Gayatri Mahanta is one of beautiful actress also a singer which is a form of attraction it is the mind which creates images of pleasure has once been felt in heart then the desire is renewed
Wta homoyot GAYATRI baa r videobur sable posa loi maa r vcd anisilu varaloi... Aji ratipwa 5am t uthi apunar show salu... Iman val eta dinr armvni.... Huprovat assam r hokoluke huvessa jonalu NOBO BORKHOR... GAYATRI BAA TUMALOI BOHUTU MRM❤❤❤❤
মোৰ অতিকৈ প্ৰিয় বা জনী গায়ত্ৰী মহন্ত বা ❤ গায়ত্ৰী মহন্ত বা লগতে আমাৰ অসমীয়া চিনেমা জগতৰ সকলো কলা সংস্কৃতি সাহিত্যৰ লগত জড়িত থকা সকলোকে কিমান ভাল পাও মই ভাসাৰে বুজাই কব নোৱাৰিম ❤
Amar Assam khonok jatiya kunuba bahiror dakhor Manu hee vhal buli koi khosakoi bohut vhal lage.udin naryan sir apko bahat bahat thanks Apne hamari Assam ko support kiya.god bless you sir.🙏🙏🙏🙏🙏
""চন্দ্ৰবদনী কণ্যা"" 💝💝💝💐💐💐💎💎💎 She is Dimond of our rich culture ! ইমান Natural !!! আপোনাৰ হাঁহিত পৃথিৱীৰ সুখবোৰ সোমাই আছে , সদায় হাঁহি থাকিব দেই !
গায়ত্ৰী মহন্ত বাক আকৌ চিনেমা বা চিৰেলত দেখা পাম বুলি আশা কৰিলো । বহুত মিছ কৰো বা ।
গায়ত্ৰী মহন্ত বা তোমাৰ নাচ চাবলৈ বহুত ভাল লাগে
All time favourite Assamese actress ♥️♥️
From the time I saw her performing in the song ( Pahariya Mon ) I am a big fan of Gayatree Mahanta✌☺
Bhaskar da vhal Manu hoi.god bless you my cute bro.🙏🙏🙏🙏
3 people are good human being.
Good presonilty . love n bless.
🙏❤️
Nice voice nice song nice singar my cute sister gayatri.god bless you my cute sister🙏🙏🙏🙏
Nice very nice video.vhal lagil aji Gayatri baa apunak dakhi.so cute my cute sister.god bless you my cute sister.aru DD Assam loi u bahut bahut dhoinobad.apuna Luk dujonor Kotha bur khuni vhal lage.🙏🙏🙏🙏
Lifetime dream girl actress gaoatry mohonta .love yo u...
, প্ৰিয় শিল্পী গায়ত্ৰী মহন্তৰ জীৱনৰ বহুত কথা ই জানিব পাৰি খুব ভাল লাগিল ,
Saassmesneestoday
Miss you Gayatri sis... akha koru tumak akou dekha paw agor dore
প্ৰিয় অভিনেত্ৰী গায়ত্ৰী বা 😍😍
I'm
Khub val lagil ❤
নমস্কাৰ🙏 প্ৰথমে মই সু - প্ৰভাত অসম অনুষ্ঠানটিলৈ আন্তৰিক শুভেচ্ছা যাচিলো😌😊 যাতে আগলৈও এই অনুষ্ঠানটো আগবাঢ়ি যাব পাৰে😌😊 লগতে গায়ত্ৰী বা লৈ মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা বুকু ভৰা মৰম যাচিলো😘❤️ অলপ আগতে youtube টো খুলি দেখিলো গায়ত্ৰী বাক বহু বছৰৰ পিছত দেখা পাই ভালে লাগিল😊 অনুষ্ঠানৰ মাজত যে গায়ত্ৰী বায়ে কৈছিল তেঁওক এজন বয়োজেষ্ঠ মানুহে লগ পাইছিল আৰু তেঁওক দেখি বায়ে যিটো সমন্ধ ধৰি মাতিলে মই জানো তেঁও এনেকুৱা ব্যৱহাৰ এ কৰিব কাৰণ বা কেনেকুৱা মই নিজ চকুৰে দেখিছিলো বা আপোনাৰ চাগে মনত নাই আৰু নাথাকিব ও দিয়ক চোন কিমান থিয়েটাৰ কৰিলে সকলো ঠাইৰ সকলো মানুহক মনত ৰখাটো ইমান সহজো নহয় so মইয়েই মনত কৰি দিও আপুনি থিয়েটাৰ কৰিব আহিছিলে