আপোনাৰ জন্ম কোন বাৰে? জন্মবাৰ অনুসৰি জানি লওক আপোনাৰ ভৱিষ্যৎ, ব্যক্তিত্ব আৰু ভাগ্য | Vastu tips

Поделиться
HTML-код
  • Опубликовано: 28 дек 2024
  • আপোনাৰ জন্ম কোন বাৰে? জন্মবাৰ অনুসৰি জানি লওক আপোনাৰ ভৱিষ্যৎ, ব্যক্তিত্ব আৰু ভাগ্য | Vastu tips
    About this video- জন্মবাৰ অনুসৰি বাস্তু শাস্ত্ৰত আপোনাৰ ভৱিষ্যৎ, আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কৰ্মজীৱন আৰু আপোনাৰ স্বাস্থ্য সন্দৰ্ভত কি উল্লেখ আছে ভালদৰে জানি লওক।
    DISCLAIMER - Disclaimer - The information published in this video has nothing to do with science. This information is based on Vastu Shastra. The information mentioned in the video is collected from various sources. This information is not our channel's own information. Our channel is not responsible if you disagree with the statement.
    স্পষ্টিকৰণ - এই ভিডিঅ’টোত প্ৰকাশিত তথ্যৰ সৈতে বিজ্ঞানৰ কোনো সম্পৰ্ক নাই। বাস্তু শাস্ত্ৰৰ আধাৰত এই তথ্য আগবঢ়োৱা হৈছে। ভিডিঅ’টোত উল্লেখ কৰা তথ্যসমূহ বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে। এই তথ্য আমাৰ চেনেলৰ নিজা তথ্য নহয়। কথাখিনিৰ সৈতে আপুনি যদি একমত নহয়, তেন্তে তাৰবাবে আমাৰ চেনেল দায়ী নহ’ব।
    Other videos -
    • আচল ভগৱান কোন জানেনে? ...
    • যি মহিলাই চাকি জ্বলাওঁ...
    • নিশা সৰিয়হৰ তেল শৰীৰৰ ...
    • এনেকুৱা নয়নতৰা ফুল যাৰ...
    • তুলসী গছৰ তলত চাকি জ্ব...
    #chitraranjannathvideos
    #chitraranjannathvastutips
    #chitraranjannath
    #vastutips
    #vastu
    #vastushastra
    #jyotish
    #jyotishshastra
    #astrology
    #indianastrology
    #assamesevideo
    #birthday
    #assamesevideo
    #ytvideos

Комментарии • 909

  • @HelenDas-x1l
    @HelenDas-x1l Месяц назад +12

    মোৰ ৰবিবাৰ আপুনি কোৱা কথাবোৰ প্ৰায়ে সকলো মিলিছে আৰু হৃদৰোগৰ উপায় পামনে ,ধন্যবাদ জয় মা লক্ষ্মী

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq Месяц назад +35

    মোৰ জন্ম শুকুৰবাৰে, আপুনি কোৱাৰ কথা সমুহৰ লগত মিলিছে , আপোনালৈ অশেষ ধন্যবাদ, আমাৰলৈ এনেবোৰ বাৰটা লৈ অহাৰ বাবে 🙏❤️

