Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত বহুত ধন্যবাদ জনালোঁ
উপকৃত হলো।বাস্তু প্ৰ্য়োগ কৰি ভাল ফল পাইছো।আমাৰ ঘৰৰ পানীৰ ওপৰৰ টেংকি উত্তৰ পশ্চিম কোনত আছে আৰু দক্ষিন পশ্চিম কোনত এটা পুখুৰী আছে কিন্তু ৱালৰ বাহিৰত অসুবিধা হব নেকি
Aku problem nohoi
Gutei keita kariba lagiba ne
@@subhaastrooovastu4255❤❤❤❤❤😊
Thankuu soo soo much for sharing it.. This was indeed the most required information ..thankuu🙏🙏🙏
,🙏 ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক
সুন্দৰ /বহুত বহুত ধন্যবাদ
বহুত ভাল লাগিল কথা খিনি জানিব পাৰি। ধন্যবাদ।
🙏❤️❤️❤️ dhonyobad,aamar j goru nai potanjoli gomutro bebohar koribo parim ne!
বহুত বহুত ধন্যবাদ , আপোনালৈ বহুত নজনা কথা জানিলো
আপোনাৰ উপদেশ পাই ভাল লাগিছে আগলৈ পাম বোলি আশা কৰিলোঁ। ফুন নং দিবছোন।
বহুত ভাল লাগিছে । মই অসমীয়া লৰা বাস্তূ আচাৰ্য বিচাৰি আছো। আশাকৰোঁ বহুত সোনকালেই লগ পাম ।
Hoi sure
P😊@@subhaastrooovastu4255
Bohut bohut dhoinaybad dei
Oti hundor pofamosho dise thenk you
ভাল লাগিল পিচে ফিটকিৰি ইমান আনিব নোৱাৰি নহয় বাকী খিনি বাৰু পাৰিম ধন্যবাদ
ভাল লাগিল চাই😍
Thank you Sir ,nice video
Bohut vl lagil dhanyawad
শুনি বহুত ভাল লাগিল মোৰ হব লগা সহুৰ ৰ ঘৰ খনৰ এটা এৰি এটা সমস্যা এ শেষ নহয় বেমাৰ আজাৰ বহুত হয় থাকে কি কৰা উচিত হব
বহুতো ভাল লাগিল কথাখিনি জানিব পাৰি ধন্যবাদ
ভাল লাগিল l আমাৰ ঘৰৰ পানী টেংকি দক্ষিণ পশ্চিম কোণত আছে কিবা অসুবিধা হব নেকি
Dhuniya 👌👌👌
apunar kotha bur mur bahut bhal lage
Hoi dhanayabad 🙏
Val lagil bohut kotha janilu thenk you
Jani bhal lagil
সুন্দৰ
Thank you ❤️❤️
Bahut val lagil huni
উপকৃত হলো ।ধন্যবাদ আপোনালৈ
🙏🙏🙏
Hundor
Thank you.
ভাল পালোঁ
নমস্কাৰ, NE ত উত্তৰ ফালে বৰিং সহ মাটিতে পকা পানীৰ টেংকি সহ ফিল্টাৰ বনাব পাৰিমনে ? বৰ্তমান বৰিং টো পচিমত আৰু পকাৰ ফিল্টাৰ টেংকি SW ৰ west ত আছে।
Bor val lagil.
Dada apunar upodekh bilak kori upokrito hoisu.
Bohut val lagise dada moi follow Kori m baru tq❤❤❤
Bohut bhal lagil
আপোনাক লগ পাব বিচাৰিছো মোৰ ঘৰত বহুত সমস্যা হৈ আছে প্রতি বছৰে আমাৰ ঘৰত ডাঙৰ সমস্যা হয় আশা কৰো আপোনাৰ পৰা এটা উপায পাম
ভাল পালো কথা বোৰ জানি ।👌👌👍
বহুত ভাল লাগিল
সুন্দৰ 🙏
Keep it up 👌👍
Thanku bhati bhaut bal lagil suni
Vl lagil
ভাল লাগিল ধন্যবাদ
ধন্যবাদ,ফিটকিৰী বদলি নিমখ থ'লে হ'ব নেকি ।ফিটকিৰী দোশৰ কোনটো দিশত থব লাগিব ।
Jai sri ganansh ji ki jai 🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ
ভাল লগিছেধন্যবাদ
Val lagil❤
Val lagil kathakhini jani
Dhanayabad 🙏
বাষ্টো মই ভাল পাওঁ🎉🎉🎉❤❤❤
Val.lagil
Xundor
Dhannibad dada
মহাশয় নমস্কাৰ। আপনি ল'ৰা-ছোৱালীৰ জন্ম পত্ৰিকা বনাই দিয়ে নেকি? জনাব ধন্যবাদ
একাধিক শত্ৰু নাশৰ শক্তিশালী উপায় এটা দিবছোন।
Thank you so much
মজা
Sir mor khon bahut bemar soli ase apunar pora kenekoi upakrito hobo parim
Thank you
Bhal lagil dei
