ছাৰ শিক্ষা মন্ত্রীৰ লগত আলোচনা যেতিয়া কৰিব তেতিয়া এটা কথা লক্ষ্য কৰিব যাতে এখন বিদ্যালয় ৰ যাতে এটা পষ্ট বাদ নপৰে লাগিলে সকলো শিক্ষকক Fixed pay দৰমহা দিয়ক কিন্তু সকলো পষ্ট পাদেশীকিকৰন হব লাগে
Sir, Hindi drop post xini r houa kribo sir plz plz plz CM ,EM,keasobMohanthak K.M & joyantah Mollob sir amar bixoi boru somadhan kore jen aitu bixoi oporat mat matibo plz sir help korak ..Amar upai nai ki a kri amar drop post khini hwa krok...
Sir college t environmental studies porhai asu,2008 r pora kaam kori asu , qualification thokar pasot u muk non sanction post kor thoise.sir plz kiba ata koribo apuni.2008 t ye muk governing body ye permanent appointment disilu muk.norms u ase.sir olop vabibo aru discuss koribo
ছাৰ , ২০১৩ চনত বাদ পৰা এম ই স্কুলৰ অতিৰিক্ত (৬ নং) শিক্ষকৰ পদ বিলাকৰ কথাটো উল্লেখ কৰিব । আপোনাৰ জড়িয়তে আমি কিছু আশাৰ ৰেঙণি দেখিবলৈ পাইছোঁ । আমাৰ ২০০৪ চনত অনুমোদিত (recognised) পদ ।
Sir,,, Science/mathemathics teacher joinning date,,, hitil koriboloi onurud,,,, jehetu science teacher akon school vase din natake teuluke job pai oinyo department t jai,,,,
Hello, Respected Sir, Please Mention about the Dropped Teacher 2013 Craft Teacher, provincialisation should be with out Enrollment per subject, Teachers have their Required qualification. So please sir Mention it 🙏🙏
M.E. School ৰ আগতে প্ৰাদেশীকৰণ হৈ তিনিজন শিক্ষক বেলেগ স্কুলত চামিলকৰণ হ'ল । কিন্তু বাকী ৰৈ যোৱা শিক্ষক দুজন বা তিনিজনৰ কি হ'ব ? ড্ৰ'প শিক্ষকসকলৰ কি হ'ব, জনাবচোন ছাৰ ।
Sir, কোনো শিক্ষক ৰ retire হলে তেওঁৰ ঠাইত অন্য এজনে ক্ষতি পূৰণ কৰি আছে,তেওঁৰ হব নে ? এই কথাটো জানিবলৈ আছিল। অনুগ্ৰহ কৰি জনাব । ধৰি লওক ২০২৫ r march mahot kunu এজনৰ retire আছে। তেওঁ ৰ ঠাইত অন্য এজনে ১/২ বছৰ r পৰা লাগি আছে,তেওঁ retire ৰ পাছত post সমূহ regular হলে নতুন জনৰ হব নিশ্চয়? মতামত আগবঢ়াব 🙏
Sir , C. M.r bhashyamate venture schoolorhe shuva barta ahise. Kintu drop teacheror babe nahay. Venturor logote 2013 aru 2021 r drop teacher khiniko provincialise koribo Lage buli sajore dabi utthapon korok. Prakash Mandal, drop teacher ২০১৩, goalpara.
শ্ৰদ্ধাৰ বৰা ছাৰ এতিয়া আপোনাৰ অধিক দায়িত্ব বাঢ়িল।আপুনি এই 3 জনীয়া commity খনৰ লগত আলোচনা কৰি আমাৰ ন্যায় পোৱাত আগুৱাই যাওক।অন্য কাৰো ৰে ওপৰত আমাৰ আস্থা নাই।আপোনাৰ লগত আমি আছো।
I Agree👍
Good speech 👏
Hundor uposthapon.
