Комментарии •

  • @minatimech4993
    @minatimech4993 3 дня назад +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @hiteshnath8287
    @hiteshnath8287 17 дней назад +1

    হে প্ৰভু। কৃষ্ণ ইমান সুন্দৰ কথা কৈছে বহুত। বহুত। সেৱা

  • @ritumaninath9486
    @ritumaninath9486 18 дней назад +6

    প্ৰভু সেৱা জনাইছোঁ।আপোনাৰ চৰণত প্ৰণাম।সদায় যাতে আপোনাৰ শ্ৰীমুখে কৃ্ষ্ণকথা শুনি থাকিব পাৰোঁ।🙏

  • @bontiborah5014
    @bontiborah5014 18 дней назад +4

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু আপোনাৰ শ্ৰী চৰণত পুৱাৰ ভক্তি ভৰা কৌটি কৌটি সেৱা আগবঢ়ালো।প্ৰভু ভগৱন্তই সৰ্বদা আপোনাক আমাক অমৃত কথা পান কৰা বলৈ ভালে ৰাখক।

  • @rumibaruah9284
    @rumibaruah9284 18 дней назад

    কৃষ্ণ, গুণময় বেদসমূহে নিৰ্গুণ পৰমব্ৰহ্মক ভগৱন্তৰ গুণময় লীলাসমূহৰ যোগেদি কেনেদৰে সুন্দৰ ৰূপত নিৰূপণ কৰে সেয়া জানি অতিশয় আনন্দিত হ'লোঁ। প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

  • @bhabajyoti356
    @bhabajyoti356 18 дней назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম,

  • @ramcharandeka9143
    @ramcharandeka9143 18 дней назад +2

    Krishna Krishna Madhava Ram Hari.

  • @manashdewri5733
    @manashdewri5733 18 дней назад +1

    হৰি ৰাম ৰাম শতকোতি সেৱা ধৰিছো

  • @bijumanikalita2588
    @bijumanikalita2588 18 дней назад +2

    Krishna krishna❤❤

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 18 дней назад

    হে প্রভূ ঈশ্বৰ স্বৰূপ বাপ জনা আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাথা শুনি বহুতু জ্জান লাভ কৰিলো আপোনাৰ চৰণত শত কৌটি প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mainabordoloi2479
    @mainabordoloi2479 18 дней назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু,আপোনাৰ চৰণত সেৱা জনালো🙏🙏🙏

  • @reetabordoloi5258
    @reetabordoloi5258 18 дней назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 প্ৰভু ঈশ্বৰ সেৱা গ্ৰহণ কৰিব যেন।

  • @utjalrajbongshi5621
    @utjalrajbongshi5621 16 дней назад

    কৃষ্ণ বাপ ,ৰাতিপুৱাই ৰাতিপুৱাই আপোনাৰ শ্ৰীমুখৰ পৰা কৃষ্ণ কথা শুনি সঁচাকৈ বহুত সুখ পালোঁ🙏🙏🙏🙏।প্ৰভু ভগৱন্তই আপোনাক সদায় ভালে ভালে ৰাখক ।

  • @amiyaborah9305
    @amiyaborah9305 18 дней назад +1

    কৃষ্ণ কৃষ্ণ প্ৰ ভু প্ৰ ণাম।

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og 18 дней назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ushahazarika137
    @ushahazarika137 18 дней назад

    কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰীচৰণত সেৱা জনাইছো।

  • @bhabenbonia9454
    @bhabenbonia9454 2 дня назад

    বৰ সুন্দৰ হৈছে প্ৰভু । সেৱা জনালো ।

  • @pallabikagohain5720
    @pallabikagohain5720 18 дней назад

    কৃষ্ণ কৃষ্ণ সত্ৰাধিকাৰ প্ৰভু জনা আপোনাৰ চৰণত সেৱা জনালোঁ কৃষ্ণ

  • @shibosaloi8549
    @shibosaloi8549 18 дней назад

    সুন্দৰ প্রয়োজন প্রয়াস প্রভূ। চৰণত শত শত প্রণাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ৰাম।

