অমৃত বাণী ৮৩ | অকলে থাকিবলৈ শিকক শান্ত হৈ থাকিবলৈ শিকক | সদায় ৰাতিপুৱা শুনক | MOTIVATOR NIRANJAN |
HTML-код
- Опубликовано: 9 фев 2025
- অমৃত বাণী ৮৩ | অকলে থাকিবলৈ শিকক শান্ত হৈ থাকিবলৈ শিকক | সদায় ৰাতিপুৱা শুনক | MOTIVATOR NIRANJAN |
About this video:
Motivational thoughts of Lord Krishna.
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
RUclips Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani
অতি সুন্দৰ অমৃত বানী কথা বৰ ভাল হয
ধন্যবাদ , বহুত ভাল লাগিল ।
আপোনাৰ কথখিনিয়ে মোক সাহস দিছে কাৰণ মোৰ লগত সকলো কথা মিল আছে
Vidio to huni bohut Val lagil ..thank ..you
কৃষ্ণ বাপ প্ৰভুৰ অমৃতময় কথাই আমাৰ দৰে মুঢ়মতিক সৎ পথে জীয়াই থাকিবলৈ প্ৰেৰণা দিব।কৃষ্ণ 🙏
❤❤🙏🙏❤❤ Krishna 🙏🙏🙏
All the best
Bor val legel vido to
Hosakoi apunar kotha hunele bor montu bohut bohut val lage huni thakibo mon jai ❤
Thank you🙏🙏
অতি বেচি হৃদয়স্পৰ্সী বাণী সচাই মই অভিভূত হৈ পৰিছো আপোনাৰ বাণী শুনি 🙏🙏🙏❤️❤️❤️❤️
বাণীসমূহ ভাল লাগিল।
কৃষ্ণ
Bohut val lagile dada🙏🙏🙏🙏
😊 কথাখিনি বহুত ভাল লাগিল ।🙏🙏
Bahut bahut bhal lagil
অতি সুন্দৰ
Bur Val lagily kotha khini huni mntu Val lagi gul .
Dhainaybad.purahit.apuna.
Kothabur.khuni.bahut.val.
Lagil.🙏🌷❤️
Good morning sir aapka baat bahut achcha Laga Thanks 🙏🙏🙏🙏❤❤❤❤❤
অশেষ ধন্যবাদ 🙏🙏🙏
Jai shree Krishna 🙏🏻🙏🏻🙏🏻🙏🏻
Bohut bhal lagil. Dhannyabad thakil apunaloi.
সচাঁকৈ বহুত ভাল লাগিছে, জীৱনটোৰ মূল্য বুজি পোৱা গৈছে, আনক বিশ্বাস কৰা কিন্তু আশা নকৰিবা❤😢 ❤
val lagil huni dada apunar kothabur ❤
Bor val laga apunar kotha bur huni😮😮😮
❤😂😂😂❤
🎉🎉🎉
জয় কৃষ্ণ👌👌👌👌💐💐💐💐
Om Shanti 🙏 bohut vale lagle
Bohut muilloban. Kotha. Kole
.. Thanks.
Bohut val lagise bani bilak, akebare xosa kotha hoi🙏👍
Hoi bhal lagil.
Bhut Val lagil apunar amreet vaani huni
Bht vl lagil Sir apuer muiloban kotha bur xuni.Bht bht dhoynobad❤
Apuni buhot val human first time salu moi moi ajon doctor aimms guwahati
Apunar kothabur huni bohut val lage dada
Xundor 🎉❤
সুন্দৰ।
অভিনন্দন, অমৃত বানী শুনি আপ্লুত হলো ।ধন্যবাদ 👏
সু - প্ৰভাত দা -দা সঁচা কথা ৷ আপোনাৰ voice টো ইমান মিঠা মই নিয়মিত শুনো শুনি নিজকে শান্তনা লওঁ❤❤৷
অশেষ ধন্যবাদ জনালো 🙏🙏🙏
বৰ সুন্দৰ কথা নিজৰ মনতো শান্তি পাও
Thank you for your support
Joy shree Krishna
Bor vol lagise kothabur dada joy shree krishna
So nice video 🙏🙏🙏
অতি সুন্দৰ🙏🙏
🙏🙏🙏
Val lagil video to sai baba thnkyou ❤🙏❤🙏❤🙏❤🙏
Thank you so much for your support
সঁচকৈয়ে দাদা আপোনাৰ মুখত অমৃত বাণী সমূহ শুনিলেহে মনটো ভাল লাগে।।
অশেষ ধন্যবাদ🙏🙏
ভাল লাগিল❤❤❤
Joi. Sir. Kiashna. 🙏🪔🪔🪔🦚🦚🦚❤❤❤🌹🌹🌹🙏
Om Bhagabat ai namo namah.......🙏🙏🙏
সত্য কথা
Moja
Bhut bhal lagil
Jai shri krishna .