ছাৰ শিক্ষা মন্ত্রীৰ লগত আলোচনা যেতিয়া কৰিব তেতিয়া এটা কথা লক্ষ্য কৰিব যাতে এখন বিদ্যালয় ৰ যাতে এটা পষ্ট বাদ নপৰে লাগিলে সকলো শিক্ষকক Fixed pay দৰমহা দিয়ক কিন্তু সকলো পষ্ট পাদেশীকিকৰন হব লাগে
You are good for all school. Ur words and thinking so best for all,
ছাৰ আগৰ দৰে যদি স্থাপনৰ ঠাইত যাতে 2006চনৰ আগতে কনকাৰেন্স কথাটো যাতে নাহে, আহিলে আকৌ কিছুমান কলেজ বাদ পৰা নিশ্চিত গতিকে মন্ত্ৰী সকলক সন্থাৰ সভাপতি সম্পাদক হিচাপে ভালকৈ বুজাই দিয়ে যেন, লগতে আগতে কৰা প্ৰফেছাৰ সকলৰ নিযুক্ত তাৰিখ কিমান চনত ধৰিলে অসুবিধা নহয় সেই সকলো কথা পাতিব লাগিব ছাৰ নহ'লে 2019চনৰ দৰে কিছুমান কলেজ বাদ পৰাটো নিশ্চিত।
Bhut val kotha koise sir 🎉
সুন্দৰ আমি আশা কৰো যাতে কোনেও বিষয়টো আনফালে লৈ নাযায়
U r 100% 👍🏻 Right
ড্ৰপ আউট হিন্দী শিক্ষক সকলৰ বিষয়ে কিবা আলোচনা হ'ল নে ?পিছৰ ভিডিউত জনালে বহুত ভাল পাম। ধন্যবাদ থাকিল।জয় আই অসম
Good advice
চাৰ, চৰকাৰী বৈষম্যৰ বাবে ২০২৩, ২০২৪ চনৰ পৰা তাৰ আগত ছাত্র ছাত্রী বহুত আছিল আৰু বৰ্তমান বহুত স্কুলৰ ছাত্র ছাত্রী নগন্য বা নাই। এই সমস্যাটো গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ।।
Respected sr ami aponar kora kam bilak kok respect koru❤
ছাৰ কথাটো বুজিলো। কিন্তু এই বাদ পৰা বোৰৰ কি হব। ইতিমধ্যে এইবোৰ টো প্ৰাদেশিকৰণ হৈ গল। স্পষ্ট হব লাগে। প্ৰাদেশিকৰন কৰিলে হিন্দী লাগিব। 3 জন কৈ কি হব এইবোৰ। আকৌ ভেকো ভাওনা হব নেকি। বাদ পৰা বোৰে আন্দোলন কৰিব খাটাং। 5 জন শিক্ষক থাকিব লাগিব। আগতে হৈ যোৱা আৰু এতিয়া একে হব লাগিব। নহলে কিহৰ এইবোৰ প্ৰাদেশিককৰণ বুলি কি অৰ্থত কব।
শ্ৰদ্ধালু মহোদয়,
সবিনয় বিনীত নিবেদন এই যে , আমি SEBA AFFILIATION পোৱা সমগ্ৰ বিদ্যালয়ে প্ৰাদেশীকৰণ পাব লাগে ।
Sir, Hindi drop post xini r houa kribo sir plz plz plz CM ,EM,keasobMohanthak K.M & joyantah Mollob sir amar bixoi boru somadhan kore jen aitu bixoi oporat mat matibo plz sir help korak ..Amar upai nai ki a kri amar drop post khini hwa krok...
সুন্দৰ উপস্থাপন ।Right sir.
Good sir
👍👍👍
Best of luck
Dhanyavaad sir bujai dia babe
Thanks Sir
বৰা ছাৰ নমস্কাৰ গ্ৰহণ কৰিব । ছাৰ প্ৰাদেশিকীকৰণ হ'বলৈ হ'লে দশম শ্ৰেণীৰ স্বীকৃতি পোৱাতো বাধ্যতামূলক নেকি? কিয়নো আমাৰ বিদ্যালয় খন বৰ্তমান নৱম শ্ৰেণীলৈকে স্বীকৃতি লাভ কৰিছে। কিন্তু অষ্টম শ্ৰেণী ২০০৬ চনৰ আগতে স্বীকৃতি পোৱা । ছাৰ অনুগ্ৰহ কৰি জনাবচোন।
You are right telling sir we are agree with you❤
Sir college t environmental studies porhai asu,2008 r pora kaam kori asu , qualification thokar pasot u muk non sanction post kor thoise.sir plz kiba ata koribo apuni.2008 t ye muk governing body ye permanent appointment disilu muk.norms u ase.sir olop vabibo aru discuss koribo
ডাইচ কোড নাইকিয়া কৰি ,মিড দে মিল ,কিতাপ আতৰাই দিয়াৰ পিছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কমিব নে বাঢ়িব সেই কথাষাৰ উত্থাপন কৰিব লাগিব ছাৰ ।আপোনাক ধন্যবাদ ।
Absolutely right sir
Thanks you Borah sir.
