@@TaruPhukan apuner vedio bur khub val lage mur,, kiba bonabo loga hole aapuner vedio bur sai lou emn dhuniakoi vedio bur diye,, aaru apuner kotha kita bor val lage
Very tasty recipe. I don't like kumura at all, but your recipe is so tempting 😋 that I plan to try it immediately. Could you please tell, where to get a karahi like yours. I have been wanting one like that. What metal is that?
I love you Ma'am. ❤️❤️ the way you present it's fab ❤️❤️❤️ after watching your videos I always try to make like that and I can really cook well now. just love you ❤️❤️❤️❤️
I am always waiting for another perfect receipt presentation 😋👌
Very nice recipe
👌👌👌
❤❤❤
Very nice
Bhal lage bonai khaisu.
হয়…ধন্যবাদ
Khuri aru beleg kharoli recipe dibosun
Kothalgutir recipe dibosun
বহুত কেইটা দি থৈছো মোৰ চেনেলত…চাবা দেই ❤️
মজা ৰেচিপি ।
Khub xundor recepe baidew....bhttt morom jasilu apunaloi
Wish you the same ❤️💚♥️
বহুত ধুনীয়া হৈছে,দেখিয়ে গম পোৱা গৈছে বাইদেউ
খুওব সুন্দৰ হৈছে ।
আইদিয়া ধুনীয়া বা ।
♥️💚
Bohut dhuniya bonale baideu
বহুত ধুনীয়া।
Khub dhuniya. ..nisoi try korim
Nischoi
ধুনীয়া ৰেছিপি
Thanks
Val lagile
Thankyou
vl lagisai baidew
Thanks
Apuni ji bonai takai val lage sun .moi ghorat apuni ji ji boni take bonai khowu . Val lagil
mur pasandar sabji thanks..
Welcome
Bohut vl recipe try krim
হয়…
খুব ভাল লাগিলে ৰেচিপিটো, বনাব লাগিব।
নিশ্চয়…
খুবেই সুন্দৰ।
Thanks
খুব সুন্দৰ হৈছে বাইদেউ
বৰ ভাল লাগিল ৰেচিপিটো। নতুন কথা এটা শিকিলো, নিমখত সৰিয়হ ভজা।
Apunar recipe pora bahut hikilu Baidew! Bhal Lagil!
Thanks
Khub xundor ...
Thanks
Baideu bor bhal lagil
আপোনাৰ ৰেচিপিবোৰ মোৰ বহুত ভাল লাগে
আপুনি কম সময়ৰ ভিতৰত ইমান সুন্দৰকৈ বনাই বৰ ভাল লাগে চাই।
Apunar video bur sai bhut Val lge , Aru bastu bur bonaboleu Bor hohoj Jen lge , thanks 🙏🏻
বৰ লোভনীয় হৈছে আঞ্জাখন বাইদেউ ।
ধন্যবাদ
Val lagile baideu moiu try kari sam
Khub hundor recipe ba
ঁশাহুৱে বৰ ৰান্ধিছিল আগতে…
বৰ ভাল পাবা
@@TaruPhukan moi u try krim ba
Bor dhuniya lagise khaw khaw lagise
Thanks
Bhal lagil
Thanks
এইদৰে খাই খুবেই বেছি ভাল লাগে ❤❤❤❤❤❤❤💕💕💕💕💕❤❤❤❤💕💕💕💕💕💕
Hoi
Delicious 😋😋
Hoi
Baideu apunar video bur sai br val lage
😋😋😋
♥️
বৰ ধুনীয়া হৈছে 👌👌
Thanks
Val lagil recipe2
Thanks
@@TaruPhukan apuner vedio bur khub val lage mur,, kiba bonabo loga hole aapuner vedio bur sai lou emn dhuniakoi vedio bur diye,, aaru apuner kotha kita bor val lage
ঘৰত যেনেকৈ খাবলৈ ৰান্ধো তাকে দিওঁ…তোমালোকৰ মৰমে সাহস দিয়ে… মৰম দিলো ❤️💝♥️
Testykoi bonuwa mosur dalor recipe ata dibosun
দিম বাৰু
বৰ সুন্দৰ বাইদেউ ♥️♥️♥️
Mor khub bhal lagie.
Hoi .. thanks
ভাল লাগিল বাইদেউ। আপোনাৰ সকলো ৰেচিপিয়েই মোৰ প্রিয়।
মৰম দিলো geet ❤️ভালপাবা ৰেচিপিবিধ
বহুত ভাল লাগিল বাইদেউ ।বৰ ধুনীয়াকৈ বনাই দেখুৱাইছে 👍
Thanks
নিমখৰ লগত সৰিয়হ ভজাটো প্ৰ্থ্ম শিকিলোঁ বাইদেউ । বহুত ধন্যবাদ বাইদেউ
মৰম দিলো
Val lagil baidow 🌹😋😋😋 try korim 👌👌👌
নিশ্চয়
Val lagil baideu ,,,bonai sum..,😋😋
Bonai sam baa .tq very much.
Very tasty recipe. I don't like kumura at all, but your recipe is so tempting 😋 that I plan to try it immediately.
Could you please tell, where to get a karahi like yours. I have been wanting one like that. What metal is that?
সুন্দৰ প্ৰনালি ৰান্ধিব লাগিব।
ভাল লাগিল ধন্যবাদ🙏♥️💐
আপোনাৰ খাৰলি দেখিয়েই খাৱলৈ মন গৈছে বাইদেউ!
