'বন্ধন বেংক' ৰ পৰা কিদৰে লোন লাভ কৰিব আপুনি ? @BandhanBank
HTML-код
- Опубликовано: 10 фев 2025
- 'বন্ধন বেংক' ৰ পৰা কিদৰে লোন লাভ কৰিব আপুনি ?
বন্ধন বেংকে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰে। মাত্ৰ ৭ বছৰৰ ব্যৱসায়ৰ অন্তত বেংকটোয়ে মুঠ ২ লাখ কোটি টকাৰ ব্যৱসায়েৰে নিজৰ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ বিতৰণ আৰু অনুকূল পৰিচালনাৰ পৰিৱেশৰ বৃদ্ধিৰ দ্বাৰা চালিত হৈ বেংকটোৱে এই ত্ৰৈমাসিকত শক্তিশালী বিকাশৰ ধাৰা অব্যাহত ৰাখিছে ।
বেংকটোৰ মুঠ ব্যৱসায় (জমা আৰু আগধন) যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ তুলনাত ১৬% বৃদ্ধি হৈ ২০২২ চনৰ ৩১ ডিচেম্বৰত ২,০০,০৭০ কোটি টকা হয়গৈ। ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪ খনত ৬৬০০০ ৰৰো অধিক কৰ্মচাৰীৰ যোগেদি ৫৭২৩ টা বেংকিং আউটলেটৰ জৰিয়তে বেংকটোৱে ২.৮৬ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।
চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বেংকৰ জমা বহী যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ তুলনাত ২১% বৃদ্ধি পাইছে। এতিয়া মুঠ জমাৰ পৰিমাণ হৈছে ১,০২,২,৮৩ কোটি টকা। ঋণৰ ক্ষেত্ৰত বেংকটোৱে পূৰ্বৰ বছৰৰ একেটা ত্ৰৈমাসিকৰ তুলনাত ১১% বৃদ্ধি হৈ ৯৭,৭৮৭ কোটি টকা হৈছেগৈ ৷
এছএমই ঋণ, গ'ল্ড ঋণ, ব্যক্তিগত ঋণ আৰু অটো ঋণৰ লগতে অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতো বেংকটোৱে নিজৰ পোৰ্টফোলিঅ' বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
বন্ধন বেংকৰ সফলতাৰ ফলাফল সন্দৰ্ভত বন্ধন বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয় “বেংকৰ চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত যোৱা বিত্তীয় বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ব্যৱসায় যথেষ্ট ভাল হৈছে ৷
বিভিন্ন গ্ৰাহক শ্ৰেণীৰ সকলোধৰণৰ প্ৰয়োজনীয়তা পূৰ কৰিবৰ বাবে বেংকটোৱে প্ৰডাক্ট পোৰ্টফ’লিঅ বিস্তাৰৰ ধাৰা অব্যাহত ৰাখিছে ৷ বেংকে পৰিচালনাৰ পৰিৱেশ তথা বহুমুখীকৰণ কাৰ্যসূচী সঠিক পথত ৰাখি পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধিৰ বাবে প্ৰস্তুত হৈছে ৷ আমি কোটি কোটি ভাৰতীয়ৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ সপোন পূৰণৰ বাবে তেওঁলোকৰ যাত্ৰাত অংশীদাৰ হৈ থাকিবলৈ আমি সদায় চেষ্টা অব্যাহত ৰাখিম ৷”
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #assam #trending #bandhanbank #loan
Bandhon Bank Is Best Bank of Assam...😊😊😊
Good job sir.
Bahute bhal. Thank you sir.
Val lagil vdo tu
Very good ❤
Mur age 22 years,moi business kri asu.. but bandhan bank t 20000 r uporot loan nidiye
🥰😚🤗
Dada mor Ghar... Tihut hay... Iyar pora gole loan dibo ne ? Gahori loan lagisil. Jodi dada contact nmbr ase dibo neki??
Sir mur bemar...age 39 yrs..ahokali bank jam..3 lacs lone lom..kiman dinot pam ...plz jonabosun.. company xuru job ata kori asu.. plz sir rply ..manokhik vabe bhagi porisu ..
Muk loan eta bahut dorkar hoi ase
Bandhan Bank e dia hole ,,Mur kunu loan nai ,, moi private company t duty koru monthly 17000 k paou ,,akha koru Bandhan Bank r pam nichay ,,muk 2 lakh man lagisil ,, sir hote parile olop hohai kori dibosun , thank you
Koboloi. Parim. Neki
Dukan loan eta video bonaidew Dada
Dada loan kenekoi pabo pari jonai dibo
Muk lgsl but moi single hoi jonabo sn
Sabse bada Bandhan Bank
Hau
এতিয়াও লব পৰিমনে
Dada muk bohut dorkar asile loan 3lakh link dibo
Sir Ma Or opareson Karne lagisil 4 lak toka lagisil ___Sir___Plzzz ___😔😔😔Apunar Numbar2 Lagisilu Sir___plzzzz 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 sir
পূৰুষৰ নামত লোণ হৱ নেকি
Oo
বন্ধন লোন ললে ঘৰত শকান্তি হয় এই বিলাক বন্দ্ কৰিব লাগে ঘৰত চাকৰিয়ল থাখিলে বন্ধন লোন ললে ভাল 7 দিনৰ মোৰত দিল লাগে মাচুল ভাল নহয় দে ৰাইজ
দুৰৰ হলে পাব জানো
Sar moi lom kenekoi lom jonab
Mur wife account to transfer karebo para nai please help me
Sir apunaloke muk ghorr loan dino nki
Bandhan Bank loan Nolobo 1Month EMI late holei bor aamoni kore
Dada .bank account nlga nki..
Direct cash dia na account ot vrai dia..loan amount to
Sir amar golaght dib niki
Keneke. Loboloi. Pam. Bondhon. Amar. Usorot. Kintu. Aku. Gomei. Napae. Lobo pam
Tinsukia t hbone
Sir mur loan lagisil 1 lakh toka business korim apunar nambar to diya
Sir moko laon lagesily
Sir muk loan lage
Dokanor karar karone loan lom
Personal loan pai neki
Moi lom 100000 man dib ne
Sir mur loan lagisil please nambar to diya
Misa kotha nidia
Balor bank ai2 server problem kela transaction nhoi laura bank
Mor bndhnt lon asil lon uthai diyar pist sibil beya dekai ase kio
Bndhnt mta manuhk singul lon diye neki
diye business thakile aramse first time 70k pabo
Job pam nki 😢
Personal loan pam nki
Muk dukanor karone lage hunkale
10000 haja lun diye ne
Faltu lone
Interest bahut besi
Apna number