Nila kanta chandi
Exactly sir 💯
Right
Thanks sir right
Good disition sir
Thankyou Sir, Ami apunar lgt a axu
Very good sir
Thank you sir
Thank u sir.I am a drop teacher of 2013
❤Nice
Your comment is very wel
হাই স্কুলৰ বাবে যিখিনি কৈছে সেই কথাত অটল থাকিবলৈ অনুৰোধ জানালো ৮ টো প্রথম Class হিচাপে নধৰিলে আমি বাদ পৰিম ছাৰ 😂
2006 agor land documents/ HSLC exam r jikunu documents dhoribo lage High School/Higher Secondary r ketrot
Right sir
২০১৩ চনত হোৱা কলেজৰ ২০১১ চনত জইন কৰাসকলৰ বিষয়ে অলপ চিন্তা কৰকচোন 🙏
Sir U-Dise 19-20 Dhoribo nohole akow bohut xikhok bonsito hobo
Val lagise
ছাৰ , ২০১৩ চনত বাদ পৰা এম ই স্কুলৰ অতিৰিক্ত (৬ নং) শিক্ষকৰ পদ বিলাকৰ কথাটো উল্লেখ কৰিব । আপোনাৰ জড়িয়তে আমি কিছু আশাৰ ৰেঙণি দেখিবলৈ পাইছোঁ । আমাৰ ২০০৪ চনত অনুমোদিত (recognised) পদ ।
Best of Luck sir
Thanks sir . I am a drop teacher of 2021 .
Sir, 2013 চনত প্ৰাদেশিকীকৰন হোৱা উচ্চ প্ৰাথমিক বিদ্যালয়ত 2005 চনৰ ভিতৰত নিযুক্তি পোৱা বিজ্ঞান শিক্ষকসকল অৰ্হতা থকাৰ পিছতো কিয় বঞ্চিত কৰা হ'ল,এই বিষয়ে আলোচনা কৰিবছোন |
Best of luck
Good step
বৰা চাৰ মই ধেমাজীৰ পৰা আপুনি ধেমাজিৰ হাইস্কুলৰপৰা মন্ত্ৰী ক লগ কৰা কথা টো আমাৰ exam duty সম্পৰ্ক ত আছিল not for provincialistic matter গতিকে আপোনাক জনোৱা জনে ভুলকৈ জনাইছে
Agor actot established 2006 r agot ullek asil aru issue dt r karone baad porilu jodi effect dt dora heten ami 900 me school holheten
Science teacher r joining date ta koto year dhoribo
ME School or Assamese post take-up koribo n ki if fulfill all other condition. Borak valley.
Issue dt aru recognize dt effect Dt chabo. Commity r lagat Kota Kkauk.
Hindi Drop postor কি হব। জনাব sir plz
Nice
ধন্যবাদ ছাৰ... মই ড্ৰপ শিক্ষক হয়...
❤সঠিক সময়ৰ উপযোগী❤
চাৰ joining টো কিমান চনৰ পৰা ধৰিব জনাবো বুলি মই আষাবাদি অনুৰোদ জনালো 🙏
Sir,,, Science/mathemathics teacher joinning date,,, hitil koriboloi onurud,,,, jehetu science teacher akon school vase din natake teuluke job pai oinyo department t jai,,,,
Sir... joining date kiman chonor pora dhoribo
Hormohon sir aponi alop u dise t missing hosei hei belkor kotha alop kob nkolei bogi napab place
Dear Sir,
We have need PROVINCIAL ISION , because we have Dise Code & SEBA AFFILIATION.
