Eman val kam korese dada apunak hosakoi bohut dhoinyabad.. Apunar karone loratuu a ata notu jibon paboloi goi ase... Hodai val vl kam kore jawok.. Apuniuu val a thakok.. God bless u .
তোমাক ধন্যবাদ দিবলৈ তোমাৰ বিষয়ে কবলৈ মোৰ ওচৰত কোনো ভাষা নাই, ভাষা তোমাৰ কামৰ ওচৰত তেনেই নগণ্য, মনৰ পৰা যি অনুভৱ হয় সেই অনুভৱৰ জানো কিবা ভাষা থাকে, তোমাৰ video বোৰত কেৱল মোৰ চকুপানী ওলাই।
Jai mahakali Jai Sashan kali jai Durga maa Jai bhadrakali jai situla devi jai rop Devi jai morengka baba ki karbi dehal thaan jai aithaan jai monshama jai bhadrakali
Homoy, tumi bhut val kam kori asa. Agoloiu anedore val kam kori jaboloi vogobane tmk hahokh diok... Takei kamona korisu moi charaideo Boruanagaror pora
মানৱ সেৱাই পৰম ধৰ্ম আগবাঢ়ি যোৱা
তোমালোকৰ সাহসৰ আৰু মানৱতাৰ সেৱাক শত শত প্ৰণাম জনাইছো, জয়ী হোৱা সকলো ভাল ক্ষেত্ৰত...!🙏
ধন্য তুমি, ধন্য তোমাৰ মাতৃ,যি গৰাকী য়ে তোমাক জন্ম দিছে । ভগবান তোমালোকৰ সহায় হোক। আগবাঢ়ি যোৱা।
Good job ❤
ৰাকেশ সোনকালে সুস্থ হৈ উঠক তাকেই কামনা কৰিছো।
ৰাকেশৰ দেওতাকৰ চুলিখিনি কাটিলে বহুত ভাল লাগিব,আৰু ৰাকেশ ভাল হক ।
সময় দা...ৰাকেশৰ দেউতাককো অলপ চাপ - চিকুন কৰি দিব চোন। মানে চুলি খিনি কাতি অলপ চফা কৰি দিব।
You Are god for rAkeshm
👍
Full support dada 🥰 ✅💯💯
বহু বহু ধন্যবাদ।এনেকৈ মানুহক সহায় কৰি যাওক। পাছলৈ আমিও পৰাপক্ষত আৰ্থিকভাৱে সহায় কৰাৰ চেষ্টা কৰিম। মই এজন আৰ্থিকভাৱে সৱল ব্যক্তি নহয় সেয়ে মূহুৰ্তত আৰ্থিকভাৱে সহায় কৰা মোৰ বাবে সম্ভৱ হৈ নুঠে। কিন্তু ইচ্ছা বহুত। কাৰণ মই নিজেই এজন আনৰ সহায়ৰ প্ৰয়োজনীয় ব্যক্তি। তথাপি বৰ্তমান মোৰ স্বাস্থ্য ভালে বাবে যেনতেন কৰি চলি আছোঁ মোৰ বাবে চিন্তা কৰাৰ প্ৰয়োজনতা বোধ নকৰোঁ। কিন্তু আনক সহায় কৰাৰ ক্ষমতা বৰ্তমান নাই। পাছলৈ চেষ্টা কৰি যাম। এটা কথা ঠিক যে আমাৰ অজগৰজনে হাতীবোৰ ডাঙৰ হোৱা বাবে মুক্ত বিচৰণত সুচল কৰি দিয়ে কিন্তু আমাৰ দৰে ভেকুলীবোৰক ৰাস্তাই ঘাটে ভেটি ভেটি তেজ শুহি দিয়ে এয়াই মহা বিপদ।সৰু মানুহবোৰৰ আজিৰ দিনত নিষ্ঠাৰ নাই।
Eman val kam korese dada apunak hosakoi bohut dhoinyabad.. Apunar karone loratuu a ata notu jibon paboloi goi ase... Hodai val vl kam kore jawok.. Apuniuu val a thakok.. God bless u .
