ।
I am first time watching Assamese short movie 💗💗 it's really good
hurt teaching video 💔🥺
তোমালোক দুটাক হে মিলিব ❤ quite couple
চকু পানী ওলাই গ'ল 🥺 হৃদয় চুই যোৱা কাহিনী dada baa ❤️
Apunalukor video tu bht val lagise. Mur chokur Pani ulai goise ❤❤
Moja lagil video tu saa
সুন্দৰ উজ্জল ভবিষ্যতৰ কামনা কৰিলো ক'ব ভাষা নাই আৰু বহুত বহুত ভাল লাগিলে অ
এক হৃদয় চুই যোৱা কাহিনী ❤ সচাঁই অপেক্ষা প্ৰাপ্তিৰ কাৰণে হব লাগে ❤❤
So emotionally lvstry baa aru dada 🥺🥺❤❤
অভিনয় সুন্দৰ ❤
সচাই বহুত ভাল লাগিল
প্ৰকৃত কাহিনী এটা উপস্থাপন কৰাৰ বাবে ❤️
কাহিনী তু কেইটামান কথাই মাথা নষ্ট কৰি দিছে । তেজৰ নলী কপি গৈছে অ ❤ ভাল লাগিছে ❣️
Tumalukor video first Saisu aji hosakoi heart broken.....❤❤❤
Mon hodai juii kla❤❤❤❤🎉🎉🎉
বুজাব নোৱাৰা এক অনুভূতি😞 এনেকুৱা video চালে হৃদয় চুই যাই 😣
বহুত ধুনীয়া কাহিনি❤❤আগুৱাই যোৱা এনেদৰে দুয়ো
❤❤
Bhut val lagil sai hridoi sui gol story tu 😔🥲
Dhuniya lagisa dai❤❤❤❤
Finally ahi gol
Tumi bhut vl pao niki 😊
বাহুত বাহুত ভাল লাগিল filim খন চাই ❤❤
❤❤
Are dada khub shondor
Bahut Val lagil story to ❤❤❤
Nice video It touched my heart and I'm glad to keep going ❤❤❤❤
Bhut dhuniya dukh😢lga ate kahini❤heday sue juwa 😊bhut vall lgese ❤💖😢💗
Bohut besi val lagil video tu sai❤
Eman doniya video ❤
কি কম ভাষা নাই😍❤️❤️❤️বহুত ভাল লাগিল ।
কাহিনীটোৱে হৃদয় চুই গ'ল😥, বহুত ভাল লাগিল চাই🥰🥰