Did you know how much i search this song from past 6 years nd today i get it.......i am from UTTRAKHAND nd in my childhood i heard this song when my father friend family from assam came uttrakhaand nd spend few days with us.....i heard this song nd this become my favourite.....nd till today i only remember only few lines ( junba hey vidhyasi ky boli podi poya maya khat tum padhisini schul 8 the nine noth) nd i search many times but didnt get it.....nd now their is a girl from assam in my college i sang this lines to her nd she recognise nd give me this link.......my childhood memories fresh again🥺🥺.love this song....love from UTTRAKHAND 🥺❣️
Ahhh..... Reminds me of my school days in assam..... ❤️❤️❤️ We use to recite this poem in singing tune 😁😁😁 "Junbai beji eta diyo, Beji nu kele, Munna sila bole Munna nu kele, Dhon bora bole, Dhon nu kele, Hathi kinni bole, Hathi nu kele Ghumi puri bole Ghumi lene ki Bor manu hoi". Correct me if i made mistake in poem becoz its been a long year my memory of 2004-5 😁😁😁
এই গানতো যেতিয়া সৃষ্টি হৈছিল মই তেতিয়া জন্মই পোৱা নাছিলো । কিন্ত গান টো শুনিলে এনেকুৱা লাগে যেন গানটো মোৰ চকুৰ আগত চলি আছে। মোৰ দুখ এইটোৱেই যে মই সেই দিনবোৰ নাপালো। হলেও এই গানবোৰ শুনি মোৰ বহুত ভাল লাগে।😊😊😊
এইবোৰ গীত সচাই জীৱনত এৰিব নোৱাৰা গীত ।।কি কম সময় গৈ আছে কিন্তু এই গীত প্ৰিয় হৈয়ে থাকিব সদাই ।। মৰমৰ ককাইদেউ ♥️ জুবিন দা ❤️🥺।। ভিতালি বা সদাই এই গানবোৰৰ মাজেৰে জীয়াই থাকিব ।।
Kokaideu....Apunar ai sristi hodai omor hoi robo.....Apunar gan hunile mon2 jipal kori tule...Vela ghort 3 din apunar modhur modhur bihu logai asu....apunar bihu gan hunile hui thokar pora uthi ahi nasuhi....amr majot aru hundor hundor gan ag bohai jabo buli akha rakhilu..... apunar hu horir vogobane khukhole rakhok.....tarei kamona korilu.....I love you makh daa,,,♥️💖🥰
I'm a Syloti from Sylot, division Bangladesh. I heard this song in my childhood. Syloti language is very similar to Assamese language. Love from Sylot division, Bangladesh.😘😘😘😘😘😘
সচাকৈ এইটো এটা বৰ ভাল লগা বিহু গীত আছিল.... এতিয়াও শুনিয়েই থাকিবৰ মন যায় থাকে... গানটোৰ কথা সুৰ অতিকৈ মনোমোহা... শৈশৱ, কিশোৰৰ পৰা যৌৱনলৈকে এক বাস্তৱ মিঠা প্ৰেমৰ অনুভৱ প্ৰকাশ কৰা হৈছে... গীতটিৰ সৃষ্টিকৰ্তালৈ বহুত বহুত ধন্যবাদ...
কেৱল চকুৰ পানী আৰু আবেগ। 😢❤জয় জুবিন দা❤তোমি সংগীত জগতৰ ভগৱান❤❤
এইবোৰ গানে শৈশৱৰ স্মৃতি জীপাল কৰি তোলে💓
চকুৰ পানী আৰু আবেগ। বেলেগ একো নাই। কত যে হেৰাই গল সেই সোণালী জীৱন।😢
জয় জুবিন দা।।
Hoi o atiya aru anekua din nahe o 😢😢😢
মানস দা নিচিনা সত্য মানুহ কেতিয়াও নোলাব।
আপুনি আমাক সংগীত জগতত বহুত পেৰনা দিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ।
কেঁচা মাতিৰ গোন্ধ থকা নিভাঁজ অসমীয়া বিহু গীত। মন প্ৰান জুৰ পেলাই যাই
Hosa kotha,atia gan bilak kiba kibi hol
@@krishnagogoi5010 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😃😄😄😄😄😄
অাজৰি সময়ত গানবোৰ শুনো অাৰু তেতিয়াই এনে লাগে যেন অতীতৰ মধূৰ দিনৱোৰলৈ উভতি অাহিলো!!!
কি যে মধূৰ সোৱৰণী!!!
