Gaon or dukhia sadharan vabe jiban japan kori amuthi amuthi saul aru arihona poisa bur anekoi saradh kori sompoti pahar bonale. Sanghar mul or pora case file korok.
An example of Babul Bora's corruption: During the UGC visit, he assured us that we would receive a 20% refund of our tuition fees for the last semester of our M.A. program. However, despite completing our master's degree in 2022, we have yet to receive the promised refund.
Moi ata katha kob khuji apunal ok k karan jibilake comment bor likhise hoito mont duhk paise aikarane sri manta sankar dev r lgte amar Assamese manhu khiniu khakolu re abeg jorit hoi ase bora baap jonai jodi aito krise val kaam kora nai .. aiyar patifal adin paboi . Sankar dev sangha t kunuba ajon manhu ahile mana krib nuware koneu so bora baap jon ahute val bea gom powa najai .aru atia aito bea kaam krise but moi apunalok ata anurod krisu jate sankar dev r ai dharmo took bea koi nakoi ba sankar dev r bikhai bea koi nilikhe... Krishna
অতি ভক্তি চোৰৰ লক্ষণ । জয় গুৰু শঙ্কৰ' ।।। জয় শঙ্কৰদেৱ সংঘ কি জয় ।।।
।। মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নমো।। সংঘীয় পন্থাৰ হৈ অনেক নীয়মৰ ধৰ্মীয় বৰঙনীৰ উৎপীড়ন সহি নিজকে নীচ বুৰ্বক যেন লাগিছে । নেপায় দেই সংঘৰ নামত ধৰ্মৰ নামত আমাৰ কষ্টৰ টকা আত্মাসাৎ কৰিব । প্ৰভূ কৃষ্ণহে বুলিলো । বোলে কথাতে কয় নহয় অতি ভক্তি চোৰৰ লক্ষন।
গাহৰি পুহিলে এঘৰীয়া কৰে ,এতিয়া এই বাবুল চোৰটোক কি কৰিব আমি চাম |
একো নহয় বাপজনা। চিন্তা নকৰিব ১ বা ২ বছৰ মান এঘৰীয়া কৰিব। পিছলৈ নাম এভাগী পাতি সঙ্ঘৰ বৰমূৰীয়া কেইজনক অন্ন পান কৰাই দিলেই সকলো শুদ্ধ হৈ যাব। চালা গুৰুজনাৰ নামত তহত বোৰ মহা কলঙক। সঁচা নে মিছা নিজে নিজকেই সুধি চাব, ,,,😅😅😅😅
You are right.
Correct
jene guru tene hishya.
ই হাৰামি বুলি মই , লুৰিন ডাঙৰীয়া লগত তৰ্ক কৰোতে আৰু political leaders লগত বেছি সলি গলি কৰোঁতে জানিছিলো।।
এইজনৰ কাৰ্যকালতে শঙ্কৰ সঙ্ঘৰ মান যঠেষ্ট অৱনমিত হ'ল।
ধৰ্ম তো ৰাজনৈতিক নেতা মন্ত্ৰী সকল সোমাই এনেকুৱা হয়।।
ধৰ্মৰ নামত কলংক সনা এইজনা বাবুল বৰাক নঙঠা কৰি ৰাইজৰ আগত আঠুকঢ়াই থওক ।এওঁৰ কাৰণে বহুত নিবনুৱাৰ অৱস্থা কি হ'ল দেখছিলে ।মোৰ দৰে কিমানে শঙ্কৰ সঙ্ঘ এৰিব লগা হ'ল ।আৰু কত কি আছে ।
ৱাচিং মেচিনত সোমালে সকলো চাফা হৈ যাব
ধৰ্ম নামত এই বোৰ দালাল
মুখত যিহে হৰিৰ নাম । মস্ত চুৰ হে ওলাল । 😂😂😂😂
কাম, কোৰ্ধ, লোভ, মোহ নৰকৰ দ্বাৰ। হেন জানি ইহাকে কৰিও পৰিহাৰ।। এয়া গীতা শাস্তৰ মহান বাণী। ভকতি ঠিকেই কৰিলে কিন্তু লোভে সকলো বৰবাদ কৰি পেলালে। পাৰি বনে পুনৰ ঘুৰি বলে ?
