বিহু কিয় মানে , History of Assamese bihu - dimpu baruah

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • in this video ...i explained some history about bihu
    #bihu #assamesebihu

Комментарии • 1 тыс.

  • @nuclearkim4678
    @nuclearkim4678 2 года назад +139

    Wow what an beautiful illustration. You got one share from me. This kind of videos we can only expect through you. I think It was reliable based on collective research learned a lot in this short video. Great work. Your re the best at giving knowledge. ♥️🔥👍🏻

    • @nayanpatgiri84
      @nayanpatgiri84 2 года назад +6

      Assamese t kole o vl asil😅

    • @MoviesMine69
      @MoviesMine69 2 года назад +3

      Kim Jong ble atu 🤣🤣

    • @assamvillager1
      @assamvillager1 2 года назад +5

      Spammer or comment tu pin korise, ki he 🥺🥺🥺😒

    • @flutelover658
      @flutelover658 2 года назад

      @@traderbhai6470 putha khal

    • @guwahatirrobostha1238
      @guwahatirrobostha1238 2 года назад

      Rendy batsa dimpu mayek koti marim mayek vori dangi sudim

  • @kusumakoch2133
    @kusumakoch2133 2 года назад +4

    আপোনালৈও আসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল দীম্পু দা

  • @mrprashenjitdas4791
    @mrprashenjitdas4791 2 года назад +1

    অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। Dimpu Da

  • @kobitakalita8308
    @kobitakalita8308 2 года назад +9

    Bohut dhunia koi bujai disa amr bapoti hahonn Bihu r bikhaye .ajikali r lora sowali prai vge Bihu r bikhaye hobihekh najane ae video to r pora Bihu r tatporjya nubuja hakale buji pabo.danyabad Dimpu bhaiti video to upload kora babe ❤️❤️👍🏻

  • @digambarsonowal8635
    @digambarsonowal8635 2 года назад +1

    Hundor

  • @priteerabha5250
    @priteerabha5250 2 года назад +5

    অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়ভৰা শুভেচ্ছা জনালোঁ দিম্পু দা❤️🌻🥰🥀

  • @rushnachangmai773
    @rushnachangmai773 2 года назад +1

    Happy Rongali Bihu..😊bhal lagil video tu sai

  • @ABUTANICHANNEL
    @ABUTANICHANNEL 2 года назад +4

    *Bihu history bikhoye janibo pai bohut val lagil* Love from Bogibeel

  • @Short.vlog___32
    @Short.vlog___32 2 года назад +1

    Mjjja

  • @madhusudhonhajarika4247
    @madhusudhonhajarika4247 2 года назад +2

    বহাগ ❤বিহু ❤আৰু ❤অসমীয়া❤ নতুন ❤বছৰ ❤শুভকামনা❤ জনালোঁ ❤

  • @deltagaming9106
    @deltagaming9106 2 года назад +9

    Significant deatils on the history of Bihu good observation. Thanks for this informative video...

  • @poonamdeuri2859
    @poonamdeuri2859 2 года назад +1

    Bihu r history jnilu apunr pra thank you dimpu da

  • @dkurang9907
    @dkurang9907 2 года назад +77

    Dimpo da আপুনি কোৱা ইতিহাসৰ কথাবোৰৰ 90% জনা নাছিলো। আজি জানি ভাল লাগিল । আপোনাৰ চেনেলৰ পৰা নজনা কথা বহুতো শিকিলোঁ আৰু এনেদৰে শিকি গই থাকিম। বিহু জিন্দাবাদ 😄😄😄

  • @sunamdas_1729
    @sunamdas_1729 2 года назад +1

    ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল দিম্পু দা❤️💫

  • @sajuvlogs2191
    @sajuvlogs2191 2 года назад +5

    Mojja🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে Dimpu Bhai

  • @SangitaDas-oz3qh
    @SangitaDas-oz3qh 2 года назад +2

    🙏 thank you dimpu for your information

  • @RanjanCreating56
    @RanjanCreating56 2 года назад +57

    সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ❤️❤️❤️
    এই ৰঙালীৰ ৰঙে সমূহ অসমীয়াৰ মন প্ৰাণ ৰঙাই তুলিব বুলি কামনা কৰিলোঁ 🥰🥰🥰

  • @villageboys8493
    @villageboys8493 2 года назад +1

    Moja moja dimphudaa

  • @bishnuboruah743
    @bishnuboruah743 2 года назад +7

    আপোনালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভকামনা জনালো🌺🌺

  • @Munna04official
    @Munna04official 2 года назад +1

    🙏🙏🙏

  • @AbdulSalam-qo7ex
    @AbdulSalam-qo7ex 2 года назад +5

    অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @fozebhai7632
    @fozebhai7632 2 года назад

