গোটেই অসমৰ ৰাজনীতিৰ দূৱাৰ মূখ গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি। উক্ত সমষ্টিটোৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে যাতে উচ্চ শিক্ষিত , উচ্চ মান মৰ্যাদা , সমাজ বা ৰাজ্যৰ ভাল চিন্তাধাৰা থকা আৰু দক্ষতা পূর্ণ ব্যক্তি সকলক প্ৰাৰ্থীত্ব দিয়ে তাৰ বাবে আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আহ্বান জনালো ।