Mojah val lagil
Mojja 👏👏
শংকৰ সংঘৰ গুৰুৰ নামত এই কেইটা কলংক
RSS ৰ শৰণাপন্ন হৈ ৰাজনৈতিক নেতা হোৱাৰ সপোন ৰচি আছে
মহাপাপে চুব
বাবুল বৰা ডাঙৰীয়াই জেলত গৈ ভাগৱতৰ আচল তত্ত্ব উপলব্ধ কৰক, জয় গুৰু শংকৰ,কৃষ্ণ❤
হোম পুৰি ছোৱালী বিয়া দিব বুলি শুনিলেই বহিস্কাৰ কৰা সংঘৰ সংবিধানে এই বোৰক অপৰাধ কি বিচাৰ কৰিব৷ সমাজৰ পৰা বহিস্কাৰ কৰিলে অলপ দিনৰ পাচত অন্য অনুস্থান সোমাই যাব৷লেঠা খতম
চবকে টকা ক্ষমতা লাগে - সেয়ে ৰাজনীতি , ধৰ্ম বা আন ঠাইত থাকিব লাগে।
কৃষ্ণ কৃষ্ণ উঠি অহা চামক কি শিক্ষা প্ৰদান কৰিছে।
অতি ভক্তি চোৰৰ লক্ষ্যণ ,,আজি কথাষাৰৰ সত্য প্ৰমাণিত হ'ল
লাজ লগা দৃশ্য গৰিহণাৰ পাত্ৰ কৃষ্ণ 🙏 কলিয়াবৰ
আৰু বাকি বোৰৰ কি হব এনেকুৱা কিমান এতিয়া বাচি যাব যে ৰাইজ সচেতন হওক ঘৰ বিভিষন বোৰৰ পৰা
লুৰিণজ্যোতি গগৈ দাদাক গালি পাৰোতেই গম পাইছিলো এখেতৰ নাটক
Apuni lurin jotir kijan lengti dhora
লোভ মোহ বেয়া কথা আইন ৰ মজিযালৈ
ধৰ্মত কলংক ।ভাল মাছেই মিৰিকা ।
গছৰ গুৰিত বেছিকৈ পানী ঢালিলে নেকি 😂
কৃষ্ণ কৃষ্ণ বাবুল বৰাই নিয়া টকাখিনি তেখেতৰ ঘুৰাই লব লাগে আৰু তেখেতক সংঘৰ পৰা বহিষ্কাৰ কৰিব লাগে ।😊
CBI ED ক দিব লাগে।
Best
লাচ নাইকিয়া
এই জন ৰাজনীতিৰ মানুহ টকাৰ লোভ বেছি
Bahut val korise,
Morigaon
বাপৰ পাপ ৷ সম্পত্তি বাজেয়াপ্ত কৰা নাই কিয় ? মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক ক’ত ? চৰকাৰ নিচুপ নিমাত কিয় ?
