Adarar Achore [ আদৰৰ আঁচোৰ ] || Ep 127 || 01.07.2024 ||
HTML-код
- Опубликовано: 5 окт 2024
- Shame, blame, disrespect, betrayal, and the withholding of affection damage the roots from which love grows. Love can only survive these injuries if they are acknowledged and healed . We cultivate love when we allow our most vulnerable and powerful selves to be deeply seen and known, and when we honor the spiritual connection that grows from that offering with trust, respect, kindness and affection. And ADARAR ACHORE is one such saga of love wherein we will find everything from family drama to love , hatred, conspiracy and lots more
Follow Rengoni TV :-
Facebook: / rengonitv
RUclips: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #adararachore #entertainment#RENGONITV #ENTERTAINMENT #RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT
মন আৰু দুবৰিৰ বিয়া সোনকালে হ'লে হয়।❤❤
চপনীয়াটোক দেখিব নোৱাৰা সকলে লাইক কৰা ❤
❤
Mur j rahi noha hoise soponiyatuk,,,,
মন আৰু দুবৰিৰ বিয়াখন পাতি ললে কাৰ কাৰ ভাল লগিব 👍👍👍
Aditra মাকলে খং উঠিছে , সপনিয়া জী জোঁৱাই সালোক হে বেছি importent dise,,,mak hoi olop বুজিব লাগিছিল❤❤❤❤❤❤
পৰিচালক ও অভিনয় বোৰলৈ বহুত বহুত ধন্যবাদ জনালোঁ, প্ৰথমৰ পৰা চাই আহিছোঁ আৰু আগলৈকে চাই যাম,বেছিকৈ মনৰ বাবে মোৰ বেয়া লাগিছে বহুত অকলশৰীয়া হৈ গৈছে😢😢
ছপনীয়া টোক ঘৰৰপৰা গতিয়াই বাহিৰ কৰিব লাগে....
সমুদ্ৰৰ ইমান অহংকাৰ ভাল নহয় সমুদ্ৰ স্বাথ পর কাৰোবাৰ সম্পদিক লৈ আৰু মাইনি বহুতবেয়া
ঘৰ জোৱাঁই কথা শুনি পিতিব মন গৈছে ,লগতে জীয়েককো অলপ বেছিকৈ পিটিব লাগে,নিজৰ ঘৰখন দুবাব বিচাৰিছে❤❤❤❤❤❤❤❤
Hoi de eke nijor suwalie kenekoi nijor ghrkhnr ktha vabibo pare
Hoioo
ছপনীয়াটোক। এতিয়া উলিয়া দিব লাগে
Adarar achore sai kune kune vl pua like ata kori diba ❤❤❤
. সমূদ্রই গোটেই ঘৰখনক উলিয়াই নিজেই ৰাজত্ব কৰিব তেতিয়া সে চলিশানীযে গম পাব জোৱাকক সি সাপ হৈ খুটি বেজ হৈ জাৰিছে
চপনীয়া টো অলপ নহয় বহুত বেছি হৈছে। দুচৰ মান দিব লাগে আৰু বাহিৰ কৰি দিব লাগে ঘৰ খন শেষ কৰি দিব লাগে। মন দুবৰীৰ বিয়া হব লাগে। ভাল লাগিব
মাক জনি ক মনিছো দেই ।নিজৰ সন্তানক চিনি নাপাই।ঘৰ জোৱাঁই থাকিবলৈ দি ঘৰ খন শেষ কৰিছে
ঘৰজোঁৱাইটো দেখিবলৈ মন নাযায় ই এক সমাজৰ কাৰণে বেয়া বাৰ্তা।
সমূদ্ৰজনক যিকোনো চিৰিয়েলত দেখিলেই খং উঠে,,কষ্ট নকৰাকৈ হাতৰ আগত সকলো পালে মানুহ এনেকুৱাই হয়
Kune Kune monor acting Sai bhal pau like ata Kora 🙏
ধজ্য ফুল মিঠা।ধজ্য ধৰি আছোঁ চপনিয়া টো খেদা চাবলৈ 😂😂😂😂😂😂😂😂😂
ছপনীয়া ঢোকাটোক চুলিখিনি খুৰাই ঘৰৰ পৰা গতিয়াই দিব লাগে।
😂😂😂😂😂
Juwai tuk Hosakoi bht bea lagise
Kune kune sai asa atiya like ata kri dia ❤❤❤😊😊
Gf hba neki mor
সমুদ্ৰ হহে বেচি বেছি কৰি আছে অলপ দিন পাছত গম পাব
চপনিয়া টোক দেখিবলৈ মন নাযায়। কিমান দপ দপাবি দুদিন মানৰ পাছত সকলো শেষ।😂😅😂
Atia Kune Kune adarsr achor Sai asa like ata kora❤❤❤
Bohut val lage sai xosakoi aru kune kune val powa like koribo sun❤
Nilim - Adityar bondhu jon val lagile dei 💓
Dubori aru adityar biya honkale vhalkui hobo lage 👌💞💕💞🎉🎉
Wow ghoror Malik dekhun atia somudro he holgoi - ji dekhisu keidinman pasot sokolue somudror kotha mote utha boha koribo lagibo 😍
চপনীয়াটোক দুটা চৰ দি দিব লাগিছিল।
সন্তান ত কৈ সন্মান ডাঙৰ হল নে মাকৰ
সকলোৱে অভিনয় ভাল হৈছে ।
ঘৰজোঁৱাই দম চাহ দেখিবলৈ মন নেতাই ।
❤ মোৰ প্ৰিয় ধাৰাবাহিক ❤
My 💞 favourite 💙 serial 💞💙💞💜💞💙💞
mon r obsta tu dekhi xosai bohut beya lagise😢
Botu dak moja lagise kintu ❤dhunia ovinoy korise❤❤
ছপনীয়া টোক ঘৰৰ পৰা উলিয়াই দিব লাগে 💗😂
Soponiyatur karone aji kli sabo mn nujuya hoise
Hompotir karone nijor ghor buli vbe uu aii🤣🤣😆😆 duisor logai dim je😒
Homudrok sor dibo lage😂
❤❤❤❤
আদিত্যই চাকৰিটো পালেই হয়
Soponiya to he dom besi.....pab adin ai ghr khne....hahumaye......sb horluluki korb.....
