onkiya vaona at sivasagar kathpar.

Поделиться
HTML-код
  • Опубликовано: 6 янв 2025

Комментарии • 3

  • @dulukalitadulumonikalita5116
    @dulukalitadulumonikalita5116 6 лет назад

    very nic palash da

  • @anuraggogoi2042
    @anuraggogoi2042 7 лет назад +1

    সূত্ৰ ধাৰৰ সহায় অবিহনে বচন মাতিব নোৱাৰাটোৱেই প্ৰমাণ কৰে ভাৱৰীয়াৰ মনোযোগিতা কিমান আৰু পৰিচালকৰ সচেতনতা আৰু দক্ষতা কিমান .... যুদ্ধ পৰিৱেশনও পৰিশীলিত নহয় ...... ভাওনাৰ নামত ভাওনা এখন কৰাতকৈ অভিনয়েৰে সুকুমাৰ কলাৰ সাধনা আৰু অভিনয়ৰ প্ৰতি সচেতন হৈ বাস্তৱিক পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰিলে ভাওনা এখন মনোগ্ৰাহী হব নোৱাৰে ...... অংকীয়া নাটৰ সুৰ তাল সমূহ অতি সুন্দৰ যদিও ভাওৰীয়াৰ অদক্ষতা সচেতন হীনতা আৰু পৰিচালকৰ মনোযোগহীনতা আৰু অজ্ঞতাৰ বাবেই নাট পৰিৱেশনে উচিত স্হানলৈ উন্নীত হব পৰা নাই .... ভাৱৰীয়া সকলে কাহিনী , পৰিৱেশ আৰু চৰিত্ৰৰ সতে একাত্ম হ'ব নোৱাৰি কিছু বেবেৰিবাং জাপ মৰাকেই ভাওনা নোবোলে ... youtube ত পোৱা অন্যান্য ভাওনাৰ উন্নত দৃশ্যপট আৰু অভিনয় সমূহ চাই বহু শিকিব পাৰি .....