  • @deepabora1865
    @deepabora1865 18 дней назад

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 সেৱা জনাইছো

  • @priyadoleypegu597
    @priyadoleypegu597 17 дней назад +1

    Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @DimbeswarKochari
    @DimbeswarKochari 18 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤

  • @r.ctalukdar1659
    @r.ctalukdar1659 18 дней назад

    পাঠ পৰ্যালোচনা ধুনীয়া হৈছে, সেৱা জনালোঁ। অপ্ৰিয় হ'লেও সত্য কথা কৃষ্ণ শব্দ টো ৰোমান লিপি ৰে লিখা টো অশোভনীয়। মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো যিহেতু আমাৰ মাতৃভাষা অসমীয়া। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,, কৃষ্ণ কৃষ্ণ।

  • @bhaskarneog5162
    @bhaskarneog5162 6 дней назад

    কৃষ্ণ প্ৰভু সদায় আপোনাৰ পদ্ম মুখে ঈশ্বৰ কথা শুনি থাকিব পাৰো যেন 🙏

  • @NilimapathakNilimapathaka
    @NilimapathakNilimapathaka 18 дней назад +1

    Krishna ❤❤🙏🙏🙏🙏🙏🙏

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 18 дней назад +2

    কৃষ্ণ বাপ জোনাৰ চৰণত ভক্তিভৰা প্ৰণাম জনালোঁ

  • @putalimahanta6878
    @putalimahanta6878 3 дня назад

    কৃষ্ণ, বহুত আনন্দিত হলো । অসমত এনে কিছুমান ঠাই আছে , য'ত কৃষ্ণ , শঙ্কৰগুৰু, ভাগৱত , গীতা আদিৰ নামেই শুণা নাই। আপোনাসৱ বিজ্ঞ জনে যদি তেনে ঠাইত প্ৰচাৰ কৰাৰ চেষ্টা কৰে কিমান লোক যে উপকৃত হব । আমি বিভিন্ন জনৰ কমেন্টৰ ওপৰত ভিত্তি কৰিহে এই কথা লিখিলো । ক্ষমা কৰিব । কৃষ্ণ সেৱা জনালো।

  • @PinkuDas-f2t
    @PinkuDas-f2t 18 дней назад

    কৃষ্ণ প্রভু জনা সেৱা নিবেদিছোঁ ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rupalichetia1747
    @rupalichetia1747 18 дней назад

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ । আপোনাৰ শ্ৰীমুখে ভাগৱত শুনি ধন্য হলো 🙏🙏🙏

  • @alakanath6170
    @alakanath6170 18 дней назад +1

    Krishna 🙏

  • @phirodarabha9647
    @phirodarabha9647 18 дней назад

    কৃষ্ণ বাপ কোটি কোটি প্ৰনাম
    🪔🙏🙏💕🌺🌺

  • @bimandas7309
    @bimandas7309 10 дней назад

    জয় শ্ৰী ৰাম জয় জয় ৰাম শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe 18 дней назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ❤,,🙏🙏🙏

  • @pramudnath2228
    @pramudnath2228 3 дня назад

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে সকলোকে সেৱা জনাইছো।

  • @kumudinisaikia1979
    @kumudinisaikia1979 18 дней назад +1

    কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼🙏🏼🙏🏼

  • @pankajdeka2740
    @pankajdeka2740 18 дней назад

    গুৰুদেৱ শত কোটি প্ৰণাম

  • @papukonwar4096
    @papukonwar4096 18 дней назад +1

    কৃষ্ণ 🙏🙏🙏 ৰাম

  • @KABITABURAGOHAIN-gz7wd
    @KABITABURAGOHAIN-gz7wd 18 дней назад

    Krishna Prabhu apunar srisaranat pronam janaisu Krishna.