    A moja lagil

  • @Digantabhai8430
    @Digantabhai8430 2 года назад +3

    bohut vl lagil dada,happy rongali bihu🙏❤️🙏

  • @prakash78723
    @prakash78723 2 года назад +1

    Xosai apunar A2 video sabologiya😍😍

  • @kaushikbatista4097
    @kaushikbatista4097 2 года назад +36

    No one has ever reflected Bihu history of Assam in such a magical way. Lots of love and respect. Such a mesmerizing way of story telling. 😍

  • @NeelHimanshu
    @NeelHimanshu 2 года назад +1

    বহুত ভালকৈ বুজালে❤️😌 শুভেচ্ছা থাকিল সকলোলৈ বিহুৰ

  • @kobitakalita8308
    @kobitakalita8308 2 года назад +4

    Rangali Bihu r bohut bohut hubheshya jonalu hakaloloi 🙏🏻🙏🏻❤️❤️

  • @ankurchamuachannel9512
    @ankurchamuachannel9512 2 года назад +1

    Mojja

  • @notungyanassamese5200
    @notungyanassamese5200 2 года назад +46

    তোমালৈ আৰু তোমাৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুত তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ,নতুন বছৰে তোমালৈ লৈ আনক সুখ শান্তি আৰু আশাৰ বতৰা,, ৰঙালী ৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক তোমাৰ জীৱন,,🥰🥰

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 2 года назад +1

    DHUNUYA DIMPU DA 👌

  • @ranigogoi5188
    @ranigogoi5188 2 года назад +2

    Dibrugarh পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালো দিম্পু দা

  • @nilutpaldeori402
    @nilutpaldeori402 2 года назад +1

    ❤️❤️

  • @its__manoj__07x
    @its__manoj__07x 2 года назад +11

    Dimpu Da❤️❤️ সদৌটিলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
    বসন্তৰ আগমনত, কুলি কেতেকীৰ মাতত, ঢোলৰ চাপৰত, পেপাঁৰ লহৰৰে, কপৌফুলৰ সুগন্ধেৰে জীৱন ৰাঙলী হৈ পৰক। ৰঙালীৰ ৰঙে কঢ়িয়াই আনক জীৱনলৈ নতুন ৰঙ, সুখৰ বাতাবৰণ।
    কুলিৰ কোমল মাতত উজ্জীৱিত হওঁক সমস্ত আশা, ভালপোৱাৰ প্ৰাচুৰ্যতা।
    প্ৰতিটো ঢোলৰ চাপৰত জীপাল হওঁক আপোনাৰ সুখৰ ঘৰখন। তাৰেই কামনাৰে.........
    HAPPY RANGALI BIHU❣️❣️❣️

  • @pvnmurthy3559
    @pvnmurthy3559 2 года назад +1

    Thank you for the valuable information 🙏

  • @dhanjitsaikia4652
    @dhanjitsaikia4652 2 года назад +2

    ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ । diiimpu daaa

  • @blacktown4803
    @blacktown4803 2 года назад +1

    বৰ্তমান সেই বিহু জুবিন দা আৰু শিল্পী সমাজে আগুৱাই লৈ গৈছে বিহু গীতৰ যোগেদি এখন বিহু মঞ্চৰ যোগেদি।........ Dimpu da Bihur xuvesha thakil ❤️

  • @mrdhoni08
    @mrdhoni08 2 года назад +3

    বহুত ভাল লাগিল ভিডিঅ'টো চাই
    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🥀🌺

  • @bhargabdeka733
    @bhargabdeka733 2 года назад +1

    Mojja 🔥

  • @hemantodasmajuli6802
    @hemantodasmajuli6802 2 года назад +3

    Dimpu da ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আপোনালে ।

  • @rajijulhoque2213
    @rajijulhoque2213 2 года назад +1

    ❤️❤️❤️❤️

  • @akounakulbhai
    @akounakulbhai 2 года назад +4

    ৰঙালি বিহুৰ শুভেচ্ছাৰ থাকিব

  • @ronirmarak7999
    @ronirmarak7999 2 года назад +1

    Dimpu da aji najana kotha 1ta hikai dile thank you dimpu daa

  • @partha1159
    @partha1159 2 года назад +4

    সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা থাকিল

  • @anupamvolgs2702
    @anupamvolgs2702 2 года назад +1

    Mojja dimpu da

  • @manujchutia9811
    @manujchutia9811 2 года назад +16

    অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো 🌱✌

  • @minakshideka3503
    @minakshideka3503 2 года назад

    Baah bohut vaal lagil khuni kothabur

  • @ckctube
    @ckctube 2 года назад +2

    সুপ্ৰভাত!
    শুভ ৰঙালী বিহু।
    🙏🏻

  • @sauravjyotideka
    @sauravjyotideka 2 года назад +2

    Congratulation for 1.5M ....❤❤❤

  • @introvert_sanjib
    @introvert_sanjib 2 года назад +1

    बहुत ही सुन्दर।

  • @_sajid1274
    @_sajid1274 2 года назад +22

    🙏🙏🙏প্ৰতি গৰাকী অসমীয়া লৈ মোৰ ফালৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল । অসমীয়া নবৱৰ্ষতো সকলোৰে বাবে শুভ হওক ।

