Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bohut val hoise
Thank you
বহুত ভাল লাগলো
বহুত বহুত ধন্যবাদ।
very much informative, Borada , you have presented really in the right direction.I too grow like this way . Thank you so much..
Many more thanks for your insperative comments
আপোনাৰ প্ৰচেষ্টাত বহুতো সুদক্ষ খেতিয়কৰ সৃষ্টি হব নিশ্চয়। বহুত ভাল লাগিল। মই ও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিম । ধন্যবাদ থাকিল
আমি আমাৰ ব্যাৱহাৰিক জ্ঞান খিনি share কৰিছোঁ। তাৰ দ্বাৰা উপকৃত হ'লে আমিও আনন্দিত হ'ম। প্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
অতি সুন্দৰ ধন্যবাদ ।
মোৰ ফালৰ পৰাও ধন্যবাদ জনালো
বহুত ভাল লাগিছে আপোনাৰ বনোৱা পদ্ধতি টো
বহুত বহুত ধন্যবাদ
Khub Sundar idiya hikilu dhonyobad apunak.
ধন্যবাদ।
বৰ ভাল লাগিল।
ধন্যবাদ
বহুত ভাল লাগিল 🙏🙏
Bahut Hundar pradekhap
V good thanks for u
Thank you.
Good enough. M also using grow bag for ash gurd. Thanks
bhal lagil
Bor val palu aru sikilu val lagil
Good knowledge thank you Sir first viewing Subscribed.
Bhal lagil
Useful method. Thanks.
নজনা কথা জানিব পাৰিলো ,ধন্যবাদ, মইও চেষ্টা কৰিম ।
ভাল কথা। ধন্যবাদ।
Vl lagil dada
Very nice sir
আপোনাৰ আদৰ্শৰে , আমি অনুপ্ৰাণিত হ’লো , ধন্যবাদ
উপকৃত হোৱা বুলি জানি সন্তোষ পালোঁ। বহুত বহুত ধন্যবাদ।
Bhaal lagil
ভাল.লাগিল.দাদা
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ভাল,কাম,কৰিছেআশীবৰ্বাদ,কৰিছ
নমস্কাৰ মোৰ ফালৰ পৰাও। আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়াব। বহুত বহুত ধন্যবাদ থাকিল
কিছু নজনা কথা শিকিলো । ভাল লাগিল।
ভাল লাগিল
বহুত বহুত ধন্যবাদ ।
Apuni imen dhunikay khati kare dakhi Vale lagil
Very nice plan
সুন্দৰ♥️💚🌿🙏🙏
Good 👍
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤moi kheti kori khub bhal paw dada😊mon di salu😊moiyu korim😊
খুবেই ভাল কথা। অকণমান কষ্ট কৰিলেই ঘৰৰ পাচলিখিনি উৎপাদন কৰি ল'ব পাৰি। সহযোগিতা আগবঢ়াব। ময়ো সহযোগিতা কৰিছোঁ। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
❤
Good agriculture
বৰ সুন্দৰ
👍
Very nice,
বহুত ভাল লাগিল। পিছে পেলনীয়া চাহপাত কেচুসাৰ যোগাৰ কৰাত হে কিছু অসুবিধা হয়।
কেচু সাৰৰ বাবে যতন বনাই ল'ব পাৰি।ঘৰত ব্যৱহাৰ কৰা চাহপাত খিনি সদায় জমাই গলেই হ'ল।কথাতে কয় মন কৰিলেই চন বাকৰি মাটিতে ধন।মন কৰিলেই নিশ্চয় যোগাৰ কৰিব পাৰিব। ধন্যবাদ।
Very very nice
Val lagil
Valei palu Mr. Borah
বঢ়িয়া
ভাল উপদেশ
Valhoise aru vdo di thakibo
Aati Khundar
nice 👍👍👍
ধন্যবাদ জনালোঁ
বৰ ভাল লাগিল।মইও ৰুম এনেকৈ।
Dhanyavaad
বহুত ধন্যবাদ
আমাৰ ফালৰ পৰাও থাকিল বহুত বহুত ধন্যবাদ।
🎉
Pani laur koli bilak pasi jabo dharise, upai dibo son dada
বৰলে বিন্ধিব পাৰে।baryx trap বুলি plastikৰ যতন এবিধ আছে। নাৰ্চাৰী দোকানত পোৱা যায়।হেদালিত আৰি দিলে বৰলবোৰ তাত সোমাই মৰে।খলিহৈৰ সৰুতেই কাপোৰেৰে বান্ধি দিব পাৰি। ধন্যবাদ।
❤❤❤❤❤
Dada vendir puli kimam inch bostat rule val hbo ?