  • @jogadharsaikia5041
    @jogadharsaikia5041 Месяц назад +27

    Sob nimilileu prai khini milise ❣️.... jai ma lakhmi ♥️

  • @HS-7896
    @HS-7896 Месяц назад +12

    মোৰ সোমবাৰ...গোটেইখিনি মিলিছে..ভাল লাগিল দাদা ❤

  • @prakashchandra6592
    @prakashchandra6592 Месяц назад +20

    জয় মা লক্ষ্মী শনিবাৰ আপুনি কোৱা কথা বোৰৰ লগত বহুত মিলিছে।

  • @DhrubajyotiBarman-v4v
    @DhrubajyotiBarman-v4v 27 дней назад +3

    Mor Sunday..
    .aponar kothar logot mor gote milise❤❤

  • @jintubharali7029
    @jintubharali7029 Месяц назад +3

    বৃহৎস্পতি বাৰ❤❤❤😊😊😊

  • @boroboro6762
    @boroboro6762 Месяц назад +6

    মোৰ জন্ম শুক্রবাৰে,আপুনি কোৱা কথা প্রায় মিলিছে। ভাল লাগিল, তেজপুৰ

  • @nanditakashyap2373
    @nanditakashyap2373 Месяц назад +3

    মোৰ সোমবাৰ আপুনি কোৱা কথা গোটেই মোৰ লগত মিলি গৈছে Jai Laxshmi Maa 🙏🌸🌺❤️🙏

  • @JonaliRoy-m4q
    @JonaliRoy-m4q 3 дня назад

    Mr jonmo manday aru kotha Bilak milise dhanyvad 👍👍

  • @aradhanapator4895
    @aradhanapator4895 Месяц назад +11

    কথাবোৰ মিলিছে ভাল লাগিল ভিডিঅ'টো।

  • @BhairabNeog-mz9zh
    @BhairabNeog-mz9zh Месяц назад +4

    মংগল আৰু শুক্ৰবাৰৰ কথাখিনি ৮৫শতাংশ মিলি গৈছে। ধন্যবাদ।

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 20 дней назад +1

    বৃহস্পতি বাৰ 😊❤❤🙏🙏

  • @minotideka8967
    @minotideka8967 Месяц назад +5

    ভাল লাগিল। মোৰ জন্ম সোমবাৰে।অলপ মিলিছে। ধন্যবাদ।

  • @soniyadevi4451
    @soniyadevi4451 Месяц назад +2

    Jai maa laxmi 👏👏❤️❤️🙏🙏

  • @krishnabarman6971
    @krishnabarman6971 Месяц назад +5

    জয় মা লক্ষ্মী মাৰ কৃপাত বহুতে কথা মিলিছে । জন্ম বাৰ শুক্ৰ বাৰ

  • @JyotikaBora-cn8uk
    @JyotikaBora-cn8uk Месяц назад

    Dhanyawad. Apunar Xokolu kotha mur lgt mili goiche

  • @lakhimiborthakur7893
    @lakhimiborthakur7893 Месяц назад +4

    মোৰ জন্মবাৰ হৈছে শনিবাৰ৷আপোনাৰ কথাখিনি প্ৰায় মিলিছে৷শ্ৰদ্ধাৰে ধন্যবাদ৷মোৰ ঘৰ যোৰহাটত৷মই জ্যোতিষ ও বাস্তু মানো৷

  • @SaundarjyaDas
    @SaundarjyaDas 27 дней назад +1

    Har har Mahadev 🙏🙏🙏

  • @sashipatowary8614
    @sashipatowary8614 Месяц назад +6

    মোৰ জন্ম শুক্ৰবাৰ, মোৰ প্ৰায় খিনিয়ে মিলিছে , শুনি ভাল লাগিল।

    • @bkp9774
      @bkp9774 Месяц назад

      মোৰ শুক্ৰ বাৰ, বহুত মিলিছে ।

  • @kashmiri166
    @kashmiri166 10 часов назад +1

    দেওবাৰ।

  • @judhisthirhajong9177
    @judhisthirhajong9177 Месяц назад +3

    জয় মা লক্ষ্মী মোৰ বৃহস্পতিবাৰ কথাবোৰ মিলিছে

  • @TutuMoni-h1n
    @TutuMoni-h1n 2 дня назад

    মোৰ জন্ম হৈছে শনিবাৰৰ
    আপোনাৰ কথাটো মোৰ সঁচা কৰে মিলি গৈছে ❤
    ধন্যবাদ ❤❤❤❤❤❤

  • @arunagogoi8750
    @arunagogoi8750 Месяц назад +3

    মোৰ জন্ম দেওবাৰে.... প্ৰায় বিলাক মিলিছে😊, ধন্যবাদ

  • @amiyakumai3616
    @amiyakumai3616 Месяц назад +2

    জয় মা লক্ষ্মী ।মংগল বাৰ।প্ৰায় মিলিছে

  • @dipalinath03
    @dipalinath03 Месяц назад +3

    মোৰ দেওবাৰে জন্ম। কথাবোৰ প্ৰায় মিলিছে। জয় মা লক্ষ্মী।

  • @Pranaykonwar572
    @Pranaykonwar572 27 дней назад

    বাঃ কথাখিনি শুনি আচৰিত হৈ গলো, মোৰ লগত সকলো কথা মিলি গৈছে। আৰু এনেকুৱা video আগবঢ়ায় যেন তাৰে কামনা কৰিছোঁ, জয় মা লক্ষ্মী 🙏❤️✨🌼🔥🔥🔥🔥

