Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Val lagile 🙏🙏
Sundor video khura val lagil sai 😊
Val lagil khura Belegor kothat guruuta nidiboNamghr ❤️🙏🏻🙏🏻🙏🏻🥰Dhuniyakoi ful aru pasoli. Logaise ghrr fresh sobji,❤❤🎉😊
নাম ঘৰ টু ও খুব ধুনীয়া ❤️🙏🙏
সেই বোৰে বেয়া টো হে দেখি পাই অ খুৰা 🙏🙏🙏🙏🙏🙏
কোৱা মানুহে কৈ থাকিব আপুনি নিজৰ কাম কৰি যাওঁক, খুব ধুনীয়াকৈ সজাই লৈছে নামঘৰ ভাগ লগতে পাচলি খেতি ফুল চাৰিওফালে জাতিষ্কাৰ হৈ আছে 🙏
কোৱা বিলাকক কৈ থাকিবলৈ দিয়ক খুৰা । আপুনি নিজৰ কাম কৰি যাওঁক। নামঘৰ ভাগ ধুনীয়াকৈ বনাইছে 👍👍
এইবোৰ মানুহৰ কথাত কান নিদিব কাৰণ কিছুমান মানুহে নিজে ও নকৰে আনৰ দেখিব নোৱাৰে সুন্দৰ ফুল নি 'পাচলি হৈছে 👌👌🙏
Khub val lagile vdo2 sai... full watch korilo...mur o sabo.🙏
Val lagil khura manuhr kotha ki kb aru
ভাল লাগিল খুৰা।🙏🙏বৰ ধুনীয়া নামঘৰখন🙏🙏ফুলখিনিও বৰ সুন্দৰ।ভেন্দি ধুনীয়া হৈছে।তুলসী মধুসুলেং ভাতকেৰেলা ভাল লাগিল।হয় দেই কিছুমানে নভৱাকৈ কথা কয়।
Video দি যাওক আমি সদায় support কৰি যাম 🙏🙏
ইমান ধুনীয়া কৈ শাকৰ বাগান কৰিছে,ডাৱ কটাৰী লয় ন,মধুল্ং টেঙা,নামঘৰ টি সুন্দৰ কৈ বনাই ছে, ৰাতিপুৱা গধূলি চাকি জ্বলায়,নাম পাতিলে দিনটো লাগে নামঘৰত ভকত আহিলে। ভাল লাগিল দাদা।
খুৰা আপোনাৰ ব্যস্ততা দেখি খুব ভাল লাগিল , কাউৰীয়ে ধেৰ ৰমলিয়াই থাকিলেও কাউৰীৰ মাত কোনোবাই শুনে জানো , কুলিৰ মাতেহে মন জুৰাই । গতিকে আপোনি আপোনাৰ কাম কৰি যাওক ।
Khura namghortu bohut dhunikoy bonale vendi aru modhulong sinise fulor tab bilak dhunakoy hojayse khura kisumane liveot ahi hoy kiti comment kore heytu bea kotha
Hoi dinor dintu kunu manuh namghor t humai nathake beyakoi kuwa hokolok ignore korok khub hundarkoi namghor bhag rakhise val poribekh tu dekhi
Val lagile 🙏🙏
Sundor video khura val lagil sai 😊
Val lagil khura
Belegor kothat guruuta nidibo
Namghr ❤️🙏🏻🙏🏻🙏🏻🥰
Dhuniyakoi ful aru pasoli. Logaise ghrr fresh sobji,❤❤🎉😊