এগৰাকী চিকিৎসকৰ মহানুভৱতা। মাত্ৰ ১০ টকা মননী লৈ কৰিছে চিকিৎসা সেৱা
HTML-код
- Опубликовано: 5 окт 2024
- এগৰাকী চিকিৎসকৰ মহানুভৱতা। মাত্ৰ ১০ টকা মননী লৈ কৰিছে চিকিৎসা সেৱা।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
যি সময়ত কিছুমান চিকিৎসক এটা মেডিকেল ৰিপোৰ্ট উলিয়ালে 200,300টকা লয়।সেই সময়ত ডাঃ ৰঞ্জন গগৈ ৰ পদক্ষেপ সলাগিবলগিয়া।
Amar yat 200, 300 huwa hle valai aile num to likhalai 500
এই জনেই মৰ্ত্য ভগৱান। বেলেগে ভগৱান বিছৰা কোনো আৱশ্যক নাই বুলি য়েই ভাবো
সচাকৈ এওঁ এজন ভগৱানৰ অৱতাৰ।।। ভগৱানে তেওঁক মংগল কৰক তাকে কামনা কৰিলোঁ 🙏🙏🙏
মানুহৰ প্ৰতি দয়া, মৰম, চেনেহ আৰু মহানুভৱতা থকা এই জন ডাক্টৰ এজন খাতি অসমীয়া পুত্ৰ আৰু তেওঁক লৈ গৰ্ব অনুভৱ কৰিছো 🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹
ll
আপুনি ডাকটৰেই অকল নহয় আপুনি মানুহো। বৰ্তমান বহুত ডকটৰ হাকিমৰ লগ পাইছোঁ কিন্তু তেওঁ লোক মানুহ নহয়। দেখাত মানুহ হ'লে নহ'ব। যাৰ মানৱতা নাই দয়া ময়আ। প্ৰেম শ্ৰদ্ধা ভক্তি মৰমেৰে ভৰা উন্নত মানসিকতা বিহীন অন্ত সাৰশূন তাক মানুহ নুবুলি ইতৰ প্ৰাণী বুলি কোৱা হয়। জীৱ শ্ৰেষ্ঠ মানৱে পশুৰ দৰে হ'ব নালাগে।
ভাল লাগিল গগৈদা । এনেদৰেই আপুনি যিখিনি সেৱা আগবঢ়াই আহিছে তাৰোপৰি বেলেগকৈ দান-বৰঙণি নিদিলে ও হয় । কিন্তু তথাপিও আপুনি যিখিনি কৰি আছে তাৰ বাবে আপোনাক ভগৱানে সদায়েই শক্তি দিয়ক ।আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
বহুত বহুত অভিনন্দন যাচিলো চিকিৎসাক গৰাকীক।
Ll
L
এইজন চিকিৎসকক আমি সকলোৱে চেলুত দিব লাগে ।আৰু বেছি ফীজ লোৱাসকলে শিক্ষা লোৱা উচিত ।
ভগৱানৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছো। সুস্বাস্থ্য অটুত থাকক।
ডাক্তৰ যে ভাগবান তাৰেই নিদর্শন
Sir You are a Great Doctor.I salut To you.
এনেকুৱা মানশিকতাৰে কাম কৰিবলৈ সকলো চিকৎশকে আগবাঢ়িলে অসমত ধনী দুখীয়া সকলোৱে চিকিৎশাৰ অভাবত মৰিব নালাগিব।
আটাইতকৈ সন্মানীয় এই মহান চিকিৎসকজনেই।
🙏🙏 Thank you dr. Gogoi from the bottom of my heart. 💓
Thanku you Ranjan sir 🙏🙏🙏
Thank you gogoi sir👍👍👍🙏🙏.. kesuman doctor a ey Tim 2t toka looti ase .xokolu doctor a jode apunar nesena hol heten....xosai de apune Mohan gogoi sir
আপোনাক ধন্যবাদ জনাইছো। মানুহৰ টকা ই সকলো নহয়।
I selute him. What a great job. May god bless him.