৮ৰ পৰা ১২ইন্সিৰ ভিতৰত হলেই হল। ধন্যবাদ
Good
Thanks dada
Excellent, but you must repeat the ingredients once again at the end, I did not hear about one ingredient
মনোযোগেৰে চোৱা বাবে ধন্যবাদ। দুই এটা বস্তু ইফাল সিফাল হ'লেও কথা নাই। মূল বস্তু হ'ল গোবৰ,পচন সাৰ বা কেচু সাৰ বেছিকৈ দিব লাগে ।কিছু সৰিয়হৰ খলিহৈ ১০০ গ্ৰাম মান মাটিৰ লগত মিহলাই ল'ব।গোবৰ মাটিতকৈ কিছু বেছি হ'লেও কথা নাই। তেনেদৰে ৰুলেও হৈ যাব। কেৱল জাতটো ভাল হ'ব লাগে। তেতিয়াহে লাগন ভাল হয়। ধন্যবাদ।
Dada mati alap man kamise neki?
বেছিকৈ দিলেও অসুবিধা নাই।কথা হ'ল ভাল দৰে সাৰ মিহলাই ল'ব লাগিব। মাটিৰ গুণাগুণ ঠিক থাকিলে মাটি কিছু কম হ'লেও কথা নাই। ধন্যবাদ।
অলপ এনেদৰে ৰোৱা পুলিৰ কেনে হয় ভি দিও দেখা পোৱাৰ আশা ৰল । নাপাহৰিব।
Ait sider
Moi aji 15 bosor agor porai anekoi voot jolokya kori asu
বহুত ভাল কথা।
কোমোৰা এবিধ কিউকাৰ বিট শ্ৰেনীৰ পাচলি ।জালি বা বগাকোমোৰা হিচাপে। পিছে খনটিৰে উভালি ৰোলে শিপানচট বা আঘাতপ্ৰাপ্ত হয় ও আৰুগিয় হ'বলৈ সময় লয়। সেয়ে নকৰি সৰু পলিবেগত পুলি গজাই অলপো আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰুব ।ফল ভাল হ'ব।ঘন ঘনকৈ ও আৰু অধিক ফল দিয়া জাতিৰ সচ সঙগহ কৰিব।
Thanks
Pichot fertilizer ketia dibo
ফুল ধৰিবলৈ আৰম্ভ কৰাৰ আগমুহুৰ্তত দিলে ভাল।
@@borahskitchengarden2487 dhanyabaad
Dada aapunar ghor kot aase?
মোৰ ঘৰ গুৱাহাটীত। আপোনাৰ? ধন্যবাদ।
গুৱাহাটীত। আপোনাৰ? ধন্যবাদ।
@@borahskitchengarden2487 Mur ghor Dibrugarh t. Uttar diyar babe dhanyawad dada
Komorar nisinakoi Jika parim ne sir
সকলো বোৰ কৰিব পাৰি। কেৱলমাত্ৰ নিজৰ বুদ্ধি মতে বগাবলৈ সুবিধা কৰি দিব লাগিব।
পোকে ধৰিলে কি ঔষধ দিব লাগে
নিমতেল দিব লাগে। ধন্যবাদ।
Sir যিকোনো ফচল মাটিৰ তুলনাত পলি বেগ বা বস্তা আদিত ৰুলে বেছি ফল আশা কৰিব পাৰি। এই ক্ষেত্ৰত আপুনি কি কয় sir?
