I remember the day when many people trolled you because you criticized Axom Sahitya Sabha. Even your uncle clarified the matter. But this is an answer to all those . It is a blast Srijanee Baa. Keep shining and always keep this spark and keep being yourself. Much love❤
Moi koisilu ne ei teeta hobo bor meetha...ths is one of d best album in many many yrs that i can remember of... this will b a trendsetter .. way to go ❤🎉
Baharbari r para sai ahilu just
Mou ekei just ahilu
Moiu akeii deii
Moi uu 😂 Rakesh aa pura viral kori dile
Same 😂
same😂
Behorbari sai Kune kune ahise like ata kori diya 😂❤
Moi
Moii singer jonik sabo babe ahiso😅😅😅😅❤
Me
Me
Moi
Beharbari Sai Kune Kune hunibo ahisa like kora ❤❤❤❤
Beharbari outpost sai he hunisu gan tu❤❤❤ 🔥🔥🔥 guli lagise😊😊
আনে যোৱা বাটে নোযোৱা আমাৰ আদৰৰ সৃজনীশীল সৃজনীয়ে অসমীয়া শিল্পী সমাজক নিশ্চয় সমৃদ্ধ কৰিছে।আদিম আদিম লগা বনৰীয়া সৃষ্টি, সুন্দৰ মাত আৰু উচ্চাৰণে মোক সদায়ে ভাল লগাই দিয়ে। তোমালৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।
Beharbari Sai he ahusu dai❤
Same
বেহাৰবাৰিত শুনি ইয়াত সোমাই গলো সুন্দৰ
বেহৰবাৰী outpostৰ পৰা কোন কোন আহিছা?? Like ❤❤
শ্ৰীজনী ভাস্ব মহন্ত আইজনীৰ গানটোৱে মোক বৰকৈ মোহিত কৰিলে৷ তেওঁৰ অনুপম কণ্ঠেৰে নিগৰি অহা সুৰ অত্যন্ত সুন্দৰ আৰু মনমোহক৷ তত্ত্বগধুৰ আৰু অৰ্থবহ গীতটিত তেওঁ প্ৰয়োগ কৰা কণ্ঠকলাত প্ৰতিভাৰ প্ৰাচুৰ্য্যতা জ্যোতিস্মান হৈ উঠিছে৷ আপোনালোকৰ সুযোগ্যা কন্যা শ্ৰীজনীয়ে যে কণ্ঠসাধনাত ব্যুৎপত্তি লভিছে সেয়া বিনাদ্বিধাই স্বীকাৰ্য৷ তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷
- ড॰ সুলেখা চক্ৰৱৰ্তী
সংগীতৰ মাজেৰে বৰ্তমান ঘটি থকা ঘটনা পৰিঘটনাৰ সুন্দৰ বিৱৰণ। সঁচাকৈ মানুহবোৰ কৰ'বাত তিতা হৈ গৈছে আজিকালি, তাৰ মাজতে ভাল মনৰ মানুহবোৰ আছে আৰু থাকিব, পৃথিৱীখন ধুনীয়া কৰি ৰাখিব। অপূর্ব সৃষ্টি। শুভকামনা থাকিল ❤❤
তিতা কেৰেলা হেনো
নহয় ইমান তিতা
মাতৰ তিতা হেনো
আৰু তিতা
গুৰ-চেনি-মৌ হেনো
নহয় ইমান মিঠা
মাতৰ মিঠা হেনো
আৰু মিঠা
ধন-সোণ-ঘৰ পায়ো
নহয় সুখী মানুহ
