Jodi thakibo bisare mur barit ghor ata moi bonai dim thakiboloi...apuni muk juga jug koribo pare apunar phn no kot ba pam..nijei nijor kam kori khai thakibo paribo farming kam koribo paribo hokolu hubidha kori dim amar bohut pori thoka mati ase ..(Dhemaji)
সঁচাকৈ ভাল কাম কৰি আছে যে ভাল কাম কৰিলে মানুহে ভাল নাপায় , হাগি দিয়া ভাত খোৱাৰ video বোৰ বেছি ভাল পায় মা কা , মই সকলো video চাও অলপ সময় কাৰণে সময় উলিয়াই ❤❤❤
তেওঁ কাম কৰিব পৰা এজন ব্যক্তি ৷ যদি সৰু কাম এটাত দি থাকি লব পৰা কাম এটা চাই দিব পৰা হেতেন ভালেই আছিল চাগে ৷ যদি তেওঁ ইচ্ছা কৰে ৷ তাত তেওঁ থাকিবও পাৰিব আৰু কাম কৰি কিবা এটা পাবও ৷ আৰু কাম কৰিলে তেওঁৰ শৰীৰটো ভালে থাকিব ৷
Kisuman manuh eman nisthur... Morile logot jaute nibo ne baru akonman mati dile ki hoi nu manuh jon jiman din jiay takhab alp hantire thakibo paril heten... Morile logot nineye Tu... Homoi daa apunar antor khn dore jodi sob hol heten ❤❤❤❤❤❤
যি সকলে নিজৰ মাক দেউতাক ভগৱান বুলি ভাবে সেইসকলে এটা লাইক 👍🙏😍
👍👍👍
❤❤❤❤❤❤❤❤
বহুত বহুত ধন্যবাদ ❤❤❤ #junalimunda
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Joi aai axhom..... homoy G jindabad jindabad jindabad jindabad ❤❤❤❤
Exually very Minded point ☝️ One day definitely gone ❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Big thnx❤
তেখেত যিহেতু এজন সম্পূৰ্ণ অকলশৰীয়া মানুহ গতিকে মাটি ডোখৰ তেখেতৰ নামত লিখি দিব নালাগে বা একেবাৰে দি দিব নালাগে। মাত্ৰ জীয়াইথকা দিনকেইটা ঘৰ এটা সাজি শান্তিৰে থাকিবলৈহে dibo lage, এজন অচিনাকী মানুহে মনোহৰ বাবে আগবাঢ়ি গৈছে ইমানখিনি কৰি দিবলৈ, গাঁৱত সদাই দেখি থকা ভাইসম মানুহজনৰ বাবে iman raijor major pora এজনো দয়ালো ব্যক্তি নোলাল ne এইকন সহায় আগবঢ়াবলৈ,,,,,,,,,,,!! আচৰিত, এইয়াই মানৱতা,,,,,
Hanghatik manuh bur
right 🙏
😢😢😢😢😢😢😢😢😢😢
Selute baii❤
LOVE FROM BORSOLA 💜✅
Lord homoy ❤
এইখন গাঁৱৰ মানুহে মাটি অকন দিব পৰা নাই নে ঘৰখন বনাবলৈ ৰাম ৰাম
Aasamot thole bhal hobo neki dada
God bless you Homoy da ❤
Golaghat asa dada
Homoy Da 😎✅
Homoy dar karone atai one like ❤❤❤
Apunak vogowane mongl korok 🙏
Apunar bhul nii homoi da you are great❤
তাৰ পৰা লৈ। আহক আশ্ৰম লৈ❤ ভাল হব
Full support💪
Tekhetok ashromot rokha bebostha kori diyok😊
Good
Homoy daaa bhogowan hoi❤
আজিৰ দিনত কোনো মানুহে মানুহৰ কাৰণে নাভাবে স্বাৰ্থ লোভী......