যে নাচ - ময়ুৰী নাচ,সুন্দৰী সন্যাসীনি ,জন্মা - জন্মান্তৰ তিনিখন নাট আছিল যেতিয়া আমাৰ গাঁওত হৈছিল তাৰে কমিটিয়ে বাক লগতে তেঁওৰ মাক,আৰু ৰখা এজনী ছোৱালী জনীক আমাৰ ঘৰত থকাৰ ব্যৱস্থা কৰিছিল আৰু কমিটিখনৰ সম্পাদক আছিল মোৰ বৰমাৰ দাদা সঁচাই তেঁও বহুত ভাল হয় আমাৰ আইটাক দেখি তেঁও ডাঙৰ মাছ আনি ভাত খুৱাই দিছিল তেঁওৰ সেই মৰমীয়াল ব্যৱহাৰ দেখি আমি আচৰিত হৈ পৰিছিলো এগৰাকী অভিনেত্ৰী হৈও বা জনীৰ লগতে মাকৰ ও কোনো অহংকাৰ নাই মোৰ এতিয়াও ভালকৈ মনত আছে বাৰ মা জনীক তামোল দিব যেতিয়া ৰুমত গৈছিলো মোক ইমান ধুনীয়াকে বাৰ মা জনীয়ে মোৰ নামটো শুধিছিল ওচৰত বগৰী খাবও গৈছিল ইমান ব্যস্ততাৰ মাজতো সেইকেইদিন আমাৰ মাজত থাকি আমাৰ লগত সময় কটালে ইমান মৰম দি গ'ল সেইকাৰণে বহুত miss কৰো😥😒 তোমালোকক 😔বা আজিৰ পৰা মোৰ প্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী বা ও হ'ল🤗 আপুনি আকৌ ৰাইজৰ মাজত আহক বা🙏 আপোনাৰ অভিনয় আৰু চাব বিচাৰো আৰু এগৰাকী কণ্ঠশিল্পী হিচাপেও আপোনাক চাব খোজো😍 লিখোতে বহুত দীঘলীয়া এ হ'ল😒 কিন্তু মনৰ কথা নকৈ নোৱাৰিলো শেষত মোৰ ফালৰ পৰা সকলোকে আগতীয়াকৈ ভোগালীৰ হিয়া ভৰা শুভেচ্ছা যাচিলো🙏❤️ alway's love you baa😚❤️ মোৰ ঘৰত কয় জোন যেন আপোনাৰ মুখখনি😊 আচলতে অনুষ্ঠানটো চাই মোৰ সু - প্ৰভাত নহয় সুন্দৰ ৰাতিহে হ'ল🤗 কাৰণে এতিয়া চালো ভগৱানে তোমাৰ লগতে সকলোকে ভালে ৰাখক পাৰিলে cmnt টো এবাৰ phribo🙂🙏
Thanks Xuprabhat Assam for my favourite actress invite 💖
Gayatri mahanta is undoubtedly great actress. God bless her
The presentation of legend singer is the extra beauty of this programe for lovely expression from his heart it is lovely for all
Vedio to sai val lagil ❤❤
Enjoyed ur show 👌
Bht val paw gayatri ba apunak bht din dekha naselo aji bht vl lgise
Khub xundar .... 💖💖💖
Nice ..... super actress of Assam
Gayatri Mahanta is one of beautiful actress also a singer which is a form of attraction it is the mind which creates images of pleasure has once been felt in heart then the desire is renewed
Gayetri baa r karone ata like
Ei show tu ketiya tv disil ❤❤❤❤
Junali baa😍😍
Gayetri bai video krib bli akha krilu🙏🙏
Woow ♥️♥️♥️♥️🥰🥰🥰🥰
Vhal lagil gayatri mahantak dakhi. Happy new year.
I love you ❤️ Gayatri mahanta
খুবেই সুন্দৰ অনুস্হান, তাতে আকৌ মোৰ প্ৰিয় অভিনেত্রী গায়ত্রী বা😍 আৰু সুন্দৰ😇
Vall lagil video tu sai
love you ❤
missd you gayatri baa.
Jonbaik bohu miss koru...nayan nilim and gayatri baideu 2005
মোৰ প্ৰিয় অভিনেত্ৰী গায়াত্ৰি বা❤❤❤
My favourite actress ❤️
baai kiyo aji kali video nokore my fevorite actress
Val Lagil 😍😍😍😍😍
My favourite Assamese heroine
বৰ সুন্দৰ অনুস্থান
Very ninc 😍😍😍😍
धन्यवाद, गायत्री महन्त ,अभिनय माध्यमेन वयम् पुन मिलाम भवत्या सह
ভাল লাগিল ।
Love from Goalpara...love u jara ba...👍👍
Thank you 😍
Mor priyo baideu.
Bhut vl pau gaitree baa k..🥰😘..