সন্মানীয় Dr, Gogoi ডাঙৰীয়া আপোনাক কৌটি কৌটি প্ৰণাম জনাইছোঁ , আপোনাৰ সহানুভূতি দেখি সঁচাই অভিভূত হৈ চো ।
সুন্দৰ কাম কৰিছে । জীৱনত আৰু উন্নতি কৰক
ধন টকা পইচা সকলো অসাৰ মৰোতে লগত নেযায় অথচ মানুহক লাগে লাগে আৰু লাগে |ৰনজন গগৈলৈ নমষকাৰ May God bless you.
চাৰ আপোনি দেৱতা🤣🙏
ড° ৰঞ্জন গগৈ দেৱক চেলুট জনালোঁ ৷ তেখেতক ভগবান ভালে ৰাখক ৷ তেখেত ভগৱানৰ অন্য ৰুপ যেন পাইছোঁ ৷ কাৰণ ভগৱানে নিজৰ ৰুপেৰে পৃথিৱীলৈে নাহে ৷ বিভিন্ন ৰুপেৰে এই ধৰালৈ আহি মানুহৰ মাজত থাকে ৷পাৰিলে তেখেতৰ আদশ’ আমিও লবলৈ চেষ্টা কৰা দৰকাৰ ৷
Good is god
সছাকৈ ভগৱান ৰূপ ৰ মানৱ সেৱাক আছে এতিয়াও ছাৰ ধন্যবাদ
আপোনাক শত বাৰ প্ৰণাম।।আপোনাৰ মহানুভৱতা চিৰদিন জিয়াই থাকক।। ধন্যবাদ।।
পৃথিৱীত মানুহ বহুত আছে কিন্তু, মানৱতা কম। এনেকুৱা দুই এজন মানৱতাৰ বাবেহে পৃথিৱীখন জীয়াই আছে। নহ'লে কেতিয়াবায়ে নি শেষ হৈ গলহেতেন। ধন্যবাদ চাৰ❤️❤️❤️
আপোনাৰ দীঘাৰ্য়ু কামনা কৰিছো । মানৱ সেৱা কৰি যাওক। ভগৱানে সহায় কৰিব🙏🙏🙏
ভাল লাগিল মানুহ এনেকুৱা হব লাগে তেখেতক বহুত বহুত ধন্যবাদ
Sir k ভগৱানে dirghayu কৰক যাতে এই সেয়া মানুহে সদাই লাভ কৰে তাৰ বাবে আমি ভগৱানক pathana জনাইছোঁ
তেখেতৰ মহানুভবতাৰ বাবে ধন্যবাদ থাকিল ।
Salute Dr. Gogoi
Ajir dinot ane monor manuh pabo loi nai.... Great personality 🙏🙏 God bless you Sir 🙏🙏
Salute ane hen doctorok.... Kintu guwahati university hospital or r dr deepak kumar ajon dexor kolonko..... University r maajor ata main post officer employeek teu saabo nukhuje.....aiburor baabe doctor kisumaanok piton die
God bless u sir.... aji dinot baki kokuwa dr hokole kiba 1ta hikibo paribo apunar pora. Tokar khok nomora hokole buji pauk.
Khosai Issor sworup hoi Doctorjon. Iman kom toka loi khontusto hoise bhogoban swarup manuhor udahoron. Legal income kom holeu je manuhe khei tokare dhunia jeevon japon koribo pare takei bujai dile. Salute Doctorjonoloi. Apuni jeevonot aguwai jabo buli akha rakhilu. Raijor akhirbaad ase. 🙏🙏🙏🙏🙏🙏🙏. iyar pora baki Doctorbure gyan luwar proyujon.
Good job salute this humanity ❤️
God bless you sir. Apuni bhut mohan.
