Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
গুৰুজনাৰ কৃপা আপোনাৰ শিৰত বৰিষণৰ কামনা কৰিলো।সকলো একেই,এক পৰম শক্তি।গুৰুৱে এক কৰে,ভকতেহে ভাগ ভাগ কৰে।আপুনি সঁচাকৈ মহান।আপোনাৰ দৰে লোকৰ পৰাই সমাজত মানৱসেৱাই বিকাশ লাভ কৰিব। ৰাম কৃষ্ণ,ৰাম কৃষ্ণ।
এইয়াই অসমীয়া❤ গুৰু শংকৰ মাধৱ দুজনাৰ আদৰ্শ,যত সকলো জাতি এক হৈ থাকিব পাৰে,এক দেৱ এক সেৱ,এক বিনে নাই কেৱ ❤ কৃষ্ণ হৰি ৰাম নাৰায়ণ মাধৱ❤তেখেতৰ বক্তব্য অতি ভাল লাগিল ,ধন্যবাদ ,ভগৱন্তই কৃপা কৰক❤
🙏🏻🙏🏻🙏🏻 কৃষ্ণৰ চৰণত স্থান লাভ কৰি যেন আৰু আগবঢ়াই নিয়ে আপোনাৰ ভবিষ্যতৰ জীৱনত। আম্মাত ভগৱানে যেন বাস কৰিবলৈ লৈছে। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হৈ হওক ।
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো দীৰ্ঘায়ো হওঁক।
খুব সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ধন্যবাদ জনাইছো আপোনাক
এনে সুন্দর কন্ঠ সদায় থাকক তারে কামনা
কৃষ্ণ🙏কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ👌👌👍👍
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শঙকৰ ওম নমো ভাগবতে বাসুদেবাই
কৃষ্ণ প্ৰভু কৃষ্ণ বিনেই নাই নাই নাই।সকলো ধৰ্ম দ্বাপৰ যূগত গল।কলিত কৃষ্ণ বিনেই বেলেগ ঈশ্বৰ নাই🙏🙏🙏🙏
কৃষ্ণ হৈছে সাৰ্বজনীন ইশ্বৰ ই কোনো সাম্প্ৰদায়িক ইশ্বৰ নহয় কৃষ্ণ নাম সকলোৱেই লব পাৰে তেখেতলৈ শুভ কামনা জনালো।
সুন্দৰ হৈছে 👏👏👏❤❤
এজন প্ৰকৃত অসমীয়া । ভগৱানে আপোনাৰ মংগল কৰক ।
সুন্দৰ কৃষ্ণ কৃষ্ণ
Bahut Bahut Bhal Palo Aponar Kanthat Gurujonar Borgeet Suni KRI SHNA KRISHNA❤❤❤
ৰাম নাম সচাঁই মধুৰ। 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
বহুত ভাল লাগিছে, গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত চৰ্চ্চা কৰাৰ বাবে ।আগলৈও আগবাঢ়ি যাওক ।
সুন্দৰ আদৰ্শ 🙏 কৃষ্ণ
আপুনি সচাকৈ মহানক্বষ্ণ ক্বষ্ণ বাপ সেৱা জনাইছো।
আচৰিত হলো
ধন্যবাদ
Bahut bhal lagil. Krishna. God will bless you.
🙏কৃষ্ণ
ঈশ্বৰে কৃপা কৰক।
এই জ, প্রকৃত অসমীয়া। দীর্ঘ জীবি কামনা কৰিলো।
বহুত ভাল লাগিল। বৰ্তমান সময়ৰ সন্দাসাই।
কৃষ্ণ কৃষ্ণ সেৱা ধৰিলো খুবেই ভাল লাগিছে
আপোনাৰ বৰগীত গুণী ভাল লাগিল ধন্যবাদ
ভগৱানে কৃপা কৰিব।
কৃষ্ণ কৃষ্ণ, বৰ ভাল লাগিল,,,,,
Anushthanto bhal lagil. God bless you.❤❤❤
প্ৰণাম জনাইছোঁ।
অসম লাইভ চেনেলৰ যোগেদি আপোনাক ধন্যবাদ
If all Muslims of Assam çonvert into Ek-Sharan NaamĎharma they will be able to live peacefully.