Sopniyatuk valke dumarman diba lage
Mon❤
A Moja lagise sai❤❤❤
Bhut Val lagil sai Aditya ❤️❤️❤️❤️
বৰ কামকৰা চপনীয়া জোৱাই পালে দেই ,
Nice
Good night all friends 🌃
Mon aru dubarir hukh huatu bisarene baru ?
চপনীয়াটোক ঘৰৰ উলিয়াই দিব লাগে নহ'লে ঘৰখন বৰবাত কৰিব।
Ummm
My favourite serial ❤❤❤❤❤❤
Mon aru duburi loi hey😢😢
mojja
Wait Kori asilu dei 💓
Ghor joai jonok dexile rag uthi jai
Jowaik jank gharr pora ulai dib lage tar he bahadori besi hawate xklo lb bisare
❤
Chapaniyatu laaj loga nai ne aru mon r bayek joniu kom nahai de
চপনীয়াটো উঠি ৰজা বহি ৰজা ।লগে লগে দুই চৰ দি উলিয়াই দিব লাগে ।
Nice 👍👍👍
First comment 😊
Bohut vl lges sai
মনৰ মাকৰ জোৱাঁই ৰ প্ৰতি অন্ধ প্ৰেম বেছি হৈছে।এই জোৱায়ে এদিন ভালকৈ কন্দুৱাব। বাকী চপনীয়া জোৱাঁই ক দেখিবলৈ মন নোযোৱা হৈছে।
জীয়েক জোৱাইক ওলালেই চাবলৈ মন নেযায় ।
Ghor juway din ukolise
Aditya r বন্ধু জনক ভোট ভলল লাগিল
ঘৰ জোৱাইটো আৰু তাৰ ঘৈনীয়েকৰ কাৰবাৰ বোৰ বেয়া লাগিছে ।
মজা
My favorite serial❤❤❤
এই ছপনিয়া জোৱাইটোৱে দেখিছো অফিচটো শেষ কৰিব
Botu darbabe❤❤❤❤
Mor bahut Val laga si
Good morning all friends ❤❤
Bah,___juyan, manisu dei. Besidin nie. Ji dekhisi bhal hua nie ___
সমূদ্ৰক উলিয়াই গতিয়া দিয়ক😂😂😂😂😂😅😮😢😊
❤❤❤❤❤❤❤❤❤❤
জোঁৱাই টোক বৰ হাঁহি উঠে
Juwai vindeouk khedibo lage aru..
চাবি-কাঠি খিনি জোৱাই-ভিনদেউ হাতত পৰিবলৈ বেছি দিন নাই 😂😂
চপনীয়াক আৰু ঘৈনীয়েকৰ কাৰনে চচিয়েল খন চাবলৈ ভাল নালাগে আৰু নাচাও
😊😊😊😊😊😊😊
I'm king kohli❤❤❤😂😂😂😅
😂😂😂
I'm Hardik pandya ❤
Aei soponiya হালক নেদেখুৱালে চিৰিয়েল খন নচলিব নেকি
চপনীয়াটোৱে অফিচত কাম কৰিব পাই একেবাৰে ওপৰ পালেগৈ দেখিব মন নাজায়।
Hokolubur mili golei val lagib😔😔😔
Dhura sapor aneo fus fusoni a besi
Monok Sai bohut beya lagise
🌹🌹🌹🌹🌹🌹🌺🌺🌺🌺🌺🌺❤❤❤❤❤❤❤
সমুদ্ৰৰ এয়া ফুৰ্তি খং নহয়।।খেদা খাবলৈ বেছিদিন নালাগে আৰু।বেছি উৎপাত হৈছে।
ᵖˡᶻ ᵖˡᶻ ᵖˡᶻ ᵈⁱʸᵒᵏ ⁿᵃ
Mone beya Kam korile bohut
Serial খন শেষ হ'ল নেকি ?
এই পেট পোঢ়াটোক আৰু চাবলৈ মন নাই চাল্লা ।। মেখেলা পিন্ধ চাল্লা ।। লাজ পোৱা নাই সেইদিনা ছৰটো খাই আক এবাৰ মান পাব লাগিছিলে তেতিয়া হে লাইনত আহিব
এই চপনিয়া টো দেখিব মন নাযায়
Maini soponiya jowai loi ahisa
tikoni dalt dhari uliya diya green tea nohay lal pani diya
Botuk val lage😂😂
Somu from khedibo lage buhut beya monor manu porr uporte khowa to
Sopniyak ghrr pora uliyai pothabo lage tar besi hoise alp dekhibo mn najai
Gor juya vilako anekuya nupuyato puya diye je