God bless you, Gogoi sir
এনে মহৎ বৰঙণি আগবঢ়োৱা ডাক্তৰ গ গৈ দেৱৰ মহানুভৱতা সচাকৈ শলাগিব লাগিব। তেখেতে এইদৰে সেৱা আগবঢ়ায় যাওক তাৰে কামনা কৰিলোঁ। ভগৱান সহায়ক হওক। ধন্যবাদ ডাক্তৰ গগৈ।
অসমত আৰু এনেকুৱা চাৰি পাঁচ জন চিকিৎসক ওলালে আমাৰ দৰে দুখীয়া খকলে খকাহ পাম
You're great sir
A grand salute to you Sir 👏🙏
বহুত ভাল কথা
Salute to Dr. Raman Gogoi
প্ৰণাম জনাইছোঁ🙏🙏🙏
Really a good and kindhearted May God bless you sir
Be a good doctor love u always ❤ nd be happy 😊 always 👍
Sir You are a Great Doctar.I salut to You
সকলো ডাক্তৰ এনে কুৱাহলে দুখীয়া মানুহে সকাহ পালে হয়
কিছুমানে টকাৰ বাদে আন একু চিনি নাপায় ৷ মানুহ এনেকুৱা হব লাগে ৷
Great job sir re kora hewak selut korisu pratek pispora anchalat yenekuwa doctor janmma hoyuk.
God bless you sir 🙏🙏🙏
Sir hokolu doctor jodi apunar dore hole hoi tetiya bohut dukhiya poriyalor hohai hol heten apuni anedore hohai Kori thakok mur falor pora Jai Hind 🇮🇳
We need this type of doctors,many doctor take rs. 500 to rs.800 fees.
Sir bhut val kam korisa..bhut bhut thx
I Give him Thanks Dr Ranjan Gogoi From Ledo
Sir u'r the great 🙏🙏
Apunar nisina doctor ai oxomot bohut bohut proyujon hoise..
Manuh nhoi bhogoban hoi teo love from Tinsukia 🙏❤️
Salute sir...May God bless you forever 🙏
সচাকৈয়ে এইজন ডাক্তৰ ৰোগীৰ সকলৰ বাবে ভগৱান ।।
আজিৰ দিনত এনে মহানুভৱতা থকা মাত্ৰ ১০/২০ টকা মাননী লোৱা চিকিৎসক জনক অভিনন্দন জ্ঞাপন কৰিছো।।
God is great & this doctor is also verry great
Dr.R gogoi is a actual doctor God bless him
Thank you sir. May GOD bless you every moments..
Very good sir ❤️
Jibonot kiman luti khuwa doctor dekhilu aeiya prithibit prothom esoror rupot ata doctor good bless you sir.
Great man 🙏🙏
God bless you sir....!
Wow pure soul god bless you sir
May Allah Grant Dr Gogoi a long life.Other doctors should follow him and be kind.
Dr Ranjan Gogoi , very good heart person তেখেতক ভাৰত চৰকাৰৰ ফালৰ পৰা এটা উপযুক্ত সন্মান পাবৰ বাবে অসম চৰকাৰ ফালৰ পৰা নামটো মনোনীত কৰিব লাগে । কাৰণ বহুতো পিছপৰা ঠাইত জাতি জনজাতি সকলো দুখীয়া দৰিদ্ৰ ৰ প্ৰতি কৰা মানৱ ধৰ্ম কৰা এজন নিষ্ঠাবান ব্যক্তি । যদি সন্মান পায় তেন্তে বেলেগ সকলোৰে বাবে পিচপৰা ঠাই ত কাম কৰাৰ প্ৰেৰণা হৈ ৰব ।
Sir loi xotokuti pronam,tene manob sewa kora doctor Amar babe vagaban ,tekhet prokitote manob xewa koribo Parise
Good job sir😘 proud of you👌 Allah bless u🤲
ছাৰ আপুনি বহুত আৰ্শীবাদ পাব।
God bless you. Salute
Apuni mohan sir apuni ya God 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
I salute you Sir 🙏
ভগৱানে আৰু শক্তি দিয়ক
শ্ৰদ্ধাৰ গগৈ চাৰক অশেষ ধন্যবাদ জনাইছো।এখেতৰ দৰে মানৱীতা গুণসম্পন্ন ব্যক্তি আঙুলিৰ মূৰত লেখিব পৰা...
