কেকত মই কি cream use কৰো/মই কি কি বজাৰ কৰিলো/মানুহক কেতিয়াও ঠগিব নাপায়,, এটা incident share কৰিলো।

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • মানুহক কেতিয়াও ঠগিব নাপায়,,, আজি মোৰ লগত এটা incident ঘটিল আৰু সেই কথাখিনি আপোনালোকৰ লগতো share কৰিলোঁ। আশাকৰোঁ কথাখিনি আপোনালোকে ও ভাল পাব।কেকৰ order এটা অহা বাবে বজাৰ কৰিব গʼলো। প্ৰথম বাৰৰ বাবে ইমান দূৰৰ পৰা কেকৰ order এটা আহিল,,, সৰ্থেবাৰীৰ পৰা। goodincident #goodhabits #motivate #howiusecreamincakedecoration #cakedesign #marketing#assamesevlog #dailyvlog.

Комментарии • 4

  • @parigogoi813
    @parigogoi813 3 месяца назад

    সম্পূৰ্ণ ভিডিঅ'টো চালো।কেক টো ধুনীয়া হৈছে।

    • @Mamlirgharuajibon
      @Mamlirgharuajibon  3 месяца назад

      সদায় মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @himakshi-q8z
    @himakshi-q8z 3 месяца назад

    Cake tu dhuniya hoise ❤ new friend holu apunio back kori dibo buli akha thakil

    • @Mamlirgharuajibon
      @Mamlirgharuajibon  3 месяца назад

      Thank you, নিশ্চয় back কৰিম।