  • @ishan875
    @ishan875 2 года назад +1

    Moja

  • @ethar6570
    @ethar6570 2 года назад +8

    Bohut besi bhal lagil, quite comprehensive. Aru Axomiya xomaj, aru xonskritir, aan aan dikh dekhuai video bonabo soon🙏🏼

  • @debojanibora9483
    @debojanibora9483 2 года назад +1

    বহুত ভাল লাগিলে দাদা আপোনাৰ পৰা বহুত কথা জানিব পাৰো বহু ত ধন্যবাদ দাদা লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো

  • @Chak_De_Pade
    @Chak_De_Pade 2 года назад +4

    Proud to be a Deori ❤❤❤

  • @moynalhoque5936
    @moynalhoque5936 2 года назад +5

    ৰঙালি বিহুৰ শুভেচ্ছাৰ ডিপূ দা গোৱালপাৰা পৰা

  • @rupjyotideka2806
    @rupjyotideka2806 2 года назад

    Borhia borhia

  • @user-le4tl2dy2j
    @user-le4tl2dy2j 2 года назад +3

    ৰঙালী বিহু শুভেচ্ছা থাকিল । আহিব আমাৰ ফালে বিহু খাবলৈ আহিব মৰিগাঁও পৰা ।

  • @pranjalsaikia7163
    @pranjalsaikia7163 2 года назад

    Bohut valkoi buji paiso val lagil

  • @dhurbajyotmahanta9527
    @dhurbajyotmahanta9527 2 года назад +3

    মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো❤❤❤

  • @mrinmoygogoi33
    @mrinmoygogoi33 2 года назад +1

    Next Level Happy Bihu Dimpu 💕

  • @hirakbhuyan2698
    @hirakbhuyan2698 2 года назад +61

    সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ 🎉🎉🎉🎉

    • @nabajyotibbora7215
      @nabajyotibbora7215 2 года назад

      Gghyghhbbbñkklkkkknbbññ ñb

    • @moniassam
      @moniassam 2 года назад

      সোনা,নহয় 'সোন'চতাল নহয় 'চোতাল' অসমীয়া ভাষাটো শুদ্ধকৈ কিয় নকয় আপুনি!?

  • @BoraA7856
    @BoraA7856 2 года назад

    Vall lagil Dimpu bro....Happy Rangali Bihu.....

  • @bappibhakat5912
    @bappibhakat5912 2 года назад +3

    তোমালৈ মোৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল ডিমপু দা😍😍

  • @runudas5674
    @runudas5674 2 года назад

    Moja dimpu da happy bihu

  • @educationhelpcenter
    @educationhelpcenter 2 года назад +269

    প্রতিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম, প্রতিজনী কুলিৰ মাতে আনন্দ। প্রতি টোপাল বৰষুণে আশা, প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

    • @ckctube
      @ckctube 2 года назад +2

      সুপ্ৰভাত!
      শুভ ৰঙালী বিহু।
      🙏🏻

  • @deepjyotiyoutube8460
    @deepjyotiyoutube8460 2 года назад +1

    Nice dimpu dada

  • @musarofbhaijan3799
    @musarofbhaijan3799 2 года назад +12

    মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন,আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেইৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেইআন্তৰিক❤️😊 কামনাৰে...
    its____ Bhijan 💕
    ♡♡♡♡♡
    💗Happy ৰঙালী bihu💗

  • @simonraz9652
    @simonraz9652 2 года назад

    What a Information,,,,, Great salute to You

  • @himadrirava1325
    @himadrirava1325 2 года назад +5

    অসমীয়া নববৰ্ষৰ আৰু লগতে ৰঙালী বিহুৰ শুভকামনা জনালোঁ কথা জানি ভাল লাগিল

  • @dhiman__bhumika315
    @dhiman__bhumika315 2 года назад

    Borhiya

  • @bijunath1839
    @bijunath1839 2 года назад +58

    বছৰটোৰ সৰ্বমংগল কামনাৰে সকলোলৈকে হেপাঁহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা ! আশাবোৰে সপোনৰ শিখৰ চোঁৱক! বাপতি সাহোন এই ৰঙালীয়ে কঢ়িয়াই আনক সুখৰ বন্যা! *শুভ ৰঙালী বিহু!*❤️🌼

  • @business.2004
    @business.2004 2 года назад

    Moja video

  • @mamunarzary5279
    @mamunarzary5279 2 года назад +9

    সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ৷

  • @sstatus7372
    @sstatus7372 2 года назад +1

    Happy rongaali bihu dimpu daa.