তাতকৈয়ো সুখ হেনো
মৰমত পাবা
নেথাকে ঘৰ-বাৰি
মাথো মায়াৰ জৰী
মৰমৰ মাত এষাৰি
থাকে জীৱন জুৰি
মৰিলে নাই একো
এমুঠি ধূলি-বালি
ৰ’বগৈ মাথো তোমাৰ
কামৰে নাম-ধ্বনি
জীৱনত দুখ বেচি
অলপ মাথো হাঁহি
হাঁহি মুখেৰে তুমি
দুখক কৰা লগৰী
মৰিলে নাই একো
এমুঠি ধূলি-বালি
ৰ’বগৈ মাথো তোমাৰ
কামৰে নাম-ধ্বনি
Beharbarit saihe ahisu hunibo... hosai dhuniya ❤
Behabari Sai h gom palu gan to o khota ❤🎉
বা কেইবা বাৰু শুনিলোঁ গানটো, বহুত ধুনীয়া হৈছে বা Lyrics..music..video চব সুন্দৰ হৈছে অসমীয়া গান এনেকুৱা হোৱাটো বিচাৰোঁ ।❤❤
অনবদ্য অনুপম সৃষ্টি, ঈশ্বৰ প্ৰদত্ত সুৱদী কন্ঠ,বহুদূৰ আগুৱাই যোৱা নতুন নতুন সৃষ্টিৰ সৈতে।তোমাৰ গীতত আছে অনন্য এক সুকীয়া মাদকতা। আগলৈও আমাৰ বাবে এনেদৰেই সুন্দৰ সুন্দৰ সৃষ্টি উপহাৰ দি থাকিবা দেই। ঈশ্বৰে তোমাক সদায় মংগল কৰক।
Behar bari outpost r pora kun kun ahisa like kora ❤
খুউব সুন্দৰ হৈছে । গায়িকাৰ কণ্ঠ শক্তিশালী আৰু আকৰ্ষণীয় । 'কনচেপ্ট ' অগতানুগতিক । ভাল লাগিল ।
Behar barit Sai ha hunesu
সৃজনীৰ "তিতা কেৰেলাৰ" মিঠা মিঠা সোৱাদে মন-প্ৰাণ পুলকিত কৰিলে ! সুন্দৰ!! অভিনন্দন জনাইছোঁ।
Bohot bar hunilu...
অগতানুগতিক হৈছে বা...
খুব ধুনীয়া
সৃজনি, তোমালৈ আশীৰ্বাদ থাকিল । ন ন সৃষ্টিৰে আগবাঢ়ি গৈ থাকা। ❤️♥️♥️
Jiman views ahise besi khini Behar bari outpost or pora ❤❤
Right 👍🏻
Baharbari pora sai ahisu just ❤❤❤
Beharbari outputs sai he gan tut ahisu
Write
Yes
ইমান ধুনীয়া concept ❣️ পৰিৱেশন আৰু বেছি ধুনীয়া❣️
Aii gan tor krne Beharbari ata episode gusi gol dhet 😅
Dhuniya ❤ Behar bari sai Kun kun ahise like ata ❤# diya 🎉
Beharbarit Huni RUclips Hunisu, Gan2 Bahut Bhal Lagil , Picnic hit Song
Behar bari sai ahisu dei guys ...Val lagil voice t dom ase
ভাল লাগিল।মৌ আৰু আগুৱাই যোৱা। শুভেচ্ছা জনালোঁ।।
বেহাৰবাৰী পৰা আহি চাইচো । সুন্দৰ।
আচৰিত এটা টেক ত 🥰❤️ মানিছোঁ ডিৰেকচন সাংঘাতিক
বৰ সুন্দৰ হৈছে। গীতৰ কথা,সুৰ, সংগীত, গায়কী, দৃশ্যায়ন সকলো সুন্দৰ। সৃজনীলৈ অভিনন্দন আৰু
শুভেচ্ছা জনাইছোঁ।
Amazing work team '' তিতা কেৰেলা '' , Hearty congratulations to all of you.
