অখিল গগৈ সন্দৰ্ভত কি স্থিতি ভূপেন বৰাৰ? হিমন্ত বিশ্ব শৰ্মাক শেষবাৰ ক’ত লগ পাইছিল?
HTML-код
- Опубликовано: 28 сен 2024
- অখিল গগৈ সন্দৰ্ভত কি স্থিতি ভূপেন বৰাৰ? হিমন্ত বিশ্ব শৰ্মাক শেষবাৰ ক’ত লগ পাইছিল? ৰকিবুল হুছেইন পৰাস্ত হ’লে ভূপেন বৰাই পদত্যাগ কৰিবনে? বিজেপিলৈ যাব নেকি ভূপেন বৰা? DY365ৰ TRIPLE ACTIONত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উত্তৰ।
#bhupenborah
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
ভূপেন বৰা দেৱলৈ ধন্যবাদ।
Bhupen dar ans bilak val lagil
@Bhupen borah zindabad
Bhupen Borah Right
Congress Zindabad APCC Zindabad
Assamar rajnitir ejon xudoxo,khohonkhil neta jon❤️❤️
অসমত প্ৰায় ১৫ লাখ আহোম ভোটাৰ আছে, তেওঁলোকে চলিত লোকসভা নিৰ্বাচনত নিজৰ জাতিৰ স্বাৰ্থত ভোট দিছে, কিন্তু অসম খনত প্ৰায় ৭০-৮০ লাখ কলিতা ( প্ৰাচীনতম জনজাতি) জাতিৰ লোক বাস কৰে, অসমৰ বহুকেইটা ( প্ৰায়) বিধান সভা আৰু লোকসভা সমষ্টিত কলিতা সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে , তৎসত্বেও কলিতা সকল আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক, সামাজিক, আৰু ৰাজনৈতিক সংৰক্ষন পাবলৈ সক্ষম নহ'ল, কোনো ৰাজৈতিক নেতাই বা ৰাজনৈতিক দলে এই বিষয়টো লৈ আজিও নিমাত, বৃহত্তৰ কলিতা জাতিৰ লোক সকলে ইয়াৰ প্ৰত্যুত্তৰ হিছাপে ঐক্যবদ্ধ হৈ ২০২৬ ৰ নিৰ্বাচনত NOTA ৰ বুতাম টিপি কলিতা জাতিৰ ৰাজনৈতিক ক্ষমতা দেখাই দিয়ক।
এই msg টো যিমান পাৰি share কৰি কলিতা জাতিৰ লোক সকলক ৰাজনৈতিক ভাৱে সচেতন কৰক।
একে বাৰে সত্য কথা।
Maane kharkhuwa-i nijor maajote bhinna bhinna gosthi-t bhaag hoi jaa jaate Congress-e punar power-t aahi baki ruwa Axom khini-o miya-k gotabo paare.
Glow iq toi kol tol t joga kul naikia aag guri nathaka jahora. Tur mare Mullar lagat Ding/Dong kari keilakh padida karise. Toi Goru gubar goru moot aru Bamun gukhair vori paani khai magoj ghula karili. Tur Tezpurat vl nahoba. Tuk kome u 36 ta electric chock dilehe vl habo para.
@@robinchandrakalita6271দাদা কলিতা জাতিৰ ভৱিষ্যত প্ৰজন্মৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে, কথা খিনি বিভিন্ন social media platform ত share কৰক
It's 100 % true
বহুত বহুত ভাল। 😂❤
আজিলৈকে হিমন্ত বিশ্ব শৰ্মাক এবাৰু আনিব পৰা নাই DY 365 ইস্তোদিঅʼলে তহতৰ দম নাই নেকি.?
ভাল লাগিল অনুস্থানভাগ
Rakibul Hussain জিকা টো নিশ্চিত কেৱল সময়ৰ অপেক্ষা। আব্দুল খালেক যথেষ্ট চেষ্টা কৰিছিল পৰাজয়ৰ কাৰণে কিন্তু সেইয়া সম্ভৱ নহল। জিকা টো নিশ্চিত হল সকলোৰে মুখত প্ৰকাশ পাইছে। আব্দুল খালেক আৰু সেৰমান দুয়োৰে লক্ষ্য কংগ্ৰেছৰ ক্ষতি কৰা টো। গতিকে দুয়ো জনক এৰি কংগ্ৰেছ আগবাঢ়িলে কংগ্ৰেছৰ জয় নিশ্চিত হব।।
ভূপেন বৰা ডাঙৰীয়াৰ স্পস্ট ভাবে দিয়া
Interview টো ভাল লাগিল। DY 365 লৈ
ধন্যবাদ থাকিল ।
আগৰ ঘটনাৰ কাৰণে কংগেছ দলক অসমৰ ৰাইজে ত্যাগ কৰিছে । এতিয়াও ধয্যধৰি আগ বাঢ়ি আছে সেইকাৰণে
ধন্যবাদ ।
এনেকৈ মামাক প্ৰশ্ন কৰিব পাৰিব নে অসমৰ সমস্যা বিষয়ে R b S আদি কেলেংকাৰী শিক্ষা কথা ধাৰৰ কথা অসম অসমীয়া কাৰণে
এই সিদ্ধান্ত যদি আপুনি যোৰহাট আৰু ডিব্ৰুগড়ৰ ক্ষেত্ৰত কব পৰা নাই কিয় যে সভাপতি পদৰ পৰা মই পদত্যাগ কৰিম।
Next PM Rahul❤
Pappu k pm kune bonabo nu ko sun dhei xpon o dekha to vul
ভূপেন বৰা ই বহুদিন কংগ্ৰেছৰ সংগঠন কৰিছে।
কষ্টকৰ পথ বাচি লৈছে সফল হবই।
তেওঁৰ এটাই দোষ
তেওঁৰ নিজা tv চেনেল নাই।ধন-টকাও নাই।।।
কষ্ট হৈছে।
অখিল গগৈৰ কাৰণেহে ধুবুৰীত ৰকিবুল হুচেইন জিকিব। ভূপেন বৰাৰ অৰিহণা একেবাৰে গৌণ।
It's right
Welcome
👍👍👍
Himanta Biswa sarma k mati eneke prosno koribi sun..