Toi bedeshi dalal hoi sai baba kotha sinta kor
Aru ase aru ulab
Johora aitu kula valuk Tu 😂😂😂 3:00 3:02 3:05 3:06 3:06 3:07 3:07 3:07 3:07 3:07 3:08 3:08 3:08 3:08 3:08 3:08 3:09 3:09 3:09 3:09 3:09 3:10 3:10 3:10 3:10 3:10 3:10 3:11 3:11 3:11 3:11 3:11 3:12 3:12 3:12 3:12 3:12 3:12 3:13 3:13 3:13 3:13 3:13 3:13 3:14 3:14 3:14 3:14 3:14 3:15 3:15 3:15 3:15 3:15 3:15 3:16 3:16 3:16 😅😅😅😅
আমাৰ সমাজত কথা এশাৰী আছে নহয়,বোলে মহন্তৰ চিন মাহনিত।
অতি ভক্তি চুৰৰ লক্ষণ।আজি কথাৰ নহয়।
অপৰাধিৰ কোনো ধৰ্ম নাই, okl miyaa bea kam nkre
কৃঞ্চ, জয় গুৰু শঙ্কৰ,সংঘৰ পদবীয়েই নহয়,এনেকুৱা বাপৰ সংগী পদেই বাতিল কৰিব লাগে ,লুৰিণজ্যোতিৰ লগত লাগোতেই দুমূখীয়া চৰিত্ৰ ওলাইছিল ।
Vokotr namot sutia aitu
কালিমা সনা এই চতৰটোক চেন্দেল ৰৰ মালা দি ঘুৰোৱা হক কাৰন আমাৰো সঙ্ঘৰ পইচা মুলত যাই
ঈশ্বৰ আছে
Jail যাবনে
ছিঃ ছিঃ ধৰ্ম নামত টকা ঘটি খাবলৈ লাজ নালাগেনে? বগা ভক্তি বস্ত্ৰ পিন্ধি ৰ চোৰৰ ধানদা।
Think about you
পাপে চুব ধৰ্মৰ নামন পইছা খোৱা এই পাপি মুখা পিন্ধা জনক
Val hol papi
বাবুল এ এইবাৰ মিনিষ্টাৰ হব
যদি কথাবোৰ সত্য হয় তেন্তেহলে তেও নিশ্চয় হুলুকা হুলুকে তেজ বমি কৰিবই লাগিব । আগতে এনেকুৱা ঘটনা হৈছে কিন্তু ।
গাহৰি পুহিলে এঘৰীয়া কৰাবোৰক পাপে ছোব।
Aru bahut ulabo sage
অতি ভক্তি চোৰৰ লক্ষ্যন
লোভ মোহ দোহো বাঘ সততে নচাৰে লাগ উদাহৰণ বৰা বাপ ?
Axom sahitya sabha r pra Paramananda MLA hol eyabar Babul r pal MLA hua😮
Kakai Bhai duyutai dhurandhar. Songhai chinipua deri hol.
Gaon or dukhia sadharan vabe jiban japan kori amuthi amuthi saul aru arihona poisa bur anekoi saradh kori sompoti pahar bonale. Sanghar mul or pora case file korok.
এই বোৰ ধৰ্মীয় প্ৰতাৰক,।
শংকৰ সংঘ ধুৰা সাপ ধুৰা সাপ।
এয়া নেকি ধৰ্মৰ নামত বেপাৰী
জেলত ভৰাই দিয়ক ইয়াক কেলা ৷ লেওৰা বাপ ৷
ই বৈকুণ্ঠত স্থান পাব
Nagaon r kot ghor aijon r😅😅
ধৰ্মই ক্ৰিৰা কৰা নাই
অতি ভক্তি চোৰৰ লক্ষন ।সকলোতে এই নাম থকা এই শ্ৰী মন্ত শংকৰ দেৱ সংঘৰ আটাইত কৈ উচ্ছ ধৰ্ম বুলি কোৱা হয় যদিও কিছুমান মানুহ লোভত বন্দি হৈ দেখাত হে ধৰ্মৰ কথা কয় ।ঠায়ে এনাজৰীৰে বান্ধ খোৱা ধৰ্ম লৈছো বুলি কৈ আজিও সমাজৰ পৰা সৰু কথাতে শংকৰ দেৱ সংঘৰ পৰা বহিস্কাৰ কৰি থোৱা দেখা যায় ।ভূক্ত ভোগী আমি ।আছল মুৰব্বী জনেই যদি টকাত চকু এই সৰু কথাত আজি মাতিব কোনে ।যি দেখীচো শংকৰ দেৱ সংঘত সমাজৰ পৰা বহিস্কাৰ কৰা কাজিয় গন্দগুল বেচি দেখা যায় ।অৱশ্যে বেয়া মানুহৰ বেয়া কাম ।সকলোৱে এই কাম কৰিব নোৱাৰে ।কৃষ্ঞ ।জয় শ্ৰী মন্ত শংকৰ দেৱ শংঘ ।ৰাম ৰাম সেৱা জনাইচো ভগৱন্ত ভকতক ।
ধৰ্মৰ নামত কলঙ্ক কেনেকৈ পাৰে ইমান বেছি তললৈ যাব। কৃষ্ণ কৃষ্ণ
Baap Jona sun mosto khokua😂😂😂 ......... 🙏🙏 Koi sob luti lole
Dhongkha habo
Johora aitu kula valuk Tu 😂😂😂
Dkhiboi mn njai aijonak...