আহমেদ ডাঙৰীয়া লৈ শত কোটি প্ৰণাম জনাইছো।
Krishna 🙏 bap "joi guru sankardev"
Ajon prokrito sadhok.A singer in reality. Salute to him
Krishna probhu 🙏
Bhut dhuniya hoise
Krishna Krishna bap 🎉
🙏🙏 কৃষ্ণ কৃষ্ণ
Eiai prakit bhatitya bodhor parichoi.tekhetok bohut dhanyabad janaichu
যি কম সঁচা কম---------------হয়টো আপোনাৰ বহু পূন্য থকাৰ বাবেই এনে এটা পৰিৱেশ পাইছে । ভাল সংস্কাৰৰ ব্যক্তি আপুনি । সমজ্ঞান প্ৰাপ্ত আপুনি । ভগৱানে কুশল কৰক ।
Bahut sundar ,,,val. Lagil ,🙏🙏🙏🙏🙏
নমস্কাৰ জনাইছোঁ । আপোনাৰ নিৰলস সংগীত (বৰগীত)চৰ্চা আৰু সাধনাই অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধন কৰাৰ উপৰিও ধৰ্মীয় বাধা নিষেধ আঁতৰাই সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাত সহায়ক হ'ব। গুৰু দুজনাৰ সৃষ্টি আৰু আদৰ্শ ও বিস্তাৰিত হ'ব । জয় গুৰু শংকৰ !
Pranam❤❤❤❤❤❤❤❤❤❤❤❤❤
আগন্তুক দিনত ভগৱান সহায় হওঁক।
কৃষ্ণ ! আদৰিছোঁ।
শতয়ু।আয়ুস। কামনাৰে। কৃষ্ণ। কৃষ্ণ
নাৰায়ণ কৃষ্ণ
Krishna Krishna namaste 🙏 ♥️ ❤️
Bor bhal lagil,gurujonar apurbo sristi, kotha shure hokoluke akorkhon kore,
🙏🙏🙏
🙏🙏🙏🙏🙏🙏
❤
এজন গুণ ৱান ব্যক্তি ।
We r very happy
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Xundar xadhana .
❤❤❤❤❤❤
আপোনাক প্ৰণাম কৰিছো।
তেখেতে হিন্দু শাস্ত অধ্যয়ন কৰে নিশ্চয়।
Krishna Krishna Krishna Krishna. Bapjan sewahe J
Creative thingking
আহমেদ ডাঙৰীয়াক সেৱা জনাইছোঁ
ৰাজা সঙ্গীত শিক্ষক দেই
Gaboloi mati ani ene koribo napai iman xadhona kora byakti jonok apoman korise mane aamar Sankardev gurujonak apoman korise,bar beya lagil
🙏🙏
গুৰুজনাৰ কৃপা আপোনাৰ শিৰত বৰিষণৰ কামনা কৰিলো।সকলো একেই,এক পৰম শক্তি।গুৰুৱে এক কৰে,ভকতেহে ভাগ ভাগ কৰে।আপুনি সঁচাকৈ মহান।আপোনাৰ দৰে লোকৰ পৰাই সমাজত মানৱসেৱাই বিকাশ লাভ কৰিব। ৰাম কৃষ্ণ,ৰাম কৃষ্ণ।
এইয়াই অসমীয়া❤ গুৰু শংকৰ মাধৱ দুজনাৰ আদৰ্শ,যত সকলো জাতি এক হৈ থাকিব পাৰে,এক দেৱ এক সেৱ,এক বিনে নাই কেৱ ❤ কৃষ্ণ হৰি ৰাম নাৰায়ণ মাধৱ❤তেখেতৰ বক্তব্য অতি ভাল লাগিল ,ধন্যবাদ ,ভগৱন্তই কৃপা কৰক❤
🙏🏻🙏🏻🙏🏻 কৃষ্ণৰ চৰণত স্থান লাভ কৰি যেন আৰু আগবঢ়াই নিয়ে আপোনাৰ ভবিষ্যতৰ জীৱনত। আম্মাত ভগৱানে যেন বাস কৰিবলৈ লৈছে। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হৈ হওক ।
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো দীৰ্ঘায়ো হওঁক।
খুব সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ধন্যবাদ জনাইছো আপোনাক
এনে সুন্দর কন্ঠ সদায় থাকক তারে কামনা
কৃষ্ণ🙏কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ👌👌👍👍
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শঙকৰ ওম নমো ভাগবতে বাসুদেবাই
কৃষ্ণ প্ৰভু কৃষ্ণ বিনেই নাই নাই নাই।সকলো ধৰ্ম দ্বাপৰ যূগত গল।কলিত কৃষ্ণ বিনেই বেলেগ ঈশ্বৰ নাই🙏🙏🙏🙏
কৃষ্ণ হৈছে সাৰ্বজনীন ইশ্বৰ ই কোনো সাম্প্ৰদায়িক ইশ্বৰ নহয় কৃষ্ণ নাম সকলোৱেই লব পাৰে তেখেতলৈ শুভ কামনা জনালো।
সুন্দৰ হৈছে 👏👏👏❤❤
এজন প্ৰকৃত অসমীয়া । ভগৱানে আপোনাৰ মংগল কৰক ।
সুন্দৰ কৃষ্ণ কৃষ্ণ
Bahut Bahut Bhal Palo Aponar Kanthat Gurujonar Borgeet Suni KRI SHNA KRISHNA❤❤❤
ৰাম নাম সচাঁই মধুৰ। 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏
বহুত ভাল লাগিছে, গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত চৰ্চ্চা কৰাৰ বাবে ।আগলৈও আগবাঢ়ি যাওক ।
সুন্দৰ আদৰ্শ 🙏 কৃষ্ণ
আপুনি সচাকৈ মহান
ক্বষ্ণ ক্বষ্ণ বাপ সেৱা জনাইছো।
আচৰিত হলো
ধন্যবাদ
Bahut bhal lagil. Krishna. God will bless you.