Bhupen Borah কৈ Dr kumud Das ছাৰৰ বেছি অসমৰ জনসাধাৰণৰ ৰাজনৈতিক জ্ঞান বেছি আছে কাম নাই ভূপেন বৰ😂
ভূপেন বৰা এজন ভাল ভকত
Ab ki baar Congress sarkar 350+ par ❤️ India gandbandan sarkar ❤️
Tarmane apunio bjp jabo
ইউ দি এফক নোলোৱাৰ কাৰণ জল জল পট পট । মুছলিম এৰিয়াৰ ভোটৰ উপৰতে দুয়োটা দল নিৰ্ভৰশীল । এলায়েঞ্চ হলে ইউ দি এফে প্ৰায়বোৰ মুছলিম চিট দাবি কৰিব কংগ্ৰেছৰ কি হৱ সহজেই অনুমেয় ।
Congress will get more thañ six seats
Maximum 3 minimum 2 100% truth
@@kaushikdeka3430BJP zindabad
Aije.rajnitibur ajikali.foinambar.rajniti.janajadharane.ketiau.bisakhatnala agar.rajniti.atia.nai.takare.hakalu.ati.takathaka.manuhe.rajniti 3:33
Rokibul haribo 100%😂😂😂😂😂😂😂😂😂😂
Jijon hangbadi phn lgai sile hei dalal hb olp
Congress ji bur dal erile raijor biswas herala adarsha eru nai subidhabadi aru personal interest thake jen lage ketiao Congressat ghurai nalaba marketable commodity personality nai
Correct decision taken by Bhupen Bora on the revival and future of Congress strategy and selection of parliamentary candidates
Bhupen bora ❤❤❤
Bhupen Bora ❤️❤️❤️
Dhubri t Rokibul 100% Win hob
BJP ৰ দম আছে নাই একেলগে তিনিজন সাংবাদিকৰ লগত বহি এজন সভাপতি কথা পাতিবলৈ ।
Atia.jitu.rajniti.salise.dekh
dhangkhar.pathat.akal.sindiket.manuhakjiai
থিয় হৈ ঘোঁৰাৰ দৰে সপোন দেখে - মুংগেৰীলাল 😂😂😂😂😂
,ভূপেন বৰা ডাঙৰীয়া আমি সাধৰণ জনতা হিচাপে পাহৰি নাযাও আপুনি যে কলে দেউতাৰ হাতখন শব্দটো ।
Good person bhupen borah.
Bhal lagile, congress zindabad,
Bhupen borah manuhjon straight forward..Val lagil interview.
Bhupen borah zindabaad
Rakibul Dhuburit 100% Jikiba , Eyat Compramise Nai . .
E beta BJP t thaki a congres ot asu
গোদী মিডিয়া কথা ওলাবলৈ লাগি গৈছে। কিন্তু বজাৰত বস্তুৰ দাম বাঢ়িছে তাক লৈ গোদী মিডিয়া কোনো খবৰ নাই
Congress Zindabad❤
Krishna bhuyan...dada..10,15 bosor murot dekhisuge...val lagile...
Bolin doley
কংগ্ৰেছ জিন্দাবাদ
DY365 dekhon khulakhuli bhabe pidimedia oi!
Best Interview ,I feel happy
Congress'r kam nai
G p
দৰ্য্য সহকাৰে থাকিব পাৰে, তেন্তে এদিন অসমৰ চি এ ম হব বৰা দা।
😊
😮
India zindabad
India nhy indi hy
কুমুদ দাদাক ভাল লাগে
Thnq bora sir❤
E bjpt juatu fix
ধন্যবাদ লুৰিণ জাতীয় স্বার্থক অগ্ৰাধিকাৰ দিয়াৰ বাবে ভগৱানে আপোনাক সহায় কৰিব।
Truthful man bhupen da
200%garanti Rokibul jikibo
Ati vakti churar lakhyan. Fetikhaap k jimaan Gakhir khuale u adi khoot mariboi. Himanta bishwa sharmai Tarun Gogoi pisfalorpora Degaar maari kheitu proman karile.
Aru ata kotha Fetikhaap k tilmaan biswakh kariba pari kintu Monubadi,Brahmonbadi,Jatibadi,Jehadi sayamnbu eswar k tilmaan u biswakh kariba nuari.