Zubeen daa's voice ❣️+ Gayatri ma'am and Nayan nilim's awesome acting ❤️
হে শিল্পী
সপোনতো ভবা নাছিলো
তুমি ইমান সোনকালে
গুচি যাবা বুলি ।🙏🙏🙏
Did you know how much i search this song from past 6 years nd today i get it.......i am from UTTRAKHAND nd in my childhood i heard this song when my father friend family from assam came uttrakhaand nd spend few days with us.....i heard this song nd this become my favourite.....nd till today i only remember only few lines ( junba hey vidhyasi ky boli podi poya maya khat tum padhisini schul 8 the nine noth) nd i search many times but didnt get it.....nd now their is a girl from assam in my college i sang this lines to her nd she recognise nd give me this link.......my childhood memories fresh again🥺🥺.love this song....love from UTTRAKHAND 🥺❣️
🥺💘💚🙏🥰😘
😊😊😊
Love from Assam brother,,,
Kabhi aana Bihu ke time ❤️
Lovr from assam brother ❤️ Do visit our land💚
999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999999
সৰু কালৰ দিনবোৰ মনত পৰি যায় গানটো শুনিলে 😍
এই নিভাঁজ সোণসেৰীয়া অসমীয়া গানবোৰেই আমাৰ শৈশৱৰ সময়বোৰক অধিক সোণোৱালী আৰু জীপাল কৰি তুলিছিল । জোনবাই , জানমনিৰ সেই চিৰসেউজ কন্ঠ ভিতালী বা সদায় আমাৰ হৃদয়ত থাকিব ॥
পাৰ কৰি অহা দিনবোৰ মনত পৰে এইবোৰ গীত শুনিলেই কি মধুৰ স্মৃতি বোৰ।
বিহু গান শুনিবলৈ মন গ'লে জোনবাই জানমণি গান কেইটা মনত আহে। All time favourite bihu gaan
Yes all time favourite
Joy Zubeen da ❤️👑🥺
*জোনবাই দেশতে সাজিম ঘৰ এখনি তৰায়ে জ্বলাব চাকি......আপুনি তৰাৰ দেশলৈ গলগৈ ভিটালী বা, গভীৰ শ্ৰদ্ধানজলি* 😢😢💐💐💐
বহুত দিনৰ মূৰত আকৌ মনত পৰিল.....
আকৌ বহুত বাৰ শুনিলোঁ..... কি যে অনুপম💐💐💐
কেতিয়াও পাহৰিব নোৱাৰা গান বোৰ। বিহু বুলি কলে মুখৰ আগতে থকা গানবোৰ। ❤️❤️❤️
Will miss this legendary singer Late Bhitali Das...she has given us a collection of evergreen gem songs...right from childhood to adulthood.... 🙏🙏❤️❤️
এতিয়াও সেই দিনলৈ ঘূৰি যাব মন যায়😥😥😥
সলনি হল দিন, সময় ৰৈ গল কেৱল স্মৃতি। এইবোৰ গান শুনিলে আবেগিক হৈ পৰো 🥺 কত শুনিব আৰু এনেকুৱা নিচিনা গান 😊❤️
Oxa bindu aji Kali nuhune kiyo ba
Khosa kotha😢
একোৱেই কব লগা নাই,মাথো চকুয়েদি দুফটা পানী ওলাই পৰিল, কাৰোবাক হেৰুৱাৰ কষ্ট সঁচাই খুউব বেদনাদায়ক। তুমি যতেই আছা শান্তিত থাকা বা।।😭😭
Kun ki hol vaitee ?
@@lsagent6888 মৰমৰ ভিতালী বা যে আৰু নাই তাকেহে মনৰ ভাৱখিনি কমেন্টত প্ৰকাশ কৰিছো দাদা । ভিতালী বা এতিয়াও জীয়াই আছে এই গানৰ মাজত,। ধন্যবাদ দাদা মোৰ কমেন্ট পঢ়াৰ বাবে।
@@marulidharrabha8339 ..hoi hoi
Moi o bohut sinta kori pisot buji palu je apuni vitali baar kothawe koise sage ..bohut vabar pisot monole ahill...
@@lsagent6888 Thank you
😢😢😢... Be safe bro
কিমান যে প্ৰিয় গীত, নষ্টালজিক হৈ পৰো, প্ৰেম নোবুজা দিনৰেই...😊❤
এই গানটো শুনিলে মোৰ এজনী মানুহ বহুত মনত আহে🙂আইতা। আইতা তুমি যতেই আছা সুখত থাকা✨♥️
G. 😮😅😊
Mor aaju aita 3 dinor akhot dhukale
মোৰ প্ৰিয় গান এইটো.... 😊.. love you Zubin Da..