  • @D.Koch7
    @D.Koch7 2 года назад +34

    সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ❤️🥀

  • @islamicvisionaxam4467
    @islamicvisionaxam4467 2 года назад

    mjjjjhhhhh dimpu daa

  • @Himantaborah21
    @Himantaborah21 2 года назад +10

    নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা, লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে ভৰপুৰ ৷ ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা, মন, পৰিৱেশ। তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ।

  • @sontushkrvlog9839
    @sontushkrvlog9839 2 года назад +1

    Happy ৰঙালী বিহু dimpu da

  • @bhargabkumar6276
    @bhargabkumar6276 2 года назад +4

    ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালো সকলকে

  • @humourbarman6917
    @humourbarman6917 2 года назад +1

    🙏

  • @kakumonirajbongshi395
    @kakumonirajbongshi395 2 года назад +35

    🍂মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক❤️😊 কামনাৰে...*
    ........🍂
    🌼
    🌻Happy ৰঙালী bihu
    _____
    🖇️💜

  • @dipankarbaishya3942
    @dipankarbaishya3942 2 года назад +1

    Changsari t ahi gol so bhut vl lagil dada

  • @hirakjyotirajbongshi2038
    @hirakjyotirajbongshi2038 2 года назад +2

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @sweetbeat5698
    @sweetbeat5698 2 года назад

    Best video for best knowledge❤❤❤❤❤❤❤❤❤❤❤

  • @jayanta_boruah_007
    @jayanta_boruah_007 2 года назад +3

    অতি সুন্দৰ কথা ,, কথাখিনি বহুত ভালকৈ উপস্থাপন কৰি বুজাই দিলা , আজি কালি আমাৰ লৰা ছোৱালী বোৰে এইবোৰ কথা বা এইবোৰ বিষয়ে পৰিস্থিতিৰ লগতে আৰু সময় লগতে নিজৰ লগতে মনটোকো ডিস্ক' কৰি তুলিব গৈ আছে বা হৈ আছে ।

  • @sonabarman6178
    @sonabarman6178 2 года назад

    Moza

  • @kanakrabha3239
    @kanakrabha3239 2 года назад +23

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @Remixassam
    @Remixassam 2 года назад

    Bohut kiba gom palu dimpu ba nice

  • @naditahaloi6123
    @naditahaloi6123 2 года назад +5

    দিম্পু ভাইটি ৰঙালী বিহু হিয়া ভৰা ওলক আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
    তোমাৰ ভিডিঅ'চাই বহুত নজনা কথা জানিব পাৰিছো। ধন্যবাদ।

  • @fake_Raja_786
    @fake_Raja_786 2 года назад +1

    Happy Bihu dimpu da

  • @milandas9448
    @milandas9448 2 года назад +8

    দিম্পু দা মই শুনিছো পূথিৱীত বুলে একে নিছিনা দেখা 7টা মানুহ থাকে তাৰ ওপৰত এটা video বনুৱাছোন please, please, please dimu da.

  • @mahanandabordoloi3681
    @mahanandabordoloi3681 2 года назад +2

    Wow 😲😲😲👌👌👌👌👌🌹🌹🌹🌹

  • @RajibAhmed071
    @RajibAhmed071 2 года назад +63

    RONALDO ৰ জীৱন কাহিনী ৰ ওপৰত Video লাগে ভাই❤️❤️❤️

  • @krisnobaro717
    @krisnobaro717 2 года назад +1

    Dimpu da bihur 🙏

  • @tggaming2270
    @tggaming2270 2 года назад +5

    Dimpu da apuni xosai mohan...
    Apunar kunu label ni emn subscribers thokar pist u...xodai ana dora thakibo,Aro amar majot ana dora val val video bonai hoi ahibo..🔥🔥🥰🥰...
    Dimpu da amar karona axon notun car loi ahok..😁

  • @samiranvlogs7385
    @samiranvlogs7385 2 года назад +1

    HAPPY bihu Dimpu da

  • @ytprocreation4035
    @ytprocreation4035 2 года назад +15

    তোমালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক❤️😊 কামনাৰে...*

  • @arifaktar5730
    @arifaktar5730 2 года назад

    A mojja

  • @Travelling0009
    @Travelling0009 2 года назад +4

    তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল💞

  • @jintudeka5665
    @jintudeka5665 2 года назад

    Nice....