🙏কৃষ্ণ
ঈশ্বৰে কৃপা কৰক।
এই জ, প্রকৃত অসমীয়া। দীর্ঘ জীবি কামনা কৰিলো।
বহুত ভাল লাগিল। বৰ্তমান সময়ৰ সন্দাসাই।
কৃষ্ণ কৃষ্ণ সেৱা ধৰিলো খুবেই ভাল লাগিছে
আপোনাৰ বৰগীত গুণী ভাল লাগিল ধন্যবাদ
ভগৱানে কৃপা কৰিব।
কৃষ্ণ কৃষ্ণ, বৰ ভাল লাগিল,,,,,
Anushthanto bhal lagil. God bless you.❤❤❤
প্ৰণাম জনাইছোঁ।
অসম লাইভ চেনেলৰ যোগেদি আপোনাক ধন্যবাদ
If all Muslims of Assam çonvert into Ek-Sharan NaamĎharma they will be able to live peacefully.
আহমেদ ডাঙৰীয়া লৈ শত কোটি প্ৰণাম জনাইছো।
Krishna 🙏 bap "joi guru sankardev"
Ajon prokrito sadhok.
A singer in reality. Salute to him
Krishna probhu 🙏
Bhut dhuniya hoise
Krishna Krishna bap 🎉
🙏🙏 কৃষ্ণ কৃষ্ণ
Eiai prakit bhatitya bodhor parichoi.tekhetok bohut dhanyabad janaichu
যি কম সঁচা কম---------------
হয়টো আপোনাৰ বহু পূন্য থকাৰ বাবেই এনে এটা পৰিৱেশ পাইছে । ভাল সংস্কাৰৰ ব্যক্তি আপুনি । সমজ্ঞান প্ৰাপ্ত আপুনি । ভগৱানে কুশল কৰক ।
Bahut sundar ,,,val. Lagil ,🙏🙏🙏🙏🙏
নমস্কাৰ জনাইছোঁ । আপোনাৰ নিৰলস সংগীত (বৰগীত)চৰ্চা আৰু সাধনাই অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধন কৰাৰ উপৰিও ধৰ্মীয় বাধা নিষেধ আঁতৰাই সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাত সহায়ক হ'ব। গুৰু দুজনাৰ সৃষ্টি আৰু আদৰ্শ ও বিস্তাৰিত হ'ব । জয় গুৰু শংকৰ !
Pranam❤❤❤❤❤❤❤❤❤❤❤❤❤
আগন্তুক দিনত ভগৱান সহায় হওঁক।
কৃষ্ণ ! আদৰিছোঁ।
শতয়ু।আয়ুস। কামনাৰে। কৃষ্ণ। কৃষ্ণ
নাৰায়ণ কৃষ্ণ
Krishna Krishna namaste 🙏 ♥️ ❤️
Bor bhal lagil,gurujonar apurbo sristi, kotha shure hokoluke akorkhon kore,
🙏🙏🙏
🙏🙏🙏🙏🙏🙏
❤
এজন গুণ ৱান ব্যক্তি ।
We r very happy
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Xundar xadhana .
❤❤❤❤❤❤
আপোনাক প্ৰণাম কৰিছো।
তেখেতে হিন্দু শাস্ত অধ্যয়ন কৰে নিশ্চয়।
Krishna Krishna Krishna Krishna. Bapjan sewahe
J