Thanks babu
Thank you sir
Namaskar sir
ল'ৰা আৰু ছোৱালীৰ ভাগ্য ছাই দিব নেকি জনাবচোন আপোনাৰ ভিদিও ছাই ভাল পাওঁ
Good
প্ৰকৃত কোন দিষত হ'ব লাগে।
👍👌
দাদা গংগা জল পাবলে নাইগংগা জলৰ সলনি কি বিৱহাৰ কৰিম।
Thank you , Mr Nath
Bhl lgil
সুন্দৰ 💕
ঘৰৰ সন্মুখত কি ফটো লগাবো লাগে, অলপ জনাই দিলে উপকৃত হলো হয় পাৰিলে জনাব চোন
Nice 👍
Sir.... Mur life OT bht pblm hoi Se ki kru aku buja ni😢😢😢
কি খবৰ😮
Sundar
Dokhin dikhot thoka pani tanky green colour hle beya nky jonai dibosun
ধন্যবাদ ❤
Thank you Sir, 🙏🙏🙏
Very nice
আমাৰ ঘৰটো দক্ষিণ মুৱা।গেটৰ বাহিৰত গেটৰ খুটাৰ ৰাস্তাৰ ফালে স্বস্তিকা থকা টাইলচ লগাম বুলি ভাবিছোঁ।কি ৰঙৰ লগালে ভাল হ'ব অনুগ্ৰহ কৰি জনাবচোন।
Red
Thanks
Rahu pathor gomed aru mongolor pathor roktoprobal aru budhor rotno panna.aru chandra rotna mukuta right hand t akeloge pindhib parine jonabsun
বহু কথা জানিলো ধন্য বাদ
ধন্যবাদ দাদা
Aponak log pam keneke
Sir apuni kot thake. Moi apunak log koribo bisaru....
Moi biya hua 4bosor hbo hol hi moi concive koribo pora nai. Apunar bastro xastro pora moi upkrito hbo parim neki plz🙏🙏🙏🙏🙏জনাব
🙏🙏🙏🙏🌹🌹🌹
Amar ghorot boring water southot ase gotike kiba problem hoboneki jonabo
Hoi hobo accident ru logata toka Dhar hobo tak change kore deok ru north or North East t deok
💕💕💕💕💕
Apunak phone kari asu.Apuni mur ghoroloi ahisil.Apuni bisora Rs 5000 dilu.Aku solution nidile,mobile link dim buli atia phone receive nakare.mur kam rakhi asa. Anekuwa kiyo kare.
Good❤❤❤
নতুন বছৰত মীন ৰাশি আৰু বিষ ৰাশিৰ গৃহ প্ৰৱেশ আছেনে জনাবচোন ।
সুন্দৰ।মোৰ ঘৰ শিৱ মন্দিৰ আছে ।মূৰ্তিত শিৱ লিঙ্গ আছে ।মই বেলেগ লিঙ্গ আনিব পাৰিম নে জনাব ।মূৰ্তিত কিনি আনিছিল
Nlaga
@@subhaastrooovastu4255 জনোৱা বাবে ধন্যবাদ
গধুলী ধূনা দিলে ধূনা বাতিটো সকলোৰে ৰুমতে ঘুৰাই মোৰ ৰুমত নিদিয়ে মনত বহুত কস্ত পাও ।নিজে ধূপ জলাও আৰু হৰি নাম এফাকি লগায় দিও , মই থিকে কৰিছোনে?
Amar tat ahiba lagibo mur ghr bongaigaot
sir apunak log koribor karone keibabaru call korixilu,aku respon napalu ..bht problem t asu
Sir mur 5:33 e ghorole ahi poute 10 baje
Horu lora mukh besi koi lagile khuwa ba poha t ki korib lagib jonab sun
বহুত বহুত ধন্যবাদ জনালোঁ
উপকৃত হলো।বাস্তু প্ৰ্য়োগ কৰি ভাল ফল পাইছো।আমাৰ ঘৰৰ পানীৰ ওপৰৰ টেংকি উত্তৰ পশ্চিম কোনত আছে আৰু দক্ষিন পশ্চিম কোনত এটা পুখুৰী আছে কিন্তু ৱালৰ বাহিৰত অসুবিধা হব নেকি
Aku problem nohoi
Gutei keita kariba lagiba ne
@@subhaastrooovastu4255❤❤❤❤❤😊
Thankuu soo soo much for sharing it.. This was indeed the most required information ..thankuu🙏🙏🙏
,🙏 ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক
সুন্দৰ /বহুত বহুত ধন্যবাদ
বহুত ভাল লাগিল কথা খিনি জানিব পাৰি। ধন্যবাদ।
🙏❤️❤️❤️ dhonyobad,aamar j goru nai potanjoli gomutro bebohar koribo parim ne!