  • @GogoiBhupen551
    @GogoiBhupen551 18 дней назад +3

    কৃষ্ণ বাপ, আপুনি ধাৰাবাহিক ভাগৱত পাঠ পঞ্চম স্কন্ধৰ কেইটামান ভিডিঅ' পোৱাৰ পাছত আৰু ভিডিঅ' পাম বোলি অতি আগ্ৰহী হৈ আছোঁ।

  • @punyarabha151
    @punyarabha151 15 дней назад

    Krishna ❤Goy guru sangkar 🎉🎉🎉🎉..

  • @bhumitabora2496
    @bhumitabora2496 18 дней назад

    ❤❤❤ কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ কোটি কোটি প্ৰণাম সেৱা জনালোঁ 🙏🙏 কৃষ্ণ কৃষ্ণ

  • @narensaikia2671
    @narensaikia2671 18 дней назад +1

    কৃষ্ণ 🙏

  • @GitaTalukdar-b7o
    @GitaTalukdar-b7o 18 дней назад

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম ।

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io 18 дней назад

    krishna krishna bap provu

  • @narayanchetia7538
    @narayanchetia7538 14 дней назад

    ডেকা বাপ সেৱা নিবেদন কৰিলোঁ কৃষ্ণ 👏🏻🪔🪔🕉️🪔🪔👏🏻🌲❤

  • @nilimarabha7373
    @nilimarabha7373 18 дней назад +1

    Krishna🙏🙏🙏

  • @dimbeswari_patar
    @dimbeswari_patar 18 дней назад +1

    Krishna. Hori. Ram. Oum. santi. santi. santi. 🙏🙏🙏🙏

  • @babytalukdar967
    @babytalukdar967 18 дней назад

    Krishna Krishna Prabhu

  • @BhagyaBora-h1o
    @BhagyaBora-h1o 18 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 ।

  • @ARUPDeka-p3v
    @ARUPDeka-p3v 17 дней назад

    প্ৰভূ.আপোনাৰ.শ্ৰীমুখে.সুমধুৰ.ঈশৰৰ..গুণ নামে.বেছিকৈ.মোহিত
    .কৰে.প্ৰভু.সেৱা
    গ্ৰহন.কৰিব

  • @AnimaDasAnimaDas-t6h
    @AnimaDasAnimaDas-t6h 18 дней назад +1

    প্ৰভু জনা আমাক এটা উত্তৰ দিবছোন দাৰুক কোন আছিল কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ 🙏

    • @pranabnath3362
      @pranabnath3362 18 дней назад

      দেখিলা সাৰথি গৈয়া প্ৰত্যেকে প্ৰভুক। ৰঝাইল লোতক ভৈল আকুল দাৰুক।।

  • @pratibhapathak556
    @pratibhapathak556 18 дней назад

    Krishna

  • @paruldutta5898
    @paruldutta5898 18 дней назад

    Krishna krishna krishna

  • @prahladchetia4233
    @prahladchetia4233 18 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jintidas6948
    @jintidas6948 18 дней назад

    হৰি হৰি ৰাম ।

  • @ChitraDas-d7b
    @ChitraDas-d7b 18 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ, সহস্ৰ প্ৰণাম জনাইছোঁ 🙏🙏🙏🙏🙏

  • @mamonidas1659
    @mamonidas1659 18 дней назад +1

    Krishna Krishna Krishna probhu pronam. 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 18 дней назад +10

    ❤Krishna apuni bhogaban amr eyat kono loke bhagoboto namare najane apuni amak kripa koribisun pronam probhu❤❤❤❤❤

    • @joyshreeneog3231
      @joyshreeneog3231 16 дней назад

      😊😊 46:23 46:24 46:26 46:28 46:29 46:30 46:36

  • @LakhimiGohain
    @LakhimiGohain 18 дней назад +1

    Krishna Krishna Ram Ram ❤❤❤❤

  • @sabitrimedhi6564
    @sabitrimedhi6564 18 дней назад

    কৃষ্ণ প্ৰভূঈশ্বৰৰ শ্ৰীচৰণত আন্তৰিক সেৱাভাগ নিৱেদন কৰিলোঁ মাধৱ ৰাম 🙏🙏🙏🙏

  • @nirupamadas2038
    @nirupamadas2038 18 дней назад +1

    Ram Krishna.pranam.