পলি bag বা বস্তাত কৰিলে যত্ন লোৱাটো সহজ। উৎপাদনৰ ক্ষেত্ৰত মাটিৰ গুণাগুণৰ ওপৰতে সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰিব। অৰ্থাৎ উপযুক্ত খাদ্যৰ যোগান ধৰিব পাৰিব লাগিব।
Hoy sir. Thanks
সচৰাচৰ জৈৱিক বচতু পচন মাটিৰ অনুজীৱৰ দ্বাৰা সৰল উদ্ভিদ খাদ্যলৈ পৰিৱৰ্তন ঘটে।বচতাত বা গৰবেগৰ আবেচতনিত সৰল খাদ্যভাগ পানীয়ে সহজে ধুইনিদিয়ে ও ওপৰোৱাভাৱে অধিমাতৰাত যোগান অক্ষুন্ন ৰাখিলে সোনত সুৱগা চৰাৰ দৰে শস্যৰ শৃবৃধি হয় । লগতে যতন লৱলৈ ভাল হয় ও অনাআকাঙশিত হিনদেৰি আৰু ভৰনপোষনৰ তাৰাতময় ৰোধিব পাৰি ।
Sagalir lead dibparine
নিশ্চয় পাৰি। ছাগলীৰ গোবৰো উত্তম সাৰ। কেৱল গুৰি কৰি দিলে ভাল। ধন্যবাদ।
Gaspuli rubar babe ki vabe ruba lage Jona sun
ধন্যবাদ।কিহৰ গছৰ পুলি বুজাই কলে ভাল আছিল।
@@borahskitchengarden2487 Licu puli
গোটেই পৃথিৱী খনেই দিলে আৰু
কি পান জ্বলানে আমাৰ বিলাক জ্বলা জনাবচোন
জলা নহয়। সোৱাদযুক্ত জাতি পাণ
Dada apunar video sai bhal lage kintu video bur dighalia hoise akoman
পৰামৰ্শ আগবঢ়োৱা বাবে বহুত বহুত ধন্যবাদ।
Moi sesta karim
Apunar ghr kot
মোৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত। ধন্যবাদ।
Ban mil ki hoi
Bonemil জন্তুৰ হাড়ৰ গুৰি। ভাল সাৰ। ধন্যবাদ।
অতিপাত গৰমত লাগিব নে?
লাগিব লাগে। কাৰণ কোমোৰা গৰমৰে খেতি।তাপ আৰু বৰষুণ দুয়োটাই বেছিকৈ লাগে। বাইদেউ ভালে আছে নিশ্চয়। ধন্যবাদ।
Pisalci aasa karilc
মহাশয়, জাতিলাও খেতিও এনেদৰে কৰিব পাৰি নে জনাব!
সকলো বোৰ কৰিব পাৰি। কেৱল মাটি খিনি উপযুক্ত ভাবে সাৰুৱা কৰি ল'ব লাগিব আৰু সময় মতে সঠিকভাৱে যত্ন ল'ব লাগিব। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
Faltu
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।জ্ঞানী মানুহ যিহেতু আগলৈকে পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ।
মই ইতিমধ্যে ফেচবুক মেচেঞ্জাৰত আপোনাৰ সৈতে যোগাযোগ কৰিছোঁ। কিন্তু উত্তৰ পোৱা নাই। অসুবিধা নহ'লে আপোনাৰ email id টো দিলে উপকৃত হ'ম। ধন্যবাদ।
মই face book ত message পোৱা নাই। মোৰ face book ত পঠিওৱা নাই নেকি। মই ,কোনোবাই নম্বৰ বিচাৰিলে এনেকৈয়ে দিও। Benudhar Borah। email id দিয়াত অলপ অসুবিধা আছে। ধন্যবাদ।
মোৰ face book ত message পোৱা নাই। মই আনকো ফোন নম্বৰ এনেকৈয়ে দিও। (Benudhar Borah).email id দিয়াটোত অসুবিধা আছে। ধন্যবাদ।
Bohut bhal lagil
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
Bohut val hoise
Thank you
বহুত ভাল লাগলো
বহুত বহুত ধন্যবাদ।
very much informative, Borada , you have presented really in the right direction.I too grow like this way . Thank you so much..
Many more thanks for your insperative comments
আপোনাৰ প্ৰচেষ্টাত বহুতো সুদক্ষ খেতিয়কৰ সৃষ্টি হব নিশ্চয়। বহুত ভাল লাগিল। মই ও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিম । ধন্যবাদ থাকিল
আমি আমাৰ ব্যাৱহাৰিক জ্ঞান খিনি share কৰিছোঁ। তাৰ দ্বাৰা উপকৃত হ'লে আমিও আনন্দিত হ'ম। প্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
অতি সুন্দৰ
ধন্যবাদ ।
মোৰ ফালৰ পৰাও ধন্যবাদ জনালো
বহুত ভাল লাগিছে আপোনাৰ বনোৱা পদ্ধতি টো
বহুত বহুত ধন্যবাদ
Khub Sundar idiya hikilu dhonyobad apunak.