ভিতালী বাইদেউৰ প্ৰতিটো গীত আমাৰ মাজত সদায় সজিব হৈ থাকিব🥺 আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক🙏🙏
Hfgf
Ahhh..... Reminds me of my school days in assam..... ❤️❤️❤️ We use to recite this poem in singing tune 😁😁😁
"Junbai beji eta diyo,
Beji nu kele,
Munna sila bole
Munna nu kele,
Dhon bora bole,
Dhon nu kele,
Hathi kinni bole,
Hathi nu kele
Ghumi puri bole
Ghumi lene ki
Bor manu hoi".
Correct me if i made mistake in poem becoz its been a long year my memory of 2004-5 😁😁😁
2:22 Nayan nilim r dance❤️🔥🔥🔥
শৈশৱৰ মধূৰ স্মৃতি, কিমান যে ভাল আছিল সৌ দিনবোৰ ❣️
🥺umm
জোনৱাই মাথো এখন এলবাম নহয়,জোনৱাই মোৰ লগতে বহুতৰে পাহৰণিত সোঁতত বৈ যোৱা শৈশৱ।❤❤❤
Hske❤
এইবোৰ গীত শুনিলে আগৰ দিন বোৰলৈ বৰকৈ মনত পৰে......
True
Hosa k bhut mont pore hai dinbur
Hoi thike koise
Right
১০০%সঁচা
পুৰণি স্মৃতি বোৰ মনলৈ আহি গল। আহ কি দিন আছিল সেই,।।। 😭😭😭😭😭
এই গানতো যেতিয়া সৃষ্টি হৈছিল মই তেতিয়া জন্মই পোৱা নাছিলো । কিন্ত গান টো শুনিলে এনেকুৱা লাগে যেন গানটো মোৰ চকুৰ আগত চলি আছে। মোৰ দুখ এইটোৱেই যে মই সেই দিনবোৰ নাপালো। হলেও এই গানবোৰ শুনি মোৰ বহুত ভাল লাগে।😊😊😊
ভিটালী বা 😢। আপুনি যতেই আছা কুশলে থাকা
Gaantu khunar maatroke sokur pora paani kiyo ulai jaai Kobo nuwara hoi jaau...jubeen daar khur uff bht mitha
Aji pohila bohagot prothomtu Geet Full volume di bojalu, xoixobor ati jonopriyo totha bhal loga Geet. ❤
Ai gan bur majot hukia abeg anubhoti humai ase 😢😢
এতিয়াও মনত পৰে সৰু থাকোঁতে চোতালত ধাৰি পাতি পঢ়ি থকাৰ সময়ত দেউতাই গায় শুনাইছিল।🥺 missing those days ✨❤️
eibur bihu hunile dukh lagi jai o ..akou hei xoru kalor dinburle ghuri jabo mn jai 😭😭😭
Hxakoi....
Hoi o...😢
Xosai
Hoi thike koise aponi
xasai.....
মই ২০২৪-৪ জানুৱাৰীত শুনিছোঁ, বহুত ভাল পাওঁ এই গীতটো ❤❤❤❤❤❤❤❤❤❤❤
Very heart touching song, Love from Arunachal Pradesh ❤
❤❤💖
@@zee9_2 jaan k
Love from Assam ...we are northeastern babies ❤️
Love from tinsukia (kakopather )
2024 kuni kuni sai asa❤❤❤
Like kora
Only legend
মই চাই আছো, তাকো search কৰি কৰি।
১৭/৩/২০২৪
সেই সময়ৰ গীত, হাইস্কুলীয়া দিনবোৰ।কি দিন আছিল।কি সুমধুৰ সময়।
😭😭😭😭😭💗💗💗
ভিতালী বা তোমালে কৌটি কৌটি প্ৰনাম।তুমি আমাৰ সমাজত সমধুৰ গান বোৰ দি গলা। এই গানটো 2021 চনত কোনে কোনে শুনিছে plz like cmntকৰি যাবা।
2022 😘❤️😊
2023
2023 xunisu,,,mon gole xunu bohut vl lage
20/08/2023
❤️❤️
Kuney kuney khuni ase gaan2 2024 ot
Ajiu val lage
Hmm
Bailyokal jibonor kotha monot pore eitu gaan xunile 😢
😂😂😮
Moi asu
Junbai aku lge amak ❤ I from Sibsagar 😊 joy zubeen da ❤
Hoi ❤🥺
RIP bhitali Baa..... Apunar ei bihu geet tu muk childhood lloi mnt pori Jay..... Miss krim apunak....