Dada muku apuni xohai ata korib parib nki
Dada apuni amku ghr ata bonai dib parib nki
Plotics for অসমীয়া 😢🌚
গীতাৰ তৃতীয় উপদেশটো হৈছে-
অবশ্যমেব ভোক্তব্যম কৃতং কর্ম শুভাশুভম্
অথ্যাৰ্ত আপুনি যি কামেই নকৰক লাগে, তাৰ ফল আপুনি নিশ্চয় লাভ কৰিবই । যদি আপুনি ভাল কাম কৰিছে জানি বা অজানি যেতিয়া আপোনাৰ জীৱনত কেতিয়াবা কিবা জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব, আপোনাক তেতিয়া আপুনি কৰি থোৱা ভাল কামে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব।
যদি আপুনি বেয়া কাম কৰি থৈছে পাপ কৰিছে, তাৰ শাস্তিও আপুনি নিশ্চয় ভোগ কৰিব লাগিব । মানুহে যিমানেই লুকাই চুৰ কৰি আনৰ চকুত ধুলি দি বেয়া কাম নকৰক কিয়... ?
কিন্তু সেই পৰমাত্মাৰ বা ঈশ্বৰৰ চকুত কেতিয়াও ধুলি দি সাৰিব নোৱাৰে মানুহৰ প্ৰতিটো কৰ্মতে প্ৰকৃতি আৰু পৰমাত্মাই চোকা দৃষ্টি ৰাখে আমি কৰা এটা এটা কামৰ হিচাপ এই পৃথিবীতেই হয় ।
#Nitishaxom❤
যি কেইজনে মাটি দিম বুলি কৈ দিয়া নাই হেইকেইজনে কথাটো অলপ ভালকৈ ভাবি চিন্তি কুৱাটো ভাল কাৰণ এনেকুৱা দুমুখিয়া হব নালাগে ইমান আশাৰে কামবোৰ কৰিম বুলি যোৱা হয়। গতিকে আপোনালোকে নিজেই এবাৰ ভাবি চাব যে দিম বুলি কলে কিমান আশা থাকে ।
গাঁৱৰ মানুহ ভাল নহই অলপ মাটি দিব নোৱাৰে 😢🙏
So nice🎉
Jodi thakibo bisare mur barit ghor ata moi bonai dim thakiboloi...apuni muk
juga jug koribo pare apunar phn no kot ba pam..nijei nijor kam kori khai thakibo
paribo farming kam koribo paribo hokolu hubidha kori dim amar bohut pori thoka mati ase ..(Dhemaji)
Contact kori louk❤
@@NarahAao phn no tu kot pam janu
@@Anuragi10message korok
গোলাঘাটৰ পৰা কোন কোন চাই আছা Like kora🎉❤
Homoy daa zindabaad long life ❤❤❤❤
❤❤❤❤❤❤❤❤❤❤
God bless you
সময় দা মই দিম মোৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমত.... মোৰ comment তো replay দিয়ক নিচয় মই সহায় কৰিম
গাঁৱৰ মানুহবোৰৰ ওপৰত খং উঠিছে। কিয়নো নিঠৰুৱা মানুহজনৰ বাবে অকনমান হ'লেও মাটি দিব পাৰিল হয়।
দাদা বহুত বহুত ভাল লাগিছে ❤❤❤❤❤❤❤🙏🙏🙏🙏
Love you dada
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
আৰু বহুত লবলগীয়া আছিলে দাদা বহুত কষ্ট মাজত জীয়াই আছোঁ 🙏
দাদা তেখেতক বৃদ্ধা আশ্ৰমত থলে ভাল হব
Homoi Bhai super hero
Bor dukh lagile aji dinot manuh bilak xosake nisthur oo probhu 😢🙏😭
বেয়া লাগিছে কথা বোৰ জানিব পাৰি,
Black you tuber bur or million million subscribers kintu xomoi dar atiya o howa ni 😢 beya lage joldi hobo lage
সঁচাকৈ ভাল কাম কৰি আছে যে ভাল কাম কৰিলে মানুহে ভাল নাপায় , হাগি দিয়া ভাত খোৱাৰ video বোৰ বেছি ভাল পায় মা কা , মই সকলো video চাও অলপ সময় কাৰণে সময় উলিয়াই ❤❤❤
Moi mati dim hoi jodi....moran t ghr mur . Kintu nije kori khabo lagb
সময় দা মহান❤❤❤
