Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ঘৰত ভাত মাছ থকা মানুহে কাম নকৰি মূখেৰে চলি থকামানুহে অৰুনোদয় , বিনামুলীয়াৰেচনক সমালোচনা কৰে । পানী খাই কামলৈ যাব নেকি ? দূখীয়া কি বুজে নে ?
কংগ্ৰেছে অসমৰ ৰাইজক কওকচোন আমাৰ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিম।।। যদি ৰাইজে অৰুণোদয় বেয়া পাইছে তেন্তে কংগ্ৰেছ চৰকাৰ। আহিব।।আজি মাত্ৰ পাচখন আসনৰ মাত্ৰ এখনকে জয়ী হব নোৱাৰিলে।।সিহতৰ বৰ বৰ কথা।।।এই অহংকাৰ যিমান দিন ৰাইজৰ আগত দেখাই থাকিব সিমানদিনে চৰকাৰ নাহে।।।যোৱাবাৰ যিমানখন আসন পাইছিল কংগ্ৰেছে তাতকৈ এইবাৰ(2026) আৰু কমিব।।।
আঁচনি দিলে কি কৰ্মহীন হ'ব বি জে পিয়ে কম নকৰিবলৈ কৈছে নে কি?
Aiudf jindhdab ajmol for education ajmol for health
অসমে দেখিছে কংগছৰ পাগলামি
বিনামূলীয়া চাউল আৰু১২৫০ টকাই কিমান সহায়কৰিছে কাম বিছাৰি কামকৰা মানুহে জানে ।
অসমৰ বিধৱা,বিবাহ বিচ্ছেদ,বিকলাংগ,কুমাৰী আদি এইবোৰ মহিলাক প্ৰথমতে অৰুণোদয় আচনি দিয়াৰ কথা কোৱা হৈছে। দ্বিতীয়তে,ঘৰৰ মহিলা গৃহিনী সকলক এই আচনি দিয়া হৈছ। তোমালোকৰ মতাবোৰক দিয়া নাই।।।ইয়াত কোনো যুৱকক অৰুণোদয় দিয়া নাই,কোনো চাকৰি বিচাৰি থকাসকলক দিয়া নাই,কোনো ছোৱালীক দিয়া নাই।।মূৰ্খসকলে এইধাৰণা লৈছে।।।পুৰুষে আগৰ দৰেই কাম কৰি আছে।।।মহিলাসকলে যাতে টকাৰ বাবে হাহাকাৰ নহয়।কিছু সকাহ পায় তাক চৰকাৰে গুৰুত্ব দিছে।।।গতিকে সাধাৰণ কথাখিনিও বুজি নাপায়।।।
BJP welcome ❤
Bjp zindabad
Eitu diplu ne dipu naam to waterway jen lage
ঘৰত ভাত মাছ থকা মানুহে
কাম নকৰি মূখেৰে চলি থকা
মানুহে অৰুনোদয় , বিনামুলীয়া
ৰেচনক সমালোচনা কৰে ।
পানী খাই কামলৈ যাব নেকি ? দূখীয়া কি বুজে নে ?
কংগ্ৰেছে অসমৰ ৰাইজক কওকচোন আমাৰ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিম।।।
যদি ৰাইজে অৰুণোদয় বেয়া পাইছে তেন্তে কংগ্ৰেছ চৰকাৰ। আহিব।।
আজি মাত্ৰ পাচখন আসনৰ মাত্ৰ এখনকে জয়ী হব নোৱাৰিলে।।
সিহতৰ বৰ বৰ কথা।।।এই অহংকাৰ যিমান দিন ৰাইজৰ আগত দেখাই থাকিব সিমানদিনে চৰকাৰ নাহে।।।যোৱাবাৰ যিমানখন আসন পাইছিল কংগ্ৰেছে তাতকৈ এইবাৰ(2026) আৰু কমিব।।।
আঁচনি দিলে কি কৰ্মহীন হ'ব বি জে পিয়ে কম নকৰিবলৈ কৈছে নে কি?
Aiudf jindhdab ajmol for education ajmol for health
অসমে দেখিছে কংগছৰ পাগলামি
বিনামূলীয়া চাউল আৰু
১২৫০ টকাই কিমান সহায়
কৰিছে কাম বিছাৰি কাম
কৰা মানুহে জানে ।
অসমৰ বিধৱা,বিবাহ বিচ্ছেদ,বিকলাংগ,কুমাৰী আদি এইবোৰ মহিলাক প্ৰথমতে অৰুণোদয় আচনি দিয়াৰ কথা কোৱা হৈছে।
দ্বিতীয়তে,ঘৰৰ মহিলা গৃহিনী সকলক এই আচনি দিয়া হৈছ।
তোমালোকৰ মতাবোৰক দিয়া নাই।।।ইয়াত কোনো যুৱকক অৰুণোদয় দিয়া নাই,কোনো চাকৰি বিচাৰি থকাসকলক দিয়া নাই,কোনো ছোৱালীক দিয়া নাই।।মূৰ্খসকলে এইধাৰণা লৈছে।।।পুৰুষে আগৰ দৰেই কাম কৰি আছে।।।মহিলাসকলে যাতে টকাৰ বাবে হাহাকাৰ নহয়।কিছু সকাহ পায় তাক চৰকাৰে গুৰুত্ব দিছে।।।গতিকে সাধাৰণ কথাখিনিও বুজি নাপায়।।।
BJP welcome ❤
Bjp zindabad
Eitu diplu ne dipu naam to waterway jen lage