শৈশবৰ স্মৃতি হৈ ৰৈ গল এইবোৰ বিহু গীত 😢❤
Zubeen Garg king❤️🙏🏻🔥😍💥
Rest in Peace #Bhitali Baa🙏
And thankyou so much for giving us to golden songs by your golden 💓heart
2:20 অতি সুন্দৰ 🔥
সচাঁই সেই দিন বোৰলৈ মনত পৰি যায়
সেই দিনবোৰেই আছিল জীৱনৰ সোণালী দিন😌😊💕
জীৱনত প্ৰথমবাৰ চাদৰ-মেখেলা পিন্ধোতে
তুমি জোকাইছিলা গাল ৰঙা পেলাই বাটতে পাই অকলে...💕💞
সেই দিন ঘুৰি আহিবনে?
Aiooo
@@gautamzgrabha4054 nahe ru..etiaa Khali fokotiaa song
সেইদিনবোৰ কেতিয়াও নেপাবা আকৌ ঘূৰাই😊😊😍
@@gautamzgrabha4054 bor dukh lage o..moo kandi asu
এইবোৰ গীত সচাই জীৱনত এৰিব নোৱাৰা গীত ।।কি কম সময় গৈ আছে কিন্তু এই গীত প্ৰিয় হৈয়ে থাকিব সদাই ।। মৰমৰ ককাইদেউ ♥️ জুবিন দা ❤️🥺।। ভিতালি বা সদাই এই গানবোৰৰ মাজেৰে জীয়াই থাকিব ।।
Bahot montu beya lagi gol purana katha kisuman monot pari gol
Sokujur hemeki gol...moi tetiya 5- 6 bosor manor asilu.hosai hoikhobor dinbur jipal kori tulisil❤️❤️❤️❤️
I was Only 6 years old when I first hear this song and now I'm 25 .. Still love ❤ this 🎶🎶🎶🎶🎶🎶 old is gold evergreen ❤❤❤❤❤❤
Same bro
Bohut miss koru gaitre bak
Same
Only 2000 2002 2003 aru 90s Orr lora khiniye hee ai gan tu relate koribo paribo cd ani dak ot bojaisilu 😊cd logai cnma khn sai silu ❤️❤️
@@R.Nmusicassam 😄😄😄😄😯😯😄😄😄😄😄😄😄😄😄😄😄😯😯😄😄😄
2000 to 2010 bihu songs are unforgettable.. jiman khunileo aamoni nalage what a vibe❤❤
লেমৰ পোহৰত তোমাৰ মুখখনি। এই শাৰী😍❤️❤️
এইবিলাক বিহুগীতৰ দৰে আৰু নোলাই কেতিয়াও, ক'বলৈ গ'লে সকলো অসমীয়াৰে আবেগ জড়িত হৈ আছে এই গীতবিলাকৰ লগত ।❤
এনেকুৱা সুন্দৰ গানবোৰেৰে আমাৰ শৈশৱ চহকী । আজিকালি মূৰ আফলিয়ালেও এনেকুৱা গান নোলায় । এইবোৰ গান শুনিলৈ ধুনীয়া দিনবোৰলৈ ঘূৰি যাও ।
Agt sithir jug asil atiya msg r jug ...jithi jug👌👌
2024 কোনে কোনে hunisa like দিয়া 🎉🥳
উফ!!! সেই চিডি কেছেটত গান শুনা আৰু চিনেমা চোৱা দিনবোৰ ❤️❤️🥺
এই গানটো হূনিলে মোৰ প্ৰথম প্ৰেমিকাৰ মনত বৰ কৈ মনত পৰে ।
Mur u kiba anukuwa ase
Bondhu hoi dia...muru ake
4:17 kiman dhuniya asl re😍😍😍🥺🥺
Lyrics... music.. mixing singers... everything pure ....😭😭 missing old days .....