  • @dilip6pesrabha759
    @dilip6pesrabha759 18 дней назад +1

    Krishna krishna xondar pravu 🙏🙏

  • @debadash7047
    @debadash7047 18 дней назад +1

    Rahila Bala Das
    Krishno Bap Pronam

  • @pranabnath3362
    @pranabnath3362 18 дней назад

    সহস্ৰ প্ৰণাম গুৰুদেৱ। কৃষ্ণ

  • @sarbeswardoley2388
    @sarbeswardoley2388 18 дней назад

    Swarup Rani Doley. কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @lakhiborah4897
    @lakhiborah4897 18 дней назад

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 18 дней назад

    কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @jamunadeka5494
    @jamunadeka5494 18 дней назад

    কৃষ্ণ কৃষ্ণ হে প্ৰভু সেৱা গ্ৰহণ কৰিব
    🙏🙏🙏🙏🙏

  • @RabotiMunda
    @RabotiMunda 18 дней назад

    Krishna Krishna bap

  • @rajumonisaikia989
    @rajumonisaikia989 18 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @harinam1835
    @harinam1835 17 дней назад

    কৃষ্ণ কৃষ্ণ

  • @prabinnath4158
    @prabinnath4158 18 дней назад

    Pranam Prabhu, Bhagaban Shree Krishna r jate Kripa Patra haba paro tare ashirbad bicharilo prabhu.

  • @rinakalita927
    @rinakalita927 16 дней назад

    প্ৰভু বাপ কৌটি কৌটি প্ৰণাম নিবেদিছোঁ

  • @bhargavsaharia1957
    @bhargavsaharia1957 3 дня назад

    Krishna provu pronam ❤❤

  • @AmusedBakedCustard-nk7ci
    @AmusedBakedCustard-nk7ci 18 дней назад

    Pranam prabhu.

  • @madhabidas6553
    @madhabidas6553 18 дней назад

    কৃষ্ণ শঙ্কৰগুৰু মাধৱ শতকুতি প্ৰণিপাত নিবেদন কৰিলোঁ আপোনাৰ অভয় শ্ৰীচৰণত কৃষ্ণ 🙏🙏🙏

  • @himalayanwolf6461
    @himalayanwolf6461 17 дней назад

    কৃষ্ণ কৃষ্ণ ।

  • @DhirenDas-ef8qn
    @DhirenDas-ef8qn 7 дней назад

    Krishnakrishna

  • @renukakalita1596
    @renukakalita1596 18 дней назад

    Krishna Krishna

  • @promodborah3768
    @promodborah3768 10 дней назад

    Krishna krishna arpunar bhawagt saban huni bhaallagl Dil se dhanyvad deta hu❤❤❤❤

  • @gitalineog930
    @gitalineog930 18 дней назад

    Krishna Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻

  • @ACHYUTKAKATI-l2e
    @ACHYUTKAKATI-l2e 16 дней назад

    হে প্ৰভু আপোনাক কি বুলি কৃতজ্ঞ জনাম এই channel অৰ মাধ্যমৰেই আপোনাক পাইছো , কায়িকভাৱে কেতিয়াবা পাম নে নাপাম নাজানো ঈশ্বৰ পুৰুষৰ কি আশীষ আছে সিও জনাৰ কোনো উপাই নাই কিন্ত আপোনাৰ দ্বাৰা পাঠিত ভাগৱতে আমাক কৃতাৰ্থ কৰিছে প্ৰভু...আপোনাৰ সাৱলীল সহজ সৰল ব্যাখ্যাই আমাক অনুপ্ৰাণিত কৰিলে...। সেৱাহে প্ৰভু। আশীৰ্বাদ কৰিব ভাগৱত প্ৰেমেই যেন মোৰ শেষ প্ৰেম হয় । পুনৰ সেৱা প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম হৰে হৰে হৰে।।🙏🙏🙏

