মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে 'অভিমত'|Part 2
HTML-код
- Опубликовано: 23 ноя 2024
- ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেলৰ ব্যৱধান ৫-০
বিজেপিৰ যাদুত ৫টা সমষ্টিতেই ধূলিস্যাৎ কংগ্রেছ
২৪ বছৰৰ পিছত চামগুৰিত থমকিল ৰকিবুল হুছেইনৰ বিজয় ৰথ
বিহালীত স্বপ্নভংগ সাংসদ গৌৰৱ গগৈৰ
দুৰ্গ অক্ষুণ্ণ ফণীভূষণ চৌধুৰীৰ, অগপতো পৰিয়ালতন্ত্রৰ ৰাজনীতি
সমুখত BTC নিৰ্বাচন, প্রাকক্ষণত উপ-নিৰ্বাচনত বিধ্বস্ত BPF
আধিপত্য অব্যাহত ৰাখি সৰ্বোচ্চ ভোটেৰে দিছপুৰলৈ UPPLৰ প্রাৰ্থী
মহাৰাষ্ট্রৰ মহাযুদ্ধতো ৰণত পৰিল মহাবিকাশ আঘাড়ী
সৰ্বোচ্চ উজাৰিও ঝাৰখণ্ডত হেমন্ত চোৰেণক ৰোধাত ব্যৰ্থ বিজেপি
ৰাজ্যত বিৰোধী একত্রিত হ’ব নোৱাৰাটোৱেই বিপৰ্যয়ৰ কাৰণ নেকি?
’২৬ ৰ নিৰ্বাচনলৈ কি ৰণকৌশলেৰে আগবাঢ়িব কংগ্রেছ তথা বিৰোধী?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে 'অভিমত'|Part 2 #PratidinTimeLIVE
Mp, deputy leader of opposition in the parliament of india, gaurav gogoi,, ek mah bahor pati thakio 10k vote t haril, ..