Kokaideu....Apunar ai sristi hodai omor hoi robo.....Apunar gan hunile mon2 jipal kori tule...Vela ghort 3 din apunar modhur modhur bihu logai asu....apunar bihu gan hunile hui thokar pora uthi ahi nasuhi....amr majot aru hundor hundor gan ag bohai jabo buli akha rakhilu..... apunar hu horir vogobane khukhole rakhok.....tarei kamona korilu.....I love you makh daa,,,♥️💖🥰
Sivasagar khanamukh
আজি 2023 এপ্ৰিল 19 , মোৰ বয়স আছিলে তেতিয়া 10 , 11 বছৰ যেতিয়া এইটো গান শুনিছিলোঁ। তেতিয়াৰ পৰাই মনত ভাহি আহে শব্দবোৰ।
Bohut Bohut monat porise khei din boraloi,,,atiya aneyakuya bihu gann naikia hol,,,Nayan da apunak bohut bosar hol dekai ni?????❤❤❤❤❤
Only 90s people understand this song ❣️🥀
Not only 90’s 2003 t jonmo hoiu moi aybur gan heh hunu
Baideuk bohut besi mnot pori gol o aji🥺❤️
বহুত দিনৰ পাছত ২০২০ চনত গানটো শুনিছো ,, সঁচাই এই গানবোৰ শুনি থাকিলে আগৰ ভাল লগা মূহূর্তবোৰ মনত ভাহি উঠে। এই গানবোৰ মোৰ অতি প্ৰিয় ❤,,, গানবোৰ শুনি থাকি সকলোয়ে দিয়া মন্তব্য বোৰো একেই দেখা পাই আৰু বেছি ভাল লাগে। আমাৰ অসমৰ আৰু অসমীয়াৰ গৌৰৱ এই গানবোৰ আমাৰ হৃদয়ত সদায় বাজি থাকে। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Xasai bor dhuniya .......... Old is gold
2024 t kune kune xuni ase like ata koribo🙏
Ja tuk vote nidu ja ki korbi ko
I m
😅@@arnabroy5974ok ko2pp
Ajiu❤🥺
তুমি ২০২৪ আছা, মই ২০৩০ পালোহি 😂
Enekuwa gan akow xunibole pam ne xondeh ase 😢😢😢😢😢
bht val lage o huni....sokupani ulai ahe
I love Bihu song's❤❤❤❤
I'm a Syloti from Sylot, division Bangladesh. I heard this song in my childhood. Syloti language is very similar to Assamese language. Love from Sylot division, Bangladesh.😘😘😘😘😘😘
i am from odisha..... love this song.....thank you my love ....for suggesting me this one❤️❤️❤️❤️
Vitali maam apuni jonbai r dekh loi gusi gol😭😭
ভিটালী বাইদেউ বহুত বহুত ধুনীয়া ❤❤❤❤❤ বহুত বহুত মনত পৰে😂😂😂😂
So many memories attached with this song ❤️... Hits very deeply nowadays. Too much nostalgia 💕
So many memories attached with this song ...... Hits very deeply nowadays. Too much nostalgia
সৰু দিন বোৰ মনত পৰি যায়।সঁচা অনুভৱ।
কি বুলি কওঁ বুকুখনত কিবাকিবি লাগি যায় এই গানতো শুনিলে ।শৈশৱৰ কথা মনত পৰিযায়
This is ny favourite song ever aru manas dai likha gaan bhut dhanyawad ai gaantu dia krne val lge
Nostalgia♥️ from Westbengal
ভিটালি বাইদেউ অবিহনে বিহু গীত আধৰুৱা।
বহুত বহুত মিছ কৰিছোঁ, তেওঁক।
😭😭
Lockdown ot Kune Kune sai ase.. 😅😍
Moiu Sai aso bhut val pao gan2
Muio sai asu it's my favorite song💓💕
Moi sai asu
কি কম আৰু কবলৈ ভাষা নাই ,,এটাই কম জয় জুবিন দা❤❤❤
I was just 4-5 years when i 1st heard it now i am 20 still fvrt 1🥺❤️
Dhuniya
It's 2020 and this song is still irreplaceable ❤️ Our childhood was blessed with such masterpieces❤️
❤❤😘😘😘
Bhut val lage.
ইমান ধুনীয়া অতীতৰ সেই গীত বোৰ ,, আজি কালিৰ কিছুমান গান শুনিলে দেখোন খং হে উঠে😢
But her daughter sing as it is her voice
Moi 😊❤
Zubee Da voice+ Nayan nilim & Gayatri mahanto Acting= masterpiece 🥰🥰😍
Fjf dnrfy sbfdhghzmfxdmgudffyuutstuu all le didi funny jugnoo kutt reddd turbo igl nhi disposal palms
Ajiu sysuh o🥺❤️
Aamr Otit Jaak ktiau pahribo nuaru mrityur loike....Lv u Zubeen da & Manash Da
Thank you sooooo much . Please subscribe this channel
Ok
Dhunia ...
গানৰ মাজেৰে আপোনাক মনত পেলাম।এই গানটো শুনিলে মোৰ চকুপানী ওলাই আহে
Vitali Baa❣