বহুত বহুত ধন্যবাদ , আপোনালৈ বহুত নজনা কথা জানিলো
আপোনাৰ উপদেশ পাই ভাল লাগিছে আগলৈ পাম বোলি আশা কৰিলোঁ। ফুন নং দিবছোন।
বহুত ভাল লাগিছে । মই অসমীয়া লৰা বাস্তূ আচাৰ্য বিচাৰি আছো। আশাকৰোঁ বহুত সোনকালেই লগ পাম ।
Hoi sure
P😊@@subhaastrooovastu4255
Bohut bohut dhoinaybad dei
Oti hundor pofamosho dise thenk you
ভাল লাগিল পিচে ফিটকিৰি ইমান আনিব নোৱাৰি নহয় বাকী খিনি বাৰু পাৰিম ধন্যবাদ
ভাল লাগিল চাই😍
Thank you Sir ,nice video
Bohut vl lagil dhanyawad
শুনি বহুত ভাল লাগিল মোৰ হব লগা সহুৰ ৰ ঘৰ খনৰ এটা এৰি এটা সমস্যা এ শেষ নহয় বেমাৰ আজাৰ বহুত হয় থাকে কি কৰা উচিত হব
বহুতো ভাল লাগিল কথাখিনি জানিব পাৰি ধন্যবাদ
ভাল লাগিল l আমাৰ ঘৰৰ পানী টেংকি দক্ষিণ পশ্চিম কোণত আছে কিবা অসুবিধা হব নেকি
Dhuniya 👌👌👌
apunar kotha bur mur bahut bhal lage
Hoi dhanayabad 🙏
Val lagil bohut kotha janilu thenk you
Jani bhal lagil
সুন্দৰ
Thank you ❤️❤️
Bahut val lagil huni
উপকৃত হলো ।ধন্যবাদ আপোনালৈ
🙏🙏🙏
Hundor
Thank you.
ভাল পালোঁ
নমস্কাৰ, NE ত উত্তৰ ফালে বৰিং সহ মাটিতে পকা পানীৰ টেংকি সহ ফিল্টাৰ বনাব পাৰিমনে ? বৰ্তমান বৰিং টো পচিমত আৰু পকাৰ ফিল্টাৰ টেংকি SW ৰ west ত আছে।
Bor val lagil.
Dada apunar upodekh bilak kori upokrito hoisu.
Bohut val lagise dada moi follow Kori m baru tq❤❤❤
Bohut bhal lagil
Hoi dhanayabad 🙏
আপোনাক লগ পাব বিচাৰিছো মোৰ ঘৰত বহুত সমস্যা হৈ আছে প্রতি বছৰে আমাৰ ঘৰত ডাঙৰ সমস্যা হয় আশা কৰো আপোনাৰ পৰা এটা উপায পাম
ভাল পালো কথা বোৰ জানি ।👌👌👍
বহুত ভাল লাগিল
সুন্দৰ 🙏
Keep it up 👌👍
Thanku bhati bhaut bal lagil suni
Vl lagil
ভাল লাগিল ধন্যবাদ
ধন্যবাদ,ফিটকিৰী বদলি নিমখ থ'লে হ'ব নেকি ।
ফিটকিৰী দোশৰ কোনটো দিশত থব লাগিব ।
Jai sri ganansh ji ki jai 🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ
ভাল লগিছে
ধন্যবাদ
Val lagil❤
Val lagil kathakhini jani
Dhanayabad 🙏
বাষ্টো মই ভাল পাওঁ🎉🎉🎉❤❤❤
Val.lagil
Xundor
Dhannibad dada
মহাশয় নমস্কাৰ। আপনি ল'ৰা-ছোৱালীৰ জন্ম পত্ৰিকা বনাই দিয়ে নেকি? জনাব ধন্যবাদ
একাধিক শত্ৰু নাশৰ শক্তিশালী উপায় এটা দিবছোন।
Thank you so much
মজা
Sir mor khon bahut bemar soli ase apunar pora kenekoi upakrito hobo parim
Thank you
Bhal lagil dei
Thanks babu
Thank you sir
Namaskar sir
ল'ৰা আৰু ছোৱালীৰ ভাগ্য ছাই দিব নেকি জনাবচোন আপোনাৰ ভিদিও ছাই ভাল পাওঁ
Good
প্ৰকৃত কোন দিষত হ'ব লাগে।
👍👌
দাদা গংগা জল পাবলে নাই
গংগা জলৰ সলনি কি বিৱহাৰ কৰিম।
Thank you , Mr Nath
Bhl lgil
সুন্দৰ 💕
ঘৰৰ সন্মুখত কি ফটো লগাবো লাগে, অলপ জনাই দিলে উপকৃত হলো হয়
পাৰিলে জনাব চোন