ধন্যবাদ।
বৰ ভাল লাগিল।
ধন্যবাদ
বহুত ভাল লাগিল 🙏🙏
বহুত বহুত ধন্যবাদ।
Bahut Hundar pradekhap
বহুত বহুত ধন্যবাদ।
V good thanks for u
Thank you.
Good enough. M also using grow bag for ash gurd. Thanks
Thank you
bhal lagil
বহুত বহুত ধন্যবাদ
Bor val palu aru sikilu val lagil
ধন্যবাদ
Good knowledge thank you Sir first viewing Subscribed.
Thank you
Bhal lagil
ধন্যবাদ
Useful method. Thanks.
ধন্যবাদ
নজনা কথা জানিব পাৰিলো ,ধন্যবাদ, মইও চেষ্টা কৰিম ।
ভাল কথা। ধন্যবাদ।
Vl lagil dada
বহুত বহুত ধন্যবাদ।
Very nice sir
Thank you.
আপোনাৰ আদৰ্শৰে , আমি অনুপ্ৰাণিত হ’লো , ধন্যবাদ
উপকৃত হোৱা বুলি জানি সন্তোষ পালোঁ। বহুত বহুত ধন্যবাদ।
Bhaal lagil
বহুত বহুত ধন্যবাদ।
ভাল.লাগিল.দাদা
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ভাল,কাম,কৰিছেআশীবৰ্বাদ,কৰিছ
নমস্কাৰ মোৰ ফালৰ পৰাও। আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়াব। বহুত বহুত ধন্যবাদ থাকিল
কিছু নজনা কথা শিকিলো । ভাল লাগিল।
বহুত বহুত ধন্যবাদ।
ভাল লাগিল
বহুত বহুত ধন্যবাদ ।
Apuni imen dhunikay khati kare dakhi Vale lagil
বহুত বহুত ধন্যবাদ।
Very nice plan
ধন্যবাদ।
সুন্দৰ♥️💚🌿🙏🙏
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Good 👍
ধন্যবাদ।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤moi kheti kori khub bhal paw dada😊mon di salu😊moiyu korim😊
খুবেই ভাল কথা। অকণমান কষ্ট কৰিলেই ঘৰৰ পাচলিখিনি উৎপাদন কৰি ল'ব পাৰি। সহযোগিতা আগবঢ়াব। ময়ো সহযোগিতা কৰিছোঁ। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
❤
বহুত বহুত ধন্যবাদ।
Good agriculture
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বৰ সুন্দৰ
ধন্যবাদ।
👍
ধন্যবাদ
Very nice,
Thank you
বহুত ভাল লাগিল। পিছে পেলনীয়া চাহপাত কেচুসাৰ যোগাৰ কৰাত হে কিছু অসুবিধা হয়।
কেচু সাৰৰ বাবে যতন বনাই ল'ব পাৰি।ঘৰত ব্যৱহাৰ কৰা চাহপাত খিনি সদায় জমাই গলেই হ'ল।কথাতে কয় মন কৰিলেই চন বাকৰি মাটিতে ধন।মন কৰিলেই নিশ্চয় যোগাৰ কৰিব পাৰিব। ধন্যবাদ।
Very very nice
Thank you
Val lagil
বহুত বহুত ধন্যবাদ।
Valei palu Mr. Borah
ধন্যবাদ।
বঢ়িয়া
ধন্যবাদ।
ভাল উপদেশ
ধন্যবাদ।
Valhoise aru vdo di thakibo
বহুত বহুত ধন্যবাদ
Aati Khundar
ধন্যবাদ।
nice 👍👍👍
বহুত বহুত ধন্যবাদ।
ধন্যবাদ জনালোঁ
বহুত বহুত ধন্যবাদ
বৰ ভাল লাগিল।মইও ৰুম এনেকৈ।
বহুত বহুত ধন্যবাদ।
বহুত বহুত ধন্যবাদ
Dhanyavaad
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বহুত ধন্যবাদ
আমাৰ ফালৰ পৰাও থাকিল বহুত বহুত ধন্যবাদ।
🎉
ধন্যবাদ।
Pani laur koli bilak pasi jabo dharise, upai dibo son dada
বৰলে বিন্ধিব পাৰে।baryx trap বুলি plastikৰ যতন এবিধ আছে। নাৰ্চাৰী দোকানত পোৱা যায়।হেদালিত আৰি দিলে বৰলবোৰ তাত সোমাই মৰে।খলিহৈৰ সৰুতেই কাপোৰেৰে বান্ধি দিব পাৰি। ধন্যবাদ।
❤❤❤❤❤
ধন্যবাদ
Dada vendir puli kimam inch bostat rule val hbo ?