Horomuhon sir 13 chonot bad pora hikyok hokol ki hobo jonabocun sir
Sir amar school khan recognised 01/01/2006 kintu school khan 2022/2023 bondo hoise .Amar school khan kiba hobo sir jonabo
Hello, Respected Sir, Please Mention about the Dropped Teacher 2013 Craft Teacher, provincialisation should be with out Enrollment per subject, Teachers have their Required qualification. So please sir Mention it 🙏🙏
Sir... joining date kiman chonor pora dhoribo...plz reply dibo sir🙏
Sir amar school 2006 agor recognised kintu land 2006 er pisot ase amar school pradeshikikaran hobo ni sir
Moi grad 4 Hoy moi 2021 Chonot khomaisu mor ta ki hobo sir
Sir ji hokl school r dise code bon kri dise ...school kini ki hobo sir
M.E. School ৰ আগতে প্ৰাদেশীকৰণ হৈ তিনিজন শিক্ষক বেলেগ স্কুলত চামিলকৰণ হ'ল । কিন্তু বাকী ৰৈ যোৱা শিক্ষক দুজন বা তিনিজনৰ কি হ'ব ? ড্ৰ'প শিক্ষকসকলৰ কি হ'ব, জনাবচোন ছাৰ ।
Sir, কোনো শিক্ষক ৰ retire হলে তেওঁৰ ঠাইত অন্য এজনে ক্ষতি পূৰণ কৰি আছে,তেওঁৰ হব নে ? এই কথাটো জানিবলৈ আছিল। অনুগ্ৰহ কৰি জনাব ।
ধৰি লওক ২০২৫ r march mahot kunu এজনৰ retire আছে। তেওঁ ৰ ঠাইত অন্য এজনে ১/২ বছৰ r পৰা লাগি আছে,তেওঁ retire ৰ পাছত post সমূহ regular হলে নতুন জনৰ হব নিশ্চয়? মতামত আগবঢ়াব 🙏
High school contractual teacher k Regularisation ketia hobo
Sir please please jonabo pre sineor madrassar ki hobo.. recognised 1/1/2004
Sir Moi dropt teacher hou ,,Mur U Dise code 19/20rU Dise code nai So17/18rAgot U Dise code doribo buli Moi request koriluu please
Issue aru effect date consider korok
আন বিদ্যালৰ লগত এক লগ কৰা সকলৰ কিহব জনাব ।
Jibor School 2006 son r agot established hoise kntu 2006 r pist Depart hoise xeibur school provincialised hbo ne ni😢
Time pass kori ase bodhoi
সংস্কৃত শিক্ষকবোৰৰ বিষয় কিবা কব নেকি?
Ki ki document lagivo must
Sir senior sekendari school 2005 stat atiya ki hob
ছাৰ High school বোৰত দুজনকৈ 4 grade আছিল তাৰে 2013 চনত এজনৰ হল আৰু বাকী থকা জনৰ এতিয়া হব নাই।
Sir ME schoolor issue date problemor bikhoe sorkaror logot alusona korok sir please
Hight school r hindhi teacher r uporot apunar kisu motamot dibo sun sir
Sir u Dise 19/20 Dharib lage Anurudh apunale 🙏
Sir m e school additional teacher ki hobo
Mur joining 2016 high school science post.mur postu hb ne
ব্যৱস্থা টো একেই ৰাখিলে দেখোন আগৰ দৰেই , স্থাপন বুলি কৈ ৰিকগনাইজ ধৰে
Takehe
Sir moi mem or 2021 r drop arabic language teacher hoy sir aito hobone nai jonabosun sir please
Sir,Teacher joining date 2008 lobone, anugrah kori reply dibosun
2013 sonot jenekoi provincialist hoisil thik tenekoiye hobo lage aru fullface or salary hobo lage.
Ji korise congress govt e korise
LP ৰ ক্ষেত্ৰত DISE CODEৰ চন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে স্পষ্ট নকৰিলে দেখোন, ছাৰ?
মাননীয় বৰা ছাৰ স্কুল প্ৰাদেশীকৰণ কৰিব নে পদ প্ৰাদেশীকৰণ কৰিব? Tutor নে Teacher ?
Sir M.E.M Recognised 1-1-2005 Issue date 28-2-2006 kiba korok sir
2006 sonor school bilak ki hobo
Sir 2013 t joint kora hakalar ki hob
M.E madrassar arabic postr ki hobo sir ak video banauk sir
Sir , C. M.r bhashyamate venture schoolorhe shuva barta ahise. Kintu drop teacheror babe nahay. Venturor logote 2013 aru 2021 r drop teacher khiniko provincialise koribo Lage buli sajore dabi utthapon korok. Prakash Mandal, drop teacher ২০১৩, goalpara.
drop teachers who have made organization seperately must avoid them
Music teacher ki hobo
Drop teacher ki hbo
Aponer alochonath 1-1-2006 recog. Include hobo lage
মামাৰ ডিভাইদ এণ্ড ৰুল পলিচি, কেনেকৈ দুফা তিফাল কৰিব পাৰি।