আপোনালৈ শুভকামনা থাকিল🙏
Val lagil baideu
Thanks
I am always wanting for your perfect recepi presentation 😋👌
Thanks a lot ♥️💚♥️💛
বনাই চাব লাগিব বৰ ধুনীয়া লাগিছে দেখিবলৈ ❤❤❤❤
নিশ্চয়…ভালপাবা
Ajiei bonai kham
Val lagil baideu, moi bnabloi sesta korim
বৰ ভালপাবা…খাবা
বহুত সুন্দৰ দিচ ৷ ধন্যবাদ বাইদেউ ৷
বিশেষকৈ সৰিয়হ ভজাটো আজি নতুনকৈ শিকিব পাৰিলো ৷🙏
Vl lgl video2 sai baideu
Thanks ♥️
ভাল লাগিছে বাইদেউ
ধন্যবাদ
এনেকৈ কেতিয়াও খোৱা নাই , খাই চাম ৷ ভাল লাগিল ৰেচিপিটো ৷ খাৰ দিয়া নেদেখিলো , কোমাৰা অলপ খাৰ থকা আৰু সৰিয়হ দিয়া কাৰণে খাৰলি বুলি কোৱা হয় নেকি জনাব চোন ৷ সুন্দৰ ৰেচিপি এটা দিয়াৰ কাৰণে অজস্ৰ ধন্যবাদ জনালোঁ আপোনাক 💐
I love you Ma'am. ❤️❤️ the way you present it's fab ❤️❤️❤️ after watching your videos I always try to make like that and I can really cook well now. just love you ❤️❤️❤️❤️
Val lagile .ba.moi u banai Sam.kAiloi.sumi bukajanr pora
❤
eman bhal lagise..baideu kumurar nathakile amita ba pani lau dibo parim ne
অমিতাতকৈ জাতিলাউ মানে পানী লাউৰেও বহুত ভাল লাগে…মোৰ তেনে এটা ৰেচিপি দিছিলো…কেতিয়া দিছিলো পাহৰিলো…ৰান্ধা পানী লাউৱে
@@TaruPhukan bohut dhanyabad baideu....apuni diha mote bonam dei
ভাল লাগিল । বনোৱা নাই আগতে , বনাই খাব লাগিব । আৰু আশা কৰিলোঁ ।
Nissoi sesta koribo🤗❤️
বৰ ধুনীয়া হৈছে তৰকাৰীখন,সৰিয়হ ফোৰন দিওঁতে নিমখ দিয়া কথাটো নতুন শিকিলোঁ বাইদেউ।
Thanks
আজি ৰান্ধি সকলোকে খোৱালো । ভাল পালে সকলোৱে। ধন্যবাদ বাইদেউ ।
ভাল লাগিল নে ♥️💚❤️💝
বহুত ভাল লাগিল বা👌👌
বনাম এনেদৰে।
ৰান্ধিবা
নাই খোৱা বাইদেউ এনেকৈ বনাই। নিশ্চয় খাম।
সুন্দৰ হৈছে। খাৰলি আৰু কি কি পাচলিৰে বনাব পাৰি জনাবচোন। খাৰলি মানে সৰিয়হ দিবই লাগিব নেকি? নিমখৰ সৈতে সৰিয়হ ভজা প্ৰথম দেখিছোঁ।
যিকোনো পাচলিৰে পাৰি
বৰ ভাল লাগিল বাইদেও...প্ৰথম যিটো দেখালে সৰিয়হ ভজা টো ...মই বনাম এইদৰে...আপোনাৰ ভিদিও প্ৰত্যেক টোৱে চাও .কিন্ত্ত কমেন্ট নকৰো ..মাজে মাজে হে কৰো...তৰকাৰি খন ভাল লাগিল👍👍
হয় …মৰম দিলো
notun recipe ata hikilu
ধন্যবাদ
Baideu nisoi bonai kham
খাবা …ভালপাবা
plz baideu kobo. kumura kuneu nakhay. xeibabe xudhilu...mane saiyei khau khau lgise
আপোনাৰ ঘৰত ভোজৰ নিমন্ত্ৰণ পাম নেকি ? দেখি থাকোঁ সদায় , এদিন আপোনাৰ হাতৰ খাই চাবলৈয়ো মন যায় দিয়কচোন 😊
ভোজতে অকল খাই নেকি …
ভাতে আমাৰ প্ৰধান আহাৰ…সকলোৱে ঘৰত যি থাকে তাকে পৰম তৃপ্তিৰে খাব লাগে…
আহিবা ভোজ ন'হয় |অতিথি বুলি ৰান্ধি খুৱাম
@@TaruPhukan ভোজ শব্দটো ব্যৱহাৰ কৰিব নালাগিছিল । মন নকৰিলোঁ । অৰ্থ বেলেগ হলগৈ ।
Salt dubar dise
জোখত দিছো
Dekhiboloi bor dhuniya hoise moi kali bonam
নিমখৰ লগত সৰিয়হ ভজা টো আজিহে শিকিলো | ধন্যবাদ
Bor xundor recipe vl lagile dai
Bor loov lagil🤤
ধন্যবাদ
আমি জনাত সৰিযহ গুৰি কৰি খাৰ সানি কেইদিনমান কলপাতত নুৰিযাই থৈহে খাৰলি কৰে।এইটো কেনেধৰণৰ খাৰলি বুজি নাপালো।
No reply from Toru mam....?
Aji imn vl napalu baa
কিয়…ইমান সুন্দৰ অসমীয়া জুতিবোৰ
Nice 🙏❤
Thanks
Very nice