Beharbari outpost r pora he sab ahilu deiiiiii🎉🎉🎉🎉🎉🎉.... Like ata kori diba ❤
Beharbari sai sobe ahise kela☺️
just sai ahisu loge loge youtube ot saisu
Behabari t dekhi ahi lu moja song ❤
I remember the day when many people trolled you because you criticized Axom Sahitya Sabha. Even your uncle clarified the matter. But this is an answer to all those . It is a blast Srijanee Baa. Keep shining and always keep this spark and keep being yourself. Much love❤
Video টোৱে MLTR ৰ 'Someday someway' গীতটোৰ কথা মনত পেলাই দিলে। সুন্দৰ হৈছে 👌 এক অনন্য সোৱাদ 👌👌
গানটো ভাল হইছে বাইদেউ আগবঢ়ি যাওক।জই আই অসম
Behabari sai june june ahise like👍
Beharbarir pora ahisu ❤
Very beautiful Cinematography, Melody, Lyrics and Song
Your voice is really amazing Baa💖
Moi u Sai ahisu de ❤🎉
ইমান ধুনীয়া গীতৰ ভাষা আৰু পৰিবেশন
Beharbarir pra pai video tu salu ❤
Kon kone beharbarit sai ahisa like kora
Great job team "Tita Kerela".খুব ভাল লাগিল।
Beharbari r pora ahisu dei just ❤
Oooo ba ki অদ্বিতীয়, কি ধুনীয়া🌻
beharbari out post sai aha hokole like kori jua . moi to sai ahisu
Beharbarit Sai ahilu sabo
Beharbari sai just salu ❤val lagi
বহুত বহুত ধূনীয়া গীত আৰু পৰিবেশন ৷❤
যোৱা কালি সচাই বৰ ধুনীয়া অনুস্হান এটাৰ সাক্ষী হলো ❤❤
গীতটি Uncommon হৈছে বহুত
আৰু এতিয়ালি কৰা Srijoni Production ৰ যিখিনি কালি দেখুৱালে সচাকৈ তোমাৰ মা আৰু দেউতাক প্ৰণাম জনাইছো এনেকৈ ভাল ভাল কাম কৰি যোৱা God bless You ❤👍🎤
Dhuniya
Beharbari pora gom palou gan tu bhut val lagise gan tu agouau joya tumi baa❤🥰🥰
Beharbari outpost sai pele sabo ahilu dei moi o dhuniya hoise song tu. 😊❤
Beharbari t Sai ahisu❤
Beharbari r পৰা কোন কোন আহিছে
Jui logai dila srijani baa 🔥🔥🔥❤
Beharbari t gom pai salu dei
Moza 🎉❤🎉🎉🎉
গানটো সকলো দিশৰ পৰাই সুন্দৰ হৈছে।❤
Beharbari outpost Sai gom palu bohut vll lagil❤
Beharbari sai Just ahesu
First beharbari 🎉🎉..
Beharbari outputs sai he gom palu
Vl lagise xuni ❤
A great creation! I've been listening to TITA KERELA nonstop since it dropped - it's absolutely phenomenal!
BOP sai ahisu...val lagil huni gaan ❤❤❤
Song, voice , video Outstanding 🔥🔥🔥🔥🔥
মাতৰ তিতা সঁচাই আতাইত কৈ তিতা । 🎉❤
গানটো beharbari out post ত promotion কৰিছে ।
Beharbari চোৱাৰ পিছত গানটো শুনিছোঁ।❤
Moiu❤
@mrigankanath8914 ok bro 👍
Beharbarir pra gom palu❤
সুন্দৰৰ লগতে ইউনিক ❤
দিনটোত কেইবাৰ যে শুনিলো... খুব ধুনীয়া, বা❤
ভাল লাগিল. সুন্দৰ হৈছে
So profound and beautiful. Lovely song and lyrics ....congratulations Srijani
Behabari Sai kune kune ahisa
Love you Amitabh Da!!! One more Guitar Legend from Jorhat!!😍
Mojjaaa 👌
Unique concept 🌸 Mukul & Pankajok First time actor hisape dekhilu.. val lagil.. val hoise 👍
Nice publicity...all viewers from beharbari thana ❤
গানৰ সুৰ কিন্তু লোকগীতৰ ঠাচৰ দৰে নহয়নে বাৰু ! ভাল লগিছে দেই।
𝙓𝙪𝙣𝙙𝙖𝙧❤𝙩𝙪𝙢𝙖𝙧 𝙢𝙖𝙖𝙩 𝙏𝙪 𝙗𝙤𝙧 𝙙𝙝𝙪𝙣𝙞𝙮𝙖
সৃজনী সচাকৈ সৃজনশীল❤
From Bahar bari
সুন্দৰ গীত ❤❤❤❤
Awesome......From Jajori
Xosa ktha xosai xuni vl lagil 😊
Beharbarir pra sidha titakerelaloi palohi😮😮
অতি সুন্দৰ, বা 👏🏻👏🏻
Borhiya val lagil
Moiu beharbari outpost dekhi saisu song tu val lagil huni❤❤
Beharbari outpost serial r pora oha comenter bilake like ata di jaba😂
Always unique..dhuniya
Amazing ❤nice voice
Beharbairi ee besi viral kori dile😊
Moi koisilu ne ei teeta hobo bor meetha...ths is one of d best album in many many yrs that i can remember of... this will b a trendsetter .. way to go ❤🎉
Borhiya lagise. Kudos to Srijani and team.
Voice to bhal , future ase dei , matro faltumi nakori vlkoi aguwai jowa❤