aagbarhi juwa tumi. Tumi ajon bhogowan buli koLeu bhul nohobo
ৰাকেশ সোনকালে ভাল হৈ উঠক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
ঈশ্বৰ কাক কয় ? সাক্ষাৎ ত তোমাৰ দৰে লোককেই কোৱা হয় ।মোৰ আয়ুস তোমালৈ যাওক ।🙏🙏🙏
ৰাকেশ সোনকালে সুস্থ হৈ উঠক আৰু লগতে ভগবানে আপোনাক আৰু শক্তি দিয়ক আৰু ভালে ৰাখক তাকে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো।
ৰাকেশ ভালো হয় তাকে আশীবাদ দিলো
ভগৱানে ভালে ৰাখক তোমাক আৰু সকলোকে প্ৰাৰ্থনা কৰিছো 🙏♥️
Rakesh hunkale husto hoi uthok tare kamona korilu
জয় কৃষ্ণগুৰু ভগবানে ৰাকেশক বহুত বহুত সোনকালে কৃপা কৰে যেন
এতিয়াতু কাটিলেই আগতে বহুত দীঘল আছিলে
ভাল কাম কৰিছে আৰু আগববাঢ়ি যাওগ
মানৱ সেৱাই পৰম ধৰম ভগৱানে তোমাক মংগল কৰক
তোমাৰ কষ্ট সাৰ্থক হওঁক, ৰাকেশ হুষ্ট হৈ উঠক, ভগবানৰ ওচৰত প্ৰাথনা জনিছো 🙏
Hokolu kamote success hbole prarthona krisu👍👍👍
দা দা সুন্দৰ কাম কৰি গৈ আছে
Tumak ki buli Aarshibad dim !bhakha nai.God bless you ❤❤tumar nisina hantan janma Diya nari goraki kiman mahan punyowati hobo pare🙏🙏
Get well soon Rakesh may God bless you always 🙏
Val hob aru val hok,vogobane apunak aru hahok diyo aidore kre thakible
ভগৱানে তোমাক মঙ্গল কৰক
Good sir what you have done to poor family. I appreciate you.trying to save the meaning of humanity.
Xomoi daa ji parisu take kiba ata disu, rakesh jate xunkale val hoi ru apuni u healthy ru strong hoi thake❤❤❤❤❤
Bondhu rakesh xunkale xustho hua
তোমাৰ কষ্ট বোৰ সাৰ্থক হ ওক ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো লগতে তোমাক অশেষ ধন্যবাদ জনাইছো।
অ' সময় তুমি বৰ মহান, তোমাৰ প্ৰেৰণাই আৰু মানৱতাই হ ওক নিসঙ্গতাৰ জীৱন!
অ'সময় তুমি আমাৰ
সাৰথি হোৱা,
তোমাৰ বিশাল প্ৰেমৰ
পৰিচয় দিয়া।।
(ভাল লাগে তোমাৰ আদৰ্শ)
❤❤❤❤❤❤
Good job 👍🏻.val Kam karise apuni.Bhagobane apunak Mangal karok🙏
homoi tumi bohut bhall kam kori asa. hadharontea moi assamese youtube content nasow. kewol 2mr content saow. moi 2mi aru agg bahi juatu bisaru. jate aru manuhok upokar koribo para. agg bahi jua bhaiti.
ৰাকেশ সুস্থ হৈ উঠক আৰু তোমাৰো দীৰ্ঘায়ু কামনা কৰিলো
ৰাকেশ সোনকালে ভাল হওক ' তোমাৰ লগতে তোমাৰ টিমতো মঙ্গল কামনা কৰিলো ।
সোন কালে ভাল হোৱা কামনা কৰিলো।
Val lage aponar video sai karon ai donyat apunar dore manoh ase
Xub xundar dada Val lagil vedio to sai
বহুত ভাল পদক্ষেপ কৰিছা ভগৱানে তোমাক আৰু আগুৱাই নিয়ক ৰাকেশো ভাল হওঁক 🙏🙏🙏
তুমি মহান কাম কৰি আছা সময়, আৰু আগলৈ এনেকুৱা কাম কৰি যাবা।
Thanks!
Hundor
Anirudha and Lakhyajit
God bless you
God always with Rakesh..🙏🏻
Rakesh ok june june help korise tehetok bohut bohut dhyonno baad God bless you❤❤❤❤
Love you xomoy ..... keep it up and god bless you...