Poisa bur recover hobone
ঘৃণনীয় ভাষা নাই।কাম ক্ৰোধ লোভ মোহ নৰকৰ দুৱাৰ জানিও বিনাদ্বিধাই বেয়া কাম।
An example of Babul Bora's corruption: During the UGC visit, he assured us that we would receive a 20% refund of our tuition fees for the last semester of our M.A. program. However, despite completing our master's degree in 2022, we have yet to receive the promised refund.
গাহৰি কুকুৰা পুহিলে এঘৰীয়া কৰা বাবুল বৰাই এতিয়া কি উত্তৰ দিব ।সংঘৰ নামত লাখ লাখ অসমীয়া মানুহক এলেহুৱা কৰি পেলাইছে ।
এই দুইনম্বৰী দেৱগৰাকীৰ অৱস্থা কি হৱ এতিয়া ?
Eijon Babul Bora Assam Grameen Vikash Bank-or vikhoya asil neki ?
Koli feti tu 🐍🐍🐍
Moi ata katha kob khuji apunal ok k karan jibilake comment bor likhise hoito mont duhk paise aikarane sri manta sankar dev r lgte amar Assamese manhu khiniu khakolu re abeg jorit hoi ase bora baap jonai jodi aito krise val kaam kora nai .. aiyar patifal adin paboi . Sankar dev sangha t kunuba ajon manhu ahile mana krib nuware koneu so bora baap jon ahute val bea gom powa najai .aru atia aito bea kaam krise but moi apunalok ata anurod krisu jate sankar dev r ai dharmo took bea koi nakoi ba sankar dev r bikhai bea koi nilikhe... Krishna
Bora bap , eiya ki ?
Ehote Srimanta sankerdev xeh koril
Babul sur
চোৰ বিলাক এনেকুৱাই যদি কথাটো সঁচা
Bartaman dharma tu business hoise
😂😂😂😂 babul da Sur ha hol goi nii. Aghoriya kodok raija eyak
Mohan sur
Aitu sur hoi babul johoratur
bohut agote newsot nam ulaisil tatiai bibosta lob lagisil.
বাপজনা মানে চোৰ…কপৌচেলোৱা দুটামান দিব লাগে
sankar sangha hoise hindu tablighi jamat. ami prag sankari jugor culture ubhotaie anibo lagibo tehe akhomiya basibo.
Sobei lute sage, eu dhora pori gol, etia eghoria kori dilei hol
Surr basha😅
E dhankho korile.... Yak kio uliabo nuare re
Moi aagor pora janu .himntar logot log lagi mla ticket lowa matha marsil
Jail nhb nki .....wah kla
😂😂😂😂 অতি ভক্তি চোৰৰ ....
Pisr hmoikhini jelt thakible diok
Anjana moha papi
Bhandra Bhakat hoi. E bap nohoi beinami bhakat.
Teolukor Family tuye letera 😂