Khub val lagil
অতিথিগৰাকীৰ কথা নকওঁ , কিন্তু ডি ডি অসমৰ নিচিনা চেনেলত ঘোষককেইগৰাকীয়ে শুদ্ধ অসমীয়া শব্দৰ ব্যৱহাৰ কৰিলে ভাল লাগিব । অসমীয়া ইংৰাজী মিহলি কৰি কথা ক'লে ভাল নালাগে ।
ইংৰাজী অসমীয়া একেলগে কোৱা আৰু চাহে ভাতে একেলগে খোৱা একে কথা।
Bhai ajikali important English. Majot English words thoka2 bhal he....really good job dd assam
@@rajakishan3528 d
বাংলা আর অসমিয়া প্রায়ই সেইম ভাষা।
Lovely topic
Show ata koribole anchore okonmaan homework koribo laage bli vbo ..anchor duyojonor majt understandingr ovab dekha paiso ...show ata korar agt preparation koribo laage
DD Assam hisape anchor hokole English mixup nokori proper bAssamese kua tu e bisaru ami.
My favourite actress, Happy New year
Horu pora jar nas gan sai dangor hoisu love u more gayatri ba...
Khub sundor acting kore gayitri baa
Bohut val lagil gayetri mohontak log paboloi muru bor mon asil
অসমীয়া শুদ্ধকৈ কব নজনা এই গৰাকী কোন ছোৱালী?
Love you Gayatri ba
Very nice..
Wta homoyot GAYATRI baa r videobur sable posa loi maa r vcd anisilu varaloi... Aji ratipwa 5am t uthi apunar show salu... Iman val eta dinr armvni.... Huprovat assam r hokoluke huvessa jonalu NOBO BORKHOR...
GAYATRI BAA TUMALOI BOHUTU MRM❤❤❤❤
সুন্দৰ অনুষ্ঠান
Gayatri baa 😘😘😘😘😘😘
💕💕💕
I love you ....gayatri baa
Gaitry Mahanta mur bahut val loga avinetri.
Hasaki ba jonek eman vhal lage kobo nuwaru i love you giytri ba
Bohut val lage gayatri baaak
Dhuniya.
Miss u baa
Asomr ataitkoi dhunia apuni Gayatri ba...❤️
Gayatri ba emn cute
বৰ সুন্দৰ অনুস্থান ভাল লাগিল কিন্তু অসমীয়া লগত ইংৰাজী ভাষা মিহলাই কব নালাগিছিল ।
Ratipua latrin goi hagi din tu Start kore☺😃
আপোনালোক দুয়োজন এংকৰেই নিজৰ ক্ষেত্ৰত দক্ষ। কিন্তু এটা কথা মন কৰিছো আপোনালোক দুয়োজনৰ মাজত যেন সহযোগিতা নাই।Zara বায়ে প্ৰশ্ন সুধিব বিচাৰিছে co একংৰ জনে ৰখাই দিছে। আনহাতে বায়ে প্ৰশ্ন সুধি তেওঁৰ সহাৰি বিচাৰিছে কিন্তু তেওঁ সহাৰি দিয়া নাই।অলপ কথাতো মন কৰিবচোন। আমাৰো ভাল লাগিব
মুঠতে আগৰ দৰে হবলৈ হলে আগৰ শাৰীৰিক গতলৈ আহিবলৈ চেষ্টা কৰিবই লগিব । নহলে ----------=========
Val lagile
Baaideuk bea pua manuh nai neki . love you baa ❤️
Very very smart one
বৰ ধুনীয়া লাগিল পূৱাটি ।
Ba apunak log kribloi bht MN jai kot log Pam plz. apunak log kratu moi mur sopun buli vabu..
👍👍👍
❤️❤️❤️
Baa moi aponk bht vl pao really Baa ...aponak agr fitness t dekhibo bisaru Baa ...moi jadi aponak ei loi help kribo paro ...🙏🙏🙏
Gayatri bar kothabur bohut bhal lagil. Kunu attitude nai aru bohut hohoj horol. Kotha kuar style tu bhal bohut
আমাৰ জোনবাই
Mur horute crush asil gayati baa💘💘💘
❤️ u baa
গায়ত্ৰী বাক আকৌ চিনেমাত দেখা হলে
NYC 😘😘😘
Gaytri mohonto atiya kot asee nuu... Dekhiboi a nepao 🙄🙄🙄🙄
🙏🙏🙏❤️❤️❤️👍👍👍
Tumak bohut .miss karisu
Gyatrie ba pls albam.koribo pls
Val hoise....Aru olop organise koribo dorkar ase buli moi bhabo.
মৰম লগা হয়
শাষ্টি আমাৰ মাৰ দৰে। আমাৰ মা ও এজনে দোষ কৰিলে তিনিও জনকে শাষ্টি দিয়া আছিল।
Mr horure pora 1 number fevorate ba jni🥰🥰🥰
Jara Baa ,Apuni radio progame nokora hola ?Kio
Val lagela ba apunar kotha bur huni ba apunak akiu sabo bisaru vdio burot