  • @hirumanidas
    @hirumanidas Месяц назад +3

    জয় মা লক্ষ্মী

  • @gouridaimary4940
    @gouridaimary4940 Месяц назад +1

    🙏♥️♥️♥️ Joy maa Loxmi, mor Monday, bohut milise dhonyobad

  • @nabajitbarman2634
    @nabajitbarman2634 Месяц назад +3

    মোৰ জন্ম মঙ্গল বাৰ।বৃশ্চিক ৰাশি।100%মিলিছে । ধন্যবাদ।

  • @sumangorh4479
    @sumangorh4479 Месяц назад +1

    মোৰ গোটেই খিনি মিলিছে ..ভাল লাগিল ❤

  • @sompuphukon5166
    @sompuphukon5166 Месяц назад +2

    Jai maa laxmi🙏🙏🙏

  • @BhaskarDutta-e4p
    @BhaskarDutta-e4p Месяц назад +1

    Hosaka mor kotha bur milisa❤❤❤😊😊

  • @gayotribhuyan5639
    @gayotribhuyan5639 Месяц назад +3

    মই শুক্ৰবাৰে জন্ম মোৰ লগত প্ৰায়বোৰ কথাই মিলিছে 😊

  • @jyotiprashadnath1106
    @jyotiprashadnath1106 Месяц назад +1

    কথাবোৰ মিলিছে ভাল লাগিল মোৰ জন্ম ৰবিবাৰ

  • @swaragjyoti9562
    @swaragjyoti9562 Месяц назад +2

    Golaghat

  • @priyangkabaro1837
    @priyangkabaro1837 Месяц назад +2

    Tuesday 😊 gutei kotha bor milise

  • @RitasriLaram
    @RitasriLaram Месяц назад +2

    Jai. Maa. Laxmi🪔🪔🪔🙏🙏🙏

  • @suru6540
    @suru6540 Месяц назад +1

    জ‌য় মা লক্ষ্মী। মুৰ লগত মিলিছে। সোমবাৰ

  • @Shraboni..4548
    @Shraboni..4548 Месяц назад +54

    Gutai kotha bur mili goise mur wednesday

  • @chetiaDipanjali
    @chetiaDipanjali Месяц назад +1

    Right 👍 মোৰ জন্ম ৰবিবাৰে। মোৰ মণৰ কথা বিলাকে মিলি গৈছে।🎉🎉🎉🎉

  • @priyakonwar4312
    @priyakonwar4312 Месяц назад +1

    জয় মা লক্ষ্মী ❤দেওবাৰ

  • @TaloKabak
    @TaloKabak 16 дней назад

    Jai maa laxmi thank you dhanyvad sob mili goise

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 Месяц назад +2

    মোৰ জন্ম সোমবাৰে ❤❤ সকলো খিনি কথা মিলিছে। ধন্যবাদ থাকিল দাদা ❤❤❤

  • @MainuHandique-z3t
    @MainuHandique-z3t 14 дней назад

    শনিবাৰে জন্ম হোৱা ব্যক্তিৰ লগত মোৰ কথা কেইটা মিলিছে। ধন্যবাদ থাকিল আপোনা লৈ

  • @DapantiMoran-gz5uz
    @DapantiMoran-gz5uz Месяц назад +1

    Joi ma lakhi🙏 bhut val lagil

  • @TriptiDasgoala
    @TriptiDasgoala 27 дней назад

    Gutei kothabur milise ... Mur Saturday t jonmo

  • @dipantaye1209
    @dipantaye1209 Месяц назад +1

    Joy Maa Laxmi ❤❤❤ guteiburei mur mili goise

  • @rajudeka4679
    @rajudeka4679 Месяц назад +1

    জয় মা লক্ষ্মী🙏🙏 ।। প্ৰায়ভাগ মিলিছে। ভগবানৰ কৃপাত মঙ্গলবাৰে আহিছিলো এই ধুনীয়া পৃথিৱী খনলৈ

  • @Manshiiii581
    @Manshiiii581 День назад

    দেওবাৰে,খুবেই মিলিছে😊

  • @BornaliBorbora
    @BornaliBorbora 9 дней назад +1

    মোৰ জন্ম বুধবাৰ আপোনাৰ বহু কথা মোৰ লগত মিলিছে (গাৰ ৰং আৰু মই মোৰ পৰিয়ালৰ মানুহক বহুত ভাল পাও আৰু এটা কথা মোৰ খং আছে অলপ কথাতে খং উঠে আৰু মোৰ ১৩ বছৰ বয়সত বহুত বেয়াকৈ দুখ পাইছিলোঁ মইতো মৰা পৰা বাচিলোঁ মোৰ পেটৰ অসুখ হৈ থাকে কিন্তু মোক সৰু হোৱা বেমাৰ হলে মই গুৰুত্ব নিদো কাম বন কৰি থাকো আপোনাক বহুত বহুত ধন্যবাদ জনালো আৰু ভিডিঅ দি যাব আমি প্ৰত্যেকেই উপকৃত হব পাৰিম 😊জয় মা লক্ষ্মী 🙏🙏🙏