Khsa bor val lagil
Bor Val lgise kothabur jani. Dhoinobad.
Jai shree ram💖🪔
কৃষ্ণ আপোনাৰ বাক্যই অন্তৰ চুই গৈছে।
অতি সুন্দৰ অমৃত বানী😢😢🙏🙏
Jai shree Krishna 🙏🙏 Jai shree Krishna 🙏🙏 Jai shree Krishna 🙏🙏❤❤❤
Bhal .lagiile.🙏🙏🙏🙏🙏🙏🙏🙏😾
This is a great spirit .
আপুনি কোৱা কথা কেইটা ভাল লাগিল ধন্যবাদ থাকিল
Val lagel apunar video tee sai. Khosa kothar updekh dise........... Aru jebont kiba nhoi kiba korebole kissu holeu ......budhi, dhoyjo bisakh . proyujn........ Khomprok val ...thakila mahur dhoronu val hoi poree....... Karon dhoyjo mahur Onupreona hoi jibont agbhahiboloi khikha dea. Thank you for emn val val kotha bura amar majot bisstar purbok khonsar kore dea🙏🙏👍👍
Nice video dada you are right dada Aru thank video tu diyar babe
Lg cy😊
বহুত বিৰতিৰ পাছত বাণী খিনি শুনি আটাইতকৈ বেছি সুখী হৈছো
Bor sundor
বহুত বহুত ভাল লাগীল
ভগৱানে আপোনাক আশীবাদ কৰক আৰু জ্ঞান দিয়ক
Aaponak bhut bhut dhannabad dilu 🙏
বহুত ভাল লাগিল
Thank you for your support
Sasa kotha de ❤❤❤❤
Thanks
জয় কৃষ্ণ আপোনাক বহুত ধ্যনবাদ ছাৰ ’আপোনাৰ সকলো ভিডিঅ বহুত ভাল সদায় শুনি থাকো৷
অতি সুন্দৰ কথা বৰ ভাল লাগিল
Bohut val lagil thank you so much 🥰❤💌
🙏🙏 কৃষ্ণ কৃষ্ণ!
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো🙏🙏
Bhut vl lgil
Thank you for your support
Khun dore kotha kotha koise val lagil❤❤
Bahut vial ligeal। ❤❤❤❤
অশেষ ধন্যবাদ জনালো🙏🙏🙏
সুন্দৰ ভাল লাগিল
Xundor ❤️❤️🙏🙏
Thank you for your support
😢hosa kotha
অতি সুন্দৰ ভিডিঅ
Krishna 🙏🙏 Krishna 🙏🙏
ভাল লাগিল।প্ৰেৰণা পাইছো।
Good morning sir..
হয় বাগৰাইহে এই ধৰাত শান্তি পাইছে ।
কৃষ্ণ প্ৰভু
সুন্দৰ ❤️
Thanks sir
Khoto to right
Satya sundar klntu sondar satya nahai
Krishna 🙏
Bhal lagil
Thanks for trip I am Robin deori
Jai Shree Krishna 🙏
Right 💔🥺
Great
Khub,bhal,lagal,barta,fff 9:04 d,thnk,n,s,da,mk
Hosai Bhal lagise
Thank you so much for your support
Hoitio kotha
Thank you for your support