৮ৰ পৰা ১২ইন্সিৰ ভিতৰত হলেই হল। ধন্যবাদ
Good
ধন্যবাদ।
Thanks dada
বহুত বহুত ধন্যবাদ।
Excellent, but you must repeat the ingredients once again at the end, I did not hear about one ingredient
মনোযোগেৰে চোৱা বাবে ধন্যবাদ। দুই এটা বস্তু ইফাল সিফাল হ'লেও কথা নাই। মূল বস্তু হ'ল গোবৰ,পচন সাৰ বা কেচু সাৰ বেছিকৈ দিব লাগে ।কিছু সৰিয়হৰ খলিহৈ ১০০ গ্ৰাম মান মাটিৰ লগত মিহলাই ল'ব।গোবৰ মাটিতকৈ কিছু বেছি হ'লেও কথা নাই। তেনেদৰে ৰুলেও হৈ যাব। কেৱল জাতটো ভাল হ'ব লাগে। তেতিয়াহে লাগন ভাল হয়। ধন্যবাদ।
Dada mati alap man kamise neki?
বেছিকৈ দিলেও অসুবিধা নাই।কথা হ'ল ভাল দৰে সাৰ মিহলাই ল'ব লাগিব। মাটিৰ গুণাগুণ ঠিক থাকিলে মাটি কিছু কম হ'লেও কথা নাই। ধন্যবাদ।
অলপ এনেদৰে ৰোৱা পুলিৰ কেনে হয় ভি দিও দেখা পোৱাৰ আশা ৰল । নাপাহৰিব।
ধন্যবাদ
Ait sider
ধন্যবাদ
Moi aji 15 bosor agor porai anekoi voot jolokya kori asu
বহুত ভাল কথা।
কোমোৰা এবিধ কিউকাৰ বিট শ্ৰেনীৰ পাচলি ।জালি বা বগাকোমোৰা হিচাপে। পিছে খনটিৰে উভালি ৰোলে শিপানচট বা আঘাতপ্ৰাপ্ত হয় ও আৰুগিয় হ'বলৈ সময় লয়। সেয়ে নকৰি সৰু পলিবেগত পুলি গজাই অলপো আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰুব ।ফল ভাল হ'ব।ঘন ঘনকৈ ও আৰু অধিক ফল দিয়া জাতিৰ সচ সঙগহ কৰিব।
ধন্যবাদ
Thanks
বহুত বহুত ধন্যবাদ।
Pichot fertilizer ketia dibo
ফুল ধৰিবলৈ আৰম্ভ কৰাৰ আগমুহুৰ্তত দিলে ভাল।
@@borahskitchengarden2487 dhanyabaad
Dada aapunar ghor kot aase?
মোৰ ঘৰ গুৱাহাটীত। আপোনাৰ? ধন্যবাদ।
গুৱাহাটীত। আপোনাৰ? ধন্যবাদ।
@@borahskitchengarden2487 Mur ghor Dibrugarh t. Uttar diyar babe dhanyawad dada
Komorar nisinakoi Jika parim ne sir
সকলো বোৰ কৰিব পাৰি। কেৱলমাত্ৰ নিজৰ বুদ্ধি মতে বগাবলৈ সুবিধা কৰি দিব লাগিব।
পোকে ধৰিলে কি ঔষধ দিব লাগে
নিমতেল দিব লাগে। ধন্যবাদ।
Sir যিকোনো ফচল মাটিৰ তুলনাত পলি বেগ বা বস্তা আদিত ৰুলে বেছি ফল আশা কৰিব পাৰি। এই ক্ষেত্ৰত আপুনি কি কয় sir?
পলি bag বা বস্তাত কৰিলে
যত্ন লোৱাটো সহজ। উৎপাদনৰ ক্ষেত্ৰত মাটিৰ গুণাগুণৰ ওপৰতে সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰিব। অৰ্থাৎ উপযুক্ত খাদ্যৰ যোগান ধৰিব পাৰিব লাগিব।