।আমাৰ যোৰহাটত কেইজনমান ডকাইতৰ নিচিনা!ফিজ ৪০০ৰপৰা ৫০০ লয়। দুখীয়া নিচলা বুলি চাবলৈ নাই মুঠতে বেমাৰ ভাল হওক বা নহওঁক ৰোগী চোৱাৰ নামত অধিক ধন ল'বই।
আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত এজন ডক্তৰ আহে তেখেতে ১০০টকাহে লয় ফিজ।পইচা কমিলেও দৰৱ দি পঠাই,আমি কেইদিনমানৰ পিছত দিওগৈ।তেখেতৰ নামটো হ'ল শ্ৰদ্ধাৰ শ্ৰীযুত কংকণজ্যোতি শৰ্মা।
অৱশ্যে গগৈ চাৰে ৫০/১০০ টকা ল'লেও বেয়া নহয় বাৰু!!সদৌ শেষত চাৰৰ সু-স্বাস্থ্য লগতে দীৰ্ঘায়ো কামনা কৰিলো।
গগৈ ছাৰৰ লগতে তেখেতৰ পৰীয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলো । আপোনালোক মহান।
আমাৰ পিছে মুখ্যমন্ত্ৰীয়ে বহুত টকাৰ মালিক হৈ দৰমহা লয়,,সমাজ সেৱা ,cM চাৰ এই চেনেলটো অলপ চাব
সুন্দৰ জীৱন। ভগবান সদায় তেওঁৰ লগত।
Ranjan gogoi sir apunar manab dorodi mahanubhuti dekhi ami khub khukhi aru gaurab anubhob koriso...Apunak bhogobane bhale kukhole rakhok taare kamona bhogobanor usorot parthana...
Good job.....
Hat's off my dear doctor......long livey dear sir
এইয়াহে প্ৰকৃত মানব সেৱা। ভগৱান তেওঁৰ সহায় হওক ।
❤️❤️❤️🙏
আমাৰ সমাজত এনে কিছুমান চিকিৎসক আছে তেওঁ লোকে অসুখ আদি দেখুওৱা লৈ গ'লে ভিজীট কিমান লাগিব আগতেই কৈ দিয়ে
Good job DR meaning hoisy mohanubhab very very good job
You are great Sir 🙏🙏🙏🙏 salut you
Akebare toka poisar proti loov nai*bohot val kam krise***
Great man.
Good job👍
Good job Sir
আমাৰ ডিৱগড এজন আছে আপোনাৰ দুয়োকে ধন্যবাদ
Sir ror manobota ase ,tokai nohoi manobota oo lage ,sir re phij loi toka ghota nai kintu unhelpful people jatia untoror pora ashibad pai tatu ata baleg amaze nohoi ne sir, God bless you,you are also manab rupi God. Jai hind.
Manuhor rupot Bhagwan...
Proud of you...
বহুত ধন্যবাদ জ্ঞাপন কৰিলো
Aase ane Doctor Dibrugarh Medical Colleger Dr sorbeswer Bhuya siru ane help full docter. Tau 50/loi Jodi dukhiya manuh hoi poise noloi. Dr Gogoi sir 🙏🙏🙏🙏🙏🌹
ভাল কথা ডে sir জন মহান ব্যক্তি
কৃষ্ণ, গগৈ ছাৰ আপোনাৰ এনে মহানুভবৰ বাবে সলাগ নলৈ নোৱাৰিলো।ভগৱন্ত ই আপোনাক কৃপা কৰক ।
Vogobn buli kobole aku dal nai pithibit kintu ai jon lukr dore manuh ase babeii vogobn ase buli kb pari ❤️❤️❤️
ধন্যবাদ গগৈৰ চাৰ
❤️❤️❤️❤️❤️
Very good sir
এজন ভগবান এজন ডকাইট। ডাঃ গগৈদেবলৈ সেৱা জনাইছো।