তেওঁ কাম কৰিব পৰা এজন ব্যক্তি ৷
যদি সৰু কাম এটাত দি থাকি লব পৰা কাম এটা চাই দিব পৰা হেতেন ভালেই আছিল চাগে ৷
যদি তেওঁ ইচ্ছা কৰে ৷
তাত তেওঁ থাকিবও পাৰিব আৰু কাম কৰি কিবা এটা পাবও ৷ আৰু কাম কৰিলে তেওঁৰ শৰীৰটো ভালে থাকিব ৷
কোনেও যাতে ভূল নুবুজে ৷
Aru at porial asi
গাওঁৰ মানুহে মাটি নিদিলে আপুনি কেনেকৈ ঘৰ বনাই দিব বেলেগৰ মাটিত এইটো আপোনাৰ উপায় নাই।
Love forom gohpur❤❤
Hi homoy bro... Mati nedile apuni eku koribo... Nuwaribo.. Bro... Bohut dukh lagil... 😢
মৰিলে লগত লৈ জাৱ মাতি
Mujjang
Mati manuh a morile lgt loi jabo hay babe dibo BISORA Nyh
Bahut Vall Lage apnar video sai❤
Nice nice dada
আপোনাৰ ওপৰত কোনো দুখ নাই দাদা এই গাঁও অঞ্চলৰ মানুহ কিটা অকণমান শিক্ষা নাই ❤❤❤ from গহপুৰ
ভগৱান সময় দা 🙏🫶
Kisuman manuh eman nisthur... Morile logot jaute nibo ne baru akonman mati dile ki hoi nu manuh jon jiman din jiay takhab alp hantire thakibo paril heten... Morile logot nineye Tu... Homoi daa apunar antor khn dore jodi sob hol heten ❤❤❤❤❤❤
সময় দাদাৰ দৰে যদি আমাৰ মুখ্যমন্ত্ৰী হল হৈ।
সময় দা জিন্দাবাদ ❤❤❤❤
সময় bhai .তুমি মহান .❤❤❤❤❤❤❤❤❤
Love homy daaa❤❤
❤❤❤❤❤❤❤ you 💞💞💞💞💞 dada
Homoy da ❤❤❤ I love you 😍
😢😢😢😢
Always Love, happiness support for U sir....
Golaghat, Bengenakhowa te ata old age home ase
Gangor manu kita olap mati dib nuwarene omg ki manu baru 😢
Homoy da 💓💗
eneke vhal vhal kam kori juhok dada❤❤
Dada tomar ghr kt baru
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Homoy da biswanath charialit ejon Manuh asil tekhetor aku nai ....
Help me homoy daa help
এইফালে সময় দাই মাটি নোপোৱা টেনশ্যনৰ মাথা মাৰি আছে, আনফালে আক্ চুতমাৰনি কিছুমানক লাইক লাগে লাইক, মাক দেউতাকৰ নামত, সময় দাৰ নামত, আৰে ভাল দুটা দিহা পৰামৰ্শ দিব লাগে নে লাইক বিচাৰি ফুৰিব লাগে!! পাপত জগা চব চাল্লা।
Great men 🎉🎉
কি কব সময় দা যি কথা দিয়ে তাৰ মতে কাম হব লাগে কিন্তু কিছুমান মানুহক কেবল লাগে হে লাগে আনৰ কথা অলপ নাভাৱে 😢😢
Jijone mati dim buli thogile he Jon bor nishthur apunar kunu dukh ni
Hoi dei.ki loi jabo prithibir pora gole. Oknman mati he
নিজৰ বাই ককাই থকাৰ পাছতো , এদোখৰ মাটি দিব মন কৰা নাই। ৰাম ৰাম ইনো কিমান দিন জীয়াই থাকিবনো। দুদিন থাকোঁতে মিলি থাকা।
Tekhetok ashrom t di diyok
তোমাক ভগৱানে কুশলে ৰাখক।
মানুহ জন mora লৈকে টো মাটি কন দিব পাৰিলে হেঁতেন । Tat tu building hajibole lua nasil.
Good job sir❤❤
Homoy da 🙏
Sobi moli olp deya mati
Tumi aag barhi juwa ❤❤
Bohut val Homoi da❤❤
😢❤
1st dim korisil pist nidu kole.. maikoye pisot maiki kijoniye mana korile sage . Ghorot maiki lgt judha sage😂😂😂
Love u broo❤❤
Aguwai juwa
Good video 🙏🙏🙏🙏🙏🙏✊️✊️
❤❤❤