  • @নৰেন্দ্ৰচন্দ্ৰ

    কৃষ্ণ কৃষ্ণ 🙏

  • @MonimaBorah-x3l
    @MonimaBorah-x3l 17 дней назад

    Ram pronam.apuni je iman sundor udahoronere iman sohoj koi amak bujab pare sosakoi apuni solagor patro.may god bless you.

  • @krishnadas6507
    @krishnadas6507 18 дней назад

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @kuladeepthakuria5469
    @kuladeepthakuria5469 17 дней назад

    প্ৰভু, পোন প্ৰথমে এই অধমে আপোনাৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত জনালো। আপোনাৰ ভাগৱত পাঠ ও ব্যাখ্যা শুনি থাকো। আপুনি মোৰ জন্মস্থান শ্ৰীশ্ৰী সিদ্ধযোগী ভণ্ডাবাবা সেৱাশ্ৰম প্ৰাঙ্গণ,চেঙা বৰপেটা ত আহি যি মধুৰ ভাগৱত পাঠ ও ব্যাখ্যা কৰি সাফল্য মণ্ডিত কৰিলে তাৰ বাবে আপোনাৰ শ্ৰীচৰণত সহস্ৰ প্ৰণাম।আপোনাক দেখা পাই নিজকে সৌভাগ্যবান বুলি ভাবিছো। এয়াই তেৰাৰ কৃপা 🙏জয় শ্ৰীকৃষ্ণ🙏

  • @RatulDeka-ve8ih
    @RatulDeka-ve8ih 18 дней назад

    Krishno Prabhu Gurujona chorone khewa

  • @Babitaborgohain-e8c
    @Babitaborgohain-e8c 18 дней назад

    কৃষ্ণ প্ৰভূ 🙏

  • @PabitaRabha-ux7hs
    @PabitaRabha-ux7hs 17 дней назад

    Krishna krishna 🙏🙏🙏🙏🙏

  • @TrishnaHazarika-nd9zz
    @TrishnaHazarika-nd9zz 3 дня назад

    Krishna krishna krishna 🙏🙏🙏

  • @PranitadhrubaDas-wk3de
    @PranitadhrubaDas-wk3de 17 дней назад

    🙏🙏🙏

  • @Smritisaikia-ln9lb
    @Smritisaikia-ln9lb 18 дней назад

    Krishna krishna pravujan srisaranat sewa nibedisu....... Krishna

  • @ritatalukdar7264
    @ritatalukdar7264 11 дней назад

    Krishna Krishna 🙏🙏🙏💐❤❤❤

  • @benukurmi8774
    @benukurmi8774 18 дней назад +1

    কৃষ্ণ বাপ

  • @basisthabaishya7731
    @basisthabaishya7731 4 дня назад

    Pravu eswar Krishna Krishna

  • @kalyanidas4341
    @kalyanidas4341 18 дней назад

    কৃষ্ণ🙏🙏

  • @deepanajlidas4523
    @deepanajlidas4523 17 дней назад

    Krishna Bap aponar xoronot xeuwa jonalo

  • @gunamaidevi4570
    @gunamaidevi4570 18 дней назад

    Krishna 🙏 Prabhu sotkowti pranam janalu Krishna 🙏

  • @minakshideka1470
    @minakshideka1470 18 дней назад

    Krishna krishna ram ram

  • @PradipKumarDas-v7x
    @PradipKumarDas-v7x 17 дней назад

    Krishna😘😘😘😘