ঈশ্বৰে ৰাকেশক মঙ্গল কৰক।
God bless you homoy.. ❤❤bhaiti👍👍👍👍
Vogoban r rupot tumi help kori sa তেওঁলোকক tumi mohan ❤️🙏🏻🙏🏻 thank you so much dada
anirudha ,lakhyajit and raj daa bohut bohut thanks logote xomoi daak o
God bless u Rakesh
ধুনিয়া কাম কৰিছে , আপুনি ।
Dada apuni bohut val kam korisa apuni hodai aguwai jawok🙏🙏
বৰ ভাল কাম কৰিছে ।
Anirudha aru Lakshyajit bhaitiloi oxex dhoinnobad .
সোনকালে সুস্থ হওঁক তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏
সময় সুস্থ থাকা। মঙ্গল লে থাকা। তুমি ভাল থাকিলে সকলো ভালে থকিব।
Jay shree krishna radhe radhe 💐💐💐💐💐🙏🙏🙏🙏🙏🥰🥰❤️❤️❤️❤️❤️😊😊
Big fan hoy apunar, ভাল হওক সকলোৰে
ঈশ্বৰে ৰাকেশক সোনকালে সুস্থ কৰি তোলক প্ৰাৰ্থনা কৰিলো ৷ লগতে তোমালৈ অশেষ ধন্যবাদ যাচিলোঁ ৷
ভগৱান আছে সোনকালে ভাল হ'ব
মানব শেরাই পৰম ধম
ৰাকেশ সোনকালে আৰোগ্য হৈ উঠক তাকেই কামনা কৰিলো 🙏
Get well soon Rakesh
Keep up the good work❤
God bless you
ভাষা নাই ;তোমাক কি বুলি ধন্যবাদ জনাম;
তোমাক ধন্যবাদ দিবলৈ তোমাৰ বিষয়ে কবলৈ মোৰ ওচৰত কোনো ভাষা নাই, ভাষা তোমাৰ কামৰ ওচৰত তেনেই নগণ্য, মনৰ পৰা যি অনুভৱ হয় সেই অনুভৱৰ জানো কিবা ভাষা থাকে, তোমাৰ video বোৰত কেৱল মোৰ চকুপানী ওলাই।
Apuniye ajon vogobanor rupot homoy dada❤
Good job goat bless you
❤ for humanity, u r God for the needy, thnks 2 Raj also
Rakesh hunkala Val hoi utok Tare prathona korilu
❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏
Jai mahakali Jai Sashan kali jai Durga maa Jai bhadrakali jai situla devi jai rop Devi jai morengka baba ki karbi dehal thaan jai aithaan jai monshama jai bhadrakali
Lakhimpur.assam. Very good 100+
Rakesh khunkale bhal hoi uthok buli kamona korisu
বহুত সুন্দৰ
Xnkle সুস্থ হওঁক ৰাকেশ 🙏🙏
Bohut bohut val kam korise apuni ❤
মানব সেৱাই আচল সেৱা
Hunkale val hoi jen,🙏
Bohut val lagil ❤❤❤❤❤❤
ভগৱানে মংগল কৰক।
Bhogobane jate rakesh ok bhal kori die aru ❤
Bhut Val Kam Kori ase aponi
Bohut bohut val lagil
Homoy, tumi bhut val kam kori asa. Agoloiu anedore val kam kori jaboloi vogobane tmk hahokh diok... Takei kamona korisu moi charaideo Boruanagaror pora
❤❤❤❤❤
Apuni vogobanor dore ❤❤❤
Gaining so much positivity through your videos.
5:57 Rakesh hunkale hushta hoi Jen take bhagabanar usrt parthona korisu❤❤❤🙏🙏🙏
আপোনাৰ বাবেই বহুত মানুহ আগবাঢ়ি আহিছে আনক সহায় কৰিবলৈ ❤
এনেদৰে যাতে সকলোৱে মানুহে মানুহৰ বাবে সহায় কৰাৰ মানসেৰে আগবাঢ়ি আহে।
আপোনালোক সকলে ভালে থাকক।।apuner bohut val hobo dada ❤❤❤❤
Hundor tumuk bohut akhibad disu
God bless you Rakesh
সোনকালে ভাল হব দিয়া ।ভগৱান সহায় আছে ।
তোমাৰ লগতে বাকি তিনিও জনলৈ বহুত বহুত ধন্যবাদ ❤
তুমি ভাল কাম কৰিছা ল'ৰাটো ভাল হ ওক❤❤❤❤
Provu Rakesh r swasthya hunkale hustha hoi uthe jen... 🙏🙏
Bhut vl kam krisa de
অতি সুন্দৰ ।