  • @DiptiDas-vy7jw
    @DiptiDas-vy7jw 23 часа назад

    Mur Tuesday ❤
    Apuni kuar nisina hokolubur mur lgt milise ❤❤

  • @PratimaBhuyan-c3m
    @PratimaBhuyan-c3m Месяц назад

    Mur hukrobar,,bhut kotha milise mur lgt

  • @Bhargab-Brahma123
    @Bhargab-Brahma123 Месяц назад +1

    Mur jonom Sunday,30/11/2008 dina hoisil aru apunar kuwa xokolu kothaburei milise
    Aru kiba janile please mur karone pin korok,please❤

  • @NehaDey-l8i
    @NehaDey-l8i Месяц назад +1

    Amar promatmaa amar lakhi maa ❤❤❤ joy maa

  • @KrishnaKrishna-ky1os
    @KrishnaKrishna-ky1os Месяц назад

    দেওবাৰে জন্ম!!!! মিলিছে❤❤❤❤

  • @SbD-01
    @SbD-01 Месяц назад

    সোমবাৰ ❤ মিলি গৈছে😊

  • @dipagogoi8641
    @dipagogoi8641 Месяц назад

    Val lagil huni kothabur ❤

  • @ninitaninita5873
    @ninitaninita5873 Месяц назад +1

    Moy tamul pur dstk paraa koi asu mr laraa jnm Sani bare kintu apunar katha গোটেই খিনি মিলিছে dhanyab ❤ আপোনাৰ vdo gadai saithaku ❤❤❤❤

  • @pallab-gohain
    @pallab-gohain Месяц назад +1

    শনিবাৰে। গোটেই খিনিয়ে মিল আছে। 😊

  • @hiranyadas4676
    @hiranyadas4676 16 дней назад

    Gutei kotha bur milise

  • @utpaldas1065
    @utpaldas1065 Месяц назад +2

    SANIBAR HOISE MOR JANMABSR .AIKHINI KATHAO MOR LAGATO 100%-A MILI GOISE
    BAHUT VAL LAGIL .(DHOINYABAD .)JAY SHREE RAM.( 💥💥🙏🙏🙏🙏💥💥.)

  • @RanjanBorah-p4o
    @RanjanBorah-p4o Месяц назад +1

    ❤❤❤

  • @Krishna_Astha_A33
    @Krishna_Astha_A33 Месяц назад +1

    Deu Bar ❤

  • @babitaboro3259
    @babitaboro3259 Месяц назад

    Mur jonmo Sunday khuni val lagil 🙏

  • @microalgae101
    @microalgae101 Месяц назад

    Jai Maa Laxmi..........kisu kotha milise

  • @GauriDutta-j7k
    @GauriDutta-j7k Месяц назад +2

    Joi ma loxme moi sundayt jonmo

  • @PurabiBorah-gn9gb
    @PurabiBorah-gn9gb 28 дней назад

    দেওবাৰ মোৰ লগত সম্পূৰ্ণ মিলিছে।

  • @Jashodamedhi
    @Jashodamedhi Месяц назад

    Saturday mili goise 🙏🏼😌❤️

  • @nabinbora9689
    @nabinbora9689 Месяц назад +1

    জয় মা লক্ষ্মী মোৰ বহুত কথাই মিলিছে। মৰিগাঁও।

  • @BasantiBasumatary-fm6zt
    @BasantiBasumatary-fm6zt Месяц назад

    Nice,Jai honuman(Tuesday)

  • @LavitaKalita-c9v
    @LavitaKalita-c9v Месяц назад

    Mon de kotha kheni suni bhut vl lagil kotha bor bohut khini a milise

  • @MinuBoro-dx6rl
    @MinuBoro-dx6rl 23 дня назад

    মোৰ ছোৱালীৰ জন্ম হৈছে বুধবাৰে
    আপোনাৰ কোৱা কথাখিনি গোটেই মিলিছে
    আৰু ল'ৰাৰ জন্ম ৰবিবাৰে এই খিনিও মিলিছে আৰু মাজত কিছু কথা ধৰিব নোৱাৰিলো গোটেই খিনিয়ে
    ইয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏🙏

  • @deeptirkyofficial274
    @deeptirkyofficial274 Месяц назад

    Bohut bhal lagil

  • @jayantanath2444
    @jayantanath2444 Месяц назад

    Mur milise❤❤❤

  • @moligogoi2267
    @moligogoi2267 Месяц назад +1

    সুন্দৰ কৈ। কথা। কয়। আপুনি। বৰ ভাল লাগে। শুনি সকলো কথা। ।।।

  • @angelinaathkpm239
    @angelinaathkpm239 Месяц назад

    Sunday ekdom thik koise Joi ShreeHori🙏

  • @anjanagogoi6105
    @anjanagogoi6105 Месяц назад

    ৰবিবাৰ ,সকলো মিলিছে । জয় মা লক্ষ্মী 🙏🙏🏻

  • @sangitasaikia3467
    @sangitasaikia3467 Месяц назад

    Mur jonmo tuesday, apuni kuwa kotha bur prai milisei. Val lagil xuni. 🙏🤗

  • @ranjanasharma8200
    @ranjanasharma8200 Месяц назад

    Moi azarar pora suni asu moi sonibare jonmo paisilu Mur logot kotha keita milise bohut val lagil

  • @halidakhatun2288
    @halidakhatun2288 Месяц назад

    Mur hukrobar mur logot hokolu kothay milise thank you so much dada❤

  • @localsuwali8699
    @localsuwali8699 Месяц назад +1

    কথাবোৰ মিলিছে মই শনিবাৰে জন্ম পাইছোঁ ❤❤

  • @pradipmahanta9247
    @pradipmahanta9247 Месяц назад +2

    ৰবিবাৰে জন্ম আপুনি জি কৈছে সকলো মিলি গৈছে 😊 জয় মা লক্ষ্মী 🙏

  • @TulikaDas-kc7hx
    @TulikaDas-kc7hx Месяц назад

    Milise bohut Dada ❤

  • @BhadrakantaGogoi-g6m
    @BhadrakantaGogoi-g6m Месяц назад

    আপোনি কোৱা কথাখিনি সম্পুৰ্ন সত্য মিল আছে শুকুৰ বাৰ Bhadra kanta gogoi ❤

  • @PurabiDeka-vc1ps
    @PurabiDeka-vc1ps 29 дней назад

    Gotai milisha😊

  • @chandramabharali1
    @chandramabharali1 Месяц назад +1

    জয় মা লক্ষ্মী🙏মই দেওবাৰে জন্ম। কেইবাটাও কথাই মিলি গৈছে মোৰ লগত।

  • @Trini7698-sp5
    @Trini7698-sp5 Месяц назад

    Sunday ,mili goise dai😊

  • @Kalpanapatar-y5u
    @Kalpanapatar-y5u Месяц назад

    সোমবাৰ আপোনাৰ কথাখিনি মোৰ সকলোখিনিয়েই মিলিছে বহুতেই সুখি হলো ধন্যবাদ

  • @DalimRabha-in7it
    @DalimRabha-in7it Месяц назад +1

    Bohut val lagil Thank you DADA mur jonom bar robi bar hose

  • @Mr_Deep_official_
    @Mr_Deep_official_ 22 часа назад

    Love from Morigaon ❤

  • @jodumonigogoigogoi7592
    @jodumonigogoigogoi7592 Месяц назад

    Vedio2 sai val lagil Mai u deubary janma hoisu❤❤❤❤❤

  • @bidyawatisonowal9645
    @bidyawatisonowal9645 Месяц назад +1

    Joy ma lokshmi

  • @Sarmah123-
    @Sarmah123- Месяц назад

    বৃহস্পতি বাৰটো মিলিছে ❤

  • @ushadas1841
    @ushadas1841 Месяц назад

    মোৰ জন্ম সোমবাৰ আপোনাৰ কথখিনি মোৰ লগত প্ৰায় মিলিছে ভাল লাগিল

  • @UttamNath-qs7jv
    @UttamNath-qs7jv Месяц назад

    Val lagil 89%

  • @LuckymoniLuckymonigogoi
    @LuckymoniLuckymonigogoi Месяц назад

    Mur jonmo bartu brihashpatibar praybilak kotha y milise👍

  • @CHANNDRIMAA
    @CHANNDRIMAA Месяц назад

    ❤মংগল বাৰ ❤

  • @Lxrddd_Gea
    @Lxrddd_Gea Месяц назад +1

    Mor logot milisa day ,mor Saturday dina jonmo

  • @KamalDas-q4d
    @KamalDas-q4d Месяц назад +1

    মোৰ সোমবাৰে জন্ম। কথাবোৰ প্ৰায় মিলিছে । জয় মা লক্ষ্মী।